PERL/C3/Perl-and-HTML/Assamese

From Script | Spoken-Tutorial
Revision as of 10:57, 18 July 2017 by PoojaMoolya (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Perl আৰু HTMLৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি বনাবলৈ শিকিম html pages আৰু CGI module
00:14 এই টিউট’ৰি্যেলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) পাৰ্ল (Perl) 5.14.2 ফায়াৰফক্স ওৱেব ব্ৰৌজাৰ (Firefox Web Browser) Apache HTTP server আৰু 'gedit' টেকস্ত এদিতৰ
00:31 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে
00:35 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব
00:40 যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক
00:47 পাৰ্ল প্ৰোগ্ৰামচ যি web ত ব্যৱ্হৃত হয় তাক কোৱা হয় Perl CGI
00:52 CGI হৈছে Common Gateway Interface
00:56 ই এটা ইন্তাৰফেচ client-server web ক’মিউনিকেচনৰ বাবে
01:01 CGI.pm হৈছে এটা পাৰ্ল ম’দিউল যি পাৰ্ল ইনস্তলেচনৰ লগতে ইনস্তল হয় যোনে ক’মিউনিকেচনটো চলায়
01:10 CGI.pm ফাংচনচ ব্যৱ্হাৰ কৰিবলৈ সাজু দেভেল’পাৰচক সহায় কৰিবলৈ, Perl CGI এপ্লিকেচনচ লিখিবলৈ
01:19 যেতিয়া নিৰ্দিষ্ট দাইৰেক্তৰীত থকা ফাইল এটাক ওৱেব ব্ৰৌজাৰে বিচাৰে, HTTP serverৰ দৰে নহয়, Perl CGI স্ক্ৰিপ্তচ এক্সিকিউত হয় আৰু আউত্পুতটো ব্ৰৌজাৰলৈ পঠায় দৰ্শিত কৰিবলৈ
01:33 এই ফাংচনটোক কোৱা হয় CGI আৰু প্ৰোগ্ৰামচক কোৱা হয় CGI scripts
01:40 CGI প্ৰোগ্ৰামচ হ’ব পাৰে এটা Perl স্ক্ৰিপ্ত, Shell স্ক্ৰিপ্ত, C বা C++ প্ৰোগ্ৰাম
01:47 এতিয়া, আহক আমি এটা চেম্প’ল পাৰ্ল প্ৰোগ্ৰাম চাওঁ
01:50 টাৰ্মিনেলটোলৈ যাওঁক
01:53 মই geditত এটা ফাইল cgiexample.pl খুলিম যাক মই আগতে ছেভ কৰিছিলো
02:01 cgiexample dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক
02:08 আহক এতিয়া ক’ডটো বুজো
02:11 use CGI ষ্টেতমেন্তে পাৰ্লক কয় যে CGI.pm ম’দিউলটো আমাৰ প্ৰোগ্ৰামত ব্যৱ্হাৰ কৰিব বিচাৰিছো
02:19 ই ম’দিউলটো লোদ কৰিব আৰু আমাৰ ক’ডটোৰ বাবে উপলদ্ধ হোৱাকৈ CGI ফাংচনচৰ যোৰা এটা বনাব
02:26 HTMLটো আৰম্ভ কৰিবলৈ, আমি start_html() মেথদটো ব্যৱ্হাৰ কৰো
02:33 “My Home Page” হৈছে ওৱেব পেজটোৰ বাবে দিয়া পেজ টাইতল
02:38 আমি CGI ম’দিউলটো ব্যৱ্হাৰ কৰি যিকোনো HTML টেগ প্ৰিন্ত কৰিব পাৰো
02:43 হেদিং টেগচ প্ৰদৰ্শন কৰা হয় h1, h2 ইত্যাদিৰ দ্বাৰা
02:49 end_html মেথদে BODY আৰু HTML টেগচ ঘূৰাই
02:55 এতিয়া, ফাইলটো ছেভ (save) কৰক
02:57 আমি ওৱেব চাৰ্ভাৰ (web server) টোৰ দ্বাৰা স্ক্ৰিপ্তটো ৰান (run) কৰিবলৈ চেষ্টা কৰাৰ আগতে, আহক ই্য়াক ক’মান্দ লাইনৰ (command line) পৰা চলাওঁ
03:04 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl cgiexample.pl আৰু এন্টাৰ (Enter) টিপক
03:12 আউতপুতটো দেখিবলৈ HTMLৰ দৰে
03:15 পাছত, আমি একেটা স্ক্ৰিপ্ত ওৱেব চাৰ্ভাৰ (web server) টোৰ দ্বাৰা পৰিক্ষা কৰিম
03:20 প্ৰথমে, আহক ওৱেব চাৰ্ভাৰটোৱে কাম কৰি আছেনে নাই চাওঁ
03:25 আপোনাৰ ওৱেব চাৰ্ভাৰটো খুলক আৰু মেচিনৰ IP address টো লিখক আৰু এন্টাৰ (Enter) টিপক
03:31 অন্যথা, আপুনি লিখিব পাৰে "localhost"
03:35 যদি সকলোৱে থিকে কাম কৰে, আপুনি ব্ৰৌজাৰটোত এনেকুৱা কিবা দেখিব
03:40 যদি আপুনি কিবা এৰ’ৰ পাই, তেন্তে ওৱেব চাৰ্ভিচটো (web service) ইনস্তল নাই বা ই ON ষ্টেতাচত নাই
03:48 Apache HTTP server মোৰ মেচিনত ইনস্তল আছে
03:52 যদি ই ইনস্তল নাই, টাৰ্মিনেলত তলৰ ক’মান্দটো এক্সিকিউত (execute) কৰক
03:58 অন্যথা, আপোনাৰ চিষ্টেম এদমিনিচত্ৰেতৰক চাৰ্ভাৰ কনফিগুৰেচনৰ বাবে সুধক
04:04 এতিয়া, আমি একেটা স্ক্ৰিপ্ত ওৱেব চাৰ্ভাৰ (web server) টোৰ দ্বাৰা পৰিক্ষা কৰিম
04:09 ইয়াৰ বাবে, আমি কিছু ষ্টেপচ অনুসৰণ কৰিব লাগিব
04:13 প্ৰথমে, আমাৰ প্ৰোগ্ৰামটো cgi-bin দাইৰেক্তৰীত থওঁক য’ত ওৱেব চাৰ্ভাৰটোৱে ইয়াক এটা CGI স্ক্ৰিপ্ত হিচাবে চিনাক্ত কৰিব
04:22 প্ৰোগ্ৰাম ফাইলনেমটো dot pl বা dot cgi এক্সতেনচনৰে শেষ হ’ব লাগিব
04:29 চাৰ্ভাৰত এক্সিকিউত হ’বলৈ ফাইলটোৰ বাবে পাৰমিচন সজাওঁক
04:33 স্ক্ৰিপ্তটো ৰান (Run) কৰক
04:35 এই প্ৰোগ্ৰামটোৰ বাবে URL টো শ্লাইদত (slide) দৰ্শিত দৰে হ’ব
04:40 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক
04:42 এতিয়া, আমি ফাইলটো cgi-bin দাইৰেক্তৰীলৈ ক’পি কৰিম
04:47 ইয়াৰ বাবে, ক’মান্দটো লিখক:sudo space cp space cgiexample.pl /usr/lib/cgi-bin/
05:03 প্ৰয়োজন হ’লে পাচৱৰ্দটো দিয়ক
05:06 পাছত, আমি ফাইলটোৰ বাবে ওৱেব-চাৰ্ভাৰ ইউজাৰ 'read' আৰু 'execute' পাৰমিচন (permission) দিব লাগিব
05:13 ইয়াৰ বাবে, লিখক: sudo space chmod space 755 space /usr/lib/cgi-bin/cgiexample.pl
05:31 এতিয়া, আমাৰ cgi-bin দাইৰেক্তৰীত থকা ফাইলটো এক্সিকিউত হ’বলৈ সাজু
05:38 ওৱেব ব্ৰৌজাৰটোলৈ যাওঁক
05:41 লিখক: localhost/cgi-bin/cgiexample.pl আৰু এন্টাৰ (Enter) টিপক
05:50 আমি আউত্পুতটো দেখিছো যি ওৱেব ব্ৰৌজাৰটোত এক্সিকিউত হৈছে
05:55 এতিয়া, আহক আমি আন এটা প্ৰোগ্ৰাম চাওঁ । এই প্ৰোগ্ৰামটোৱে ফৰ্ম (form) এখনত ফিল্দচ যোগ কৰিব আৰু এন্টাৰ কৰা মানসমূহ আমাৰ ওৱেব পেজলৈ দিব
06:06 আগতে বনোৱা cgi-bin দাইৰেক্তৰীত, মই এটা ফাইল 'form.cgi' ছেভ কৰিলো । মই এই ফাইলটো geditত খুলিম
06:17 এতিয়া, তলৰ শাৰীসমূহ যোগ কৰক । এই প্ৰোগ্ৰামটোৱে এখন feedback form জেনেৰেত কৰে
06:24 ইউজাৰে এন্টাৰ কৰিব লাগিব ফাৰ্ষ্ট নেম (first name), লাষ্ট নেম (last name), জেন্দাৰ (gender) আৰু ফিদবেক সবিশেষ
06:31 form এখন আৰম্ভ হ’বলৈ, আমি start_form() মেথদটো ব্যৱ্হাৰ কৰিছো
06:36 Form field মেথদচ অতি সদৃশ হয় ষ্টেনদাৰ্দ html টেগ মেথদচৰ
06:42 ফৰ্মত টেকস্তবক্স এটা বনাবলৈ, Textfield() মেথদটো ব্যৱ্হৃত হয় যথেষ্ট পাৰামিতাৰচৰ সৈতে
06:49 ইয়াত “fname”, “lname” হৈছে টেকস্তবক্সৰ নাম যি ইউজাৰৰ পৰা ইনপুত পাই
06:57 radio underscore group এ ৰেদিঅ’ বুটামটো সূচীত কৰে দুটা অপচন “Male” আৰু “Female”ৰ সৈতে
07:05 ইয়াক হাইফেন ভেলুচ (hyphen values) পাৰামিতাৰটোৱে সূচীত কৰে
07:09 হাইফেন দিফল্ত (hyphen default) পাৰামিতাৰটোৱে ৰেদিঅ’ বুটামটোৰ দিফল্ত নিৰ্বাচনক সূচীত কৰে
07:15 popup underscore menuএ লিষ্টবক্স অপচনটো সূচীত কৰে
07:20 Submit বুটামটো এন্টাৰ কৰা দাতা URL প্ৰভাইদাৰক চাবমিত কৰিবলৈ ব্যৱ্হৃত হয়
07:26 Clear বুটামটো ফৰ্ম (form) খন ক্লিয়েৰ কৰিবলৈ ব্যৱ্হৃত হয়
07:30 displayform ফাংচনে আমি ফৰ্মত এন্টাৰ কৰা মানসমূহ ঘূৰাই লয়
07:36 param() ফাংচনে ফৰ্ম ফিল্দৰ মানটো দিয়ে যাৰ নামটো পাৰামিতাৰ হিচাবে পঠোৱা হয়
07:42 ইয়াত “fname” হৈছে “First Name” টেকস্ত বক্সলৈ দিয়া নামটো
07:47 মানটো সংগ্ৰহ কৰি dollar name1 ভেৰিয়েবলত জমা কৰা হয়
07:53 আহক এতিয়া প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
07:56 ওৱেব ব্ৰৌজাৰটোলৈ যাওঁক
07:58 লিখক: localhost/cgi-bin/form.cgi আৰু এন্টাৰ (Enter) টিপক
08:06 ফিদবেক ফৰ্ম (feedback form) দৰ্শিত হৈছে
08:09 মই এই ফৰ্মত দাতা এন্টাৰ কৰিম ইয়াত দেখুৱাৰ ধৰণে
08:15 পাছত, Submit বুটামটোত টিপক আউত্পুতটো চাবলৈ যি ফৰ্মৰ পৰা সংগ্ৰহ কৰা হৈছে
08:21 আমি মূলভাব চাওঁ
08:26 এই টিউট’ৰিয়েলটোত, আমি CGI ম’দিউল ব্যৱ্হাৰ কৰি html pages বনাবলৈ শিকিলো
08:33 এচাইনমেন্ত- form.cgi প্ৰোগ্ৰামত, Java, C/C++ আৰু Perl লেংগুৱেজৰ বাবে চেকবক্স (checkbox) অপচন যোগ কৰক
08:44 ইউজাৰ ফিদবেক পাবলৈ textarea অপচন যোগ কৰক
08:48 ওৱেবপেজটোত ইউজাৰে এন্টাৰ কৰা তথ্য প্ৰিন্ত কৰক
08:52 তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক
08:59 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
09:08 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
09:11 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
09:23 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, PoojaMoolya