PERL/C3/Perl-and-HTML/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Perl আৰু HTMLৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:06 | এই টিউট’ৰিয়েলটোত, আমি বনাবলৈ শিকিম html pages আৰু CGI module |
| 00:14 | এই টিউট’ৰি্যেলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) পাৰ্ল (Perl) 5.14.2 ফায়াৰফক্স ওৱেব ব্ৰৌজাৰ (Firefox Web Browser) Apache HTTP server আৰু 'gedit' টেকস্ত এদিতৰ |
| 00:31 | আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে |
| 00:35 | এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব |
| 00:40 | যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক |
| 00:47 | পাৰ্ল প্ৰোগ্ৰামচ যি web ত ব্যৱ্হৃত হয় তাক কোৱা হয় Perl CGI |
| 00:52 | CGI হৈছে Common Gateway Interface |
| 00:56 | ই এটা ইন্তাৰফেচ client-server web ক’মিউনিকেচনৰ বাবে |
| 01:01 | CGI.pm হৈছে এটা পাৰ্ল ম’দিউল যি পাৰ্ল ইনস্তলেচনৰ লগতে ইনস্তল হয় যোনে ক’মিউনিকেচনটো চলায় |
| 01:10 | CGI.pm ফাংচনচ ব্যৱ্হাৰ কৰিবলৈ সাজু দেভেল’পাৰচক সহায় কৰিবলৈ, Perl CGI এপ্লিকেচনচ লিখিবলৈ |
| 01:19 | যেতিয়া নিৰ্দিষ্ট দাইৰেক্তৰীত থকা ফাইল এটাক ওৱেব ব্ৰৌজাৰে বিচাৰে, HTTP serverৰ দৰে নহয়, Perl CGI স্ক্ৰিপ্তচ এক্সিকিউত হয় আৰু আউত্পুতটো ব্ৰৌজাৰলৈ পঠায় দৰ্শিত কৰিবলৈ |
| 01:33 | এই ফাংচনটোক কোৱা হয় CGI আৰু প্ৰোগ্ৰামচক কোৱা হয় CGI scripts |
| 01:40 | CGI প্ৰোগ্ৰামচ হ’ব পাৰে এটা Perl স্ক্ৰিপ্ত, Shell স্ক্ৰিপ্ত, C বা C++ প্ৰোগ্ৰাম |
| 01:47 | এতিয়া, আহক আমি এটা চেম্প’ল পাৰ্ল প্ৰোগ্ৰাম চাওঁ |
| 01:50 | টাৰ্মিনেলটোলৈ যাওঁক |
| 01:53 | মই geditত এটা ফাইল cgiexample.pl খুলিম যাক মই আগতে ছেভ কৰিছিলো |
| 02:01 | cgiexample dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক |
| 02:08 | আহক এতিয়া ক’ডটো বুজো |
| 02:11 | use CGI ষ্টেতমেন্তে পাৰ্লক কয় যে CGI.pm ম’দিউলটো আমাৰ প্ৰোগ্ৰামত ব্যৱ্হাৰ কৰিব বিচাৰিছো |
| 02:19 | ই ম’দিউলটো লোদ কৰিব আৰু আমাৰ ক’ডটোৰ বাবে উপলদ্ধ হোৱাকৈ CGI ফাংচনচৰ যোৰা এটা বনাব |
| 02:26 | HTMLটো আৰম্ভ কৰিবলৈ, আমি start_html() মেথদটো ব্যৱ্হাৰ কৰো |
| 02:33 | “My Home Page” হৈছে ওৱেব পেজটোৰ বাবে দিয়া পেজ টাইতল |
| 02:38 | আমি CGI ম’দিউলটো ব্যৱ্হাৰ কৰি যিকোনো HTML টেগ প্ৰিন্ত কৰিব পাৰো |
| 02:43 | হেদিং টেগচ প্ৰদৰ্শন কৰা হয় h1, h2 ইত্যাদিৰ দ্বাৰা |
| 02:49 | end_html মেথদে BODY আৰু HTML টেগচ ঘূৰাই |
| 02:55 | এতিয়া, ফাইলটো ছেভ (save) কৰক |
| 02:57 | আমি ওৱেব চাৰ্ভাৰ (web server) টোৰ দ্বাৰা স্ক্ৰিপ্তটো ৰান (run) কৰিবলৈ চেষ্টা কৰাৰ আগতে, আহক ই্য়াক ক’মান্দ লাইনৰ (command line) পৰা চলাওঁ |
| 03:04 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl cgiexample.pl আৰু এন্টাৰ (Enter) টিপক |
| 03:12 | আউতপুতটো দেখিবলৈ HTMLৰ দৰে |
| 03:15 | পাছত, আমি একেটা স্ক্ৰিপ্ত ওৱেব চাৰ্ভাৰ (web server) টোৰ দ্বাৰা পৰিক্ষা কৰিম |
| 03:20 | প্ৰথমে, আহক ওৱেব চাৰ্ভাৰটোৱে কাম কৰি আছেনে নাই চাওঁ |
| 03:25 | আপোনাৰ ওৱেব চাৰ্ভাৰটো খুলক আৰু মেচিনৰ IP address টো লিখক আৰু এন্টাৰ (Enter) টিপক |
| 03:31 | অন্যথা, আপুনি লিখিব পাৰে "localhost" |
| 03:35 | যদি সকলোৱে থিকে কাম কৰে, আপুনি ব্ৰৌজাৰটোত এনেকুৱা কিবা দেখিব |
| 03:40 | যদি আপুনি কিবা এৰ’ৰ পাই, তেন্তে ওৱেব চাৰ্ভিচটো (web service) ইনস্তল নাই বা ই ON ষ্টেতাচত নাই |
| 03:48 | Apache HTTP server মোৰ মেচিনত ইনস্তল আছে |
| 03:52 | যদি ই ইনস্তল নাই, টাৰ্মিনেলত তলৰ ক’মান্দটো এক্সিকিউত (execute) কৰক |
| 03:58 | অন্যথা, আপোনাৰ চিষ্টেম এদমিনিচত্ৰেতৰক চাৰ্ভাৰ কনফিগুৰেচনৰ বাবে সুধক |
| 04:04 | এতিয়া, আমি একেটা স্ক্ৰিপ্ত ওৱেব চাৰ্ভাৰ (web server) টোৰ দ্বাৰা পৰিক্ষা কৰিম |
| 04:09 | ইয়াৰ বাবে, আমি কিছু ষ্টেপচ অনুসৰণ কৰিব লাগিব |
| 04:13 | প্ৰথমে, আমাৰ প্ৰোগ্ৰামটো cgi-bin দাইৰেক্তৰীত থওঁক য’ত ওৱেব চাৰ্ভাৰটোৱে ইয়াক এটা CGI স্ক্ৰিপ্ত হিচাবে চিনাক্ত কৰিব |
| 04:22 | প্ৰোগ্ৰাম ফাইলনেমটো dot pl বা dot cgi এক্সতেনচনৰে শেষ হ’ব লাগিব |
| 04:29 | চাৰ্ভাৰত এক্সিকিউত হ’বলৈ ফাইলটোৰ বাবে পাৰমিচন সজাওঁক |
| 04:33 | স্ক্ৰিপ্তটো ৰান (Run) কৰক |
| 04:35 | এই প্ৰোগ্ৰামটোৰ বাবে URL টো শ্লাইদত (slide) দৰ্শিত দৰে হ’ব |
| 04:40 | টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক |
| 04:42 | এতিয়া, আমি ফাইলটো cgi-bin দাইৰেক্তৰীলৈ ক’পি কৰিম |
| 04:47 | ইয়াৰ বাবে, ক’মান্দটো লিখক:sudo space cp space cgiexample.pl /usr/lib/cgi-bin/ |
| 05:03 | প্ৰয়োজন হ’লে পাচৱৰ্দটো দিয়ক |
| 05:06 | পাছত, আমি ফাইলটোৰ বাবে ওৱেব-চাৰ্ভাৰ ইউজাৰ 'read' আৰু 'execute' পাৰমিচন (permission) দিব লাগিব |
| 05:13 | ইয়াৰ বাবে, লিখক: sudo space chmod space 755 space /usr/lib/cgi-bin/cgiexample.pl |
| 05:31 | এতিয়া, আমাৰ cgi-bin দাইৰেক্তৰীত থকা ফাইলটো এক্সিকিউত হ’বলৈ সাজু |
| 05:38 | ওৱেব ব্ৰৌজাৰটোলৈ যাওঁক |
| 05:41 | লিখক: localhost/cgi-bin/cgiexample.pl আৰু এন্টাৰ (Enter) টিপক |
| 05:50 | আমি আউত্পুতটো দেখিছো যি ওৱেব ব্ৰৌজাৰটোত এক্সিকিউত হৈছে |
| 05:55 | এতিয়া, আহক আমি আন এটা প্ৰোগ্ৰাম চাওঁ । এই প্ৰোগ্ৰামটোৱে ফৰ্ম (form) এখনত ফিল্দচ যোগ কৰিব আৰু এন্টাৰ কৰা মানসমূহ আমাৰ ওৱেব পেজলৈ দিব |
| 06:06 | আগতে বনোৱা cgi-bin দাইৰেক্তৰীত, মই এটা ফাইল 'form.cgi' ছেভ কৰিলো । মই এই ফাইলটো geditত খুলিম |
| 06:17 | এতিয়া, তলৰ শাৰীসমূহ যোগ কৰক । এই প্ৰোগ্ৰামটোৱে এখন feedback form জেনেৰেত কৰে |
| 06:24 | ইউজাৰে এন্টাৰ কৰিব লাগিব ফাৰ্ষ্ট নেম (first name), লাষ্ট নেম (last name), জেন্দাৰ (gender) আৰু ফিদবেক সবিশেষ |
| 06:31 | form এখন আৰম্ভ হ’বলৈ, আমি start_form() মেথদটো ব্যৱ্হাৰ কৰিছো |
| 06:36 | Form field মেথদচ অতি সদৃশ হয় ষ্টেনদাৰ্দ html টেগ মেথদচৰ |
| 06:42 | ফৰ্মত টেকস্তবক্স এটা বনাবলৈ, Textfield() মেথদটো ব্যৱ্হৃত হয় যথেষ্ট পাৰামিতাৰচৰ সৈতে |
| 06:49 | ইয়াত “fname”, “lname” হৈছে টেকস্তবক্সৰ নাম যি ইউজাৰৰ পৰা ইনপুত পাই |
| 06:57 | radio underscore group এ ৰেদিঅ’ বুটামটো সূচীত কৰে দুটা অপচন “Male” আৰু “Female”ৰ সৈতে |
| 07:05 | ইয়াক হাইফেন ভেলুচ (hyphen values) পাৰামিতাৰটোৱে সূচীত কৰে |
| 07:09 | হাইফেন দিফল্ত (hyphen default) পাৰামিতাৰটোৱে ৰেদিঅ’ বুটামটোৰ দিফল্ত নিৰ্বাচনক সূচীত কৰে |
| 07:15 | popup underscore menuএ লিষ্টবক্স অপচনটো সূচীত কৰে |
| 07:20 | Submit বুটামটো এন্টাৰ কৰা দাতা URL প্ৰভাইদাৰক চাবমিত কৰিবলৈ ব্যৱ্হৃত হয় |
| 07:26 | Clear বুটামটো ফৰ্ম (form) খন ক্লিয়েৰ কৰিবলৈ ব্যৱ্হৃত হয় |
| 07:30 | displayform ফাংচনে আমি ফৰ্মত এন্টাৰ কৰা মানসমূহ ঘূৰাই লয় |
| 07:36 | param() ফাংচনে ফৰ্ম ফিল্দৰ মানটো দিয়ে যাৰ নামটো পাৰামিতাৰ হিচাবে পঠোৱা হয় |
| 07:42 | ইয়াত “fname” হৈছে “First Name” টেকস্ত বক্সলৈ দিয়া নামটো |
| 07:47 | মানটো সংগ্ৰহ কৰি dollar name1 ভেৰিয়েবলত জমা কৰা হয় |
| 07:53 | আহক এতিয়া প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো |
| 07:56 | ওৱেব ব্ৰৌজাৰটোলৈ যাওঁক |
| 07:58 | লিখক: localhost/cgi-bin/form.cgi আৰু এন্টাৰ (Enter) টিপক |
| 08:06 | ফিদবেক ফৰ্ম (feedback form) দৰ্শিত হৈছে |
| 08:09 | মই এই ফৰ্মত দাতা এন্টাৰ কৰিম ইয়াত দেখুৱাৰ ধৰণে |
| 08:15 | পাছত, Submit বুটামটোত টিপক আউত্পুতটো চাবলৈ যি ফৰ্মৰ পৰা সংগ্ৰহ কৰা হৈছে |
| 08:21 | আমি মূলভাব চাওঁ |
| 08:26 | এই টিউট’ৰিয়েলটোত, আমি CGI ম’দিউল ব্যৱ্হাৰ কৰি html pages বনাবলৈ শিকিলো |
| 08:33 | এচাইনমেন্ত- form.cgi প্ৰোগ্ৰামত, Java, C/C++ আৰু Perl লেংগুৱেজৰ বাবে চেকবক্স (checkbox) অপচন যোগ কৰক |
| 08:44 | ইউজাৰ ফিদবেক পাবলৈ textarea অপচন যোগ কৰক |
| 08:48 | ওৱেবপেজটোত ইউজাৰে এন্টাৰ কৰা তথ্য প্ৰিন্ত কৰক |
| 08:52 | তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
| 08:59 | স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 09:08 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
| 09:11 | এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ |
| 09:23 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |