Linux/C3/More-on-grep-command/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | ম’ৰ (More) অন (on) grepৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত আমি শিকিম |
00:07 | কিছু অধিক grep ক’মান্দচ (commands) |
00:10 | কিছু উদাহৰণৰ সহায়ত |
00:13 | এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো |
00:16 | উবুন্তো (Ubuntu) লিনাক্স (Linux) ভাৰ্চন 12.04 অপাৰেতিং চিষ্টেম (Operating System) আৰু |
00:20 | GNU বেচ (BASH) ভাৰ্চন 4.2.24 |
00:24 | মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব |
00:31 | আগতীয়াকৈ: |
00:33 | আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব |
00:36 | আপুনি 'grep'ৰ বিষয়ে জ্ঞাত হ’ব লাগিব |
00:39 | সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক: http://spoken-tutorial.org |
00:45 | আমি এটাতকৈ অধিক পেতাৰ্নচ মিলাব পাৰো |
00:49 | তেন্তে আমি হাইফেন (hyphen) e অপ্চনটো ব্যৱ্হাৰ কৰিব লাগিব |
00:53 | মই একেটা ফাইল 'grepdemo.txt' ব্যৱ্হাৰ কৰিম |
00:58 | ধৰক, আমি সিহতৰ বাবে তথ্য বিচাৰিব খুজিছো যি হয়তো চিভিল (civil) বা ইলেকত্ৰনিকচত (electronics) আছে |
01:05 | আমি টাৰ্মিনেলত (terminal) লিখিব লাগিব: |
01:07 | grep স্পেচ (space) হাইফেন (hyphen) e স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত electronics দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) হাইফেন (hyphen) e স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাত civil উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
01:24 | এন্টাৰ (Enter) টিপক । আউতপুতটো দৰ্শিত হৈছে |
01:28 | ধৰক, আপুনি চৌধুৰী ("choudhury") উপাধিৰ মানুহক বিচাৰিব লাগে |
01:33 | সমস্যাটো হৈছে, বিভিন্ন মানুহে তেওঁলোকৰ উপাধিটো বিভিন্ন ধৰণে উচ্চাৰিত কৰে |
01:38 | গতিকে সমাধানটো কি? |
01:42 | তেনেক্ষেত্ৰত আমি হাইফেন (hyphen) e অপচনটো হাইফেন (hyphen) iৰ সৈতে ব্যৱ্হাৰ কৰিব পাৰো |
01:48 | লিখক: grep স্পেচ (space) হাইফেন (hyphen) ie স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত chaudhury উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) হাইফেন (hyphen) ie স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত chowdhari উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
02:12 | এন্টাৰ (Enter) টিপক |
02:14 | আউতপুতটো দৰ্শিত হৈছে |
02:16 | কিন্তু আন বহুতো পদ্ধতি হ’ব পাৰে য’ত আমি নামসমূহ লিখিব পাৰো |
02:23 | আমি কিমানটা হাইফেন (hyphen) e অপচনচ দিব পাৰো? |
02:26 | নিশ্বয় এটা উন্নত পদ্ধতি হ’ব লাগিব আৰু সেই পদ্ধতিটো হৈছে ৰেগুলাৰ এক্সপ্ৰেচনচৰ (Regular expressions) দ্বাৰা |
02:33 | ৰেগুলাৰ এক্সপ্ৰেচন (regular expression) এটাই টেকস্তৰ ষ্ট্ৰিংগচক মিলাবলৈ এটা ক’নচাইজ (concise) আৰু ফ্লেক্সিবল (flexible) অৰ্থ প্ৰদান কৰে |
02:41 | যেনে নিৰ্দিষ্ট কেৰেক্তাৰচ, শব্দ বা কেৰেক্তাৰচৰ পেতাৰ্নচ |
02:47 | ৰেগুলাৰ এক্সপ্ৰেচন কেৰেক্তাৰচ বহু ধৰণৰ আছে |
02:52 | আহক সিহতক এটা এটাকৈ চাওঁ |
02:55 | কেৰেক্তাৰ ক্লাচ: |
02:57 | ই আমাক এযোৰা বৰ বন্ধনীৰ ভিতৰত কেৰেক্তাৰচৰ গ্ৰোপ এটাক সূচীত কৰিবলৈ অনুমতি দিয়ে |
03:03 | এই কেৰেক্তাৰচৰ গ্ৰোপটোৰ ভিতৰত মাত্ৰ এটা মিলে |
03:08 | যেনে [abc] য়ে বুজায় যে এই ৰেগুলাৰ এক্সপ্ৰেচনটোৱে হয়তো a বা b বা cক মিলায় |
03:18 | চৌধুৰীক ("chaudhury") মিলাবলৈ, আমি প্ৰমপ্তত লিখিব পাৰো: |
03:23 | grep স্পেচ (space) হাইফেন (hyphen) i স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত ch আৰম্ভণী বৰ বন্ধনী ao সামৰণী বৰ বন্ধনী আৰম্ভণী বৰ বন্ধনী uw সামৰণী বৰ বন্ধনী dh আৰম্ভণী বৰ বন্ধনী ua সামৰণী বৰ বন্ধনী r আৰম্ভণী বৰ বন্ধনী yi সামৰণী বৰ বন্ধনী দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
03:54 | এন্টাৰ (Enter) টিপক |
03:56 | আউতপুতটো দৰ্শিত হৈছে |
03:59 | এতিয়াওঁ চৌধুৰী ("choudhuree") দুটা 'e'ৰ সৈতে মিলা নাই |
04:03 | যদি আমি এটা ডাঙৰ পৰিসৰ সূচীত কৰিব বিচাৰো তেন্তে আমি লিখিম: |
04:08 | প্ৰথম লেতাৰ দেচ পৰিসৰটোৰ শেষ লেতাৰটো |
04:13 | ধৰক আমি যিকোনো সংখ্যা মিলাব বিচাৰো আমি লিখিম [0-9] |
04:20 | এই কেৰেক্তাৰৰ গ্ৰোপটোৰ এটা মিলিছে |
04:24 | এষ্টেৰিস্ক: এষ্টেৰিস্কে (asterisk) হঠাতে পূৰ্ববৰ্তী কেৰেক্তাৰৰ 0 বা অধিক ফলনক ৰেফাৰ কৰে |
04:33 | উদাহৰণস্বৰূপে ab এষ্টেৰিস্কে (asterisk) a, ab, abb, abbb ক মিলাব পাৰে |
04:44 | গতিকে, মিৰা ("Mira") নামৰ ষ্টুদেন্তৰ নামটো মিলাবলৈ, |
04:48 | আমি প্ৰমপ্তত লিখিম: |
04:51 | grep স্পেচ (space) হাইফেন (hyphen) i স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত m আৰম্ভণী বৰ বন্ধনী ei সামৰণী বৰ বন্ধনী এষ্টেৰিস্ক (asterisk) r a a এষ্টেৰিস্ক (asterisk) উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
05:12 | এন্টাৰ (Enter) টিপক |
05:14 | আউতপুতটো দৰ্শিত হৈছে |
05:16 | দত (dot) ৰেগুলাৰ এক্সপ্ৰেচনে যিকোনো এটা কেৰেক্তাৰ মিলায় |
05:21 | ধৰক, আমি যিকোনো শব্দক চাৰ্চ কৰিব বিচাৰো যি চাৰিতা আখৰ দীঘল আৰু Mৰে আৰম্ভ হয় |
05:29 | আমি লিখিম: |
05:31 | grep স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত M... স্পেচ (space) উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
05:44 | এন্টাৰ (Enter) টিপক |
05:46 | আউতপুতটো দৰ্শিত হৈছে |
05:48 | ইয়াত, স্পেচ (space) উৰ্দ্ধক’মাৰ ভিতৰত গুৰুত্বপূৰ্ণ যিহেতু ই 5 বা অধিক আখৰৰ শব্দক মিলাব |
05:56 | আমি শাৰীটোত ক’ত আমাৰ পেতাৰ্নটোৰ বাবে চাৰ্চ কৰিব বিচাৰো নিৰ্দিষ্ট হ’ব লাগিব |
06:01 | ই শাৰীটোৰ আৰম্ভণীতে হ’ব পাৰে |
06:04 | তাৰ বাবে আমাৰ কেৰেত (caret) চিহ্ন আছে |
06:07 | এতিয়া যদি আমি সেই এনত্ৰিসমূহ পাব বিচাৰো যাৰ ৰোল নাম্বাৰ Aৰ সৈতে আৰম্ভ হয় |
06:14 | আমি জানো যে ৰোল হৈছে ফাইলটোত প্ৰথম ফিল্দ |
06:19 | আমি প্ৰমপ্তত লিখিম: grep স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত কেৰেত (caret) চিহ্ন A উৰ্দ্ধক’মাৰ পাছত grepdemo.txt |
06:29 | এন্টাৰ (Enter) টিপক |
06:32 | আউতপুতটো দৰ্শিত হৈছে |
06:35 | একেধৰণে ফাইলটোৰ শেষত পেতাৰ্ন এটা মিলাবলৈ, আমাৰ ডলাৰ (dollar) চিহ্নটো আছে |
06:41 | 7000 ৰ পৰা 8999ৰ মাজত উপবৃত্তিক বিচাৰিবলৈ আমি লিখিব লাগিব: |
06:50 | grep স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত আৰম্ভণী বৰ বন্ধনী 78 সামৰণী বৰ বন্ধনী ... ডলাৰ চিহ্ন উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt |
07:06 | এন্টাৰ (Enter) টিপক |
07:08 | আউতপুতটো দৰ্শিত হৈছে |
07:11 | ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
07:13 | আহক মূলভাব চাওঁ |
07:16 | এই টিউট’ৰিয়েলটোত আমি শিকিলো: |
07:18 | এটাতকৈ অধিক পেতাৰ্ন মিলাবলৈ |
07:20 | শব্দ এটা পৰীক্ষা কৰিবলৈ যাৰ বিভিন্ন উচ্চাৰন আছে |
07:24 | কেৰেক্তাৰ ক্লাচ এষ্টেৰিস্কৰ (asterisk) ব্যৱ্হাৰ |
07:28 | যিকোনো এটা কেৰেক্তাৰ মিলোৱা দত (dot) ব্যৱ্হাৰ কৰি |
07:32 | ফাইলৰ আৰম্ভণীত পেতাৰ্ন এটা মিলাবলৈ |
07:35 | ফাইলৰ শেষত পেতাৰ্ন এটা মিলাবলৈ |
07:40 | এটা এচাইনমেন্ত হিচাবে, সেই এনত্ৰিসমূহ তালিকাভুক্ত কৰক যি 5 টা আখৰ দীঘল আৰু Yৰে আৰম্ভ হয় |
07:48 | তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক |
07:51 | ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় |
07:54 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে |
07:59 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে ইয়াৰ ব্যৱ্হাৰৰ কৰ্মশালা পাতে, |
08:05 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
08:08 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক |
08:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
08:20 | ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত |
08:26 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ : http://spoken-tutorial.org\NMEICT-Intro |
08:32 | স্ক্ৰিপ্তটো অনিৰ্বান আৰু শচীনে অৱ্দান দিছে |
08:36 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |