Linux/C3/More-on-grep-command/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 ম’ৰ (More) অন (on) grepৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:05 এই টিউট’ৰিয়েলটোত আমি শিকিম
00:07 কিছু অধিক grep ক’মান্দচ (commands)
00:10 কিছু উদাহৰণৰ সহায়ত
00:13 এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো
00:16 উবুন্তো (Ubuntu) লিনাক্স (Linux) ভাৰ্চন 12.04 অপাৰেতিং চিষ্টেম (Operating System) আৰু
00:20 GNU বেচ (BASH) ভাৰ্চন 4.2.24
00:24 মন কৰিব, এই টিউট’ৰিয়েলটো অভ্যাস কৰিবলৈ GNU বেচ (bash) ভাৰ্চন 4 বা ততোধিক লাগিব
00:31 আগতীয়াকৈ:
00:33 আপুনি লিনাক্স টাৰ্মিনেলৰ (Linux terminal) মূল জানিব লাগিব
00:36 আপুনি 'grep'ৰ বিষয়ে জ্ঞাত হ’ব লাগিব
00:39 সঙ্গত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰ্হ কৰি দৰ্শিত ধৰণে আমাৰ ওৱেবচাইত চাওঁক: http://spoken-tutorial.org
00:45 আমি এটাতকৈ অধিক পেতাৰ্নচ মিলাব পাৰো
00:49 তেন্তে আমি হাইফেন (hyphen) e অপ্চনটো ব্যৱ্হাৰ কৰিব লাগিব
00:53 মই একেটা ফাইল 'grepdemo.txt' ব্যৱ্হাৰ কৰিম
00:58 ধৰক, আমি সিহতৰ বাবে তথ্য বিচাৰিব খুজিছো যি হয়তো চিভিল (civil) বা ইলেকত্ৰনিকচত (electronics) আছে
01:05 আমি টাৰ্মিনেলত (terminal) লিখিব লাগিব:
01:07 grep স্পেচ (space) হাইফেন (hyphen) e স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত electronics দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) হাইফেন (hyphen) e স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাত civil উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt
01:24 এন্টাৰ (Enter) টিপক । আউতপুতটো দৰ্শিত হৈছে
01:28 ধৰক, আপুনি চৌধুৰী ("choudhury") উপাধিৰ মানুহক বিচাৰিব লাগে
01:33 সমস্যাটো হৈছে, বিভিন্ন মানুহে তেওঁলোকৰ উপাধিটো বিভিন্ন ধৰণে উচ্চাৰিত কৰে
01:38 গতিকে সমাধানটো কি?
01:42 তেনেক্ষেত্ৰত আমি হাইফেন (hyphen) e অপচনটো হাইফেন (hyphen) iৰ সৈতে ব্যৱ্হাৰ কৰিব পাৰো
01:48 লিখক: grep স্পেচ (space) হাইফেন (hyphen) ie স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত chaudhury উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) হাইফেন (hyphen) ie স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত chowdhari উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt
02:12 এন্টাৰ (Enter) টিপক
02:14 আউতপুতটো দৰ্শিত হৈছে
02:16 কিন্তু আন বহুতো পদ্ধতি হ’ব পাৰে য’ত আমি নামসমূহ লিখিব পাৰো
02:23 আমি কিমানটা হাইফেন (hyphen) e অপচনচ দিব পাৰো?
02:26 নিশ্বয় এটা উন্নত পদ্ধতি হ’ব লাগিব আৰু সেই পদ্ধতিটো হৈছে ৰেগুলাৰ এক্সপ্ৰেচনচৰ (Regular expressions) দ্বাৰা
02:33 ৰেগুলাৰ এক্সপ্ৰেচন (regular expression) এটাই টেকস্তৰ ষ্ট্ৰিংগচক মিলাবলৈ এটা ক’নচাইজ (concise) আৰু ফ্লেক্সিবল (flexible) অৰ্থ প্ৰদান কৰে
02:41 যেনে নিৰ্দিষ্ট কেৰেক্তাৰচ, শব্দ বা কেৰেক্তাৰচৰ পেতাৰ্নচ
02:47 ৰেগুলাৰ এক্সপ্ৰেচন কেৰেক্তাৰচ বহু ধৰণৰ আছে
02:52 আহক সিহতক এটা এটাকৈ চাওঁ
02:55 কেৰেক্তাৰ ক্লাচ:
02:57 ই আমাক এযোৰা বৰ বন্ধনীৰ ভিতৰত কেৰেক্তাৰচৰ গ্ৰোপ এটাক সূচীত কৰিবলৈ অনুমতি দিয়ে
03:03 এই কেৰেক্তাৰচৰ গ্ৰোপটোৰ ভিতৰত মাত্ৰ এটা মিলে
03:08 যেনে [abc] য়ে বুজায় যে এই ৰেগুলাৰ এক্সপ্ৰেচনটোৱে হয়তো a বা b বা cক মিলায়
03:18 চৌধুৰীক ("chaudhury") মিলাবলৈ, আমি প্ৰমপ্তত লিখিব পাৰো:
03:23 grep স্পেচ (space) হাইফেন (hyphen) i স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত ch আৰম্ভণী বৰ বন্ধনী ao সামৰণী বৰ বন্ধনী আৰম্ভণী বৰ বন্ধনী uw সামৰণী বৰ বন্ধনী dh আৰম্ভণী বৰ বন্ধনী ua সামৰণী বৰ বন্ধনী r আৰম্ভণী বৰ বন্ধনী yi সামৰণী বৰ বন্ধনী দ্বৈত উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt
03:54 এন্টাৰ (Enter) টিপক
03:56 আউতপুতটো দৰ্শিত হৈছে
03:59 এতিয়াওঁ চৌধুৰী ("choudhuree") দুটা 'e'ৰ সৈতে মিলা নাই
04:03 যদি আমি এটা ডাঙৰ পৰিসৰ সূচীত কৰিব বিচাৰো তেন্তে আমি লিখিম:
04:08 প্ৰথম লেতাৰ দেচ পৰিসৰটোৰ শেষ লেতাৰটো
04:13 ধৰক আমি যিকোনো সংখ্যা মিলাব বিচাৰো আমি লিখিম [0-9]
04:20 এই কেৰেক্তাৰৰ গ্ৰোপটোৰ এটা মিলিছে
04:24 এষ্টেৰিস্ক: এষ্টেৰিস্কে (asterisk) হঠাতে পূৰ্ববৰ্তী কেৰেক্তাৰৰ 0 বা অধিক ফলনক ৰেফাৰ কৰে
04:33 উদাহৰণস্বৰূপে ab এষ্টেৰিস্কে (asterisk) a, ab, abb, abbb ক মিলাব পাৰে
04:44 গতিকে, মিৰা ("Mira") নামৰ ষ্টুদেন্তৰ নামটো মিলাবলৈ,
04:48 আমি প্ৰমপ্তত লিখিম:
04:51 grep স্পেচ (space) হাইফেন (hyphen) i স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত m আৰম্ভণী বৰ বন্ধনী ei সামৰণী বৰ বন্ধনী এষ্টেৰিস্ক (asterisk) r a a এষ্টেৰিস্ক (asterisk) উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt
05:12 এন্টাৰ (Enter) টিপক
05:14 আউতপুতটো দৰ্শিত হৈছে
05:16 দত (dot) ৰেগুলাৰ এক্সপ্ৰেচনে যিকোনো এটা কেৰেক্তাৰ মিলায়
05:21 ধৰক, আমি যিকোনো শব্দক চাৰ্চ কৰিব বিচাৰো যি চাৰিতা আখৰ দীঘল আৰু Mৰে আৰম্ভ হয়
05:29 আমি লিখিম:
05:31 grep স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত M... স্পেচ (space) উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt
05:44 এন্টাৰ (Enter) টিপক
05:46 আউতপুতটো দৰ্শিত হৈছে
05:48 ইয়াত, স্পেচ (space) উৰ্দ্ধক’মাৰ ভিতৰত গুৰুত্বপূৰ্ণ যিহেতু ই 5 বা অধিক আখৰৰ শব্দক মিলাব
05:56 আমি শাৰীটোত ক’ত আমাৰ পেতাৰ্নটোৰ বাবে চাৰ্চ কৰিব বিচাৰো নিৰ্দিষ্ট হ’ব লাগিব
06:01 ই শাৰীটোৰ আৰম্ভণীতে হ’ব পাৰে
06:04 তাৰ বাবে আমাৰ কেৰেত (caret) চিহ্ন আছে
06:07 এতিয়া যদি আমি সেই এনত্ৰিসমূহ পাব বিচাৰো যাৰ ৰোল নাম্বাৰ Aৰ সৈতে আৰম্ভ হয়
06:14 আমি জানো যে ৰোল হৈছে ফাইলটোত প্ৰথম ফিল্দ
06:19 আমি প্ৰমপ্তত লিখিম: grep স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত কেৰেত (caret) চিহ্ন A উৰ্দ্ধক’মাৰ পাছত grepdemo.txt
06:29 এন্টাৰ (Enter) টিপক
06:32 আউতপুতটো দৰ্শিত হৈছে
06:35 একেধৰণে ফাইলটোৰ শেষত পেতাৰ্ন এটা মিলাবলৈ, আমাৰ ডলাৰ (dollar) চিহ্নটো আছে
06:41 7000 ৰ পৰা 8999ৰ মাজত উপবৃত্তিক বিচাৰিবলৈ আমি লিখিব লাগিব:
06:50 grep স্পেচ (space) দ্বৈত উৰ্দ্ধক’মাৰ ভিতৰত আৰম্ভণী বৰ বন্ধনী 78 সামৰণী বৰ বন্ধনী ... ডলাৰ চিহ্ন উৰ্দ্ধক’মাৰ পাছত স্পেচ (space) grepdemo.txt
07:06 এন্টাৰ (Enter) টিপক
07:08 আউতপুতটো দৰ্শিত হৈছে
07:11 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:13 আহক মূলভাব চাওঁ
07:16 এই টিউট’ৰিয়েলটোত আমি শিকিলো:
07:18 এটাতকৈ অধিক পেতাৰ্ন মিলাবলৈ
07:20 শব্দ এটা পৰীক্ষা কৰিবলৈ যাৰ বিভিন্ন উচ্চাৰন আছে
07:24 কেৰেক্তাৰ ক্লাচ এষ্টেৰিস্কৰ (asterisk) ব্যৱ্হাৰ
07:28 যিকোনো এটা কেৰেক্তাৰ মিলোৱা দত (dot) ব্যৱ্হাৰ কৰি
07:32 ফাইলৰ আৰম্ভণীত পেতাৰ্ন এটা মিলাবলৈ
07:35 ফাইলৰ শেষত পেতাৰ্ন এটা মিলাবলৈ
07:40 এটা এচাইনমেন্ত হিচাবে, সেই এনত্ৰিসমূহ তালিকাভুক্ত কৰক যি 5 টা আখৰ দীঘল আৰু Yৰে আৰম্ভ হয়
07:48 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক
07:51 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
07:54 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি ইয়াক দাউনল’ড কৰি চাব পাৰে
07:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে ইয়াৰ ব্যৱ্হাৰৰ কৰ্মশালা পাতে,
08:05 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
08:08 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.orgলৈ লিখক
08:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
08:20 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এডুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
08:26 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ : http://spoken-tutorial.org\NMEICT-Intro
08:32 স্ক্ৰিপ্তটো অনিৰ্বান আৰু শচীনে অৱ্দান দিছে
08:36 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9