Drupal/C4/Hosting-a-Drupal-website/Assamese
From Script | Spoken-Tutorial
|
|
00:01 | হ’ষ্টিং এ দ্ৰুপল ওৱেবচাইত ( Hosting a Drupal website) ৰ স্প’কেন টিউট'ৰিয়েলটোলৈ স্বাগতম |
00:06 | এই টিউট’ৰিয়েলটোত, আমি শিকিম আমাৰ ওৱেবচাইতৰ (website) বাবে ক’ড আৰু দাতাবেচ তৈয়াৰ কৰিবলৈ |
00:13 | আমাৰ দ্ৰুপল ওৱেবচাইত (Drupal website ) হ’ষ্ট কৰিবলৈ আৰু এই ওৱেবচাইতটোত (website) আমাৰ ল’কেল বিষয়বস্তু আপল’দ কৰিবলৈ |
00:20 | এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 16.04 আৰু ফায়াৰফক্স ওৱেব ব্রাউজাৰ (Firefox web browser) |
00:28 | আপুনি আপোনাৰ পচন্দৰ যিকোনো ব্রাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে |
00:32 | এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাক এটা কামকৰা ইন্টাৰনেত কানেকচন (Internet connection) লাগিব |
00:37 | এটা ওৱেব হ’ষ্টিং ক’নট্ৰ’ল পেনেল যেনে cPanel আৰু এটা দ’মেইন নাম |
00:43 | আপোনাৰ লগতে দ্ৰুপলৰ ( Drupal) সাধাৰণ জ্ঞান থাকিব লাগিব |
00:47 | যদি নাই, সঙ্গত দ্ৰুপল ( Drupal) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি দৰ্শিত লিংকটো চাওঁক |
00:53 | প্ৰথমে আমি দ্ৰুপল ওৱেব হ’ষ্টিং চাৰ্ভিচেছৰ (Drupal web hosting services) বিষয়ে শিকো |
00:57 | Godaddy, Bigrock আৰু HostCats ৰ দৰে বহুতো ওৱেব হ’ষ্টিং চাৰ্ভিচেছ (web hosting services ) উপলদ্ধ |
01:06 | এই সেৱা প্ৰদানকাৰীসকল এটা স্বয়ংক্ৰীয় ইনষ্ট’লাৰ স্ক্ৰিপ্তৰ সৈতে cPanel যুক্ত |
01:12 | এই প্ৰদানকাৰীসকলৰ পৰা কিছু স্পেছ কিনিবলৈ পে কৰিব লাগিব |
01:17 | ওৱেবচাইত এটা হ’ষ্ট কৰিবলৈ, আপোনাক ল’কেল দ্ৰুপল ওৱেবচাইতটোৰ (Drupal website ) ক’ড আৰু দাতাবেচ লাগিব |
01:24 | আহক আমাৰ ল’কেল দ্ৰুপল ওৱেবচাইতটো (Drupal website ) খোলো যাক আমি হ’ষ্ট কৰিম |
01:29 | আমি প্ৰথমে কেচ (cache) খালী কৰিম । তাক কৰিবলৈ, কনফিগুৰেচন মেনুত (Configuration menu) টিপক |
01:35 | দেভেল’পমেন্তৰ (Development) তলত, পাৰফৰমেঞ্চ (Performance ) অপচনত টিপক |
01:40 | ইয়াত, এগ্ৰিগেত (Aggregate) CSS ফাইলচ (files) আৰু এগ্ৰিগেত (Aggregate) JavaScript ফাইলচ (files) অপচনচৰ পৰা চেকমাৰ্কচ আতৰাওঁক |
01:48 | চেভ কনফিগুৰেচন (Save configuration) বুটামত টিপক |
01:52 | এতিয়া ক্লিয়েৰ অল কেচেছ (Clear all caches) বুটামত টিপক । আপুনি দেখিছে যে কেচেছ (caches) খালী হ’ল |
02:00 | এতিয়া আমি ক’ডটো সাজু কৰিম । তাক কৰিবলৈ, ফাইল ব্ৰ’জাৰটো (File browser) খোলক |
02:06 | ফ’ল্দাৰটোলৈ যাওঁক য’ত আমি দ্ৰ’পলক (Drupal) ল’কেলি ইনষ্ট’ল কৰিছিলো |
02:11 | এতিয়া এপচ (apps) -> দ্ৰ’পল (drupal) -> htdocs ফ’ল্দাৰ (folder) টোলৈ যাওঁক |
02:16 | এই htdocs ফ’ল্দাৰটোৰ ভিতৰত, আমাৰ ল’কেল ওৱেবচাইত (website) টোৰ ক’ড আছে । আহক এই ফ’ল্দাৰটো কমপ্ৰেচ (compress) বা জিপ (zip) কৰো |
02:25 | মই ইয়াক মোৰ মেচিনত দাউনল’দচ (Downloads) ফ’ল্দাৰত ছেভ কৰিম |
02:30 | এতিয়া আমাৰ ক’ড সাজু হ’ল |
02:32 | পাছ্ত আমি দাতাবেচটো সাজু কৰিম । আহক আমি আমাৰ ল’কেল ওৱেবচাইতৰ (website) phpMyAdminক খোলো |
02:41 | bitnami_drupal8 নামৰ দাতাবেচটোত (database) টিপক |
02:46 | ওপৰৰ পেনেলত এক্সপ’ৰ্ট (Export) বুটামত টিপক |
02:50 | তাৰপাছত এক্সপ’ৰ্ট মেথদটো (Export method) কাষ্টম (Custom) হিচাবে নিৰ্বাচিত কৰক |
02:54 | অবজেক্ত ক্ৰিয়েচন অপচনচ (Object creation options) চেকচনৰ ভিতৰত, এদ দ্ৰপ টেবল (Add DROP TABLE) অপচনত এটা চেকমাৰ্ক দিয়ক |
03:01 | তললৈ যাওঁক আৰু শেষত গৌ (Go) বুটামত টিপক |
03:06 | ফাইলটো ছেভ কৰিবলৈ OK বুটামত টিপক |
03:09 | দিফল্ট দাউনল’দচ (Downloads) ফ’ল্দাৰটো খোলক আৰু ৰপ্তানি কৰা sql ফাইল আৰু htdocs zip ফাইল চাওঁক |
03:18 | পাছত আমি cPanel এটা সজাবলৈ শিকিম । ইয়াক কৰিবলৈ, Set Up বুটামত টিপক |
03:25 | ইয়াত আমি দ’মেইন (domain) নামটো বাচিব লাগিব । মই ইতিমধ্যে codingfordrupal.info নামৰ দ’মেইন (domain) এটা কিনিলো |
03:33 | আপুনি ইয়াত নিজৰ দ’মেইন (domain) নামটো ব্যৱ্হাৰ কৰিব লাগিব |
03:37 | দ’মেইন এটা কিনাৰ বিষয়ে সবিশেষ এই টিউট’ৰিয়েলটোৰ এদিচনেল মেতেৰিয়েল (“Additional Material”) লিংকত দিয়া আছে |
03:43 | নেকস্ত (Next) বুটামত টিপক |
03:46 | ইয়াত আমি দাতা চেন্টাৰ এটা বাচিব লাগিব । মই এচিয়াত (Asia ) আৰু নেকস্ত (Next) বুটামত টিপক |
03:53 | cPanel username, ত আমি আমাৰ ইউজাৰনেম (username) দিব লাগিব |
03:58 | পাচৱৰ্দ (password)ৰ বাবে, মই জেনেৰেত এ পাচৱৰ্দ (Generate a password) বুটামত টিপিম |
04:03 | আপুনি যিকোনো ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) লিখিব পাৰে |
04:07 | ভবিষ্যতে ব্যৱ্হাৰৰ বাবে ল’গিন (login) সবিশেষটো লিখি ৰাখিব |
04:11 | তাৰপাছত নেকস্ত (Next) বুটামত টিপক |
04:14 | ইয়াৰ পাছত, ই ওৱেবচাইত (website) বনাবলৈ আমাক wordpress লাগে নেকি সোধে |
04:20 | আমি দ্ৰুপল (Drupal ) ওৱেবচাইত এটা হ’ষ্ট কৰিম |
04:23 | গতিকে No, not now বুটামত টিপক, তাৰপাছত Finish বুটামত টিপক |
04:28 | চেতাপটো সম্পূৰ্ণ হ’বলৈ কিছু মিনিট সময় ল’ব |
04:32 | চেতাপটো সম্পূৰ্ণ হ’লে, আমি এনেকুৱা ওইন্দ’ এখন দেখিম । ইয়াত, মেনেজ ( Manage) বুটামত টিপক |
04:40 | আমাৰ cPanel মেইন ওইন্দ’ এতিয়া খুলিছে । আমি আমাৰ Website Name, IP Address, ইত্যাদি চাব পাৰো |
04:48 | অনুগ্ৰহ কৰি এই পৃষ্ঠাটো চাওঁক আৰু অপচনসমূহ খোলক |
04:53 | পাছত আমি cPanelত দাতাবেচ (database) এটা বনাব লাগিব |
04:57 | File browserটো খোলক আৰু ফ’ল্দাৰটোলৈ যাওঁক য’ত আমি Bitnami Drupal Stackটো ইনস্তল কৰিছিলো |
05:04 | এতিয়া apps -> drupal -> htdocs -> sites -> default -> settings.php লৈ যাওঁক |
05:13 | settings.php ফাইলটো এদিতৰ এটাত খোল খাব |
05:18 | ফাইলটোৰ শেষলৈ যাওঁক । ইয়াত আপুনি দাতাবেচৰ (database) সবিশেষ দেখিব |
05:24 | cPanelত দাতাবেচ (database) এটা বনাবলৈ আপুনি এই সবিশেষ ব্যৱ্হাৰ কৰিব লাগিব |
05:30 | cPanel মেইন ওইন্দ’লৈ যাওঁক |
05:33 | দাতাবেচেচৰ (Databases) ভিতৰত, MySQL Database Wizardত টিপক |
05:37 | এতিয়া settings.php ফাইলৰ পৰা দাতাবেচ নামটো ক’পি কৰক |
05:42 | আৰু MySQL Database Wizardত ইয়াক দাতাবেচ (database) নাম হিচাবে পেষ্ট কৰক |
05:47 | Next Step বুটামত টিপক |
05:50 | ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) ক’পি আৰু পেষ্ট কৰক |
05:55 | Create User বুটামত টিপক |
05:57 | ALL PRIVILEGES অপচনত এটা চেকমাৰ্ক দিয়ক |
06:01 | Next Step বুটামত টিপক |
06:04 | Return to MySQL Databasesত টিপক |
06:08 | ইয়াত আমি বনোৱা দাতাবেচ (database) আৰু ইউজাৰক (user) চাব পাৰো |
06:13 | পাছত আহক আমি cPanelত দ্ৰুপল (Drupal) ইনস্তল কৰিবলৈ শিকো । ওপৰৰ পেনেলত Home বুটামত টিপক |
06:21 | Web Applicationsৰ ভিতৰত, দ্ৰুপলত (Drupal)টিপক |
06:24 | সোফালে, install this application বুটামত টিপক |
06:29 | ল’কেচন (Location)ৰ ভিতৰত, আপুনি দ’মেইন (domain) নামটো দেখিছে |
06:33 | ভাৰ্চন (Version)ৰ ভিতৰত, আপুনি ল’কেল মেচিনত ইনস্তল কৰা ভাৰ্চনটো বাচক । মই 8.2.6 বাচিম |
06:41 | চেটিংগচ (Settings)ৰ ভিতৰত, আমি এদমিনিষ্ট্ৰেতৰৰ (administrator) বাবে আমাৰ ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) দিব লাগিব |
06:48 | ভবিষ্যতে ব্যৱ্হাৰৰ বাবে ল’গিন (login) সবিশেষটো লিখি ৰাখিব |
06:52 | এদভাঞ্চদ (Advanced) চেকচনত, আমি দাতাবেচ (database), email আৰু বেকআপ (backup) সজাব পাৰো |
06:58 | মই Let me manage these settingsক বাচিম |
07:02 | দাতাবেচ মেনেজমেন্ত (Database Management)ত, Let me choose an existing databaseক বাচক |
07:07 | দাতাবেচ নেমত (Database Name), আমি আগতে বনোৱা দাতাবেচটো বাচক |
07:12 | দাতাবেচ ইউজাৰনেম (Database Username) আৰু পাচৱৰ্দত (Password), settings.php ফাইলটোৰপৰা সবিশেষ দিয়ক |
07:19 | Table Prefixত, ফিল্দটো খালী ৰাখক |
07:23 | এতিয়া ইনস্তল (Install) বুটামত টিপক |
07:26 | ইনস্ত’লেচনটো হ’লে, আমি ইয়াত আমাৰ ওৱেবচাইত (website) নামটো দেখিম । ইয়াত টিপক |
07:33 | আমাৰ ওৱেবচাইতটো (website) সফলভাবে হ’ষ্ট কৰা হ’ল |
07:36 | কিন্তু আমি ইয়াক আমাৰ ল’কেল বিষয়বস্তুৰে আপদেত কৰিব লাগিব । গতিকে আহক আমি এই ওৱেবচাইতটোত (website) আমাৰ ল’কেল বিষয়বস্তু আপল’দ কৰিবলৈ শিকো |
07:45 | cPanel মেইন ওইন্দ’লৈ যাওঁক আৰু ওপৰৰ পেনেলত Home বুটামত টিপক |
07:51 | আমি cPanelৰ ফাইল মেনেজাৰ (File Manager) টো খুলিম |
07:55 | Web Root অপচনটো নিৰ্বাচিত কৰাটো নিশ্বিত কৰক । Go বুটামত টিপক |
08:01 | এতিয়া আমি public_html ফ’ল্দাৰত আছো । ওপৰৰ পেনেলত আপল’দ (Upload) বুটামত টিপক |
08:09 | Browse বুটামত টিপক আৰু দাউনল’দচ (Downloads) ফ’ল্দাৰৰ পৰা htdocs.zip ফাইলটো বাচক । ফাইলটো এতিয়া সফলভাবে আপল’দ হ’ল |
08:19 | যদি আপোনাৰ ডাঙৰ চাইজৰ ফাইল আছে, অনুগ্ৰহ কৰি আপল’দিঙৰ বাবে Filezilla বা যিকোনো SSH client ব্যৱ্হাৰ কৰক |
08:27 | এতিয়া এই ওইন্দ’ বন্ধ কৰক |
08:29 | ফাইল মেনেজাৰ (File Manager) ওইন্দ’ত , htdocs.zip ফাইললৈ যাওঁক আৰু ইয়াক টিপক |
08:36 | এতিয়া ফাইলটো এক্সত্ৰেক্ত কৰিবলৈ, ওপৰৰ পেনেলত এক্সত্ৰেক্ত (Extract) বুটামত টিপক |
08:41 | প’প আপ ওইন্দ’ত, এক্সত্ৰেক্ত ফাইল (Extract File) বুটামত টিপক |
08:47 | ফাইলটো এক্সত্ৰেক্ত হ’লে, htdocs ফ’ল্দাৰত দুবাৰ টিপক |
08:52 | এতিয়া চাইতচ (Sites) ফ’ল্দাৰলৈ যাওঁক |
08:55 | ইয়াত আমি দিফল্ট (default) ফ’ল্দাৰৰ পাৰ্মিচনটো সলাম |
08:59 | তাক কৰিবলৈ, Permissions ক’লমত টিপক আৰু ইয়াক 755লৈ সলাওঁক । ই ইউজাৰক (user) write permission দিব |
09:08 | তাৰপাছত দিফল্ট (default) ফ’ল্দাৰলৈ যাওঁক আৰু settings.php ফাইলৰ permissions সলাওঁক |
09:16 | পুনৰ এবাৰ, Permissions ক’লমত টিপক আৰু ইয়াক 600লৈ সলাওঁক |
09:22 | ই ইউজাৰক (user) write permission দিব যাতে আমি settings.php ফাইলটো এদিত কৰিব পাৰো |
09:29 | settings.php ফাইলটো খুলিবলৈ, ওপৰৰ পেনেলত ক’ড এদিতৰ (Code Editor) বুটামত টিপক |
09:35 | এদিত (Edit) বুটামত টিপক |
09:37 | ফাইলটোৰ শেষলৈ যাওঁক । ইয়াত আমি দাতাবেচৰ (database) সবিশেষ দেখিম |
09:43 | unix_socket শাৰীটো আতৰাওঁক |
09:46 | এতিয়া ওপৰৰ পেনেলত ছেভ চেঞ্জেচ (Save Changes) বুটামত টিপক |
09:50 | ওপৰৰ পেনেলত Up One Level বুটামত টিপক |
09:54 | পুনৰ এবাৰ, Up One Level বুটামত টিপক । এতিয়া আমি এই বিষয়বস্তুক public_html ফ’ল্দাৰলৈ নিব লাগিব |
10:04 | ফাইলচ আৰু ফ’ল্দাৰচক নিৰ্বাচিত কৰিবলৈ, Select All বুটামত টিপক |
10:09 | ওপৰৰ পেনেলত Move বুটামত টিপক |
10:12 | file pathত, htdocsক আতৰাওঁক |
10:16 | Move Files বুটামত টিপক |
10:18 | কাষৰ পেনেলত, public_html ফ’ল্দাৰত টিপক |
10:24 | এতিয়া public_html ফ’ল্দাৰটো আমাৰ ল’কেল ওৱেবচাইতটোৰ (website) ক’ডৰ সৈতে স্থানান্তৰিত হ’ল |
10:32 | পাছত আমি ল’কেল দাতাবেচটো (database) আমাৰ লাইভ ওৱেবচাইতটোলৈ (website) ইম্প’ৰ্ত কৰিব লাগিব । তাক কৰিবলৈ, cPanel ৰ মেইন ওইন্দ’লৈ যাওঁক |
10:41 | দাতাবেচেচৰ (Databases) ভিতৰত, phpMyAdmin ত টিপক |
10:45 | কাষৰ পেনেলত, আমি আগতে বনোৱা দাতাবেচটোত (database) টিপক |
10:50 | ওপৰৰ পেনেলত ইম্প’ৰ্ত (Import) বুটামত টিপক |
10:54 | তাৰপাছত Browse বুটামত টিপক |
10:56 | এতিয়া আমাৰ ল’কেল দ্ৰুপল (Drupal) ৰপৰা এক্সপ’ৰ্ত কৰা sql ফাইলটো বাচক |
11:02 | শেষত, Go বুটামত টিপক । আপুনি দেখিব যে sql ফাইলটো সফলভাবে ইম্প’ৰ্ত হ’ল |
11:10 | এতিয়া ব্ৰ’জাৰটোত এটা নতুন তেব খোলক আৰু এদ্ৰেচ বাৰত আপোনাৰ দ’মেইন (domain) নামটো লিখক । আমাৰ দ্ৰুপল (Drupal) ওৱেবচাইতটো সফলভাবে হ’ষ্টেদ হ’ল |
11:20 | ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
11:24 | আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো- আমাৰ ওৱেবচাইতৰ (website) বাবে ক’ড আৰু দাতাবেচ সাজু কৰিবলৈ, আমাৰ দ্ৰুপল ওৱেবচাইত (Drupal website) হ’ষ্ট কৰিবলৈ আৰু এই ওৱেবচাইতত (website) আমাৰ ল’কেল বিষয়বস্তু আপল’দ কৰিবলৈ |
11:38 | তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক |
11:46 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক |
11:57 | স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI ৰদ্বাৰা সমর্থিত |
12:09 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |