Drupal/C4/Hosting-a-Drupal-website/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 হ’ষ্টিং এ দ্ৰুপল ওৱেবচাইত ( Hosting a Drupal website) ৰ স্প’কেন টিউট'ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম আমাৰ ওৱেবচাইতৰ (website) বাবে ক’ড আৰু দাতাবেচ তৈয়াৰ কৰিবলৈ
00:13 আমাৰ দ্ৰুপল ওৱেবচাইত (Drupal website ) হ’ষ্ট কৰিবলৈ আৰু এই ওৱেবচাইতটোত (website) আমাৰ ল’কেল বিষয়বস্তু আপল’দ কৰিবলৈ
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 16.04 আৰু ফায়াৰফক্স ওৱেব ব্রাউজাৰ (Firefox web browser)
00:28 আপুনি আপোনাৰ পচন্দৰ যিকোনো ব্রাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:32 এই টিউট’ৰিয়েলটো অনুসৰন কৰিবলৈ, আপোনাক এটা কামকৰা ইন্টাৰনেত কানেকচন (Internet connection) লাগিব
00:37 এটা ওৱেব হ’ষ্টিং ক’নট্ৰ’ল পেনেল যেনে cPanel আৰু এটা দ’মেইন নাম
00:43 আপোনাৰ লগতে দ্ৰুপলৰ ( Drupal) সাধাৰণ জ্ঞান থাকিব লাগিব
00:47 যদি নাই, সঙ্গত দ্ৰুপল ( Drupal) টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি দৰ্শিত লিংকটো চাওঁক
00:53 প্ৰথমে আমি দ্ৰুপল ওৱেব হ’ষ্টিং চাৰ্ভিচেছৰ (Drupal web hosting services) বিষয়ে শিকো
00:57 Godaddy, Bigrock আৰু HostCats ৰ দৰে বহুতো ওৱেব হ’ষ্টিং চাৰ্ভিচেছ (web hosting services ) উপলদ্ধ
01:06 এই সেৱা প্ৰদানকাৰীসকল এটা স্বয়ংক্ৰীয় ইনষ্ট’লাৰ স্ক্ৰিপ্তৰ সৈতে cPanel যুক্ত
01:12 এই প্ৰদানকাৰীসকলৰ পৰা কিছু স্পেছ কিনিবলৈ পে কৰিব লাগিব
01:17 ওৱেবচাইত এটা হ’ষ্ট কৰিবলৈ, আপোনাক ল’কেল দ্ৰুপল ওৱেবচাইতটোৰ (Drupal website ) ক’ড আৰু দাতাবেচ লাগিব
01:24 আহক আমাৰ ল’কেল দ্ৰুপল ওৱেবচাইতটো (Drupal website ) খোলো যাক আমি হ’ষ্ট কৰিম
01:29 আমি প্ৰথমে কেচ (cache) খালী কৰিম । তাক কৰিবলৈ, কনফিগুৰেচন মেনুত (Configuration menu) টিপক
01:35 দেভেল’পমেন্তৰ (Development) তলত, পাৰফৰমেঞ্চ (Performance ) অপচনত টিপক
01:40 ইয়াত, এগ্ৰিগেত (Aggregate) CSS ফাইলচ (files) আৰু এগ্ৰিগেত (Aggregate) JavaScript ফাইলচ (files) অপচনচৰ পৰা চেকমাৰ্কচ আতৰাওঁক
01:48 চেভ কনফিগুৰেচন (Save configuration) বুটামত টিপক
01:52 এতিয়া ক্লিয়েৰ অল কেচেছ (Clear all caches) বুটামত টিপক । আপুনি দেখিছে যে কেচেছ (caches) খালী হ’ল
02:00 এতিয়া আমি ক’ডটো সাজু কৰিম । তাক কৰিবলৈ, ফাইল ব্ৰ’জাৰটো (File browser) খোলক
02:06 ফ’ল্দাৰটোলৈ যাওঁক য’ত আমি দ্ৰ’পলক (Drupal) ল’কেলি ইনষ্ট’ল কৰিছিলো
02:11 এতিয়া এপচ (apps) -> দ্ৰ’পল (drupal) -> htdocs ফ’ল্দাৰ (folder) টোলৈ যাওঁক
02:16 এই htdocs ফ’ল্দাৰটোৰ ভিতৰত, আমাৰ ল’কেল ওৱেবচাইত (website) টোৰ ক’ড আছে । আহক এই ফ’ল্দাৰটো কমপ্ৰেচ (compress) বা জিপ (zip) কৰো
02:25 মই ইয়াক মোৰ মেচিনত দাউনল’দচ (Downloads) ফ’ল্দাৰত ছেভ কৰিম
02:30 এতিয়া আমাৰ ক’ড সাজু হ’ল
02:32 পাছ্ত আমি দাতাবেচটো সাজু কৰিম । আহক আমি আমাৰ ল’কেল ওৱেবচাইতৰ (website) phpMyAdminক খোলো
02:41 bitnami_drupal8 নামৰ দাতাবেচটোত (database) টিপক
02:46 ওপৰৰ পেনেলত এক্সপ’ৰ্ট (Export) বুটামত টিপক
02:50 তাৰপাছত এক্সপ’ৰ্ট মেথদটো (Export method) কাষ্টম (Custom) হিচাবে নিৰ্বাচিত কৰক
02:54 অবজেক্ত ক্ৰিয়েচন অপচনচ (Object creation options) চেকচনৰ ভিতৰত, এদ দ্ৰপ টেবল (Add DROP TABLE) অপচনত এটা চেকমাৰ্ক দিয়ক
03:01 তললৈ যাওঁক আৰু শেষত গৌ (Go) বুটামত টিপক
03:06 ফাইলটো ছেভ কৰিবলৈ OK বুটামত টিপক
03:09 দিফল্ট দাউনল’দচ (Downloads) ফ’ল্দাৰটো খোলক আৰু ৰপ্তানি কৰা sql ফাইল আৰু htdocs zip ফাইল চাওঁক
03:18 পাছত আমি cPanel এটা সজাবলৈ শিকিম । ইয়াক কৰিবলৈ, Set Up বুটামত টিপক
03:25 ইয়াত আমি দ’মেইন (domain) নামটো বাচিব লাগিব । মই ইতিমধ্যে codingfordrupal.info নামৰ দ’মেইন (domain) এটা কিনিলো
03:33 আপুনি ইয়াত নিজৰ দ’মেইন (domain) নামটো ব্যৱ্হাৰ কৰিব লাগিব
03:37 দ’মেইন এটা কিনাৰ বিষয়ে সবিশেষ এই টিউট’ৰিয়েলটোৰ এদিচনেল মেতেৰিয়েল (“Additional Material”) লিংকত দিয়া আছে
03:43 নেকস্ত (Next) বুটামত টিপক
03:46 ইয়াত আমি দাতা চেন্টাৰ এটা বাচিব লাগিব । মই এচিয়াত (Asia ) আৰু নেকস্ত (Next) বুটামত টিপক
03:53 cPanel username, ত আমি আমাৰ ইউজাৰনেম (username) দিব লাগিব
03:58 পাচৱৰ্দ (password)ৰ বাবে, মই জেনেৰেত এ পাচৱৰ্দ (Generate a password) বুটামত টিপিম
04:03 আপুনি যিকোনো ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) লিখিব পাৰে
04:07 ভবিষ্যতে ব্যৱ্হাৰৰ বাবে ল’গিন (login) সবিশেষটো লিখি ৰাখিব
04:11 তাৰপাছত নেকস্ত (Next) বুটামত টিপক
04:14 ইয়াৰ পাছত, ই ওৱেবচাইত (website) বনাবলৈ আমাক wordpress লাগে নেকি সোধে
04:20 আমি দ্ৰুপল (Drupal ) ওৱেবচাইত এটা হ’ষ্ট কৰিম
04:23 গতিকে No, not now বুটামত টিপক, তাৰপাছত Finish বুটামত টিপক
04:28 চেতাপটো সম্পূৰ্ণ হ’বলৈ কিছু মিনিট সময় ল’ব
04:32 চেতাপটো সম্পূৰ্ণ হ’লে, আমি এনেকুৱা ওইন্দ’ এখন দেখিম । ইয়াত, মেনেজ ( Manage) বুটামত টিপক
04:40 আমাৰ cPanel মেইন ওইন্দ’ এতিয়া খুলিছে । আমি আমাৰ Website Name, IP Address, ইত্যাদি চাব পাৰো
04:48 অনুগ্ৰহ কৰি এই পৃষ্ঠাটো চাওঁক আৰু অপচনসমূহ খোলক
04:53 পাছত আমি cPanelত দাতাবেচ (database) এটা বনাব লাগিব
04:57 File browserটো খোলক আৰু ফ’ল্দাৰটোলৈ যাওঁক য’ত আমি Bitnami Drupal Stackটো ইনস্তল কৰিছিলো
05:04 এতিয়া apps -> drupal -> htdocs -> sites -> default -> settings.php লৈ যাওঁক
05:13 settings.php ফাইলটো এদিতৰ এটাত খোল খাব
05:18 ফাইলটোৰ শেষলৈ যাওঁক । ইয়াত আপুনি দাতাবেচৰ (database) সবিশেষ দেখিব
05:24 cPanelত দাতাবেচ (database) এটা বনাবলৈ আপুনি এই সবিশেষ ব্যৱ্হাৰ কৰিব লাগিব
05:30 cPanel মেইন ওইন্দ’লৈ যাওঁক
05:33 দাতাবেচেচৰ (Databases) ভিতৰত, MySQL Database Wizardত টিপক
05:37 এতিয়া settings.php ফাইলৰ পৰা দাতাবেচ নামটো ক’পি কৰক
05:42 আৰু MySQL Database Wizardত ইয়াক দাতাবেচ (database) নাম হিচাবে পেষ্ট কৰক
05:47 Next Step বুটামত টিপক
05:50 ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) ক’পি আৰু পেষ্ট কৰক
05:55 Create User বুটামত টিপক
05:57 ALL PRIVILEGES অপচনত এটা চেকমাৰ্ক দিয়ক
06:01 Next Step বুটামত টিপক
06:04 Return to MySQL Databasesত টিপক
06:08 ইয়াত আমি বনোৱা দাতাবেচ (database) আৰু ইউজাৰক (user) চাব পাৰো
06:13 পাছত আহক আমি cPanelত দ্ৰুপল (Drupal) ইনস্তল কৰিবলৈ শিকো । ওপৰৰ পেনেলত Home বুটামত টিপক
06:21 Web Applicationsৰ ভিতৰত, দ্ৰুপলত (Drupal)টিপক
06:24 সোফালে, install this application বুটামত টিপক
06:29 ল’কেচন (Location)ৰ ভিতৰত, আপুনি দ’মেইন (domain) নামটো দেখিছে
06:33 ভাৰ্চন (Version)ৰ ভিতৰত, আপুনি ল’কেল মেচিনত ইনস্তল কৰা ভাৰ্চনটো বাচক । মই 8.2.6 বাচিম
06:41 চেটিংগচ (Settings)ৰ ভিতৰত, আমি এদমিনিষ্ট্ৰেতৰৰ (administrator) বাবে আমাৰ ইউজাৰনেম (username) আৰু পাচৱৰ্দ (password) দিব লাগিব
06:48 ভবিষ্যতে ব্যৱ্হাৰৰ বাবে ল’গিন (login) সবিশেষটো লিখি ৰাখিব
06:52 এদভাঞ্চদ (Advanced) চেকচনত, আমি দাতাবেচ (database), email আৰু বেকআপ (backup) সজাব পাৰো
06:58 মই Let me manage these settingsক বাচিম
07:02 দাতাবেচ মেনেজমেন্ত (Database Management)ত, Let me choose an existing databaseক বাচক
07:07 দাতাবেচ নেমত (Database Name), আমি আগতে বনোৱা দাতাবেচটো বাচক
07:12 দাতাবেচ ইউজাৰনেম (Database Username) আৰু পাচৱৰ্দত (Password), settings.php ফাইলটোৰপৰা সবিশেষ দিয়ক
07:19 Table Prefixত, ফিল্দটো খালী ৰাখক
07:23 এতিয়া ইনস্তল (Install) বুটামত টিপক
07:26 ইনস্ত’লেচনটো হ’লে, আমি ইয়াত আমাৰ ওৱেবচাইত (website) নামটো দেখিম । ইয়াত টিপক
07:33 আমাৰ ওৱেবচাইতটো (website) সফলভাবে হ’ষ্ট কৰা হ’ল
07:36 কিন্তু আমি ইয়াক আমাৰ ল’কেল বিষয়বস্তুৰে আপদেত কৰিব লাগিব । গতিকে আহক আমি এই ওৱেবচাইতটোত (website) আমাৰ ল’কেল বিষয়বস্তু আপল’দ কৰিবলৈ শিকো
07:45 cPanel মেইন ওইন্দ’লৈ যাওঁক আৰু ওপৰৰ পেনেলত Home বুটামত টিপক
07:51 আমি cPanelফাইল মেনেজাৰ (File Manager) টো খুলিম
07:55 Web Root অপচনটো নিৰ্বাচিত কৰাটো নিশ্বিত কৰক । Go বুটামত টিপক
08:01 এতিয়া আমি public_html ফ’ল্দাৰত আছো । ওপৰৰ পেনেলত আপল’দ (Upload) বুটামত টিপক
08:09 Browse বুটামত টিপক আৰু দাউনল’দচ (Downloads) ফ’ল্দাৰৰ পৰা htdocs.zip ফাইলটো বাচক । ফাইলটো এতিয়া সফলভাবে আপল’দ হ’ল
08:19 যদি আপোনাৰ ডাঙৰ চাইজৰ ফাইল আছে, অনুগ্ৰহ কৰি আপল’দিঙৰ বাবে Filezilla বা যিকোনো SSH client ব্যৱ্হাৰ কৰক
08:27 এতিয়া এই ওইন্দ’ বন্ধ কৰক
08:29 ফাইল মেনেজাৰ (File Manager) ওইন্দ’ত , htdocs.zip ফাইললৈ যাওঁক আৰু ইয়াক টিপক
08:36 এতিয়া ফাইলটো এক্সত্ৰেক্ত কৰিবলৈ, ওপৰৰ পেনেলত এক্সত্ৰেক্ত (Extract) বুটামত টিপক
08:41 প’প আপ ওইন্দ’ত, এক্সত্ৰেক্ত ফাইল (Extract File) বুটামত টিপক
08:47 ফাইলটো এক্সত্ৰেক্ত হ’লে, htdocs ফ’ল্দাৰত দুবাৰ টিপক
08:52 এতিয়া চাইতচ (Sites) ফ’ল্দাৰলৈ যাওঁক
08:55 ইয়াত আমি দিফল্ট (default) ফ’ল্দাৰৰ পাৰ্মিচনটো সলাম
08:59 তাক কৰিবলৈ, Permissions ক’লমত টিপক আৰু ইয়াক 755লৈ সলাওঁক । ই ইউজাৰক (user) write permission দিব
09:08 তাৰপাছত দিফল্ট (default) ফ’ল্দাৰলৈ যাওঁক আৰু settings.php ফাইলৰ permissions সলাওঁক
09:16 পুনৰ এবাৰ, Permissions ক’লমত টিপক আৰু ইয়াক 600লৈ সলাওঁক
09:22 ই ইউজাৰক (user) write permission দিব যাতে আমি settings.php ফাইলটো এদিত কৰিব পাৰো
09:29 settings.php ফাইলটো খুলিবলৈ, ওপৰৰ পেনেলত ক’ড এদিতৰ (Code Editor) বুটামত টিপক
09:35 এদিত (Edit) বুটামত টিপক
09:37 ফাইলটোৰ শেষলৈ যাওঁক । ইয়াত আমি দাতাবেচৰ (database) সবিশেষ দেখিম
09:43 unix_socket শাৰীটো আতৰাওঁক
09:46 এতিয়া ওপৰৰ পেনেলত ছেভ চেঞ্জেচ (Save Changes) বুটামত টিপক
09:50 ওপৰৰ পেনেলত Up One Level বুটামত টিপক
09:54 পুনৰ এবাৰ, Up One Level বুটামত টিপক । এতিয়া আমি এই বিষয়বস্তুক public_html ফ’ল্দাৰলৈ নিব লাগিব
10:04 ফাইলচ আৰু ফ’ল্দাৰচক নিৰ্বাচিত কৰিবলৈ, Select All বুটামত টিপক
10:09 ওপৰৰ পেনেলত Move বুটামত টিপক
10:12 file pathত, htdocsক আতৰাওঁক
10:16 Move Files বুটামত টিপক
10:18 কাষৰ পেনেলত, public_html ফ’ল্দাৰত টিপক
10:24 এতিয়া public_html ফ’ল্দাৰটো আমাৰ ল’কেল ওৱেবচাইতটোৰ (website) ক’ডৰ সৈতে স্থানান্তৰিত হ’ল
10:32 পাছত আমি ল’কেল দাতাবেচটো (database) আমাৰ লাইভ ওৱেবচাইতটোলৈ (website) ইম্প’ৰ্ত কৰিব লাগিব । তাক কৰিবলৈ, cPanel ৰ মেইন ওইন্দ’লৈ যাওঁক
10:41 দাতাবেচেচৰ (Databases) ভিতৰত, phpMyAdmin ত টিপক
10:45 কাষৰ পেনেলত, আমি আগতে বনোৱা দাতাবেচটোত (database) টিপক
10:50 ওপৰৰ পেনেলত ইম্প’ৰ্ত (Import) বুটামত টিপক
10:54 তাৰপাছত Browse বুটামত টিপক
10:56 এতিয়া আমাৰ ল’কেল দ্ৰুপল (Drupal) ৰপৰা এক্সপ’ৰ্ত কৰা sql ফাইলটো বাচক
11:02 শেষত, Go বুটামত টিপক । আপুনি দেখিব যে sql ফাইলটো সফলভাবে ইম্প’ৰ্ত হ’ল
11:10 এতিয়া ব্ৰ’জাৰটোত এটা নতুন তেব খোলক আৰু এদ্ৰেচ বাৰত আপোনাৰ দ’মেইন (domain) নামটো লিখক । আমাৰ দ্ৰুপল (Drupal) ওৱেবচাইতটো সফলভাবে হ’ষ্টেদ হ’ল
11:20 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
11:24 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত, আমি শিকিলো- আমাৰ ওৱেবচাইতৰ (website) বাবে ক’ড আৰু দাতাবেচ সাজু কৰিবলৈ, আমাৰ দ্ৰুপল ওৱেবচাইত (Drupal website) হ’ষ্ট কৰিবলৈ আৰু এই ওৱেবচাইতত (website) আমাৰ ল’কেল বিষয়বস্তু আপল’দ কৰিবলৈ
11:38 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:46 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:57 স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI ৰদ্বাৰা সমর্থিত
12:09 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9