Digital-Divide/C2/Registration-of-an-account-for-online-train-ticket-booking/Assamese

From Script | Spoken-Tutorial
Revision as of 17:50, 24 March 2017 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Registration of an account for online train booking ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:10 এই টিউটোৰিয়েলত আমি irctc.co.in ত এটা নতুন অ্যাকাউন্ট ৰেজিস্টাৰ কৰা শিকিম।
00:18 আমি নিম্ন সম্পর্কে শিকিম:
00:20 ইউসাৰৰ তথ্য প্রবিষ্ট কৰা।
00:21 অ্যাকাউন্ট সক্রিয় কৰা আৰু
00:23 পাসওয়ার্ড সলোৱা।
00:26 ইউসাৰ তথ্যৰ উপৰত কিছো ইঙ্গিত।
00:29 নামত 10 ৰ পৰা কম অক্ষৰ হব লাগিব।
00:32 অক্ষৰ, সংখ্যা আৰু আন্ডাৰস্কোৰ হব পাৰে।
00:36 পাসওয়ার্ড পাহৰি গলে সিকিউৰিটি প্ৰশ্ন দৰকাৰী।
00:40 অ্যাকাউন্ট সক্রিয় হলে, তথ্য ইমেল আৰু মোবাইলত পঠোৱা হয়।
00:45 আমি দেখিম যে এইটো ব্রাউজাৰত কিভাবে কৰে।
00:49 মই ইতিমধ্যে এই ওয়েবসাইট খুলিছো - irctc.co.in
00:54 মই ফন্ট বৃদ্ধি কৰো।
00:56 টিকেট কিনাৰ পূর্বত প্রথম কামটো হল Signup কৰা.
01:01 এতিয়া আমি এইটোত টিপো - Signup
01:08 আৰু আমি এই পৃষ্ঠাত যাও।
01:11 ইয়াত Username প্রয়োজন।
01:14 এতিয়া আমি ফন্টৰ আকাৰ বৃদ্ধি কৰো।
01:19 kannan.mou
01:21 এইটোৱে 10 অক্ষৰৰ অধিক গ্রহণ নকৰে।
01:24 এইটোৱে সর্বদা কয় যে সর্বোচ্চ 10 অক্ষৰ।
01:28 এতিয়া উপলব্ধতা চাও।
01:31 এইটোৱে কয় যে The Login Name field accepts letters, numbers & underscore কিন্তু আমি ইয়াতে ফুলস্টপ দিছো।
01:40 অর্থাৎ মই...
01:42 মই ইয়াত যাম আৰু _ mou লিখক আৰু তাৰপিছত এই নামটো  উপলব্ধ আছে নে নাই চাম।
01:52 মই এটা ম্যাসেজ পাও user Name is Available.. Please go ahead with the Registration process...
01:58 মই ফন্টটো আৰো বৃদ্ধি কৰো, যাতে এইটো সহজে দেখা দিয়ে।
02:08 এতিয়া অন্যান্য তথ্য লিখক।
02:11 এতিয়া আমি Security question চাও।
02:15 পাসওয়ার্ড পাহৰি গলে আকৌ এবাৰ প্রাপ্ত কৰিবলৈ এইটো দৰকাৰী।
02:19 মই চয়ন কৰো What is your pets name?
02:22 এতিয়া মই  snowy প্রবিষ্ট কৰো।
02:27 First name হল Kannan
02:31 Last name হল Moudgalya.
02:37 Gender হিসাবে Male লিখক।
02:40 Marital status হল Married
02:43 Date of birth হিসাবে 20 ডিসেম্বৰ 1960
02:55 Occupation হল Government
02:59 Email ID হিসাবে joker@iitb.ac.in নির্বাচন কৰক। এইটোৱে কয় যে Your password will be sent to this email id.
03:12 Mobile নম্বৰ লিখো - 8876543210.
03:26 এইটোৱে কয় যে Mobile verification code will be sent to this mobile number
03:32 Nationality হিসাবে India চয়ন কৰো।
03:36 Residential Address – ত 1, Main Road লিখক।
03:44 City হিসাবে Agra চয়ন কৰো।
03:48 State হিসাবে Uttar Pradesh চয়ন কৰো।
03:58 Pin/Zip হিসাবে 123456 লিখো।
04:05 Country হিসাবে India চয়ন কৰো।
04:10 আপোনি এইটো সঠিকভাবে লিখিব লাগিব।
04:13 এই এড্রেসটো টিকেট পাবলৈ ব্যবহাৰ কৰিব পাৰে।
04:17 Phone নম্বৰ হিসাবে 0111 লিখো। 
04:23 মই ইয়াত 12345678 ৰুপত লিখিছো।
04:29 মই পৃথক অফিস এড্রেস দিব বিছাৰিলে
04:32 ইয়াত এইটো Noত টিপি কৰিব পাৰি।
04:37 এই ক্ষেত্রত, আমি বিবৰণ দিব লাগিব।
04:41 মই এই বিবৰণ লিখিব নিবিচাৰো।
04:43 সেয়ে মই Yes টিপি Office Address বন্ধ কৰো।
04:48 এতিয়া তলত যাও।
04:50 এইটোৱে জানিব বিছাৰে যে মই আৰো ইমেল পাব বিছাৰো নে নাই।
04:56 আমি এইটোক অলপ সৰু কৰো।
04:59 মই কোনো ইমেল পাব নিবিছাৰো সেয়ে No ত টিপো।
05:06 এতিয়া Enter Verification Code ফীল্ডত লিখক- T37861W
05:17 Submit বোতামত টিপক।
05:21 এটা ম্যাগ্নিফায়িং গ্লাস লও, যি আমাৰ ইয়াত প্রয়োজন।
05:27 ই কয় : Your Email id: joker
05:31 and given Mobile number will be validated
05:36 Press OK to continue or Cancel to update.
05:39 OK ত টিপো।
05:48 ই কয় Please indicate your acceptance of the Terms and Conditions button at the bottom of the page.
05:57 এতিয়া তলত যাও।
06:00 এইটোক অলপ সৰু কৰো যাতে আপোনালোক সকলোৱে ইয়াক চাব পাৰে।
06:07 আপোনি বিছাৰিলে, প্রতিটো বিকল্পত টিপি চাব পাৰে।
06:13 আমি এইটো গ্রহণ কৰো।
06:17 Accept ত টিপো।
06:20 পুনৰায় ৰেকর্ডিং আৰম্ভ কৰিছো।
06:22 কেতিয়াবা কেতিয়াবা irctc  লেহেমীয়া হলে এইটোক ৰখাই দিয়ো।
06:27 এইটোৱে কিছু সময় লব।
06:29 এইটোৱে কয় যে Thank you. You have been successfully registered.
06:34 এইটোক অলপ ডাঙৰ কৰো, এইটোৱে কয় যে Your user-id password and activation link has been send to your registered Email id
06:41 and mobile verification code has been send to registered mobile number.
06:46 Please use the activation link and mobile verification code to activate your account.
06:54 মই স্লাইডলৈ উভতি আহো, এতিয়া অ্যাকাউন্ট সক্রিয় কৰা শিকো।
07:01 IRCTCৰ পৰা এটা ইমেল আহিব।
07:05 ইমেলত দিয়া লিঙ্কত টিপক
07:08 বা লিঙ্কক ব্রাউজাৰত কপি পেস্ট কৰক।
07:11 এইটোৱে এটা ওয়েব পেজ খুলিব।
07:14 মোবাইলত পঠোৱা কোড লিখক।
07:17 এইটোৱে অ্যাকাউন্টটোক সক্রিয় কৰে।
07:20 এতিয়া আমি এইটোক ওয়েব ব্রাউজাৰত কৰো।
07:25 এইটোৱে যেনে কয় তেনে কৰো।
07:28 প্রথমে মই মোৰ ইমেল এড্রেসত যাও।
07:32 মই নিম্ন মেল পাইছো।
07:34 মোৰ user id দিয়া হৈছে।
07:36 Kannan_mou, পাসওয়ার্ড ইয়াত দিয়া হৈছে
07:40 আৰু অ্যাকাউন্ট সক্রিয় কৰিবলৈ ইয়াত Click Here ত টিপক।
07:43 আমি ইয়াত টিপো।
07:48 এইটোৱে ওয়েবসাইটলৈ উভতাই লৈ আহে।
07:51 মই এই ম্যাসেজ পাও।
07:58 এতিয়া মোবাইলত প্রাপ্ত Mobile Verification Code লিখো।
08:09 6 অক্ষৰৰ স্ট্রিং।
08:13 Submit বোতামত টিপক।
08:20 এইটোৱে কয় যে For security reasons you should change your password after your login
08:24 এতিয়া মই টিকেট বুক কৰিবলৈ প্রস্তুত।
08:31 প্রথমে মই sign out কৰিম
08:37 মই এইটু লিখাত অলপ লেহেমীয়া আছিলো, সেয়ে এইটোৱে কয় যে The Session has Expired
08:43 এই ম্যাসেজটো, irctc ব্যবহাৰ কৰিলে আৰু তাত তথ্য পূৰণ কৰিবলৈ দেৰী হলে, আহি থাকে।
08:51 একো নাই।
08:53 আকৌ এবাৰ লগইন কৰি চেষ্টা কৰক।
08:55 একাউন্টত আকৌ এবাৰ লগইন কৰো।
08:59 এতিয়া পাসওয়ার্ড সলোৱা শিকো।
09:03 এতিয়া http://www.irctc.co.in ত যাও।
09:06 সক্রিয় একাউন্টত লগ ইন কৰো।
09:09 ইয়াৰ বাবে, ইমেল দ্বাৰা পঠোৱা পাসওয়ার্ড ব্যবহাৰ কৰক।
09:13 User Profile আৰু Change Password লিঙ্কত যাওক।
09:19 পুৰনা পাসওয়ার্ড লিখক।
09:21 নতুন পাসওয়ার্ড দুইবাৰ লিখক।
09:24 এতিয়া আমি এইটো ওয়েব ব্রাউজাৰত কৰো।
09:29 Usernameত লিখক kannan _mou
09:36 Password, যি আমাৰ ইমেল এড্রেসত পঠোৱা হৈছে।
09:40 মই এইটো প্রথমবাৰ কৰিছো।
09:42 kgm838
09:46 Login ত টিপো।
09:49 ইমেলত পঠোৱা পাসওয়ার্ড পৰিবর্তন হোৱা জৰুৰী।
09:57 এইটো আমি User Profile ত গৈ কৰিম।
10:01 Change Password ত টিপো।
10:10 Old Password, New Password , Confirm Password  
10:20 আমি Submit বোতামত টিপো।
10:23 এটা ম্যাসেজ পাও যে
10:25 Your Password has been changed
10:27 ঠিক আছে।
10:32 এতিয়া স্লাইডলৈ উভতি আহো।
10:35 অ্যাকাউন্ট ব্যবহাৰ কৰাৰ ইঙ্গিত...
10:37 অন্যৰ সৈতে পাসওয়ার্ড সম্পর্কে নকব।
10:41 টিকেট কিনিলে ইমেলত তাৰ বর্ণন পাব।
10:45 আপোনি আপোনাৰ ইমেইল একাউন্টৰ পাসওয়ার্ডও কাকো নকব।
10:51 ঘনাই ঘনাই পাসওয়ার্ড সলাওক।
10:55 পিছৰ টিউটোৰিয়েলত, টিকেট কিভাবে কিনে তাক আলোচনা কৰিম।
11:01 আমাৰ উচৰত স্পোকেন টিউটোৰিয়েল সম্পর্কিত কিছু তথ্য আছে।
11:04 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
11:11 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
11:15 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
11:20 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
11:22 স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
11:25 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
11:28 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক।
11:31 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশ বিশেষ।
11:35 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:41 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:51 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
11:54 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi