Digital-Divide/C2/Registration-of-an-account-for-online-train-ticket-booking/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | Registration of an account for online train booking ৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
| 00:10 | এই টিউটোৰিয়েলত আমি irctc.co.in ত এটা নতুন অ্যাকাউন্ট ৰেজিস্টাৰ কৰা শিকিম। |
| 00:18 | আমি নিম্ন সম্পর্কে শিকিম: |
| 00:20 | ইউসাৰৰ তথ্য প্রবিষ্ট কৰা। |
| 00:21 | অ্যাকাউন্ট সক্রিয় কৰা আৰু |
| 00:23 | পাসওয়ার্ড সলোৱা। |
| 00:26 | ইউসাৰ তথ্যৰ উপৰত কিছো ইঙ্গিত। |
| 00:29 | নামত 10 ৰ পৰা কম অক্ষৰ হব লাগিব। |
| 00:32 | অক্ষৰ, সংখ্যা আৰু আন্ডাৰস্কোৰ হব পাৰে। |
| 00:36 | পাসওয়ার্ড পাহৰি গলে সিকিউৰিটি প্ৰশ্ন দৰকাৰী। |
| 00:40 | অ্যাকাউন্ট সক্রিয় হলে, তথ্য ইমেল আৰু মোবাইলত পঠোৱা হয়। |
| 00:45 | আমি দেখিম যে এইটো ব্রাউজাৰত কিভাবে কৰে। |
| 00:49 | মই ইতিমধ্যে এই ওয়েবসাইট খুলিছো - irctc.co.in |
| 00:54 | মই ফন্ট বৃদ্ধি কৰো। |
| 00:56 | টিকেট কিনাৰ পূর্বত প্রথম কামটো হল Signup কৰা. |
| 01:01 | এতিয়া আমি এইটোত টিপো - Signup |
| 01:08 | আৰু আমি এই পৃষ্ঠাত যাও। |
| 01:11 | ইয়াত Username প্রয়োজন। |
| 01:14 | এতিয়া আমি ফন্টৰ আকাৰ বৃদ্ধি কৰো। |
| 01:19 | kannan.mou |
| 01:21 | এইটোৱে 10 অক্ষৰৰ অধিক গ্রহণ নকৰে। |
| 01:24 | এইটোৱে সর্বদা কয় যে সর্বোচ্চ 10 অক্ষৰ। |
| 01:28 | এতিয়া উপলব্ধতা চাও। |
| 01:31 | এইটোৱে কয় যে The Login Name field accepts letters, numbers & underscore কিন্তু আমি ইয়াতে ফুলস্টপ দিছো। |
| 01:40 | অর্থাৎ মই... |
| 01:42 | মই ইয়াত যাম আৰু _ mou লিখক আৰু তাৰপিছত এই নামটো উপলব্ধ আছে নে নাই চাম। |
| 01:52 | মই এটা ম্যাসেজ পাও user Name is Available.. Please go ahead with the Registration process... |
| 01:58 | মই ফন্টটো আৰো বৃদ্ধি কৰো, যাতে এইটো সহজে দেখা দিয়ে। |
| 02:08 | এতিয়া অন্যান্য তথ্য লিখক। |
| 02:11 | এতিয়া আমি Security question চাও। |
| 02:15 | পাসওয়ার্ড পাহৰি গলে আকৌ এবাৰ প্রাপ্ত কৰিবলৈ এইটো দৰকাৰী। |
| 02:19 | মই চয়ন কৰো What is your pets name? |
| 02:22 | এতিয়া মই snowy প্রবিষ্ট কৰো। |
| 02:27 | First name হল Kannan |
| 02:31 | Last name হল Moudgalya. |
| 02:37 | Gender হিসাবে Male লিখক। |
| 02:40 | Marital status হল Married |
| 02:43 | Date of birth হিসাবে 20 ডিসেম্বৰ 1960 |
| 02:55 | Occupation হল Government |
| 02:59 | Email ID হিসাবে joker@iitb.ac.in নির্বাচন কৰক। এইটোৱে কয় যে Your password will be sent to this email id. |
| 03:12 | Mobile নম্বৰ লিখো - 8876543210. |
| 03:26 | এইটোৱে কয় যে Mobile verification code will be sent to this mobile number |
| 03:32 | Nationality হিসাবে India চয়ন কৰো। |
| 03:36 | Residential Address – ত 1, Main Road লিখক। |
| 03:44 | City হিসাবে Agra চয়ন কৰো। |
| 03:48 | State হিসাবে Uttar Pradesh চয়ন কৰো। |
| 03:58 | Pin/Zip হিসাবে 123456 লিখো। |
| 04:05 | Country হিসাবে India চয়ন কৰো। |
| 04:10 | আপোনি এইটো সঠিকভাবে লিখিব লাগিব। |
| 04:13 | এই এড্রেসটো টিকেট পাবলৈ ব্যবহাৰ কৰিব পাৰে। |
| 04:17 | Phone নম্বৰ হিসাবে 0111 লিখো। |
| 04:23 | মই ইয়াত 12345678 ৰুপত লিখিছো। |
| 04:29 | মই পৃথক অফিস এড্রেস দিব বিছাৰিলে |
| 04:32 | ইয়াত এইটো Noত টিপি কৰিব পাৰি। |
| 04:37 | এই ক্ষেত্রত, আমি বিবৰণ দিব লাগিব। |
| 04:41 | মই এই বিবৰণ লিখিব নিবিচাৰো। |
| 04:43 | সেয়ে মই Yes টিপি Office Address বন্ধ কৰো। |
| 04:48 | এতিয়া তলত যাও। |
| 04:50 | এইটোৱে জানিব বিছাৰে যে মই আৰো ইমেল পাব বিছাৰো নে নাই। |
| 04:56 | আমি এইটোক অলপ সৰু কৰো। |
| 04:59 | মই কোনো ইমেল পাব নিবিছাৰো সেয়ে No ত টিপো। |
| 05:06 | এতিয়া Enter Verification Code ফীল্ডত লিখক- T37861W |
| 05:17 | Submit বোতামত টিপক। |
| 05:21 | এটা ম্যাগ্নিফায়িং গ্লাস লও, যি আমাৰ ইয়াত প্রয়োজন। |
| 05:27 | ই কয় : Your Email id: joker |
| 05:31 | and given Mobile number will be validated |
| 05:36 | Press OK to continue or Cancel to update. |
| 05:39 | OK ত টিপো। |
| 05:48 | ই কয় Please indicate your acceptance of the Terms and Conditions button at the bottom of the page. |
| 05:57 | এতিয়া তলত যাও। |
| 06:00 | এইটোক অলপ সৰু কৰো যাতে আপোনালোক সকলোৱে ইয়াক চাব পাৰে। |
| 06:07 | আপোনি বিছাৰিলে, প্রতিটো বিকল্পত টিপি চাব পাৰে। |
| 06:13 | আমি এইটো গ্রহণ কৰো। |
| 06:17 | Accept ত টিপো। |
| 06:20 | পুনৰায় ৰেকর্ডিং আৰম্ভ কৰিছো। |
| 06:22 | কেতিয়াবা কেতিয়াবা irctc লেহেমীয়া হলে এইটোক ৰখাই দিয়ো। |
| 06:27 | এইটোৱে কিছু সময় লব। |
| 06:29 | এইটোৱে কয় যে Thank you. You have been successfully registered. |
| 06:34 | এইটোক অলপ ডাঙৰ কৰো, এইটোৱে কয় যে Your user-id password and activation link has been send to your registered Email id |
| 06:41 | and mobile verification code has been send to registered mobile number. |
| 06:46 | Please use the activation link and mobile verification code to activate your account. |
| 06:54 | মই স্লাইডলৈ উভতি আহো, এতিয়া অ্যাকাউন্ট সক্রিয় কৰা শিকো। |
| 07:01 | IRCTCৰ পৰা এটা ইমেল আহিব। |
| 07:05 | ইমেলত দিয়া লিঙ্কত টিপক |
| 07:08 | বা লিঙ্কক ব্রাউজাৰত কপি পেস্ট কৰক। |
| 07:11 | এইটোৱে এটা ওয়েব পেজ খুলিব। |
| 07:14 | মোবাইলত পঠোৱা কোড লিখক। |
| 07:17 | এইটোৱে অ্যাকাউন্টটোক সক্রিয় কৰে। |
| 07:20 | এতিয়া আমি এইটোক ওয়েব ব্রাউজাৰত কৰো। |
| 07:25 | এইটোৱে যেনে কয় তেনে কৰো। |
| 07:28 | প্রথমে মই মোৰ ইমেল এড্রেসত যাও। |
| 07:32 | মই নিম্ন মেল পাইছো। |
| 07:34 | মোৰ user id দিয়া হৈছে। |
| 07:36 | Kannan_mou, পাসওয়ার্ড ইয়াত দিয়া হৈছে |
| 07:40 | আৰু অ্যাকাউন্ট সক্রিয় কৰিবলৈ ইয়াত Click Here ত টিপক। |
| 07:43 | আমি ইয়াত টিপো। |
| 07:48 | এইটোৱে ওয়েবসাইটলৈ উভতাই লৈ আহে। |
| 07:51 | মই এই ম্যাসেজ পাও। |
| 07:58 | এতিয়া মোবাইলত প্রাপ্ত Mobile Verification Code লিখো। |
| 08:09 | 6 অক্ষৰৰ স্ট্রিং। |
| 08:13 | Submit বোতামত টিপক। |
| 08:20 | এইটোৱে কয় যে For security reasons you should change your password after your login |
| 08:24 | এতিয়া মই টিকেট বুক কৰিবলৈ প্রস্তুত। |
| 08:31 | প্রথমে মই sign out কৰিম |
| 08:37 | মই এইটু লিখাত অলপ লেহেমীয়া আছিলো, সেয়ে এইটোৱে কয় যে The Session has Expired |
| 08:43 | এই ম্যাসেজটো, irctc ব্যবহাৰ কৰিলে আৰু তাত তথ্য পূৰণ কৰিবলৈ দেৰী হলে, আহি থাকে। |
| 08:51 | একো নাই। |
| 08:53 | আকৌ এবাৰ লগইন কৰি চেষ্টা কৰক। |
| 08:55 | একাউন্টত আকৌ এবাৰ লগইন কৰো। |
| 08:59 | এতিয়া পাসওয়ার্ড সলোৱা শিকো। |
| 09:03 | এতিয়া http://www.irctc.co.in ত যাও। |
| 09:06 | সক্রিয় একাউন্টত লগ ইন কৰো। |
| 09:09 | ইয়াৰ বাবে, ইমেল দ্বাৰা পঠোৱা পাসওয়ার্ড ব্যবহাৰ কৰক। |
| 09:13 | User Profile আৰু Change Password লিঙ্কত যাওক। |
| 09:19 | পুৰনা পাসওয়ার্ড লিখক। |
| 09:21 | নতুন পাসওয়ার্ড দুইবাৰ লিখক। |
| 09:24 | এতিয়া আমি এইটো ওয়েব ব্রাউজাৰত কৰো। |
| 09:29 | Usernameত লিখক kannan _mou |
| 09:36 | Password, যি আমাৰ ইমেল এড্রেসত পঠোৱা হৈছে। |
| 09:40 | মই এইটো প্রথমবাৰ কৰিছো। |
| 09:42 | kgm838 |
| 09:46 | Login ত টিপো। |
| 09:49 | ইমেলত পঠোৱা পাসওয়ার্ড পৰিবর্তন হোৱা জৰুৰী। |
| 09:57 | এইটো আমি User Profile ত গৈ কৰিম। |
| 10:01 | Change Password ত টিপো। |
| 10:10 | Old Password, New Password , Confirm Password |
| 10:20 | আমি Submit বোতামত টিপো। |
| 10:23 | এটা ম্যাসেজ পাও যে |
| 10:25 | Your Password has been changed |
| 10:27 | ঠিক আছে। |
| 10:32 | এতিয়া স্লাইডলৈ উভতি আহো। |
| 10:35 | অ্যাকাউন্ট ব্যবহাৰ কৰাৰ ইঙ্গিত... |
| 10:37 | অন্যৰ সৈতে পাসওয়ার্ড সম্পর্কে নকব। |
| 10:41 | টিকেট কিনিলে ইমেলত তাৰ বর্ণন পাব। |
| 10:45 | আপোনি আপোনাৰ ইমেইল একাউন্টৰ পাসওয়ার্ডও কাকো নকব। |
| 10:51 | ঘনাই ঘনাই পাসওয়ার্ড সলাওক। |
| 10:55 | পিছৰ টিউটোৰিয়েলত, টিকেট কিভাবে কিনে তাক আলোচনা কৰিম। |
| 11:01 | আমাৰ উচৰত স্পোকেন টিউটোৰিয়েল সম্পর্কিত কিছু তথ্য আছে। |
| 11:04 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 11:11 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
| 11:15 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
| 11:20 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
| 11:22 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
| 11:25 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
| 11:28 | বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক। |
| 11:31 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশ বিশেষ। |
| 11:35 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:41 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:51 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 11:54 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |