BASH/C3/Basics-of-functions/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00.01 | মৰমৰ বন্ধুসকল, বেচিকচ অফ ফাংচনচ ইন বেচৰ (Basics of functions in Bash) স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00.08 | এই টিউটৰিয়েলটোত, আমি শিকিম |
00.11 | ফাংচনচৰ (Functions) গুৰুত্ব (Importance) |
00.13 | ফাংচন (Function) এটা ডিক্লেয়াৰ (declare) কৰিবলৈ |
00.15 | ফাংচন (Function) এটা কল (call) কৰিবলৈ |
00.17 | ফাংচন (Function) এটাৰ কাৰ্যপ্ৰৱাহ (Work flow) |
00.19 | এটা উদাহৰণৰ সহায়ত |
00.22 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব |
00.28 | যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক,http://www.spoken-tutorial.org |
00.34 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) |
00.40 | এতিয়ালৈকে আমি GNU BASH(বেচ) তাঙৰণ 4.1.10 ব্যৱহাৰ কৰিছিলো |
00.46 | এতিয়াৰ পৰা, আমি GNU BASH(বেচ) তাঙৰণ 4.2 ব্যৱহাৰ কৰিম |
00.52 | অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00.58 | আহক আমি চাওঁ এটা ফাংচন (Function) কি হয় আৰু ইয়াৰ ব্যৱ্হাৰ |
01.03 | এটা ফাংচন (Function) হৈছে কমান্ডচ বা এটা এলগ’ৰিথিমৰ (algorithm) সংগ্ৰহ |
01.08 | ই এটা নিৰ্দিষ্ট কাৰ্য কৰিবলৈ সঙ্কল্পিত (intended) হয় |
01.12 | ইয়াক এটা জটিল প্ৰোগ্ৰামক পৃথক কাৰ্যলৈ বিভাজিত কৰিবলৈ ব্যৱ্হাৰ কৰা হয় |
01.18 | ই সমষ্ট স্ক্ৰিপ্তৰ পাঠযোগ্যতা (readability) আৰু ব্যৱ্হাৰৰ সহজসাধ্যতাক উন্নত কৰে |
01.24 | ফাংচন ডিক্লেয়াৰেচনৰ (Function declaration) বাবে দুটা গাঠণি আছে |
01.28 | প্ৰথম গাঠণিটো হৈছে |
01.29 | function(ফাংচন) space(স্পেছ) function(ফাংচন) underscore name(আন্দাৰস্ক’ৰ নেম) |
01.32 | মাজুবন্ধনীৰ ভিতৰত (within curly brackets), |
01.34 | কাৰ্যকৰী কৰিবলগীয়া কমান্ডচ (commands) |
01.37 | দ্বিতীয় গাঠণিটো হৈছে |
01.39 | function(ফাংচন) underscore name(আন্দাৰস্ক’ৰ নেম) আৰম্ভণি আৰু সামৰণি সৰু বন্ধনী (open and close round brackets) |
01.42 | মাজুবন্ধনীৰ ভিতৰত (within curly brackets), |
01.44 | কাৰ্যকৰী কৰিবলগীয়া কমান্ডচ (commands) |
01.47 | ফাংচন কল (Function call) |
01.48 | ফাংচনক (Function ) প্ৰোগ্ৰামটোৰ ভিতৰত যিকোনো ঠাইত কল কৰিব পাৰি |
01.53 | আপুনি ইয়াক কল কৰিব বিচৰা ঠাইত ফাংচন নেম (function name )টো লিখক |
01.58 | গাঠণিটো হৈছে ফাংচন নেমটো ( function name ) নিজেই |
02.02 | আহক আমি এটা সৰল উদাহৰণৰ সহায়ত ইয়াক বুজো |
02.07 | মই ক’ডটো আগতিয়াকৈ function(ফাংচন).sh ফাইল এটাত লিখি থৈছো |
02.12 | এইটো হৈছে চিবেং শাৰী (shebang line) |
02.14 | ফাংচনটো (Function) ডিক্লেয়াৰ (declare) কৰা হৈছে ফাংচন নেমৰে (function name)অনুসৰণিত ফাংচন (function) কীৱৰ্ডটোৰে |
02.21 | ইয়াত, ফাংচন নেমটো (function name) হৈছে মেচিন (machine) |
02.26 | মাজুবন্ধনীৰ ভিতৰত থকা বিষয়বস্তুক ফাংচন ডেফিনেচন (function definition) বুলি কোৱা হয় |
02.32 | মই বিভিন্ন মেচিন সবিশেষ (machine details) দৰ্শিত কৰিছো যেনে- |
02.36 | 'uname(ইউনেম) hyphen(হাইফেন) a য়ে মেচিন তথ্য (machine information) দিয়ে |
02.41 | w hyphen(হাইফেন) h য়ে চিষ্টেমত ল’গদ (logged) হৈ থকা ইউজাৰচ (users) দিয়ে |
02.46 | uptime(আপটাইম) য়ে মেচিনটো আৰম্ভ হোৱা সময়টো দিয়ে |
02.51 | free(ফ্ৰি) য়ে মেম’ৰী ষ্টেটাচটো (memory status) দিয়ে |
02.54 | df hyphen(হাইফেন) hয়ে ফাইল চিষ্টেম ষ্টেটাচটো (filesystem status) দিয়ে |
02.57 | প্ৰধান প্ৰোগ্ৰামটো ইয়াত আৰম্ভ হয় |
03.01 | আমি “Beginning of main program” বাৰ্তাটো দৰ্শিত কৰো |
03.06 | ইয়াত, মেচিন ( machine ) হৈছে এটা ফাংচন কল (function call) |
03.09 | তাৰপাছত আমি “End of main program”বাৰ্তাটো দৰ্শিত কৰো |
03.13 | আহক আমি কাৰ্যপ্ৰবাহটো বুজো |
03.16 | # যেতিয়া bash interpreter(বেচ ইন্তাৰপ্ৰিতাৰ)টোৱে function definition(ফাংচন দেফিনেচন)টো দৰ্শন(visits) কৰে, ই কেৱল ফাংচন( function)টো স্কেন কৰে |
03.23 | #ফাংচন(function )টো কল(called) হয় মাত্ৰ যেতিয়া ইয়াৰ নামটো স্ক্ৰিপ্তটোৰ ভিতৰত অৱতিৰ্ণ হয় |
03.28 | #যেতিয়া ইন্তাৰপ্ৰিতাৰ(interpreter )টোৱে ফাংচননেম(function name)টো পঢ়ে, ই ফাংচন দেফিনেচন(function definition)টো কাৰ্যকৰী কৰে |
03.36 | ইন্তাৰপ্ৰিতাৰ(interperter )টোৱে ফাংচননেম( function name )টোক এটা কমান্ড হিচাবে ব্যৱহাৰ কৰে |
03.41 | অনুগ্ৰহ কৰি মনত ৰাখিব যে আমি ফাংচনটো কল কৰাৰ আগতে সূচিত কৰিব লাগিব |
03.47 | এতিয়া এই ক’ডফাইলটো এক্সিকিউটেবল বনাবলৈ টাৰ্মিনেলটোলৈ যাওঁক |
03.52 | লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) দত(dot) sh |
03.59 | এন্টাৰ(Enter) টিপক |
04.01 | লিখক দত(dot) শ্লাচ(slash) function(ফাংচন) দত(dot) sh |
04.05 | এন্টাৰ(Enter) টিপক |
04.07 | আউতপুতটো যি হৈছে মোৰ চিষ্টেমৰ মেচিন সবিশেষ (machine details ), টাৰ্মিনেলত দেখা গৈছে |
04.14 | অনুগ্রহ কৰি মন কৰিব: আউতপুতটো চিষ্টেম অনুসৰি পৰিৱৰ্তন হ’ব |
04.19 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
04.22 | আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহো |
04.24 | আহক আমি মূলভাৱ চাওঁ , এই টিউট’ৰিয়েলটোত আমি শিকিলো, |
04.28 | ফাংচনচৰ (Functions) গুৰুত্ব (Importance) |
04.30 | ফাংচন ডিক্লেয়াৰেচন (Function declaration) |
04.32 | ফাংচন কল (Function call), ফাংচনৰ (Function) কাৰ্যপ্ৰৱাহ (Work flow) |
04.35 | এটা উদাহৰণৰ সৈতে |
04.37 | এটা অনুশিলনী হিচাবে, দুটা ফাংচনৰ সৈতে এটা প্ৰোগ্ৰাম লিখক |
04.42 | #প্ৰথম ফাংচনটোৱে দিস্কস্পেছ(diskspace)ৰ ব্যৱহাৰটো মানুহে পঢ়িব পৰা গঠণত দৰ্শিত কৰিব লাগিব (সংকেত: df হাইফেন h) |
04.51 | #দ্বিতীয় ফাংচনটোৱে ফাইলচিষ্টেম(filesystem)ৰ ব্যৱহাৰটো মানুহে পঢ়িব পৰা গঠণত দৰ্শিত কৰিব লাগিব(সংকেত: du হাইফেন h) |
05.00 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
05.03 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
05.07 | আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
05.12 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
05.17 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
05.21 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
05.29 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
05.33 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
05.41 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ: http://spoken-tutorial.org\NMEICT-Intro |
05.47 | স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে |
05.52 | মই মৌচম হাজৰিকা |
05.56 | সংযোগ কৰাৰ বাবে ধন্যবাদ |