BASH/C3/Basics-of-functions/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00.01 মৰমৰ বন্ধুসকল, বেচিকচ অফ ফাংচনচ ইন বেচৰ (Basics of functions in Bash) স্পকেন টিউটৰিয়েললৈ স্বাগতম
00.08 এই টিউটৰিয়েলটোত, আমি শিকিম
00.11 ফাংচনচৰ (Functions) গুৰুত্ব (Importance)
00.13 ফাংচন (Function) এটা ডিক্লেয়াৰ (declare) কৰিবলৈ
00.15 ফাংচন (Function) এটা কল (call) কৰিবলৈ
00.17 ফাংচন (Function) এটাৰ কাৰ্যপ্ৰৱাহ (Work flow)
00.19 এটা উদাহৰণৰ সহায়ত
00.22 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব
00.28 যদি নহয়, সঙ্গত শিকনিৰ(relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট(website) পৰিদৰ্শন কৰক,http://www.spoken-tutorial.org
00.34 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)
00.40 এতিয়ালৈকে আমি GNU BASH(বেচ) তাঙৰণ 4.1.10 ব্যৱহাৰ কৰিছিলো
00.46 এতিয়াৰ পৰা, আমি GNU BASH(বেচ) তাঙৰণ 4.2 ব্যৱহাৰ কৰিম
00.52 অনুগ্ৰহ কৰি মন কৰিব, GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00.58 আহক আমি চাওঁ এটা ফাংচন (Function) কি হয় আৰু ইয়াৰ ব্যৱ্হাৰ
01.03 এটা ফাংচন (Function) হৈছে কমান্ডচ বা এটা এলগ’ৰিথিমৰ (algorithm) সংগ্ৰহ
01.08 ই এটা নিৰ্দিষ্ট কাৰ্য কৰিবলৈ সঙ্কল্পিত (intended) হয়
01.12 ইয়াক এটা জটিল প্ৰোগ্ৰামক পৃথক কাৰ্যলৈ বিভাজিত কৰিবলৈ ব্যৱ্হাৰ কৰা হয়
01.18 ই সমষ্ট স্ক্ৰিপ্তৰ পাঠযোগ্যতা (readability) আৰু ব্যৱ্হাৰৰ সহজসাধ্যতাক উন্নত কৰে
01.24 ফাংচন ডিক্লেয়াৰেচনৰ (Function declaration) বাবে দুটা গাঠণি আছে
01.28 প্ৰথম গাঠণিটো হৈছে
01.29 function(ফাংচন) space(স্পেছ) function(ফাংচন) underscore name(আন্দাৰস্ক’ৰ নেম)
01.32 মাজুবন্ধনীৰ ভিতৰত (within curly brackets),
01.34 কাৰ্যকৰী কৰিবলগীয়া কমান্ডচ (commands)
01.37 দ্বিতীয় গাঠণিটো হৈছে
01.39 function(ফাংচন) underscore name(আন্দাৰস্ক’ৰ নেম) আৰম্ভণি আৰু সামৰণি সৰু বন্ধনী (open and close round brackets)
01.42 মাজুবন্ধনীৰ ভিতৰত (within curly brackets),
01.44 কাৰ্যকৰী কৰিবলগীয়া কমান্ডচ (commands)
01.47 ফাংচন কল (Function call)
01.48 ফাংচনক (Function ) প্ৰোগ্ৰামটোৰ ভিতৰত যিকোনো ঠাইত কল কৰিব পাৰি
01.53 আপুনি ইয়াক কল কৰিব বিচৰা ঠাইত ফাংচন নেম (function name )টো লিখক
01.58 গাঠণিটো হৈছে ফাংচন নেমটো ( function name ) নিজেই
02.02 আহক আমি এটা সৰল উদাহৰণৰ সহায়ত ইয়াক বুজো
02.07 মই ক’ডটো আগতিয়াকৈ function(ফাংচন).sh ফাইল এটাত লিখি থৈছো
02.12 এইটো হৈছে চিবেং শাৰী (shebang line)
02.14 ফাংচনটো (Function) ডিক্লেয়াৰ (declare) কৰা হৈছে ফাংচন নেমৰে (function name)অনুসৰণিত ফাংচন (function) কীৱৰ্ডটোৰে
02.21 ইয়াত, ফাংচন নেমটো (function name) হৈছে মেচিন (machine)
02.26 মাজুবন্ধনীৰ ভিতৰত থকা বিষয়বস্তুক ফাংচন ডেফিনেচন (function definition) বুলি কোৱা হয়
02.32 মই বিভিন্ন মেচিন সবিশেষ (machine details) দৰ্শিত কৰিছো যেনে-
02.36 'uname(ইউনেম) hyphen(হাইফেন) a য়ে মেচিন তথ্য (machine information) দিয়ে
02.41 w hyphen(হাইফেন) h য়ে চিষ্টেমত ল’গদ (logged) হৈ থকা ইউজাৰচ (users) দিয়ে
02.46 uptime(আপটাইম) য়ে মেচিনটো আৰম্ভ হোৱা সময়টো দিয়ে
02.51 free(ফ্ৰি) য়ে মেম’ৰী ষ্টেটাচটো (memory status) দিয়ে
02.54 df hyphen(হাইফেন) hয়ে ফাইল চিষ্টেম ষ্টেটাচটো (filesystem status) দিয়ে
02.57 প্ৰধান প্ৰোগ্ৰামটো ইয়াত আৰম্ভ হয়
03.01 আমি “Beginning of main program” বাৰ্তাটো দৰ্শিত কৰো
03.06 ইয়াত, মেচিন ( machine ) হৈছে এটা ফাংচন কল (function call)
03.09 তাৰপাছত আমি “End of main program”বাৰ্তাটো দৰ্শিত কৰো
03.13 আহক আমি কাৰ্যপ্ৰবাহটো বুজো
03.16 # যেতিয়া bash interpreter(বেচ ইন্তাৰপ্ৰিতাৰ)টোৱে function definition(ফাংচন দেফিনেচন)টো দৰ্শন(visits) কৰে, ই কেৱল ফাংচন( function)টো স্কেন কৰে
03.23 #ফাংচন(function )টো কল(called) হয় মাত্ৰ যেতিয়া ইয়াৰ নামটো স্ক্ৰিপ্তটোৰ ভিতৰত অৱতিৰ্ণ হয়
03.28 #যেতিয়া ইন্তাৰপ্ৰিতাৰ(interpreter )টোৱে ফাংচননেম(function name)টো পঢ়ে, ই ফাংচন দেফিনেচন(function definition)টো কাৰ্যকৰী কৰে
03.36 ইন্তাৰপ্ৰিতাৰ(interperter )টোৱে ফাংচননেম( function name )টোক এটা কমান্ড হিচাবে ব্যৱহাৰ কৰে
03.41 অনুগ্ৰহ কৰি মনত ৰাখিব যে আমি ফাংচনটো কল কৰাৰ আগতে সূচিত কৰিব লাগিব
03.47 এতিয়া এই ক’ডফাইলটো এক্সিকিউটেবল বনাবলৈ টাৰ্মিনেলটোলৈ যাওঁক
03.52 লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) function(ফাংচন) দত(dot) sh
03.59 এন্টাৰ(Enter) টিপক
04.01 লিখক দত(dot) শ্লাচ(slash) function(ফাংচন) দত(dot) sh
04.05 এন্টাৰ(Enter) টিপক
04.07 আউতপুতটো যি হৈছে মোৰ চিষ্টেমৰ মেচিন সবিশেষ (machine details ), টাৰ্মিনেলত দেখা গৈছে
04.14 অনুগ্রহ কৰি মন কৰিব: আউতপুতটো চিষ্টেম অনুসৰি পৰিৱৰ্তন হ’ব
04.19 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
04.22 আমাৰ শ্লাইডসমূহলৈ ঘূৰি আহো
04.24 আহক আমি মূলভাৱ চাওঁ , এই টিউট’ৰিয়েলটোত আমি শিকিলো,
04.28 ফাংচনচৰ (Functions) গুৰুত্ব (Importance)
04.30 ফাংচন ডিক্লেয়াৰেচন (Function declaration)
04.32 ফাংচন কল (Function call), ফাংচনৰ (Function) কাৰ্যপ্ৰৱাহ (Work flow)
04.35 এটা উদাহৰণৰ সৈতে
04.37 এটা অনুশিলনী হিচাবে, দুটা ফাংচনৰ সৈতে এটা প্ৰোগ্ৰাম লিখক
04.42 #প্ৰথম ফাংচনটোৱে দিস্কস্পেছ(diskspace)ৰ ব্যৱহাৰটো মানুহে পঢ়িব পৰা গঠণত দৰ্শিত কৰিব লাগিব (সংকেত: df হাইফেন h)
04.51 #দ্বিতীয় ফাংচনটোৱে ফাইলচিষ্টেম(filesystem)ৰ ব্যৱহাৰটো মানুহে পঢ়িব পৰা গঠণত দৰ্শিত কৰিব লাগিব(সংকেত: du হাইফেন h)
05.00 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
05.03 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
05.07 আপোনাৰ বেন্ডউইথ(bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
05.12 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
05.17 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
05.21 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
05.29 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
05.33 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
05.41 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ: http://spoken-tutorial.org\NMEICT-Intro
05.47 স্ক্ৰিপ্ত(script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দলে অৱ্দান(contributed) দিছে
05.52 মই মৌচম হাজৰিকা
05.56 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi