Advanced-Cpp/C2/Function-Overloading-And-Overriding/Assamese

From Script | Spoken-Tutorial
Revision as of 17:08, 23 March 2017 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ত function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
00:09 এই টিউটোৰিয়েলত, আমি শিকিম,
00:11 Function Overloading. Function Overriding.
00:14 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:18 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:21 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:26 g++ compiler সংস্কৰণ 4.6.1
00:30 আমি Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:34 Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে.
00:41 argumentsৰ সংখ্যা আৰু arguments ৰ data-type ভিন্ন হয়.
00:47 যেতিয়াই এটা ফাংশন কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়.
00:53 আমি এটা উদাহৰণ চাও.
00:56 আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.
00:59 এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম
01:03 মন কৰক যে আম‍াৰ ফাইলৰ নাম overload.cpp হয়.
01:08 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:10 এইটো আমাৰ হেডাৰ ফাইল হয় iostream.
01:13 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:17 তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে .
01:21 ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো.
01:24 Int a, int b and int c
01:28 তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো.
01:33 ইয়াত আমি ফাংশন add ওভাৰলোদ কৰো.
01:36 ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়.
01:38 আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো.
01:44 তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো.
01:48 এইটো হল আমাৰ main ফাংশন.
01:50 function mainত আমি বিভিন্ন আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো.
01:56 তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো.
01:58 ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো.
02:03 তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো.
02:07 আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক.
02:09 ইয়াত আমি ফলাফলটো প্রিন্ট কৰো.
02:12 এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা floating point numbers গ্ৰহন কৰিছো.
02:17 তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো.
02:21 আৰু ইয়াত আমি sum প্রিন্ট কৰো.
02:23 আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
02:26 এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.
02:29 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক.
02:38 সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over
02:49 Enter টিপক
02:51 লিখক dot slash over
02:53 Enter টিপক
02:55 ই এনেধৰনে প্রদর্শন কৰে: Enter three integers
02:58 আমি 10, 25 আৰু 48 লিখিম
03:04 আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83
03:09 এতিয়া আমি চাও Enter two floating point numbers
03:13 আমি লিখিম 4.5 আৰু 8.9
03:17 Enter টিপক
03:19 আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4.
03:25 এতিয়া আমি function overriding চাও.
03:29 আমি স্লাইডবোৰলৈ উভতি যাও.
03:31 derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক.
03:36 derived class function এ base class functionক ওভাৰৰাইদ কৰে.
03:40 কিন্তু পাশ কৰা argumentsবোৰ একেই.
03:44 আৰু সেই return-type টো একেই.
03:47 আমি এটা উদাহৰণ চাও.
03:49 ইয়াত function Overridingৰ এটা উদাহৰণ আছে.
03:53 আমাৰ ফাইলৰ নাম হল override.cpp .
03:57 আমি কোডটোলৈ যাও.
04:00 এইটো আমাৰ হেডাৰ ফাইল iostream.
04:03 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
04:06 তাৰপিছত আমাৰ উচৰত class arithmetic আছে.
04:09 ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
04:14 তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা function values আছে.
04:18 ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো.
04:23 তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো.
04:26 ইয়াত আমাৰ উচৰত operations হিসাবে virtual function আছে.
04:30 ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো.
04:34 ইয়াত আমি ক্লাছটোক বন্ধ কৰো.
04:37 এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে .
04:41 এইটোৱে base class arithmetic আহৰণ কৰে.
04:45 ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো.
04:50 এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে.
04:54 ই base class arithmetic ও আহৰণ কৰে
04:57 ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো.
05:03 তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ
05:09 ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম.
05:15 মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়.
05:23 এতিয়া এইটো আমাৰ main function হয়.
05:26 ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
05:31 arith, class arithmeticৰ পইন্টাৰ হয়.
05:35 তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়.
05:39 class Multiplyৰ mult object হয়
05:42 আৰু class Divideৰ divd object হয়.
05:46 এতিয়া ইয়াত, pক "arith" ৰ ঠিকনালৈ সেট কৰা হয়.
05:50 তাৰপিছত আমি function valuesত 30 আৰু 12 হিসাবে আর্গুমেন্ট পাছ কৰো.
05:56 এতিয়া আমি function operations কল কৰো.
05:59 এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে.
06:02 ইয়াত আমি subt ক arith" ৰ ঠিকনালৈ সেট কৰো.
06:07 আৰু আমি arguments হিসাবে 42 আৰু 5 পাস কৰো.
06:11 আকৌ আমি function operations কল কৰো.
06:14 এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে.
06:18 এতিয়া, ইয়াত আমি multক arithৰ ঠিকনালৈ সেট কৰো.
06:22 আৰু আমি arguments হিসাবে 6 আৰু 5 পাস কৰো.
06:26 আমি function operations কল কৰো.
06:29 এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.
06:33 অবশেষত আমি divdক arithৰ ঠিকনালৈ সেট কৰো আৰু 6 পাস কৰো আৰু arguments হিসাবে 6 আৰু 3 পাছ কৰো.
06:41 এতিয়া আমি অপাৰেশন functions কল কৰো.
06:44 এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে.
06:48 আৰু এইটো আমাৰ return statement হয়.
06:50 আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও.
06:54 লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2.
07:04 Enter টিপক.
07:06 লিখক: dot slash over2.
07:09 Enter টিপক.
07:11 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
07:13 Addition of two numbers is 42
07:16 Difference of two numbers is 37
07:19 Product of two numbers is 30 and Division of two numbers is 2
07:25 আমি স্লাইডবোৰলৈ উভতি যাও.
07:27 আমি overloading আৰু overridingৰ পার্থক্যটো চাও.
07:31 overloading আহৰন নকৰাকে ঘটে.
07:35 overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে.
07:41 overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়.
07:46 overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব.
07:51 overloadingত ফাংশনৰ নাম একেই হয়.
07:55 কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে.
08:01 overridingত ফাংশনৰ নাম একেই হয়.
08:05 Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে.
08:11 আমি সংক্ষেপ কৰো:
08:13 এই টিউটোৰিয়েলত অামি শিকিছো
08:15 Function overloading.
08:16 যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু
08:21 দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add
08:24 Function Overriding.
08:26 যেনে. virtual int operations () আৰু int operations ()
08:31 একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য.
08:38 এটা নিয়োগ হিসাবে
08:39 এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে.
08:46 ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি.
08:48 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:52 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:55 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:59 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
09:02 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
09:12 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:16 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:27 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:32 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
09:36 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya