Advanced-Cpp/C2/Function-Overloading-And-Overriding/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. C++ত function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম . |
| 00:09 | এই টিউটোৰিয়েলত, আমি শিকিম, |
| 00:11 | Function Overloading. Function Overriding. |
| 00:14 | আমি উদাহৰণ সাহায্যে এই কামটো কৰিম. |
| 00:18 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
| 00:21 | উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 |
| 00:26 | g++ compiler সংস্কৰণ 4.6.1 |
| 00:30 | আমি Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
| 00:34 | Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে. |
| 00:41 | argumentsৰ সংখ্যা আৰু arguments ৰ data-type ভিন্ন হয়. |
| 00:47 | যেতিয়াই এটা ফাংশন কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়. |
| 00:53 | আমি এটা উদাহৰণ চাও. |
| 00:56 | আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো. |
| 00:59 | এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম |
| 01:03 | মন কৰক যে আমাৰ ফাইলৰ নাম overload.cpp হয়. |
| 01:08 | আমি এতিয়া কোডটো ব্যাখ্যা কৰো. |
| 01:10 | এইটো আমাৰ হেডাৰ ফাইল হয় iostream. |
| 01:13 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
| 01:17 | তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে . |
| 01:21 | ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো. |
| 01:24 | Int a, int b and int c |
| 01:28 | তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো. |
| 01:33 | ইয়াত আমি ফাংশন add ওভাৰলোদ কৰো. |
| 01:36 | ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়. |
| 01:38 | আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো. |
| 01:44 | তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো. |
| 01:48 | এইটো হল আমাৰ main ফাংশন. |
| 01:50 | function mainত আমি বিভিন্ন আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো. |
| 01:56 | তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো. |
| 01:58 | ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো. |
| 02:03 | তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো. |
| 02:07 | আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক. |
| 02:09 | ইয়াত আমি ফলাফলটো প্রিন্ট কৰো. |
| 02:12 | এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা floating point numbers গ্ৰহন কৰিছো. |
| 02:17 | তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো. |
| 02:21 | আৰু ইয়াত আমি sum প্রিন্ট কৰো. |
| 02:23 | আৰু এইটো আমাৰ return স্তেটমেন্ট হয়. |
| 02:26 | এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো. |
| 02:29 | আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক. |
| 02:38 | সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over |
| 02:49 | Enter টিপক |
| 02:51 | লিখক dot slash over |
| 02:53 | Enter টিপক |
| 02:55 | ই এনেধৰনে প্রদর্শন কৰে: Enter three integers |
| 02:58 | আমি 10, 25 আৰু 48 লিখিম |
| 03:04 | আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83 |
| 03:09 | এতিয়া আমি চাও Enter two floating point numbers |
| 03:13 | আমি লিখিম 4.5 আৰু 8.9 |
| 03:17 | Enter টিপক |
| 03:19 | আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4. |
| 03:25 | এতিয়া আমি function overriding চাও. |
| 03:29 | আমি স্লাইডবোৰলৈ উভতি যাও. |
| 03:31 | derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক. |
| 03:36 | derived class function এ base class functionক ওভাৰৰাইদ কৰে. |
| 03:40 | কিন্তু পাশ কৰা argumentsবোৰ একেই. |
| 03:44 | আৰু সেই return-type টো একেই. |
| 03:47 | আমি এটা উদাহৰণ চাও. |
| 03:49 | ইয়াত function Overridingৰ এটা উদাহৰণ আছে. |
| 03:53 | আমাৰ ফাইলৰ নাম হল override.cpp . |
| 03:57 | আমি কোডটোলৈ যাও. |
| 04:00 | এইটো আমাৰ হেডাৰ ফাইল iostream. |
| 04:03 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
| 04:06 | তাৰপিছত আমাৰ উচৰত class arithmetic আছে. |
| 04:09 | ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো. |
| 04:14 | তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা function values আছে. |
| 04:18 | ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো. |
| 04:23 | তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো. |
| 04:26 | ইয়াত আমাৰ উচৰত operations হিসাবে virtual function আছে. |
| 04:30 | ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো. |
| 04:34 | ইয়াত আমি ক্লাছটোক বন্ধ কৰো. |
| 04:37 | এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে . |
| 04:41 | এইটোৱে base class arithmetic আহৰণ কৰে. |
| 04:45 | ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো. |
| 04:50 | এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে. |
| 04:54 | ই base class arithmetic ও আহৰণ কৰে |
| 04:57 | ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো. |
| 05:03 | তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ |
| 05:09 | ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম. |
| 05:15 | মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়. |
| 05:23 | এতিয়া এইটো আমাৰ main function হয়. |
| 05:26 | ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো. |
| 05:31 | arith, class arithmeticৰ পইন্টাৰ হয়. |
| 05:35 | তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়. |
| 05:39 | class Multiplyৰ mult object হয় |
| 05:42 | আৰু class Divideৰ divd object হয়. |
| 05:46 | এতিয়া ইয়াত, pক "arith" ৰ ঠিকনালৈ সেট কৰা হয়. |
| 05:50 | তাৰপিছত আমি function valuesত 30 আৰু 12 হিসাবে আর্গুমেন্ট পাছ কৰো. |
| 05:56 | এতিয়া আমি function operations কল কৰো. |
| 05:59 | এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে. |
| 06:02 | ইয়াত আমি subt ক arith" ৰ ঠিকনালৈ সেট কৰো. |
| 06:07 | আৰু আমি arguments হিসাবে 42 আৰু 5 পাস কৰো. |
| 06:11 | আকৌ আমি function operations কল কৰো. |
| 06:14 | এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে. |
| 06:18 | এতিয়া, ইয়াত আমি multক arithৰ ঠিকনালৈ সেট কৰো. |
| 06:22 | আৰু আমি arguments হিসাবে 6 আৰু 5 পাস কৰো. |
| 06:26 | আমি function operations কল কৰো. |
| 06:29 | এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব. |
| 06:33 | অবশেষত আমি divdক arithৰ ঠিকনালৈ সেট কৰো আৰু 6 পাস কৰো আৰু arguments হিসাবে 6 আৰু 3 পাছ কৰো. |
| 06:41 | এতিয়া আমি অপাৰেশন functions কল কৰো. |
| 06:44 | এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে. |
| 06:48 | আৰু এইটো আমাৰ return statement হয়. |
| 06:50 | আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও. |
| 06:54 | লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2. |
| 07:04 | Enter টিপক. |
| 07:06 | লিখক: dot slash over2. |
| 07:09 | Enter টিপক. |
| 07:11 | আউটপুট এনেধৰনে প্রদর্শন কৰা হয়: |
| 07:13 | Addition of two numbers is 42 |
| 07:16 | Difference of two numbers is 37 |
| 07:19 | Product of two numbers is 30 and Division of two numbers is 2 |
| 07:25 | আমি স্লাইডবোৰলৈ উভতি যাও. |
| 07:27 | আমি overloading আৰু overridingৰ পার্থক্যটো চাও. |
| 07:31 | overloading আহৰন নকৰাকে ঘটে. |
| 07:35 | overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে. |
| 07:41 | overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়. |
| 07:46 | overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব. |
| 07:51 | overloadingত ফাংশনৰ নাম একেই হয়. |
| 07:55 | কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে. |
| 08:01 | overridingত ফাংশনৰ নাম একেই হয়. |
| 08:05 | Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে. |
| 08:11 | আমি সংক্ষেপ কৰো: |
| 08:13 | এই টিউটোৰিয়েলত অামি শিকিছো |
| 08:15 | Function overloading. |
| 08:16 | যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু |
| 08:21 | দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add |
| 08:24 | Function Overriding. |
| 08:26 | যেনে. virtual int operations () আৰু int operations () |
| 08:31 | একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য. |
| 08:38 | এটা নিয়োগ হিসাবে |
| 08:39 | এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে. |
| 08:46 | ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি. |
| 08:48 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| 08:52 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 08:55 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 08:59 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 09:02 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 09:05 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 09:09 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি |
| 09:12 | contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 09:16 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09:20 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 09:27 | ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09:32 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 09:36 | যোগদানৰ বাবে ধন্যবাদ। |