PHP-and-MySQL/C4/User-Login-Part-1/Assamese
From Script | Spoken-Tutorial
Revision as of 11:02, 6 March 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:00 | ইউজাৰ ল’গিন আৰু চেচনচৰ টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:03 | এই টিউট’ৰিয়েলটোৱে phpৰ কিছু দৃষ্টিভঙ্গি দিব যি কেনেকৈ html ফৰ্ম এখন ভৰ্ত্তি কৰা হয় আৰু কেনেকৈ ইউজাৰ নেম আৰু পাচৱৰ্দৰ বাবে চোৱা হয় তাৰ ওপৰত মনোযোগ কৰিব |
00:14 | এন্টাৰ কৰা মানসমূহ দাতাবেচ এটাৰ বিপক্ষে পৰীক্ষা কৰা হ’ব |
00:16 | মই আপোনাক আপোনাৰ ইউজাৰ নেম আৰু পাচৱৰ্দৰ সৈতে কেনেকৈ দাতাবেচ এটা চেত-আপ (set-up) কৰা হয় দেখুৱাম, দাতাবেচ এটালৈ কেনেকৈ সংযোগ কৰা হয় আৰু লগতে ল’গআউত ফাংচন এটা প্ৰক্ৰিয়াকৰণ কৰাতো |
00:25 | যিহেতু আমি চেচনচ ব্যৱ্হাৰ কৰি আছো, ইউজাৰ ল’গদ-ইন (logged-in) হৈ থাকিব তেওঁলোকে ল’গআউত বুটামটো নিটিপালৈকে |
00:32 | আৰম্ভ কৰিবলৈ মই এখন html ফৰ্ম বনাম |
00:35 | মই আপোনাক কিছু mySQL বৈশিষ্ট্যৰ দ্বাৰা লৈ যাম যি আমি সজাম |
00:42 | আমাৰ html ফৰ্মত, আমাৰ "ল’গিন (login) দত (dot) php" নামৰ পৃষ্ঠা এটালৈ একচনটো যাব |
00:47 | আমি ইয়াক সৰল ৰাখিবলৈ পৃথক পৃষ্ঠা ৰাখিম |
00:49 | আমাৰ মেথদটো হ’ব প’ষ্ট (POST)আহক আমাৰ ফৰ্ম ইয়াত শেষ কৰো |
00:54 | মই আমাৰ ইনপুত টাইপ বনোৱাৰে আৰম্ভ কৰিম যি হ’ব টেকস্ত ("text") আৰু নামটো হ’ব ইউজাৰনেম ("username") |
01:06 | ইয়াত এটা লাইন ব্ৰেক |
01:09 | এই শাৰীটো ক’পি-পেষ্ট (Copy-paste) কৰক আৰু টেকস্ত ("text")ক পাচৱৰ্দ ("password")লৈ সলাওঁক |
01:15 | আৰু ইয়াক কোৱা হয় পাচৱৰ্দ ("password") । আমি কি অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰি আছো তাৰ ওপৰত নিৰ্ভৰ কৰি, ই ষ্টাৰচ বা চাৰক’লচ হিচাবে প্ৰদৰ্শিত হ’ব |
01:24 | অৱশেষত আমি এটা চাবমিত ("submit") বুটাম বনাম আৰু ইয়াৰ মানটো হ’ব ল’গ ইন ("Log in") |
01:31 | আহক ইয়াক চেষ্টা কৰো । ৰিফ্ৰেছ কৰক আৰু ইয়াত আমাৰ এটা পৃষ্ঠা আছে |
01:36 | "ইন্দেক্স (index) দত (dot) php" এটা ইউজাৰ নেম আৰু পাচৱৰ্দৰ সৈতে |
01:39 | মই ল’গ ইন কৰিম আৰু ই এটা পৃষ্ঠালৈ যাব যি উপলদ্ধ নহয় |
01:43 | এতিয়া আহক ইয়াক কিছু অধিক উপভোক্তা সহায়ক বনাওঁ আৰু ইয়াত লেবেলচ (labels) লিখো |
01:54 | ৰিফ্ৰেছ আৰু আগবাঢ়ক |
01:59 | এতিয়া আহক আমাৰ "ল’গিন (login) দত (dot) php" ফাইলটো বনাওঁ |
02:01 | প্ৰথমে মই "php মাই (my) এদমিন (admin)" খুলিম |
02:04 | যদি আপুনি এক্সজেম্প ("xampp") ব্যৱ্হাৰ কৰি আছে তেন্তে ই "php মাই (my) এদমিন (admin)"ৰ বাবে ল’কেল হ’ষ্টটো ব্যৱ্হাৰ কৰি দিফল্টৰ দ্বাৰা ইনস্তল হ’ব |
02:11 | যদি ই এতিয়ালৈকে ইনস্তল হোৱা নাই, মই আপোনাক পৰামৰ্শ দিওঁ ইয়াক গুগুল কৰক আৰু ল’কেল হ’ষ্ট দাইৰেক্তৰীটোত ক’পি এটা ইনস্তল কৰক আৰু ইয়াক ব্যৱ্হাৰ কৰক |
02:21 | এতিয়া, আমি এটা নতুন দাতাবেচ বনাম |
02:25 | গতিকে ইয়াত, "php ল’গিন (login)" নামৰ নতুন দাতাবেচ বনাওঁক আৰু ক্ৰিয়েত (create)ত টিপক |
02:40 | আমি ই ইয়াত দৰ্শিত হোৱাতো চাব পাৰো আৰু আমি এতিয়া টেবলচ বনাব পাৰো |
02:46 | যদি আপুনি sqlৰ সৈতে পৰিচিত নহয়, আহক মই আপোনাক বৰ্ণনা দিওঁ |
02:50 | মূল গাঠণিটো হৈছে এটা দাতাবেচ যি টেবলচ জমা কৰে আৰু টেবলচে ৰৌজ জমা কৰে আৰু ৰৌজে মানসমূহ জমা কৰে |
03:00 | আহক ইয়াক ইউজাৰচ ("users") নাম দিওঁ আৰু OKত টিপো |
03:06 | এটা এৰ’ৰ - ফিল্দচৰ সংখ্যাটো! |
03:10 | যেতিয়া মই এটা নতুন দাতাবেচ বনাওঁ, মই এটা ন’তপেদ বা এটা কনটেকস্ত এদিতৰ খুলো আৰু সকলো ফিল্দচ লিখো যি মই ব্যৱ্হাৰ কৰিম |
03:20 | মই আৰম্ভ কৰিবলৈ "id" ব্যৱ্হাৰ কৰিম, পাছ্ত ইউজাৰ নেম ("user name") আৰু শেষত পাচৱৰ্দ ("password") । এই মূহুৰ্ত্তত সেইয়াই হৈছে আমি বিচৰা সকলো |
03:28 | আমি লগতে ফাৰ্ষ্ট নেম ("first name"), দেত অফ বাৰ্থ ("date of birth") ইত্যাদি যোগ কৰিব পাৰো আপোনাৰ প্ৰোগ্ৰামটোৰ ওপৰত নিৰ্ভৰ কৰি |
03:36 | কিন্তু এতিয়াৰ বাবে আমি এই ফিল্দ তিনিটা ব্যৱ্হাৰ কৰিছো ইয়াত মুঠতে তিনিটা ফিল্দ হোৱাকৈ |
03:42 | আহক ইয়ালৈ ঘূৰি যাওঁ । গতিকে, ফিল্দ তিনিটা আৰু সি প্ৰথমে তাক বনাব |
03:49 | এতিয়া আমি ফিল্দ নেমচ লিখাৰ সৈতে অগবাঢ়িম |
03:53 | আমি "id" লিখিম আৰু আমি ইয়াক এটা ইন্তিজাৰ বনাম |
03:57 | এইটো হৈছে প্ৰাইমাৰি কী আৰু আমি ইয়াক স্ববৰ্দ্ধিত হোৱাকৈ বনাব বিচাৰিছো |
04:02 | এতিয়া, নতুন ৰেকৰ্ড এটা বনালে প্ৰতিবাৰে id মানটো একৰ দ্বাৰা বৰ্দ্ধিত হ’ব |
04:07 | গতিকে, উদাহৰণস্বৰূপে, প্ৰথমে পঞ্জীয়ণ কৰা উপভোক্তাজনৰ idটো হ’ব এক, দ্বিতীয়তে পঞ্জীয়ণ কৰা উপভোক্তাজনৰ idটো হ’ব দুই আৰু তেনেদৰে গৈ থাকিব |
04:15 | ঠিক আছে, পাছৰটো হ’ব ইউজাৰ নেম আৰু শেষৰটো হ’ব পাচৱৰ্দ |
04:23 | পাছত আমি সিহতক ভাৰকাৰচ (VARCHARs) হিচাবে সজাম আৰু মই ইয়াক 25 কেৰেক্তাৰচ হিচাবে সজাম আৰু পাচৱৰ্দটোও 25 কেৰেক্তাৰচ হিচাবে লগতে |
04:31 | আমি এইবোৰৰ বাবে সজাব লগীয়া আৰু একো নাই |
04:34 | আহক আমি তললৈ যাওঁ আৰু ছেভ (SAVE)ত টিপো |
04:40 | ঠিক আছে গতিকে মই ইয়াত এবাৰ ছেভ কৰিলে, আমি তললৈ আহি ইয়াত ইয়াক চাব পাৰো |
04:44 | আৰু আপুনি সিহতত মানসমূহ ভৰ্ত্তি কৰিব পাৰে |
04:48 | আমি ইয়াক কৰিম কাৰণ আমি পৰীক্ষা কৰি আছো |
04:50 | মই কেনেকৈ উপভোক্তা পঞ্জীয়ণ কৰা ফৰ্ম এখন বনোৱা হয় তাৰ ওপৰত কিছু টিউট’ৰিয়েলচ বনাইছো । আমি ইয়াক পাছত তাত আলোচনা কৰিব পাৰো |
05:01 | "id"ৰ মানটো স্ব-বৰ্দ্ধিত (auto-incremented) হ’ব, গতিকে আমি একো দিব নালাগে |
05:05 | ই এটা পোনপটীয়া পথৰে যাব |
05:07 | ইউজাৰ নেমত, মই ক’ম এলেক্স ("Alex") |
05:10 | মোৰ পাচৱৰ্দটো হ’ব "abc" । তথাপি মই আপোনাক এটা উন্নত পাচৱৰ্দ ল’বলৈ কওঁ |
05:16 | ঠিক আছে গতিকে ইউজাৰ নেমটো হৈছে এলেক্স ("Alex") আৰু পাচৱৰ্দটো হৈছে "abc" - মনত ৰাখিবলৈ সহজ । সেইয়াই হৈছে যি জমা হৈছে |
05:26 | ব্ৰ’জ কৰিবলৈ, ব্ৰ’জ টেবটোত টিপক |
05:28 | আহক তললৈ যাওঁ । আমাৰ ইউজাৰ নেম আৰু পাচৱৰ্দ এলেক্স ("Alex") আৰু "abc" হিচাবে আছে আৰু idটো ইতিমধ্যে 1লৈ সজোৱা হৈছে |
05:37 | এতিয়া, আমি "ল’গিন (login) দত (dot) php" পৃষ্ঠাটো বনাম |
05:46 | আহক ইয়াক সোনকালে ছেভ কৰো - "ল’গিন (login) দত (dot) php" |
05:51 | আহক আমি কেনেকৈ আমাৰ php টেগচ বনোৱা হয় চাওঁ |
05:55 | মই এতিয়া একাউন্টলৈ কিছু প’ষ্ট (POST) ভেৰিয়েবলচ নিম |
05:59 | "ইন্দেক্স (index) দত (dot) php"ত, আমি মেথ’দটো প’ষ্ট (POST) হিচাবে ব্যৱ্হাৰ কৰিছো |
06:01 | আমি ইউজাৰ নেমক ডলাৰ চিহ্ন আন্দাৰস্ক’ৰ প’ষ্ট হিচাবে সজাম আৰু ভেৰিয়েবলটো ৰিনেম কৰিম যি হৈছে ইউজাৰনেম ("username") |
06:11 | ইয়াক ইয়াত পোৱা হৈছে আৰু.... পাচৱৰ্দটো এটা প’ষ্ট মানৰ সমান হ’ব আৰু সি হ’ব পাচৱৰ্দ ("password") |
06:25 | সৰ্বপ্ৰথমে, আমি পৰীক্ষা কৰিম যে ইউজাৰ নেম আৰু পাচৱৰ্দ দুয়োটা এন্টাৰ কৰা হৈছে নেকি |
06:30 | আমি ফৰ্মখন পৰীক্ষা কৰাৰে আৰম্ভ নকৰো । সেইটো কৰাতো অপ্ৰয়োজনীয় যিহেতু আমি জানো উপভোক্তাই এই দুয়োটা ফিল্দ এন্টাৰ কৰিছে |
06:38 | এতিয়া, মই মোৰ ইফ ("if") ষ্টেতমেন্তটো লিখিম |
06:40 | এইটো এটা ডাঙৰ ব্লক হ’ব কাৰণ মই ইয়াক পৰীক্ষা কৰাৰ পাছত মোক প্ৰয়োজনীয় সকলো ক’ড ইয়ালৈ যাব |
06:45 | গতিকে ইয়াত মই ক’ম যদি ইউজাৰনেম ("username") যি বুজায় যদি ইউজাৰনেমৰ ("username") এটা মান আছে, ই ট্ৰু (TRUE) ঘূৰাই দিব আৰু মই ক’ম পাচৱৰ্দ ("password") |
06:56 | গতিকে ই ট্ৰু হ’বলৈ আৰু ইয়াত এই ক’ডৰ ব্লকটো কাৰ্যকৰী কৰিবলৈ ইয়াক ইউজাৰনেম ("username") আৰু পাচৱৰ্দ ("password") লাগিব |
07:04 | আমি ইয়াত কি লিখা উচিত? আমি আমাৰ দাতাবেচলৈ সংযোগ কৰিব লাগিব |
07:08 | এইটো কৰিবলৈ আমি কানেক্ট ("connect") নামৰ ভেৰিয়েবল এটা বনাম যি "mysql_কানেক্ট(connect)"ৰ সমান হয় |
07:20 | আৰু ইয়াৰ ভিতৰত প্ৰথম পাৰামিটাৰটো এটা হ’ষ্ট ("host") হ’ব যি মোৰ বাবে হৈছে ল’কেলহ’ষ্ট ("localhost") |
07:28 | দ্বিতীয়টো হ’ব ইউজাৰনেম ("username") আৰু মই ৰোত ("root") ব্যৱ্হাৰ কৰিম |
07:31 | তৃতীয়টো হৈছে পাচৱৰ্দ ("password") যিটো মই ভাবো মোৰ নাইকীয়া । আমি তাত পৰীক্ষা কৰিম |
07:37 | ইয়াৰ পাছত আমি ক’ব পাৰো অৰ দাই ("or die") আৰু এৰ’ৰ বাৰ্তা এটা দিওঁ |
07:39 | গতিকে, উদাহৰণস্বৰূপে, আমি ক’ব পাৰো "Couldn't কানেক্ট (connect)" |
07:44 | মই মোৰ পাচৱৰ্দৰ বিষয়ে নিশ্বিত নহয় । মই ভাবো ই কিবা অন্য এটা |
07:48 | আমি কিবা এটা চেষ্টা কৰিম তেন্তে ই ক’ব "Couldn't কানেক্ট (connect)" |
07:51 | এতিয়া আমি আমাৰ টেবল নিৰ্বাচিত কৰিব লাগিব, ক্ষমা কৰিব আমাৰ দাতাবেচ |
07:58 | আমি ক’ম "mysql চিলেক্ট (select) db" যি হৈছে আন এটা বুইল্ট-ইন (built-in) ফাংচন যেতিয়া আপোনাৰ php ম’দিউলটো ইনস্তল থাকে |
08:06 | ই লগতে এক্সজেম্পৰ (XAMPP) সৈতেওঁ আহে |
08:11 | ইয়াত মই এটা দ্বৈত উৰ্দ্ধক’মা দিম আৰু ক’ম "phplogin" |
08:19 | গতিকে সকলো ঠিকে আছে বুলি ভাবি, মই মোৰ এৰ’ৰ বাৰ্তাটো ইয়াত যোগ কৰিব পাৰো "Couldn't ফাইন্দ (find) db" । ঠিক? |
08:30 | পৃষ্ঠাটো ৰিফ্ৰেছ কৰক । ল’গিনত টিপক । একো নহ’ল |
08:37 | আহক আমাৰ ইফ ("if") ষ্টেতমেন্তটো এদিত কৰো আৰু কওঁ এলচ ("else") একৌ বা তাৰ পৰিবৰ্ত্তে উত্তম ফাংচনটো হৈছে দাই ("die") |
08:47 | ইয়াত এই পইন্টৰ পাছত ই একো বস্তু কাৰ্যকৰী নকৰিব, এই ফাংচনটো মতাৰ পাছত |
08:54 | আৰু ইও লগতে আপোনাৰ পচন্দৰ এটা বাৰ্তা পঠাব |
08:58 | গতিকে ইয়াত মই ক’ম "প্লিজ (Please) এন্টাৰ (enter) এ (a) ইউজাৰ (user) নেম (name) এন্দ (and) এ (a) পাচৱৰ্দ (password)" |
09:08 | ইয়াক ৰিফ্ৰেছ কৰক । দাতাটো পুনৰ পঠাওক আৰু আমি এই এৰ’ৰ বাৰ্তাটো পাওঁ |
09:13 | পাছত মই লিখিম এলেক্স ("Alex") আৰু "123", ক্ষমা কৰিব "abc" আৰু ল’গ ইনত টিপিম |
09:18 | এৰ’ৰ বাৰ্তা নাই, যি বুজায় আমি দাতাবেচটোৰ সৈতে সংযোজিত হ’লো |
09:25 | সেইয়াই হৈছে এই অংশৰ শেষ । পাছৰটোত মই দেখুৱাম কেনেকৈ আমাৰ দাতাবেচৰ সৈতে সংযোগ কৰা হয় আৰু ইউজাৰ নেম আৰু পাচৱৰ্দৰ বাবে পৰীক্ষা কৰা হয় |
09:34 | আমাক সংযোগ কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায় |