PHP-and-MySQL/C4/User-Login-Part-1/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 ইউজাৰ ল’গিন আৰু চেচনচৰ টিউট’ৰিয়েলটোলৈ স্বাগতম
00:03 এই টিউট’ৰিয়েলটোৱে phpৰ কিছু দৃষ্টিভঙ্গি দিব যি কেনেকৈ html ফৰ্ম এখন ভৰ্ত্তি কৰা হয় আৰু কেনেকৈ ইউজাৰ নেম আৰু পাচৱৰ্দৰ বাবে চোৱা হয় তাৰ ওপৰত মনোযোগ কৰিব
00:14 এন্টাৰ কৰা মানসমূহ দাতাবেচ এটাৰ বিপক্ষে পৰীক্ষা কৰা হ’ব
00:16 মই আপোনাক আপোনাৰ ইউজাৰ নেম আৰু পাচৱৰ্দৰ সৈতে কেনেকৈ দাতাবেচ এটা চেত-আপ (set-up) কৰা হয় দেখুৱাম, দাতাবেচ এটালৈ কেনেকৈ সংযোগ কৰা হয় আৰু লগতে ল’গআউত ফাংচন এটা প্ৰক্ৰিয়াকৰণ কৰাতো
00:25 যিহেতু আমি চেচনচ ব্যৱ্হাৰ কৰি আছো, ইউজাৰ ল’গদ-ইন (logged-in) হৈ থাকিব তেওঁলোকে ল’গআউত বুটামটো নিটিপালৈকে
00:32 আৰম্ভ কৰিবলৈ মই এখন html ফৰ্ম বনাম
00:35 মই আপোনাক কিছু mySQL বৈশিষ্ট্যৰ দ্বাৰা লৈ যাম যি আমি সজাম
00:42 আমাৰ html ফৰ্মত, আমাৰ "ল’গিন (login) দত (dot) php" নামৰ পৃষ্ঠা এটালৈ একচনটো যাব
00:47 আমি ইয়াক সৰল ৰাখিবলৈ পৃথক পৃষ্ঠা ৰাখিম
00:49 আমাৰ মেথদটো হ’ব প’ষ্ট (POST)আহক আমাৰ ফৰ্ম ইয়াত শেষ কৰো
00:54 মই আমাৰ ইনপুত টাইপ বনোৱাৰে আৰম্ভ কৰিম যি হ’ব টেকস্ত ("text") আৰু নামটো হ’ব ইউজাৰনেম ("username")
01:06 ইয়াত এটা লাইন ব্ৰেক
01:09 এই শাৰীটো ক’পি-পেষ্ট (Copy-paste) কৰক আৰু টেকস্ত ("text")ক পাচৱৰ্দ ("password")লৈ সলাওঁক
01:15 আৰু ইয়াক কোৱা হয় পাচৱৰ্দ ("password") । আমি কি অপাৰেতিং চিষ্টেম ব্যৱ্হাৰ কৰি আছো তাৰ ওপৰত নিৰ্ভৰ কৰি, ই ষ্টাৰচ বা চাৰক’লচ হিচাবে প্ৰদৰ্শিত হ’ব
01:24 অৱশেষত আমি এটা চাবমিত ("submit") বুটাম বনাম আৰু ইয়াৰ মানটো হ’ব ল’গ ইন ("Log in")
01:31 আহক ইয়াক চেষ্টা কৰো । ৰিফ্ৰেছ কৰক আৰু ইয়াত আমাৰ এটা পৃষ্ঠা আছে
01:36 "ইন্দেক্স (index) দত (dot) php" এটা ইউজাৰ নেম আৰু পাচৱৰ্দৰ সৈতে
01:39 মই ল’গ ইন কৰিম আৰু ই এটা পৃষ্ঠালৈ যাব যি উপলদ্ধ নহয়
01:43 এতিয়া আহক ইয়াক কিছু অধিক উপভোক্তা সহায়ক বনাওঁ আৰু ইয়াত লেবেলচ (labels) লিখো
01:54 ৰিফ্ৰেছ আৰু আগবাঢ়ক
01:59 এতিয়া আহক আমাৰ "ল’গিন (login) দত (dot) php" ফাইলটো বনাওঁ
02:01 প্ৰথমে মই "php মাই (my) এদমিন (admin)" খুলিম
02:04 যদি আপুনি এক্সজেম্প ("xampp") ব্যৱ্হাৰ কৰি আছে তেন্তে ই "php মাই (my) এদমিন (admin)"ৰ বাবে ল’কেল হ’ষ্টটো ব্যৱ্হাৰ কৰি দিফল্টৰ দ্বাৰা ইনস্তল হ’ব
02:11 যদি ই এতিয়ালৈকে ইনস্তল হোৱা নাই, মই আপোনাক পৰামৰ্শ দিওঁ ইয়াক গুগুল কৰক আৰু ল’কেল হ’ষ্ট দাইৰেক্তৰীটোত ক’পি এটা ইনস্তল কৰক আৰু ইয়াক ব্যৱ্হাৰ কৰক
02:21 এতিয়া, আমি এটা নতুন দাতাবেচ বনাম
02:25 গতিকে ইয়াত, "php ল’গিন (login)" নামৰ নতুন দাতাবেচ বনাওঁক আৰু ক্ৰিয়েত (create)ত টিপক
02:40 আমি ই ইয়াত দৰ্শিত হোৱাতো চাব পাৰো আৰু আমি এতিয়া টেবলচ বনাব পাৰো
02:46 যদি আপুনি sqlৰ সৈতে পৰিচিত নহয়, আহক মই আপোনাক বৰ্ণনা দিওঁ
02:50 মূল গাঠণিটো হৈছে এটা দাতাবেচ যি টেবলচ জমা কৰে আৰু টেবলচে ৰৌজ জমা কৰে আৰু ৰৌজে মানসমূহ জমা কৰে
03:00 আহক ইয়াক ইউজাৰচ ("users") নাম দিওঁ আৰু OKত টিপো
03:06 এটা এৰ’ৰ - ফিল্দচৰ সংখ্যাটো!
03:10 যেতিয়া মই এটা নতুন দাতাবেচ বনাওঁ, মই এটা ন’তপেদ বা এটা কনটেকস্ত এদিতৰ খুলো আৰু সকলো ফিল্দচ লিখো যি মই ব্যৱ্হাৰ কৰিম
03:20 মই আৰম্ভ কৰিবলৈ "id" ব্যৱ্হাৰ কৰিম, পাছ্ত ইউজাৰ নেম ("user name") আৰু শেষত পাচৱৰ্দ ("password") । এই মূহুৰ্ত্তত সেইয়াই হৈছে আমি বিচৰা সকলো
03:28 আমি লগতে ফাৰ্ষ্ট নেম ("first name"), দেত অফ বাৰ্থ ("date of birth") ইত্যাদি যোগ কৰিব পাৰো আপোনাৰ প্ৰোগ্ৰামটোৰ ওপৰত নিৰ্ভৰ কৰি
03:36 কিন্তু এতিয়াৰ বাবে আমি এই ফিল্দ তিনিটা ব্যৱ্হাৰ কৰিছো ইয়াত মুঠতে তিনিটা ফিল্দ হোৱাকৈ
03:42 আহক ইয়ালৈ ঘূৰি যাওঁ । গতিকে, ফিল্দ তিনিটা আৰু সি প্ৰথমে তাক বনাব
03:49 এতিয়া আমি ফিল্দ নেমচ লিখাৰ সৈতে অগবাঢ়িম
03:53 আমি "id" লিখিম আৰু আমি ইয়াক এটা ইন্তিজাৰ বনাম
03:57 এইটো হৈছে প্ৰাইমাৰি কী আৰু আমি ইয়াক স্ববৰ্দ্ধিত হোৱাকৈ বনাব বিচাৰিছো
04:02 এতিয়া, নতুন ৰেকৰ্ড এটা বনালে প্ৰতিবাৰে id মানটো একৰ দ্বাৰা বৰ্দ্ধিত হ’ব
04:07 গতিকে, উদাহৰণস্বৰূপে, প্ৰথমে পঞ্জীয়ণ কৰা উপভোক্তাজনৰ idটো হ’ব এক, দ্বিতীয়তে পঞ্জীয়ণ কৰা উপভোক্তাজনৰ idটো হ’ব দুই আৰু তেনেদৰে গৈ থাকিব
04:15 ঠিক আছে, পাছৰটো হ’ব ইউজাৰ নেম আৰু শেষৰটো হ’ব পাচৱৰ্দ
04:23 পাছত আমি সিহতক ভাৰকাৰচ (VARCHARs) হিচাবে সজাম আৰু মই ইয়াক 25 কেৰেক্তাৰচ হিচাবে সজাম আৰু পাচৱৰ্দটোও 25 কেৰেক্তাৰচ হিচাবে লগতে
04:31 আমি এইবোৰৰ বাবে সজাব লগীয়া আৰু একো নাই
04:34 আহক আমি তললৈ যাওঁ আৰু ছেভ (SAVE)ত টিপো
04:40 ঠিক আছে গতিকে মই ইয়াত এবাৰ ছেভ কৰিলে, আমি তললৈ আহি ইয়াত ইয়াক চাব পাৰো
04:44 আৰু আপুনি সিহতত মানসমূহ ভৰ্ত্তি কৰিব পাৰে
04:48 আমি ইয়াক কৰিম কাৰণ আমি পৰীক্ষা কৰি আছো
04:50 মই কেনেকৈ উপভোক্তা পঞ্জীয়ণ কৰা ফৰ্ম এখন বনোৱা হয় তাৰ ওপৰত কিছু টিউট’ৰিয়েলচ বনাইছো । আমি ইয়াক পাছত তাত আলোচনা কৰিব পাৰো
05:01 "id"ৰ মানটো স্ব-বৰ্দ্ধিত (auto-incremented) হ’ব, গতিকে আমি একো দিব নালাগে
05:05 ই এটা পোনপটীয়া পথৰে যাব
05:07 ইউজাৰ নেমত, মই ক’ম এলেক্স ("Alex")
05:10 মোৰ পাচৱৰ্দটো হ’ব "abc" । তথাপি মই আপোনাক এটা উন্নত পাচৱৰ্দ ল’বলৈ কওঁ
05:16 ঠিক আছে গতিকে ইউজাৰ নেমটো হৈছে এলেক্স ("Alex") আৰু পাচৱৰ্দটো হৈছে "abc" - মনত ৰাখিবলৈ সহজ । সেইয়াই হৈছে যি জমা হৈছে
05:26 ব্ৰ’জ কৰিবলৈ, ব্ৰ’জ টেবটোত টিপক
05:28 আহক তললৈ যাওঁ । আমাৰ ইউজাৰ নেম আৰু পাচৱৰ্দ এলেক্স ("Alex") আৰু "abc" হিচাবে আছে আৰু idটো ইতিমধ্যে 1লৈ সজোৱা হৈছে
05:37 এতিয়া, আমি "ল’গিন (login) দত (dot) php" পৃষ্ঠাটো বনাম
05:46 আহক ইয়াক সোনকালে ছেভ কৰো - "ল’গিন (login) দত (dot) php"
05:51 আহক আমি কেনেকৈ আমাৰ php টেগচ বনোৱা হয় চাওঁ
05:55 মই এতিয়া একাউন্টলৈ কিছু প’ষ্ট (POST) ভেৰিয়েবলচ নিম
05:59 "ইন্দেক্স (index) দত (dot) php"ত, আমি মেথ’দটো প’ষ্ট (POST) হিচাবে ব্যৱ্হাৰ কৰিছো
06:01 আমি ইউজাৰ নেমক ডলাৰ চিহ্ন আন্দাৰস্ক’ৰ প’ষ্ট হিচাবে সজাম আৰু ভেৰিয়েবলটো ৰিনেম কৰিম যি হৈছে ইউজাৰনেম ("username")
06:11 ইয়াক ইয়াত পোৱা হৈছে আৰু.... পাচৱৰ্দটো এটা প’ষ্ট মানৰ সমান হ’ব আৰু সি হ’ব পাচৱৰ্দ ("password")
06:25 সৰ্বপ্ৰথমে, আমি পৰীক্ষা কৰিম যে ইউজাৰ নেম আৰু পাচৱৰ্দ দুয়োটা এন্টাৰ কৰা হৈছে নেকি
06:30 আমি ফৰ্মখন পৰীক্ষা কৰাৰে আৰম্ভ নকৰো । সেইটো কৰাতো অপ্ৰয়োজনীয় যিহেতু আমি জানো উপভোক্তাই এই দুয়োটা ফিল্দ এন্টাৰ কৰিছে
06:38 এতিয়া, মই মোৰ ইফ ("if") ষ্টেতমেন্তটো লিখিম
06:40 এইটো এটা ডাঙৰ ব্লক হ’ব কাৰণ মই ইয়াক পৰীক্ষা কৰাৰ পাছত মোক প্ৰয়োজনীয় সকলো ক’ড ইয়ালৈ যাব
06:45 গতিকে ইয়াত মই ক’ম যদি ইউজাৰনেম ("username") যি বুজায় যদি ইউজাৰনেমৰ ("username") এটা মান আছে, ই ট্ৰু (TRUE) ঘূৰাই দিব আৰু মই ক’ম পাচৱৰ্দ ("password")
06:56 গতিকে ই ট্ৰু হ’বলৈ আৰু ইয়াত এই ক’ডৰ ব্লকটো কাৰ্যকৰী কৰিবলৈ ইয়াক ইউজাৰনেম ("username") আৰু পাচৱৰ্দ ("password") লাগিব
07:04 আমি ইয়াত কি লিখা উচিত? আমি আমাৰ দাতাবেচলৈ সংযোগ কৰিব লাগিব
07:08 এইটো কৰিবলৈ আমি কানেক্ট ("connect") নামৰ ভেৰিয়েবল এটা বনাম যি "mysql_কানেক্ট(connect)"ৰ সমান হয়
07:20 আৰু ইয়াৰ ভিতৰত প্ৰথম পাৰামিটাৰটো এটা হ’ষ্ট ("host") হ’ব যি মোৰ বাবে হৈছে ল’কেলহ’ষ্ট ("localhost")
07:28 দ্বিতীয়টো হ’ব ইউজাৰনেম ("username") আৰু মই ৰোত ("root") ব্যৱ্হাৰ কৰিম
07:31 তৃতীয়টো হৈছে পাচৱৰ্দ ("password") যিটো মই ভাবো মোৰ নাইকীয়া । আমি তাত পৰীক্ষা কৰিম
07:37 ইয়াৰ পাছত আমি ক’ব পাৰো অৰ দাই ("or die") আৰু এৰ’ৰ বাৰ্তা এটা দিওঁ
07:39 গতিকে, উদাহৰণস্বৰূপে, আমি ক’ব পাৰো "Couldn't কানেক্ট (connect)"
07:44 মই মোৰ পাচৱৰ্দৰ বিষয়ে নিশ্বিত নহয় । মই ভাবো ই কিবা অন্য এটা
07:48 আমি কিবা এটা চেষ্টা কৰিম তেন্তে ই ক’ব "Couldn't কানেক্ট (connect)"
07:51 এতিয়া আমি আমাৰ টেবল নিৰ্বাচিত কৰিব লাগিব, ক্ষমা কৰিব আমাৰ দাতাবেচ
07:58 আমি ক’ম "mysql চিলেক্ট (select) db" যি হৈছে আন এটা বুইল্ট-ইন (built-in) ফাংচন যেতিয়া আপোনাৰ php ম’দিউলটো ইনস্তল থাকে
08:06 ই লগতে এক্সজেম্পৰ (XAMPP) সৈতেওঁ আহে
08:11 ইয়াত মই এটা দ্বৈত উৰ্দ্ধক’মা দিম আৰু ক’ম "phplogin"
08:19 গতিকে সকলো ঠিকে আছে বুলি ভাবি, মই মোৰ এৰ’ৰ বাৰ্তাটো ইয়াত যোগ কৰিব পাৰো "Couldn't ফাইন্দ (find) db" । ঠিক?
08:30 পৃষ্ঠাটো ৰিফ্ৰেছ কৰক । ল’গিনত টিপক । একো নহ’ল
08:37 আহক আমাৰ ইফ ("if") ষ্টেতমেন্তটো এদিত কৰো আৰু কওঁ এলচ ("else") একৌ বা তাৰ পৰিবৰ্ত্তে উত্তম ফাংচনটো হৈছে দাই ("die")
08:47 ইয়াত এই পইন্টৰ পাছত ই একো বস্তু কাৰ্যকৰী নকৰিব, এই ফাংচনটো মতাৰ পাছত
08:54 আৰু ইও লগতে আপোনাৰ পচন্দৰ এটা বাৰ্তা পঠাব
08:58 গতিকে ইয়াত মই ক’ম "প্লিজ (Please) এন্টাৰ (enter) এ (a) ইউজাৰ (user) নেম (name) এন্দ (and) এ (a) পাচৱৰ্দ (password)"
09:08 ইয়াক ৰিফ্ৰেছ কৰক । দাতাটো পুনৰ পঠাওক আৰু আমি এই এৰ’ৰ বাৰ্তাটো পাওঁ
09:13 পাছত মই লিখিম এলেক্স ("Alex") আৰু "123", ক্ষমা কৰিব "abc" আৰু ল’গ ইনত টিপিম
09:18 এৰ’ৰ বাৰ্তা নাই, যি বুজায় আমি দাতাবেচটোৰ সৈতে সংযোজিত হ’লো
09:25 সেইয়াই হৈছে এই অংশৰ শেষ । পাছৰটোত মই দেখুৱাম কেনেকৈ আমাৰ দাতাবেচৰ সৈতে সংযোগ কৰা হয় আৰু ইউজাৰ নেম আৰু পাচৱৰ্দৰ বাবে পৰীক্ষা কৰা হয়
09:34 আমাক সংযোগ কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায়

Contributors and Content Editors

Mausamh9, Pratik kamble