PERL/C2/Functions-in-Perl/Assamese
From Script | Spoken-Tutorial
Revision as of 10:38, 6 March 2017 by Pratik kamble (Talk | contribs)
|
|
---|---|
00:01 | Functions in Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম । |
00:06 | এই টিওটৰিয়েলত আমি শিকিম- |
00:10 | ‘‘পাৰ্লৰ function‘‘ সমূহ arguments ৰ সৈতে থকা ‘‘functions |
00:13 | return valuesৰ সৈতে থকা ‘‘functions |
00:16 | এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:18 | ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম |
00:22 | ‘‘পাৰ্ল ৫.১৪.২ আৰু |
00:24 | ‘‘যিএদিত' (gedit)' টেক্সট এদিতৰ |
00:27 | আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে। |
00:31 | পাৰ্লৰ ‘‘ভেৰিয়েবল,কম্মেন্ত,লোপ,কন্দিশনেল স্টেটমেন্ট আৰু দাতা ষ্ট্ৰাকষ্টাৰ ৰ (variables, comments, loops, conditional statements and Data Structures) ওপৰত আপোনাৰ সামান্য জ্ঞান থকাতো উচিত |
00:41 | ‘‘স্পকেন টিওটৰিয়েল‘‘ ৱেবচাইটত থকা এই ‘‘টিওটৰিয়েল‘‘ সম্পৰ্কীয় ‘‘স্পকেন টিওটৰিয়েল‘‘ সমূহ পঢ়িব পাৰে। |
00:47 | আমি প্ৰথমে কিচুমান সৰল ‘‘পাৰ্ল ফান্কসন‘‘(Perl functions) চাম। |
00:51 | ‘‘পাৰ্লত‘‘ থকা ফান্কসন subroutines সমূহ ‘‘‘sub keyword ৰ সহায়ত বৰ্ণনা কৰা হয়। |
00:57 | বৰ্ণনা কৰি ৰখা ‘‘function এটাৰ দেফিনাছন (সংজ্ঞা) কাৰ্লী ব্ৰেকেটৰ মাজত লিখা যায়। |
01:03 | এই ‘‘functionটোৱে একো ‘‘argument নলয়। |
01:07 | আৰু ই একো ঘোৰায় নিদিয়ে। |
01:10 | টোকা: লিপিত অথবা বেলেগ ‘‘moduleত ‘‘functionৰ দেফিনাছন (সংজ্ঞা) সমূহ যিকোনো ঠাইতে লিখিব পাৰি। |
01:17 | তাৰ পাছত ‘‘functionটো ব্যৱহাৰ কৰিবৰ বাবে এই ‘‘moduleটো লিপিত সংযোগ কৰিব লাগিব। |
01:24 | লিপিত ‘‘ module ফাইল টি সংযোগ কৰিবৰ বাবে, আমি তলৰ syntax ব্যৱহাৰ কৰিব লাগিব |
01:31 | ‘‘ব্যৱহাৰ কৰক ModuleFileName semicolon |
01:35 | এটা চেম্পল প্ৰোগ্ৰামৰ সহায়ত ওপৰত বাখ্যা কৰা কথা বোৰ বুজো আহক। |
01:39 | আপুনাৰ টেক্সট এদিতৰত এটা ফাইল খোলক আৰু ‘‘simpleFunction dot pl বুলি নামাকৰণ কৰক। |
01:46 | ‘‘geditত এইটো হৈছে মোৰ ‘‘simpleFunction dot pl ফাইল। |
01:51 | স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক। |
01:55 | ইয়াত আমি এটা ‘‘function কল কৰিছো যিটো আমি বৰ্ণনা কৰি থৈছো। |
02:00 | তাৰ পাছত একজিকিুছন কন্ত্ৰোলটো সেই ‘‘functionটোলৈ পাছ কৰি দিয়া হয়। |
02:06 | এইটোৱেই হৈছে ‘‘functionটোৰ বৰ্ণনা আৰু বিৱৰণ । |
02:10 | এই ‘‘functionটোৱে আমি দিয়া টেক্সট খিনি প্ৰীন্ট আওত কৰিব |
02:14 | আপুনাৰ ফাইল সংৰক্ষণ কৰক। |
02:17 | তাৰ পাছত টাৰমিনেল যাওক আৰু ‘‘পাৰ্ল লিপি একজিকিউট কৰক, এই খিনি টাইপ কৰি |
02:24 | perl simpleFunction dot pl |
02:28 | আৰু এন্টাৰ( Enter) টিপক। |
02:30 | টাৰমিনেলত আমি আওতপুত দেখা পাম। |
02:38 | এতিয়া, ‘‘argumentsৰ সৈতে থকা এটা ‘‘function চাওঁ আহক । |
02:44 | এটা চেম্পল প্ৰগ্ৰেমৰৰ সহায়ত এই ফাংছনটো বুজো আহক । |
02:48 | টেক্সট এদিতৰত (text editor) এখন ফাইল খোলক আৰু ইয়াক ‘‘functionWithArgs dot pl বুলি নামাকৰণ কৰক । |
02:57 | যিএদিত (gedit) ত এইখনেই হৈছে মোৰ ‘‘functionWithArgs লিপি |
03:02 | স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক। |
03:07 | arguments ‘‘১০ আৰু ‘‘২০ৰ সৈতে ইয়াত আমি এটা ফা্নছন কল কৰিছো। |
03:13 | পাচ হোৱা ‘‘arguments বোৰ ‘‘$var1 আৰু ‘‘$var2ত ধৰি ৰখা হয়। |
03:20 | @ হৈছে এটা বিশেষ ‘‘Perl variable । এই বিশেষ ‘‘Perl variableৰ বিৱৰণি আমি পাছৰ টিওটৰিয়েলত ডাঙি ধৰিম । |
03:29 | এই ‘‘functionটোৱে ২টা ‘‘variables যোগ কৰিব পাৰে আৰু উত্তৰটো প্ৰীন্ট কৰে। |
03:37 | ফাইল সংৰক্ষণ কৰক। |
03:42 | ‘‘@ হৈছে এটা বিশেষ ‘‘Perl array |
03:46 | এই ‘‘arrayটোৱে পাচ হোৱা ‘‘arguments বোৰ সংৰক্ষণ কৰে। |
03:51 | একেদৰে, আমি পাচ হোৱা ‘‘arguments বোৰ ‘‘variablesত ধৰি ৰাখিব পাৰো। |
03:56 | $var1 space = space shift @_ semicolon |
04:04 | $var2 space = space shift @_ semicolon |
04:12 | ‘‘shift @_ ‘‘@_ array ৰ প্ৰথম স্থানৰ পৰা পদাৰ্থ আতৰাই |
04:21 | আৰু তাক এটা ‘‘variable ত দিয়ে |
04:24 | বেলেগ এটা উপায় হৈছে, ‘‘$var1 space = space dollar underscrore open square bracket zero close square bracket semicolon |
04:38 | $var2 space = space dollar underscrore open square bracket 1 close square bracket semicolon |
04:49 | ‘‘index ব্যৱহাৰ কৰি ‘‘@_ arrayৰ পদাৰ্থ বিচৰা প্ৰচেষ্টা টি উপৰত বাখ্যা কৰা উপায়ৰ সৈতে একেই। |
04:59 | এতিয়া টাৰমিনেল যাওক আৰু লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক |
05:06 | আৰু এন্টাৰ প্ৰেছ কৰক । |
05:14 | স্ক্ৰীনত আমি আওতপুত দেখা পাম। |
05:23 | এটিয়া, এটা মান ঘোৰায় দিয়া ‘‘functionsবোৰ চাওঁ আহক । |
05:32 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক |
05:35 | (gedit) যিএদিটত ‘‘funcWithSingleRtrnVal dot pl লিপি লৈ যাও আহক । |
05:46 | টেক্সট এদিটৰত এখন ফাইল খোলক আৰু এইখিনি কোড (code) টাইপ কৰক । |
05:52 | ইয়াত আমি ‘‘পেৰামিটাৰ হিচাপে ১০ আৰু ২০ লৈ ‘‘addVariables function কল কৰিছো । |
06:01 | ‘‘functionয়ে পঠিৱা মান ‘‘$addition variableত ধৰি ৰখা হয় । |
06:09 | এই functionটোৱে, পাচ কৰা পেৰামিটাৰ সমূহ যোগ কৰি উত্তৰটি দিয়ে । |
06:15 | ফাইল সংৰক্ষণ কৰক । |
06:17 | এতিয়া লিপি খন একজিকিউট কৰো আহক । |
06:20 | সেই বাবে, টাৰমিনেল যাওক আৰু টাইপ কৰক - |
06:24 | ‘‘perl funcWithSingleRtrnVal dot pl আৰু এন্টাৰ প্ৰেছ কৰক । |
06:35 | টাৰমিনেলত আওতপুত দেখা পাম । |
06:43 | এতিয়া এটা ফাংছন চাওঁ আহক, যিটোৱে বহুসংখ্যক মান দিয়ে । |
06:48 | এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক |
06:53 | যিএদিটত এখন ফাইল খোলিলো আৰু নামাকৰণ কৰিলো ‘‘funcWithMultipleRtrnVals dot pl বুলি । |
07:04 | উপৰত বাখ্যা কৰাৰ দৰেই, কাম খিনি টেক্সট এদিটিৰত কৰিব |
07:08 | এতিয়া, এইখিনি কোড টাইপ কৰক । |
07:13 | ইয়াত আমি ১০ আৰু ২০ পেৰামিটাৰ হিচাপে লৈ ‘‘addVariables ফাংছনটো কল কৰিছো । |
07:21 | ফাংছনটোৱে ঘোৰাই দিয়া মান সমূহ ‘‘$var1, $var2 আৰু $additionত ধৰি ৰখা হয় । |
07:31 | এই ফাংছনটোৱে, যোগ কৰে আৰু পাচ কৰা পেৰামিটাৰ সমূহ ঘোৰাই দিয়ে আৰু উত্তৰটিয়ো । |
07:42 | এইখিনি বিৱৰণে দেখুৱালে যে কিদৰে আমি এটা ‘‘functionৰ পৰা ‘‘array এটা ঘোৰাই দিব পাৰো । |
07:53 | একেদৰে ই দেখুৱায় যে কিদৰে ফাংছনটো ৰ পৰা ‘‘hash ঘোৰাই দিব পাৰি । |
08:00 | ফাইল সংৰক্ষণ কৰক । |
08:03 | এতিয়া টাৰমিনেলত পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক |
08:10 | perl funcWithMultipleRtrnVals dot pl |
08:18 | আৰু এন্টাৰ প্ৰেছ কৰক |
08:20 | টাৰমিনেলত আওতপুত দেখা পাম । |
08:32 | ‘‘Perlয়ে বিভিন্ন ‘‘inbuilt function সমৰ্থন কৰে । |
08:36 | তাৰে কিছুমান আমি আগৰ টিওটৰিয়েলত শিকিলো । উদাহৰণ স্ৱৰূপে- ‘‘Arrays, Hash, sort, scalar, each, keys আদি |
08:49 | ‘‘inbuilt functionবোৰ কল কৰা পদ্ধতি, যিকোনো এটা ফংছন কল কৰা পদ্ধতিৰে সৈতে একেই, |
08:57 | উদাহৰণ স্ৱৰূপে ‘‘sort open bracket @arrayName close bracket semicolon |
09:04 | আমি ব্যৱহাৰ কৰা চেম্পল প্ৰগ্ৰেম সমূহত কিছুমান ‘‘inbuilt functions সংযোগ কৰি চাওঁ আহক । |
09:10 | আৰু তাৰ আওতপুত চাওঁ আহক । |
09:13 | সাৰাংশ বৰ্ণনা কৰো আহক । |
09:15 | এই টিওটৰিয়েলত আমি শিকিলো- |
09:17 | ‘‘পাৰ্লত Functions |
09:19 | ‘‘argumentsৰ সৈতে থকা ‘‘functions আৰু |
09:22 | চেম্পল প্ৰগ্ৰেম ব্যৱহাৰ কৰি ‘‘functions যিবোৰে মান ঘোৰাই দিয়ে । |
09:27 | ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে । |
09:29 | এটা ‘‘function লিখক যিটোৱে ৩টা ‘‘arguments ল'ব । |
09:33 | এই ‘‘argument সমূহৰ ওপৰত কিছুমান একচ্যন কৰক |
09:37 | ‘‘argument ৰ ওপৰত কৰা একচ্যনৰ ৰিজাল্ট ঘূৰাই দিয়ক আৰু একেতাকেই প্রিন্ট কৰক। |
09:43 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09:47 | Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে । |
09:51 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09:56 | Spoken Tutorial Project ৰ দলটিয়ে ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
10:02 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
10:07 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken hyphen tutorial dot org |
10:14 | ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ । |
10:19 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় |
10:28 | এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:40 | আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব । |
10:43 | এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো |
10:46 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |