PERL/C2/Functions-in-Perl/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Functions in Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00:06 এই টিওটৰিয়েলত আমি শিকিম-
00:10 ‘‘পাৰ্লৰ function‘‘ সমূহ arguments ৰ সৈতে থকা ‘‘functions
00:13 return valuesৰ সৈতে থকা ‘‘functions
00:16 এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো
00:18 ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম
00:22 ‘‘পাৰ্ল ৫.১৪.২ আৰু
00:24 ‘‘যিএদিত' (gedit)' টেক্সট এদিতৰ
00:27 আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে।
00:31 পাৰ্লৰ ‘‘ভেৰিয়েবল,কম্মেন্ত,লোপ,কন্দিশনেল স্টেটমেন্ট আৰু দাতা ষ্ট্ৰাকষ্টাৰ ৰ (variables, comments, loops, conditional statements and Data Structures) ওপৰত আপোনাৰ সামান্য জ্ঞান থকাতো উচিত
00:41 ‘‘স্পকেন টিওটৰিয়েল‘‘ ৱেবচাইটত থকা এই ‘‘টিওটৰিয়েল‘‘ সম্পৰ্কীয় ‘‘স্পকেন টিওটৰিয়েল‘‘ সমূহ পঢ়িব পাৰে।
00:47 আমি প্ৰথমে কিচুমান সৰল ‘‘পাৰ্ল ফান্কসন‘‘(Perl functions) চাম।
00:51 ‘‘পাৰ্লত‘‘ থকা ফান্কসন subroutines সমূহ ‘‘‘sub keyword ৰ সহায়ত বৰ্ণনা কৰা হয়।
00:57 বৰ্ণনা কৰি ৰখা ‘‘function এটাৰ দেফিনাছন (সংজ্ঞা) কাৰ্লী ব্ৰেকেটৰ মাজত লিখা যায়।
01:03 এই ‘‘functionটোৱে একো ‘‘argument নলয়।
01:07 আৰু ই একো ঘোৰায় নিদিয়ে।
01:10 টোকা: লিপিত অথবা বেলেগ ‘‘moduleত ‘‘functionৰ দেফিনাছন (সংজ্ঞা) সমূহ যিকোনো ঠাইতে লিখিব পাৰি।
01:17 তাৰ পাছত ‘‘functionটো ব্যৱহাৰ কৰিবৰ বাবে এই ‘‘moduleটো লিপিত সংযোগ কৰিব লাগিব।
01:24 লিপিত ‘‘ module ফাইল টি সংযোগ কৰিবৰ বাবে, আমি তলৰ syntax ব্যৱহাৰ কৰিব লাগিব
01:31 ‘‘ব্যৱহাৰ কৰক ModuleFileName semicolon
01:35 এটা চেম্পল প্ৰোগ্ৰামৰ সহায়ত ওপৰত বাখ্যা কৰা কথা বোৰ বুজো আহক।
01:39 আপুনাৰ টেক্সট এদিতৰত এটা ফাইল খোলক আৰু ‘‘simpleFunction dot pl বুলি নামাকৰণ কৰক।
01:46 ‘‘geditত এইটো হৈছে মোৰ ‘‘simpleFunction dot pl ফাইল।
01:51 স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক।
01:55 ইয়াত আমি এটা ‘‘function কল কৰিছো যিটো আমি বৰ্ণনা কৰি থৈছো।
02:00 তাৰ পাছত একজিকিুছন কন্ত্ৰোলটো সেই ‘‘functionটোলৈ পাছ কৰি দিয়া হয়।
02:06 এইটোৱেই হৈছে ‘‘functionটোৰ বৰ্ণনা আৰু বিৱৰণ ।
02:10 এই ‘‘functionটোৱে আমি দিয়া টেক্সট খিনি প্ৰীন্ট আওত কৰিব
02:14 আপুনাৰ ফাইল সংৰক্ষণ কৰক।
02:17 তাৰ পাছত টাৰমিনেল যাওক আৰু ‘‘পাৰ্ল লিপি একজিকিউট কৰক, এই খিনি টাইপ কৰি
02:24 perl simpleFunction dot pl
02:28 আৰু এন্টাৰ( Enter) টিপক।
02:30 টাৰমিনেলত আমি আওতপুত দেখা পাম।
02:38 এতিয়া, ‘‘argumentsৰ সৈতে থকা এটা ‘‘function চাওঁ আহক ।
02:44 এটা চেম্পল প্ৰগ্ৰেমৰৰ সহায়ত এই ফাংছনটো বুজো আহক ।
02:48 টেক্সট এদিতৰত (text editor) এখন ফাইল খোলক আৰু ইয়াক ‘‘functionWithArgs dot pl বুলি নামাকৰণ কৰক ।
02:57 যিএদিত (gedit) ত এইখনেই হৈছে মোৰ ‘‘functionWithArgs লিপি
03:02 স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক।
03:07 arguments ‘‘১০ আৰু ‘‘২০ৰ সৈতে ইয়াত আমি এটা ফা্নছন কল কৰিছো।
03:13 পাচ হোৱা ‘‘arguments বোৰ ‘‘$var1 আৰু ‘‘$var2ত ধৰি ৰখা হয়।
03:20 @ হৈছে এটা বিশেষ ‘‘Perl variable । এই বিশেষ ‘‘Perl variableৰ বিৱৰণি আমি পাছৰ টিওটৰিয়েলত ডাঙি ধৰিম ।
03:29 এই ‘‘functionটোৱে ২টা ‘‘variables যোগ কৰিব পাৰে আৰু উত্তৰটো প্ৰীন্ট কৰে।
03:37 ফাইল সংৰক্ষণ কৰক।
03:42 ‘‘@ হৈছে এটা বিশেষ ‘‘Perl array
03:46 এই ‘‘arrayটোৱে পাচ হোৱা ‘‘arguments বোৰ সংৰক্ষণ কৰে।
03:51 একেদৰে, আমি পাচ হোৱা ‘‘arguments বোৰ ‘‘variablesত ধৰি ৰাখিব পাৰো।
03:56 $var1 space = space shift @_ semicolon
04:04 $var2 space = space shift @_ semicolon
04:12 ‘‘shift @_ ‘‘@_ array ৰ প্ৰথম স্থানৰ পৰা পদাৰ্থ আতৰাই
04:21 আৰু তাক এটা ‘‘variable ত দিয়ে
04:24 বেলেগ এটা উপায় হৈছে, ‘‘$var1 space = space dollar underscrore open square bracket zero close square bracket semicolon
04:38 $var2 space = space dollar underscrore open square bracket 1 close square bracket semicolon
04:49 ‘‘index ব্যৱহাৰ কৰি ‘‘@_ arrayৰ পদাৰ্থ বিচৰা প্ৰচেষ্টা টি উপৰত বাখ্যা কৰা উপায়ৰ সৈতে একেই।
04:59 এতিয়া টাৰমিনেল যাওক আৰু লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক
05:06 আৰু এন্টাৰ প্ৰেছ কৰক ।
05:14 স্ক্ৰীনত আমি আওতপুত দেখা পাম।
05:23 এটিয়া, এটা মান ঘোৰায় দিয়া ‘‘functionsবোৰ চাওঁ আহক ।
05:32 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক
05:35 (gedit) যিএদিটত ‘‘funcWithSingleRtrnVal dot pl লিপি লৈ যাও আহক ।
05:46 টেক্সট এদিটৰত এখন ফাইল খোলক আৰু এইখিনি কোড (code) টাইপ কৰক ।
05:52 ইয়াত আমি ‘‘পেৰামিটাৰ হিচাপে ১০ আৰু ২০ লৈ ‘‘addVariables function কল কৰিছো ।
06:01 ‘‘functionয়ে পঠিৱা মান ‘‘$addition variableত ধৰি ৰখা হয় ।
06:09 এই functionটোৱে, পাচ কৰা পেৰামিটাৰ সমূহ যোগ কৰি উত্তৰটি দিয়ে ।
06:15 ফাইল সংৰক্ষণ কৰক ।
06:17 এতিয়া লিপি খন একজিকিউট কৰো আহক ।
06:20 সেই বাবে, টাৰমিনেল যাওক আৰু টাইপ কৰক -
06:24 ‘‘perl funcWithSingleRtrnVal dot pl আৰু এন্টাৰ প্ৰেছ কৰক ।
06:35 টাৰমিনেলত আওতপুত দেখা পাম ।
06:43 এতিয়া এটা ফাংছন চাওঁ আহক, যিটোৱে বহুসংখ্যক মান দিয়ে ।
06:48 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক
06:53 যিএদিটত এখন ফাইল খোলিলো আৰু নামাকৰণ কৰিলো ‘‘funcWithMultipleRtrnVals dot pl বুলি ।
07:04 উপৰত বাখ্যা কৰাৰ দৰেই, কাম খিনি টেক্সট এদিটিৰত কৰিব
07:08 এতিয়া, এইখিনি কোড টাইপ কৰক ।
07:13 ইয়াত আমি ১০ আৰু ২০ পেৰামিটাৰ হিচাপে লৈ ‘‘addVariables ফাংছনটো কল কৰিছো ।
07:21 ফাংছনটোৱে ঘোৰাই দিয়া মান সমূহ ‘‘$var1, $var2 আৰু $additionত ধৰি ৰখা হয় ।
07:31 এই ফাংছনটোৱে, যোগ কৰে আৰু পাচ কৰা পেৰামিটাৰ সমূহ ঘোৰাই দিয়ে আৰু উত্তৰটিয়ো ।
07:42 এইখিনি বিৱৰণে দেখুৱালে যে কিদৰে আমি এটা ‘‘functionৰ পৰা ‘‘array এটা ঘোৰাই দিব পাৰো ।
07:53 একেদৰে ই দেখুৱায় যে কিদৰে ফাংছনটো ৰ পৰা ‘‘hash ঘোৰাই দিব পাৰি ।
08:00 ফাইল সংৰক্ষণ কৰক ।
08:03 এতিয়া টাৰমিনেলত পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক
08:10 perl funcWithMultipleRtrnVals dot pl
08:18 আৰু এন্টাৰ প্ৰেছ কৰক
08:20 টাৰমিনেলত আওতপুত দেখা পাম ।
08:32 ‘‘Perlয়ে বিভিন্ন ‘‘inbuilt function সমৰ্থন কৰে ।
08:36 তাৰে কিছুমান আমি আগৰ টিওটৰিয়েলত শিকিলো । উদাহৰণ স্ৱৰূপে- ‘‘Arrays, Hash, sort, scalar, each, keys আদি
08:49 ‘‘inbuilt functionবোৰ কল কৰা পদ্ধতি, যিকোনো এটা ফংছন কল কৰা পদ্ধতিৰে সৈতে একেই,
08:57 উদাহৰণ স্ৱৰূপে ‘‘sort open bracket @arrayName close bracket semicolon
09:04 আমি ব্যৱহাৰ কৰা চেম্পল প্ৰগ্ৰেম সমূহত কিছুমান ‘‘inbuilt functions সংযোগ কৰি চাওঁ আহক ।
09:10 আৰু তাৰ আওতপুত চাওঁ আহক ।
09:13 সাৰাংশ বৰ্ণনা কৰো আহক ।
09:15 এই টিওটৰিয়েলত আমি শিকিলো-
09:17 ‘‘পাৰ্লত Functions
09:19 ‘‘argumentsৰ সৈতে থকা ‘‘functions আৰু
09:22 চেম্পল প্ৰগ্ৰেম ব্যৱহাৰ কৰি ‘‘functions যিবোৰে মান ঘোৰাই দিয়ে ।
09:27 ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে ।
09:29 এটা ‘‘function লিখক যিটোৱে ৩টা ‘‘arguments ল'ব ।
09:33 এই ‘‘argument সমূহৰ ওপৰত কিছুমান একচ্যন কৰক
09:37 ‘‘argument ৰ ওপৰত কৰা একচ্যনৰ ৰিজাল্ট ঘূৰাই দিয়ক আৰু একেতাকেই প্রিন্ট কৰক।
09:43 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
09:47 Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।
09:51 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:56 Spoken Tutorial Project ৰ দলটিয়ে ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
10:02 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10:07 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken hyphen tutorial dot org
10:14 ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।
10:19 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
10:28 এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:40 আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।
10:43 এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
10:46 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble