LibreOffice-Calc-on-BOSS-Linux/C3/Linking-Calc-Data/Assamese

From Script | Spoken-Tutorial
Revision as of 16:46, 27 February 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Resources for recording Linking in Calc

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম:
00:10 ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে.
00:14 কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়.
00:18 ইয়াত আমি GNU/Linux অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো.
00:28 LibreOffice ক্যালকে আপোনাক
00:31 অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা
00:36 এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে
00:42 “Personal-Finance-Tracker.ods” খোলো
00:47 আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে.
00:53 মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো.
01:03 এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো.
01:10 C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”.
01:22 তাৰপিছত " “Enter” " কি টিপক.
01:26 D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক .
01:34 এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব.
01:44 "শিট 2" ট্যাবত ক্লিক কৰক.
01:47 এই নতুন শীট প্রর্দশিত হব.
01:50 এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক.
01:58 B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক.
02:06 এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক.
02:10 A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক
02:18 " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক.
02:26 এতিয়া, খালি চেল B3ত ক্লিক কৰক.
02:29 “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব
02:36 যি আমি "“Sheet 1” ত গণনা কৰো.
02:40 এইটো উল্লেখিত কৰি কৰা হয়.
02:43 চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক.
02:52 এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক.
02:58 এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে
03:06 মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়.
03:13 এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক.
03:18 মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়.
03:33 একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো.
03:39 যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়.
03:48 এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো.
03:53 আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে

এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ বিভিন্ন ফাইল লৈ বা আৰু ওয়েব সাইটৰলৈয়ো.

04:05 “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে.
04:15 আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো
04:20 প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক.
04:24 ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক.
04:31 আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে
04:37 এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক
04:42 টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক.
04:50 “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়.
04:53 বাও ফালে, “Document” বিকল্প নির্বাচন কৰক.
04:57 ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক
05:02 এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়.
05:06 এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক.
05:12 ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক.
05:17 এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05:23 এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক.
05:30 “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে |
05:38 এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো
05:49 আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো!
05:53 হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক.
05:59 এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক.
06:07 টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই.
06:11 এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়.
06:15 আমি পৰিবর্তনবোৰ বাতিল কৰো.
06:18 ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো.
06:23 সংক্ষেপ কৰো, আমি শিকিলো :

ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা .

06:29 ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা
06:35 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
06:38 স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:41 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:45 স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:50 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:54 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:01 স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:05 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:13 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:24 এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble