LibreOffice-Calc-on-BOSS-Linux/C3/Linking-Calc-Data/Assamese
From Script | Spoken-Tutorial
Resources for recording Linking in Calc
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. LibreOffice ক্যালকত Linking in Calc স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
| 00:06 | এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম: |
| 00:10 | ক্যালকত কিভাবে অন্যান্য শীট উল্লেখ(reference) কৰে. |
| 00:14 | কিভাবে ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা হয়. |
| 00:18 | ইয়াত আমি GNU/Linux অপাৰেটিং সিস্টেম হিসাবে আৰু LibreOffice সংকলন সংস্কৰণ 3.3.4 ব্যবহাৰ কৰিছো. |
| 00:28 | LibreOffice ক্যালকে আপোনাক |
| 00:31 | অন্য শীটৰ পৰা এটা সেল বর্তমান শীটৰ এটা সেললৈ ৰেফাৰেন্চ কৰা |
| 00:36 | এটা সেল অন্য শীটৰ পৰা আপোনি যদি দুয়োটা স্প্রেডশীট সংৰক্ষিত কৰি ৰাখিছে |
| 00:42 | “Personal-Finance-Tracker.ods” খোলো |
| 00:47 | আমাৰ ফাইলৰ শীট 1ত " “Personal Finance Tracker”" স্প্রেডশীট আছে. |
| 00:53 | মই “Spent” আৰু “Received” কলমত কিছু পৰিমাণ যোগ কৰিছো. |
| 01:03 | এতিয়া, “Cost” আৰু “Spent” ৰ অধীনত উপাদানৰ সমষ্টি মোট বিছাৰো. |
| 01:10 | C9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু সূত্র “is equal to SUM” সন্নিবেশ কৰক আৰু ধনুর্বন্ধনী মাজত “C3 colon C7”. |
| 01:22 | তাৰপিছত " “Enter” " কি টিপক. |
| 01:26 | D9 হিসাবে থকা উল্লেখিত চেলত ক্লিক কৰক আৰু একেই সূত্র ব্যবহাৰ কৰি মোট বিচাৰক . |
| 01:34 | এতিয়া, আমি "cell referencing ব্যবহাৰ কৰি ভিন্ন শীটত “Cost” আৰু “Spent” ৰ অধীনত উল্লেখ কৰা মোট ভাৰসাম্য দেখোৱাব. |
| 01:44 | "শিট 2" ট্যাবত ক্লিক কৰক. |
| 01:47 | এই নতুন শীট প্রর্দশিত হব. |
| 01:50 | এতিয়া A1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত " “COMPONENT” শিৰোনাম টাইপ কৰক. |
| 01:58 | B1 নামেৰে থকা সেলত ক্লিক কৰক আৰু ইয়াৰ ভিতৰত “BALANCE” শিৰোনাম টাইপ কৰক. |
| 02:06 | এতিয়া, শিৰোনামৰ অধীনত উপাদানৰ নাম লিখক. |
| 02:10 | A3 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু “COSTS” টাইপ কৰক . “Enter” টিপক |
| 02:18 | " “COSTS” অধিনত, A4 হিচাবে উল্লিখিত সেলৰ পিছৰ উপাদানটো “SPENT” হিচাবে লিখক. |
| 02:26 | এতিয়া, খালি চেল B3ত ক্লিক কৰক. |
| 02:29 | “COST” আৰু “SPENT”,শিৰোনামৰ অধীনত B3 আৰু B4 চেলত মোট যোগফল থাকিব |
| 02:36 | যি আমি "“Sheet 1” ত গণনা কৰো. |
| 02:40 | এইটো উল্লেখিত কৰি কৰা হয়. |
| 02:43 | চেল B3ত চেল ৰেফাৰেন্স কৰিবলৈ “Input line" ৰ পৰবর্তী “equal to” সাইনত ক্লিক কৰক. |
| 02:52 | এতিয়া, শিট ট্যাবত “Sheet 1”ত ক্লিক কৰক. |
| 02:58 | এই শীটত, আমি C9 চেলত ক্লিক কৰিম. যি “Costs” কলমৰ অধীনত মোট উপস্থিত থাকে |
| 03:06 | মন কৰক যে “Input line”ত “Sheet 1 dot C9” স্টেতমেন্ট প্রদর্শন কৰা হয়. |
| 03:13 | এতিয়া "Input line”ৰ পিছত থকা চেক চিহ্নত ক্লিক কৰক. |
| 03:18 | মন কৰক যে “Sheet 1”ট্যাবত থকা “Costs”ৰ অধিনত থকা তথ্যৰ সর্বোমোট স্বয়ংক্রিয়ভাবে “Sheet 2 “ ট্যাবত চেল এটাত B3 হিসাবে উল্লেখিত হয়. |
| 03:33 | একেইভাবে, আমি উল্লেখ কৰা (referencing) মাধ্যমেৰে অন্যান্য উপাদানৰ সমষ্টবোৰৰ মোঠ লিখিব পাৰো. |
| 03:39 | যদি তাত বহুতু তথ্যৰ কন্টেন্টৰ সৈতে অনেক শীট আছে, তেনেহলে তথ্য সংক্ষেপ কৰিবলৈ উল্লেখ কৰাতো (Referencing) খুব উপযোগী হয়. |
| 03:48 | এতিয়া, ক্যালক শীটত হাইপাৰলিঙ্কস তৈয়াৰ কৰা শিকো. |
| 03:53 | আপোনি হাইপাৰলিঙ্কস ব্যবহাৰ কৰিব পাৰে
এখন স্প্রেডশীটতে ভিন্ন অবস্থান লৈ বিভিন্ন ফাইল লৈ বা আৰু ওয়েব সাইটৰলৈয়ো. |
| 04:05 | “Personal-Finance-Tracker.ods”ত personal finance tracker, Sheet 1” ত আছে আৰু বাকি কন্টেন্টবোৰ “Sheet 2”ত আছে. |
| 04:15 | আমি যদি Sheet 1ৰ পৰা Sheet 2লৈ যাব বিচাৰো |
| 04:20 | প্রথমে, "“Sheet 1” ট্যাবত ক্লিক কৰক. |
| 04:24 | ইয়াত B14 হিসাবে উল্লেখিত চেলত ক্লিক কৰক আৰু ”Sheet 2” লিখক. |
| 04:31 | আপোনি দেখিব যে “Sheet 2” নামটো “Input line”ত দেখোৱা হৈছে |
| 04:37 | এতিয়া ইনপুট লাইনত টেক্সট “Sheet 2” নির্বাচন কৰক |
| 04:42 | টেক্সটতো নির্বাচন কৰাৰ পিছত, টুলবাৰত থকা " “Hyperlink”" আইকনত ক্লিক কৰক. |
| 04:50 | “Hyperlink” ডায়লগ বক্স প্রদর্শিত হয়. |
| 04:53 | বাও ফালে, “Document” বিকল্প নির্বাচন কৰক. |
| 04:57 | ডায়লগ বক্সত থকা “Target in document” আইকনত ক্লিক কৰক |
| 05:02 | এটা নতুন " “Target in document” ডায়লগ বক্স প্রদর্শিত হয়. |
| 05:06 | এতিয়া, “Sheet” বিকল্প পৰবর্তী “plus sign”ত ক্লিক কৰক. |
| 05:12 | ডায়লগ বক্সত প্রদর্শিত হোৱা, “Sheet 2” অপশনত ক্লিক কৰক. |
| 05:17 | এতিয়া " “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. |
| 05:23 | এতিয়া, হাইপাৰলিঙ্ক ডায়ালগ বক্সৰ পৰা, “Apply”" বাটনত ক্লিক কৰক আৰু তাৰপিছত “Close”" বাটনত ক্লিক কৰক. |
| 05:30 | “Sheet 1” ট্যাব প্রদর্শিত হৈছে যত "শীট 2" লেখাটো উজ্জ্বল হৈ আছে | |
| 05:38 | এতিয়া আমি টেক্সট “Sheet 2”ত ক্লিক কৰিলে, ই আমাক সেই শীটলৈ লৈ যায় যত আমি খৰচৰ বাবে বেলেন্চ লিখি থৈছো |
| 05:49 | আমি এটা হাইপাৰলিংক তৈয়াৰ কৰিলো! |
| 05:53 | হাইপাৰলিংক অতৰাবলৈ, প্রথমে হাইপাৰলিংক টেক্সট “Sheet 2” নির্বাচন কৰক. |
| 05:59 | এতিয়া সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা, “Default Formatting” অপশনত ক্লিক কৰক. |
| 06:07 | টেক্সটো আৰু হাইপাৰলিঙ্ক হৈ থকা নাই. |
| 06:11 | এইটো এতিয়া ডকিউমেন্টত থকা স্বাভাবিক লেখা হয়. |
| 06:15 | আমি পৰিবর্তনবোৰ বাতিল কৰো. |
| 06:18 | ইয়াতে LibreOffice ক্যালকৰ স্পকেন টিউটোৰিয়েলৰ শেষলৈ আহিলো. |
| 06:23 | সংক্ষেপ কৰো, আমি শিকিলো :
ক্যালকত অন্যান্য শীটলৈ ৰেফাৰেন্স কৰা . |
| 06:29 | ক্যালকত হাইপাৰলিঙ্ক ব্যবহাৰ কৰা |
| 06:35 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক |
| 06:38 | স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 06:41 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 06:45 | স্পকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিউটোৰিয়েলৰ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 06:50 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 06:54 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 07:01 | স্পকেন টিউটোৰিয়েৰ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 07:05 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 07:13 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 07:24 | এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মৈধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |