K3b/C2/Creating-and-burning-CD-DVD-using-K3b/Assamese
From Script | Spoken-Tutorial
Revision as of 16:43, 27 February 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:01 | k3b প্রয়োগ কৰি CD/DVD তৈয়াৰ আৰু বার্ন কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগত। |
00:08 | এই টিউটোৰিয়েলত আপোনি শিকিব যে CD ত ফাইল কিভাবে বার্ন কৰে। |
00:14 | ইয়াত আৰু শিকিব:সেটিংস সলোৱা |
00:17 | প্রকল্প সংৰক্ষণ কৰা আৰুCD' ৰ নাম দিয়া |
00:21 | আপোনি k3b দি কি কৰিব পাৰে? |
00:24 | k3b ইয়াৰ ব্যবহাৰ CD/DVD ত ফাইল তৈয়াৰ বা বার্ন কৰিবলৈ ব্যবহৃত হয়। |
00:30 | ফাইল্স বার্ন কৰাৰ মানে ডেস্কটপৰ পৰা CD/DVD ত ফাইল কপি কৰা। |
00:37 | k3b সকলো ফাইল ফৰম্যাট বার্ন কৰিবলৈ সমর্থন কৰে - অডিও, ভিডিও বা ডেটা। |
00:44 | ইয়াত আমি উবুন্টু লিনাক্স 12.04 ত k3b 2.0.2 ব্যবহাৰ কৰিছো। |
00:54 | আপোনি এইটো নিশ্চিত কৰাৰ প্রয়োজন যে এই টিউটোৰিয়েলৰ বাবে ড্রাইভত এটাCD/DVD ৰাখিছে। |
01:01 | আমি আমাৰ ফোল্ডাৰ Myk3bCD ত এটা অডিও ফাইলও যোগ কৰিছো। |
01:09 | আমি উবুন্টু ডেস্কটপত ইতিমধ্যে এই ফোল্ডাৰ তৈয়াৰ কৰিছো আৰু সংৰক্ষণ কৰিছো। |
01:16 | আমি এই ফোল্ডাৰত এটা অডিও ফাইল Learningk3b যোগ কৰিছো। |
01:21 | আপোনি আপোনাৰ পছন্দৰ যি কোনো অডিও ফাইল ব্যবহাৰ কৰিব পাৰে। |
01:26 | প্রথমে, Dash Home ত টিপক যি আপোনাৰ কম্পিউটাৰ ডেস্কটপৰ উপৰৰ বাও কোণত গৈ বোতাম। |
01:35 | সার্চ বাক্স দেখায়। |
01:37 | এতিয়া লিখক k3b |
01:40 | k3b আইকন প্রদর্শিত হয়। |
01:44 | অ্যাপ্লিকেশন খুলিবলৈ ইয়াৰ উপৰত টিপক। |
01:47 | এতিয়া k3b প্রয়োগ কৰি এটাCD বনাই আৰু বার্ন কৰো। |
01:52 | এইবাবে New Project আইকনত টিপক। |
01:55 | ড্রপ ডাউনত, যত দেখায় তাৰ পৰা New Data Project নির্বাচন কৰক। |
02:01 | উপৰৰ বাও প্যানেলত Home folder চয়ন কৰক। |
02:05 | এতিয়া, আমিHome folder ত ফাইল্স আৰু ফোল্ডাৰস দেখিব পাৰো। |
02:11 | ইয়াৰ পিছত Desktop ত টিপক। |
02:15 | আপোনি আপোনাৰ মেশিনত যি ফাইল বা ফোল্ডাৰ চাও, আপোনি নির্বাচন কৰিব পাৰে। |
02:20 | এই ডেমোৰ বাবে, আমি Myk3bCD ফোল্ডাৰ নির্বাচন কৰিম। |
02:26 | সেয়ে আমি Myk3bCD ফোল্ডাৰত সো ক্লিক কৰিম। |
02:31 | আৰু Add to Project বিকল্প নির্বাচন কৰিম। |
02:35 | এতিয়া আপোনি তলৰ প্যানেলত নির্বাচিত ফোল্ডাৰ দেখিব পাৰে। |
02:41 | ইয়াৰ পিছত, CD ত ফোল্ডাৰ তৈয়াৰ কৰি আৰু Myk3bCD ফোল্ডাৰ ইয়াৰ ফালে সৰাই। |
02:49 | তলৰৰ বাও প্যানেলত সো ক্লিক কৰিম। |
02:52 | বিকল্পৰ সূচীত যি দেখায় তাৰ পৰা New Folder চয়ন কৰক। |
02:58 | আমি এটা ডায়লগ বাক্স দেখিব পাৰো। |
03:00 | টেক্সট বাক্সত লিখক FolderOne. |
03:05 | OK ত টিপক। |
03:07 | তলৰ প্যানেলৰ পৰা Myk3bCD নির্বাচন কৰক। |
03:11 | ইয়াৰ পিছত Writer1 ফাইল চয়ন কৰক। |
03:15 | নির্বাচিত ফাইল Writer1 ক FolderOne ত টানি আনি ড্রপ কৰক। |
03:21 | ছেক কৰক যদি ফাইল Writer1 কপি কৰা হৈ থাকে, FolderOne ত টিপক। |
03:28 | ইয়াত আমি ফাইল Writer1 দেখিব পাৰো। |
03:33 | এতিয়া, তলৰ প্যানেলৰ পৰা, Burn আইকনত টিপক। |
03:39 | Data Project – k3b উইন্ডো খোলে। |
03:44 | ইয়াৰ পিছত এই Data Project – k3b উইন্ডোৰ সেটিংস পৰিবর্তন কৰো। |
03:50 | Writing ট্যাব নির্বাচন কৰক আৰু ইয়াত Writing Mode ত আমিAuto নির্বাচন কৰিম। |
03:56 | লক্ষ্য কৰক যে Auto হল ডিফল্ট সেটিং। |
04:01 | এতিয়া, Filesystem ট্যাব নির্বাচন কৰক। |
04:05 | ডিফল্টৰুপে এইটো Linux/Unix+Windows ইয়াৰ নিচিনা সেট। |
04:11 | সেয়ে, ইয়াত কোনো ৰকমৰ পৰিবর্তনৰ প্রয়োজন নাই। |
04:16 | এতিয়া, Misc ট্যাবত যাও। |
04:20 | আৰু ইয়াত Multisession ত Auto নির্বাচন কৰক। |
04:24 | এতিয়া, CD ত ডেটা বার্ন কৰিবলৈ Burn নির্বাচন কৰক। |
04:30 | বার্নিং প্রক্রিয়া আৰম্ভ হয়। |
04:33 | ইয়াত, আমি উইন্ডোত প্রোগ্রেস স্ট্যাটাস বাৰ দেখিব পাৰো। |
04:38 | এবাৰ বার্নিং সমাপ্ত হোৱাত সিডি নিজেই বাহিৰত আহে। |
04:43 | ফাইল এতিয়া CD ত কপি হৈ গেছে। |
04:47 | এইটো বার্নিং প্রক্রিয়াৰ সমাপ্তি। |
04:51 | এতিয়া অডিও ফাইল অন্য CD ত বার্ন কৰি আৰু সংৰক্ষণ কৰো। |
04:56 | প্রথমে নিশ্চিত কৰক যে এটা নতুন CD ঢোকানো হৈছে আৰু ড্রাইভ বন্ধ হৈছে। |
05:03 | আগৰ নিচিনা, New Project ত যাওক আৰু New Audio CD Project নির্বাচন কৰক। |
05:09 | ইয়াত, উপৰৰ বাও প্যানেলৰ পৰা Myk3bCD ফোল্ডাৰৰ বাবে ব্রাউজ কৰক। |
05:17 | এতিয়া, উপৰৰ সো প্যানেলৰ অডিও ফাইল Learningk3b নির্বাচন কৰক। |
05:25 | ইয়াৰ পিছত, অডিও ফাইল তলৰ সো প্যানেলত ড্র্যাগ কৰক আৰু এৰি দিয়ক। |
05:31 | এতিয়া চাওক যে আমি কি সঠিক ফাইল ড্র্যাগ কৰি আছো নে। |
05:35 | আপোনি ইয়াত তলৰ প্যানেলত ফাইলৰ বিবৰণ চাবলৈ পাৰে। |
05:40 | এই ফাইলৰ বাবে, আমি দেখিব পাৰিম যে Artist, Title আৰু File name প্রদর্শিত হয়। |
05:47 | এতিয়া শিকো যে এই অডিও কিভাবে বার্ন কৰে। |
05:52 | এইবাবে মেন টুলবাৰ পৰা Save ত টিপক। |
05:56 | আমিSave As – k3b উইন্ডো দেখিব পাৰিম। |
06:00 | ইয়াত, টেক্সট বাক্সত আপোনাৰ প্রকল্পৰ বাবে নাম লিখক। |
06:05 | আমি লিখিম MyWork. এতিয়া Save ত টিপক। |
06:12 | এতিয়া Burnত টিপক। |
06:15 | এইটো Audio Project – k3b উইন্ডো খোলে। |
06:20 | ইয়াত, আমি ট্যাবৰ ডিফল্ট সেটিংস প্রয়োগ কৰিম। |
06:24 | যদিও, আপোনি আপোনাৰ প্রয়োজনীয়তা অনুযায়ী ট্যাবত পৰিবর্তন কৰিব পাৰে। |
06:30 | এতিয়া, পুনৰায় Burnত টিপক। |
06:34 | আমি প্রোগ্রেস স্টেটাস উইন্ডো দেখিব পাৰো। |
06:37 | আৰু বার্নিং সমাপ্ত হোৱাৰ পিছত CD বাহিৰত আহে। |
06:43 | ইয়াৰ মানে অডিও ফাইলৰ সেভিং আৰু বার্নিং সমাপ্ত হৈ গেছে। |
06:49 | ইয়াত আমি k3b প্রয়োগ কৰি CD/DVD বনাও আৰু বার্ন কৰাৰ টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:57 | এই টিউটোৰিয়েলত আমি k3b ইন্টাৰফেস সম্পর্কে শিকিছো। |
07:02 | আমি এয়াও শিকিছো যে ফাইল ম্যানুয়াল নির্বাচন কৰা। |
07:07 | বিভিন্ন ফৰম্যাটৰ ফাইলৰ সৈতে CD বার্ন কৰা। |
07:10 | প্রকল্প সংৰক্ষণ কৰা। |
07:12 | আৰু CD ইয়াৰ নাম দিয়া। |
07:15 | ইয়াত নির্দেশিত কাম আছে। |
07:17 | CD ত দুটা অডিও ফাইল বার্ন কৰক। |
07:21 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
07:24 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
07:28 | ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক। |
07:32 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
07:35 | কর্মশালাৰ আয়োজন কৰে। |
07:38 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
07:42 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
07:48 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
07:52 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
08:00 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
08:10 | মই মৌচুমি মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছে। শুভবিদায়। |