K3b/C2/Creating-and-burning-CD-DVD-using-K3b/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 k3b প্রয়োগ কৰি CD/DVD তৈয়াৰ আৰু বার্ন কৰাৰ টিউটোৰিয়েলত আপোনাক স্বাগত।
00:08 এই টিউটোৰিয়েলত আপোনি শিকিব যে CD ত ফাইল কিভাবে বার্ন কৰে।
00:14 ইয়াত আৰু শিকিব:সেটিংস সলোৱা
00:17 প্রকল্প সংৰক্ষণ কৰা আৰুCD' ৰ নাম দিয়া
00:21 আপোনি k3b দি কি কৰিব পাৰে?
00:24 k3b ইয়াৰ ব্যবহাৰ CD/DVD ত ফাইল তৈয়াৰ বা বার্ন কৰিবলৈ ব্যবহৃত হয়।
00:30 ফাইল্স বার্ন কৰাৰ মানে ডেস্কটপৰ পৰা CD/DVD ত ফাইল কপি কৰা।
00:37 k3b সকলো ফাইল ফৰম্যাট বার্ন কৰিবলৈ সমর্থন কৰে - অডিও, ভিডিও বা ডেটা।
00:44 ইয়াত আমি উবুন্টু লিনাক্স 12.04k3b 2.0.2 ব্যবহাৰ কৰিছো।
00:54 আপোনি এইটো নিশ্চিত কৰাৰ প্রয়োজন যে এই টিউটোৰিয়েলৰ বাবে ড্রাইভত এটাCD/DVD ৰাখিছে।
01:01 আমি আমাৰ ফোল্ডাৰ Myk3bCD ত এটা অডিও ফাইলও যোগ কৰিছো।
01:09 আমি উবুন্টু ডেস্কটপত ইতিমধ্যে এই ফোল্ডাৰ তৈয়াৰ কৰিছো আৰু সংৰক্ষণ কৰিছো।
01:16 আমি এই ফোল্ডাৰত এটা অডিও ফাইল Learningk3b যোগ কৰিছো।
01:21 আপোনি আপোনাৰ পছন্দৰ যি কোনো অডিও ফাইল ব্যবহাৰ কৰিব পাৰে।
01:26 প্রথমে, Dash Home ত টিপক যি আপোনাৰ কম্পিউটাৰ ডেস্কটপৰ উপৰৰ বাও কোণত গৈ বোতাম।
01:35 সার্চ বাক্স দেখায়।
01:37 এতিয়া লিখক k3b
01:40 k3b আইকন প্রদর্শিত হয়।
01:44 অ্যাপ্লিকেশন খুলিবলৈ ইয়াৰ উপৰত টিপক।
01:47 এতিয়া k3b প্রয়োগ কৰি এটাCD বনাই আৰু বার্ন কৰো।
01:52 এইবাবে New Project আইকনত টিপক।
01:55 ড্রপ ডাউনত, যত দেখায় তাৰ পৰা New Data Project নির্বাচন কৰক।
02:01 উপৰৰ বাও প্যানেলত Home folder চয়ন কৰক।
02:05 এতিয়া, আমিHome folder ত ফাইল্স আৰু ফোল্ডাৰস দেখিব পাৰো।
02:11 ইয়াৰ পিছত Desktop ত টিপক।
02:15 আপোনি আপোনাৰ মেশিনত যি ফাইল বা ফোল্ডাৰ চাও, আপোনি নির্বাচন কৰিব পাৰে।
02:20 এই ডেমোৰ বাবে, আমি Myk3bCD ফোল্ডাৰ নির্বাচন কৰিম।
02:26 সেয়ে আমি Myk3bCD ফোল্ডাৰত সো ক্লিক কৰিম।
02:31 আৰু Add to Project বিকল্প নির্বাচন কৰিম।
02:35 এতিয়া আপোনি তলৰ প্যানেলত নির্বাচিত ফোল্ডাৰ দেখিব পাৰে।
02:41 ইয়াৰ পিছত, CD ত ফোল্ডাৰ তৈয়াৰ কৰি আৰু Myk3bCD ফোল্ডাৰ ইয়াৰ ফালে সৰাই।
02:49 তলৰৰ বাও প্যানেলত সো ক্লিক কৰিম।
02:52 বিকল্পৰ সূচীত যি দেখায় তাৰ পৰা New Folder চয়ন কৰক।
02:58 আমি এটা ডায়লগ বাক্স দেখিব পাৰো।
03:00 টেক্সট বাক্সত লিখক FolderOne.
03:05 OK ত টিপক।
03:07 তলৰ প্যানেলৰ পৰা Myk3bCD নির্বাচন কৰক।
03:11 ইয়াৰ পিছত Writer1 ফাইল চয়ন কৰক।
03:15 নির্বাচিত ফাইল Writer1FolderOne ত টানি আনি ড্রপ কৰক।
03:21 ছেক কৰক যদি ফাইল Writer1 কপি কৰা হৈ থাকে, FolderOne ত টিপক।
03:28 ইয়াত আমি ফাইল Writer1 দেখিব পাৰো।
03:33 এতিয়া, তলৰ প্যানেলৰ পৰা, Burn আইকনত টিপক।
03:39 Data Project – k3b উইন্ডো খোলে।
03:44 ইয়াৰ পিছত এই Data Project – k3b উইন্ডোৰ সেটিংস পৰিবর্তন কৰো।
03:50 Writing ট্যাব নির্বাচন কৰক আৰু ইয়াত Writing Mode ত আমিAuto নির্বাচন কৰিম।
03:56 লক্ষ্য কৰক যে Auto হল ডিফল্ট সেটিং।
04:01 এতিয়া, Filesystem ট্যাব নির্বাচন কৰক।
04:05 ডিফল্টৰুপে এইটো Linux/Unix+Windows ইয়াৰ নিচিনা সেট।
04:11 সেয়ে, ইয়াত কোনো ৰকমৰ পৰিবর্তনৰ প্রয়োজন নাই।
04:16 এতিয়া, Misc ট্যাবত যাও।
04:20 আৰু ইয়াত MultisessionAuto নির্বাচন কৰক।
04:24 এতিয়া, CD ত ডেটা বার্ন কৰিবলৈ Burn নির্বাচন কৰক।
04:30 বার্নিং প্রক্রিয়া আৰম্ভ হয়।
04:33 ইয়াত, আমি উইন্ডোত প্রোগ্রেস স্ট্যাটাস বাৰ দেখিব পাৰো।
04:38 এবাৰ বার্নিং সমাপ্ত হোৱাত সিডি নিজেই বাহিৰত আহে।
04:43 ফাইল এতিয়া CD ত কপি হৈ গেছে।
04:47 এইটো বার্নিং প্রক্রিয়াৰ সমাপ্তি।
04:51 এতিয়া অডিও ফাইল অন্য CD ত বার্ন কৰি আৰু সংৰক্ষণ কৰো।
04:56 প্রথমে নিশ্চিত কৰক যে এটা নতুন CD ঢোকানো হৈছে আৰু ড্রাইভ বন্ধ হৈছে।
05:03 আগৰ নিচিনা, New Project ত যাওক আৰু New Audio CD Project নির্বাচন কৰক।
05:09 ইয়াত, উপৰৰ বাও প্যানেলৰ পৰা Myk3bCD ফোল্ডাৰৰ বাবে ব্রাউজ কৰক।
05:17 এতিয়া, উপৰৰ সো প্যানেলৰ অডিও ফাইল Learningk3b নির্বাচন কৰক।
05:25 ইয়াৰ পিছত, অডিও ফাইল তলৰ সো প্যানেলত ড্র্যাগ কৰক আৰু এৰি দিয়ক।
05:31 এতিয়া চাওক যে আমি কি সঠিক ফাইল ড্র্যাগ কৰি আছো নে।
05:35 আপোনি ইয়াত তলৰ প্যানেলত ফাইলৰ বিবৰণ চাবলৈ পাৰে।
05:40 এই ফাইলৰ বাবে, আমি দেখিব পাৰিম যে Artist, Title আৰু File name প্রদর্শিত হয়।
05:47 এতিয়া শিকো যে এই অডিও কিভাবে বার্ন কৰে।
05:52 এইবাবে মেন টুলবাৰ পৰা Save ত টিপক।
05:56 আমিSave As – k3b উইন্ডো দেখিব পাৰিম।
06:00 ইয়াত, টেক্সট বাক্সত আপোনাৰ প্রকল্পৰ বাবে নাম লিখক।
06:05 আমি লিখিম MyWork. এতিয়া Save ত টিপক।
06:12 এতিয়া Burnত টিপক।
06:15 এইটো Audio Project – k3b উইন্ডো খোলে।
06:20 ইয়াত, আমি ট্যাবৰ ডিফল্ট সেটিংস প্রয়োগ কৰিম।
06:24 যদিও, আপোনি আপোনাৰ প্রয়োজনীয়তা অনুযায়ী ট্যাবত পৰিবর্তন কৰিব পাৰে।
06:30 এতিয়া, পুনৰায় Burnত টিপক।
06:34 আমি প্রোগ্রেস স্টেটাস উইন্ডো দেখিব পাৰো।
06:37 আৰু বার্নিং সমাপ্ত হোৱাৰ পিছত CD বাহিৰত আহে।
06:43 ইয়াৰ মানে অডিও ফাইলৰ সেভিং আৰু বার্নিং সমাপ্ত হৈ গেছে।
06:49 ইয়াত আমি k3b প্রয়োগ কৰি CD/DVD বনাও আৰু বার্ন কৰাৰ টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:57 এই টিউটোৰিয়েলত আমি k3b ইন্টাৰফেস সম্পর্কে শিকিছো।
07:02 আমি এয়াও শিকিছো যে ফাইল ম্যানুয়াল নির্বাচন কৰা।
07:07 বিভিন্ন ফৰম্যাটৰ ফাইলৰ সৈতে CD বার্ন কৰা।
07:10 প্রকল্প সংৰক্ষণ কৰা।
07:12 আৰু CD ইয়াৰ নাম দিয়া।
07:15 ইয়াত নির্দেশিত কাম আছে।
07:17 CD ত দুটা অডিও ফাইল বার্ন কৰক।
07:21 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
07:24 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
07:28 ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক।
07:32 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
07:35 কর্মশালাৰ আয়োজন কৰে।
07:38 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
07:42 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
07:48 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
07:52 এইটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
08:00 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro
08:10 মই মৌচুমি মেধী এই টিউটোৰিয়েলটো অনুবাদ কৰিছে। শুভবিদায়।

Contributors and Content Editors

Mousumi, Pratik kamble