Inkscape/C2/Basics-of-Bezier-Tool/Assamese
From Script | Spoken-Tutorial
Revision as of 14:59, 27 February 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. Basics of Bezier tool এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটৰিয়েলত আমি শিকিম: |
00:08 | সৰল ৰেখা আৰু ক্লোস্ড সেপclosed shapes আঁকা। |
00:11 | বাঁকা(curved) লাইন আঁকা। |
0013 | নোড যুক্ত,এডিট আৰু মুছি পেলোৱা। |
00:15 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
00:18 | উবুন্টু লিনাক্স 12.04 OS |
00:21 | ইনকস্কেইপ সংস্কৰণ 0.48. |
00:24 | মই এই টিউটৰিয়েল সর্বোচ্চ ৰেজল্যুশন মোডত ৰেকর্ড কৰিম। |
00:28 | এইটোক সকলো টুল অন্তর্ভুক্ত কৰাৰ বাবেই যি ব্যাখ্যা কৰা হব। |
00:32 | Inkscape খুলক। |
00:35 | প্রথমে Bezier tool ব্যবহাৰ কৰি এটা সৰল ৰেখা আঁকো। |
00:39 | Bezier টুল Pencil টুলৰ একেবাৰে তলত আছে। |
00:42 | এইটোত টিপক। |
00:44 | উপৰত বাওফালেTool controls bar এৰ 4 টা বিকল্প লক্ষ্য কৰক। |
00:48 | ইয়াত bezier curve আঁকাৰৰ 4 টা মোড আছে। |
00:51 | ডিফল্টৰুপে, Create regular bezier path বিকল্পটো নির্বাচিত। |
00:57 | এবাৰ ক্যানভাসত টিপক আৰু কার্সাৰ অনয় প্রান্তত লৈ যাওক। |
01:01 | এবাৰ টিপক। লক্ষ্য কৰক যে আঁকা লাইন সেউজীয়া ৰঙৰ দ্বাৰা লক্ষনীয় হৈছে। |
01:07 | এতিয়া লাইন সম্পূর্ণ কৰিবলৈ সো ক্লিক কৰক। |
01:11 | লাইনৰ দুটা অন্তিম পয়ন্টক nodes বোলে। আমি ইয়াৰ পিছত ইয়াৰ সম্পর্কে আৰু শিকিম। |
00:17 | ইয়াৰ পিছত এটা ত্রিভুজ আঁকো। |
01:21 | প্রথমে এটা তির্যক ৰেখা আঁকো। এবাৰ টিপক আৰু এটা কোণত অনয় লাইন আঁকক। |
01:27 | এতিয়া এটা তৃতীয় ৰেখা আঁকিবলৈ এবাৰ টিপক আৰু ত্রিভুজটো সম্পূর্ণ কৰিবলৈ এটা নোডৰ আৰম্ভনিৰ সৈতে যুক্ত কৰক। |
01:34 | ইয়াৰ পিছত আমি bezier টুল ব্যবহাৰ কৰি এইটোক কাৰ্ভ (curve) ৰেখা আঁকিম। |
01:38 | এটা সৰল ৰেখা আঁকিবলৈ ক্যানভাসত টিপক। এবাৰ টিপক, কার্ভ তৈয়াৰ কৰিবলৈ ধৰি ৰাখি ড্রেগ কৰক। |
01:46 | কার্ভ সম্পূর্ণ কৰিবলৈ সো ক্লিক কৰক। |
01:48 | একেইভাবে, ক্যানভাসত আৰো কিছু কার্ভৰ আকাৰ আঁকক। |
01:55 | 1. এই পদক্ষেপ মনত ৰাখিব -টিপক আৰু সৰল ৰেখা আঁকক। |
01:59 | 2. আকৌ এবাৰ টিপক। কার্ভ তৈয়াৰ কৰিবলৈ ধৰি ৰাখি ড্রেগ কৰক। |
02:03 | 3. কার্ভ সম্পূর্ণ কৰিবলৈ সো ক্লিক কৰক। |
02:06 | Ctrl + A টিপক আৰু আগোৱাই যোৱাৰ আগত ক্যানভাস মুছি পেলাওক। |
02:11 | ইয়াৰ পিছত এটা ক্লোস্ড কার্ভড পাথ আঁকা শিকো। |
02:15 | প্রথমে ক্যানভাসত এটা কার্ভড ৰেখা আঁকো। |
02:18 | তাৰপিছত আমি মাউস এৰি দিও আৰু কার্ভড লাইনৰ অন্তিম নোডৰ পৰা কার্সাৰক দূৰলৈ গতি কৰাও। |
02:23 | আমি ৰঙা ৰঙৰ এটা কার্ভড পাথ দেখো। |
02:27 | আপোনি আৰু এবাৰ টিপি আৰু কার্সাৰক গতি কৰাত আমি ৰঙা ৰঙত এটা সৰল পাথ দেখিবলৈ পাও। এইটোক কার্ভৰ নিচিনা কৰিবলৈ, টিপক আৰু ড্রেগ কৰক। |
02:36 | এবাৰ অন্তিম নোডত আমি গতি কৰাত লাইন কার্ভ হৈ যায়। |
02:41 | এবাৰ টিপিলে আমি ৰঙা ৰঙৰ এটা সৰল পাথ দেখিবলৈ পাৰো। সৰল ৰেখা কার্ভত সলাবলৈ ক্লিক কৰক আৰু ড্রেগ কৰক। |
02:50 | এবাৰ অন্তিম নোডত আমি গতি কৰাত লাইন কার্ভ হৈ যায়। কার্সাৰ অতৰূৱাওক আৰু আৰম্ভৰ নোডত উভতি যাওক আৰু পাথ বন্ধ কৰক। |
02:59 | Tool controls বাৰত যাওক। মোডৰ দ্বিতীয় আইকনত টিপক। এটা স্পাইৰেল পাথ আৰু অনিয়মিত আকাৰ তৈয়াৰ কৰিবলৈ সাহায্য কৰে। |
03:08 | কিছু অনিয়মিত কার্ভ আঁকক আৰু পাথ বন্ধ কৰক। |
03:15 | লক্ষ্য কৰক যে এইটো নিকটস্থ স্পাইৰাল সেপলৈ ৰুপান্তৰিত হয়। এতিয়া ক্যানভাস মুছি পেলাও। |
03:22 | তৃতীয় আইকনে মাত্র সৰল ৰেখা তৈয়াৰ কৰে। এইটোত টিপক আৰু ক্যানভাসত ৰেখা আঁকক। |
03:29 | দ্রষ্টব্য যে আমি এই মোডত কার্ভড লাইন আঁকিবলৈ নোৱাৰো। |
03:32 | আমি ত্রিভুজ বা বহুভুজ আঁকিবলৈ পাৰো যি সৰল প্রান্তত আছে। |
03:40 | অন্তিম আইকনত টিপক আৰু ক্যানভাসত আঁকক। |
03:44 | এই মোডত, আমি মাত্র সমান্তৰাল আৰু ঋজু লাইন আঁকিবলৈ পাৰো অর্থাৎ উল্লম্ব বা অনুভূমিক লাইন। |
03:52 | সেয়ে, আমি এই মোডত বর্গক্ষেত্র আৰু আয়তক্ষেত্র আঁকিবলৈ পাৰো। |
03:58 | এতিয়া আমি আঁকা সকলো সেপ মুছি পেলাও। |
04:02 | Shape বিকল্প এটা নির্দিষ্ট সেপত লাইন বা কার্ভ আঁকিবলৈ সাহায্য কৰে। |
04:07 | ড্রপ ডাউন বোতামত টিপক। |
04:09 | ইয়াত পাঁচটা বিকল্প আছে- None, Triangle in, Triangle out, Ellipse, From clipboard. |
04:18 | প্রথম বিকল্প যি হল None কোনো ইফেক্ট নিদিয়ে। সেয়ে আমি Triangle in বিকল্পত যাও। |
04:25 | এইটোত টিপক আৰু ক্যানভাসত এটা ৰেখা আঁকক। |
04:28 | এই লাইন এটা ত্রিভুজীয় আকাৰত ৰুপান্তৰিত হয়। |
04:34 | ইয়াৰ পিছত Triangle out ত টিপক আৰু ক্যানভাসত এটা ৰেখা আঁকক। |
04:39 | এতিয়া এটা ত্রিভুজীয় আকাৰ বাহিৰত নির্মিত হৈছে। |
04:43 | Ellipse ত টিপক আৰু এটা ৰেখা আঁকক। |
04:47 | লক্ষ্য কৰক যে লাইন উপবৃত্তৰ আকাৰত আছে। |
04:50 | ইয়াৰ পিছত আমি পৰবর্তী টিউটৰিয়েলত অন্তিম বিকল্প সম্পর্কে শিকিম যি হল From clipboard. |
04:56 | ইয়াৰ পিছত নোড যোগ, এডিট আৰু মুছি পেলোৱা শিকো। |
05:00 | এটাNode টুল ব্যবহাৰ কৰি কৰা যাব পাৰে। |
05:03 | ক্যানভাসত এই লাইন মুছি পেলাওক। |
05:06 | Tool controls বাৰত যাওক. Mode ক regular path আৰু Shape ক None ত সলাওক। |
05:13 | ক্যানভাসত উভতি আহক আৰু এটা মোটামুটি মানুহৰ কৰতল(palm) আঁকক। |
05:23 | এতিয়াNode টুলত টিপক। |
05:26 | লক্ষ্য কৰক যে এই চিত্রত সকলো নোড দৃশ্যমান। |
05:30 | ইয়াৰ পিছত Tools Controls বাৰত ধ্যান দিয়ক। |
05:33 | ইয়াত প্রথম 6 টা আইকন নোড আৰু পাথ যোগ কৰিব আৰু মুছিবলৈ সাহায্য কৰে। |
05:38 | আৰো ভাল বুঝিবলৈ টুল টিপ পড়ক। |
05:41 | যি কোনো সেগমেন্টত টিপক। লক্ষ্য কৰক যে উভয় নোড নীলালৈ সলনি হৈ গৈছে। |
05:48 | তাৰপিছত Add node বিকল্পত টিপক। |
05:52 | লক্ষ্য কৰক যে এটা নতুন নোড নির্বাচিত সেগমেন্টৰ নোডৰ ঠিক মাঝত যোগ কৰা হৈছে। |
05:58 | এতিয়া এটা সৰু সেগমেন্ট নির্বাচন কৰক আৰু উপৰোক্ত ধাপবোৰ পুনৰাবৃত্তি কৰক। |
06:04 | আপোনি দেখিব যে এটা নতুন নোড সৰু সেগমেন্টৰ মাঝত যুক্ত হৈছে। |
06:10 | এতিয়া, নতুনকে যোগ কৰা নোড নির্বাচন কৰক। |
06:13 | Delete node বিকল্পত টিপক। এতিয়া এই নোড মুছি পেলোৱা হৈছে। |
06:18 | এতিয়া কৰতলৰ যি কোনো এটা নোডত টিপক। |
06:21 | bezier হ্যান্ডেল দৃশ্যমান কৰিবলৈ Tool controls বাৰৰ শেষৰ আগৰ আইকনত টিপক। |
06:27 | এতিয়া নির্বাচিত সেগমেন্টৰ বাবে bezier হ্যান্ডেল দৃশ্যমান। |
06:32 | নহলে মাত্র সেগমেন্টত টিপক আৰু মাউস নাৰাকৈ এইটোক অলপ অতৰূৱাওক। |
06:37 | সেগমেন্ট কার্ভ হব আৰু bezier হ্যান্ডলবোৰ এতিয়া দৃশ্যমান হব। |
06:41 | মাপ পৰিবর্তন কৰিবলৈ হ্যান্ডলত টিপক আৰু নির্বাচিত নোড ঘোৰাওক। |
06:45 | একেইভাবে, অন্যান্য নোডও পৰিবর্তন কৰক। |
07:04 | পৰবর্তী আইকনৰ নোডক যোগ কৰিবলৈ সাহায্য কৰে। |
07:07 | লক্ষ্য কৰক যে তর্জনীৰ উপৰত এটা অতিৰিক্ত নোড আছে। |
07:11 | Shift কী ব্যবহাৰ কৰি এটা অতিৰিক্ত মধ্যম নোড আৰু শীর্ষৰ নোড নির্বাচন কৰক। |
07:18 | এতিয়াjoin node আইকনত টিপক। লক্ষ্য কৰক যে এতিয়া নোডবোৰ একেসৈতে যুক্ত হয়। |
07:25 | পৰবর্তী আইকন নির্বাচন নোডৰ পাথ ব্রেক কৰিবলৈ সাহায্য কৰে। |
07:29 | এতিয়া বুড়া আঙ্গুলি আৰু তর্জনীৰ মাঝৰ সংযোগ ব্রেক কৰক। |
07:33 | সেয়ে তাৰ মাঝৰ সংযোগকাৰী নোড নির্বাচন কৰক আৰু break path আইকনত টিপক। |
07:40 | নোড অনির্বাচন কৰক। তাৰপিছত এইটোক এবাৰ নির্বাচন কৰক আৰু এইটোক সামান্য অতৰূৱাওক। |
07:46 | আপোনি লক্ষ্য কৰিব যে পাথ ভাঙ্গি গৈছে আৰু নোড 2 টা স্বতন্ত্র নোডত বিভক্ত হৈ গৈছে। |
07:53 | তাক জুড়াবলৈ, সেই একেই 2 টা নোড নির্বাচন কৰক আৰু Tool controls বাৰত join selected end-nodes আইকনত টিপক। |
08:03 | এই 2 টা নোডৰ মাঝত এটা নতুন পাথ নির্মিত হৈছে। |
08:08 | পৰবর্তী আইকনত টিপক অর্থাৎ পাথ বা সেগমেন্ট মুছি পেলাবলৈ Delete segment আইকনত টিপক। এতিয়া পাথ মুছি গৈছে। |
08:17 | এই ক্রিয়া পূর্বাবস্থাত আনিবলৈ Ctrl + Z টিপক। |
08:20 | এতিয়া এই হাতখনক অতৰাই ৰাখো। এবাৰ Node টুলত টিপক। |
08:26 | এতিয়া Tool controls বাৰত পিছৰ 4 টা আইকনৰ ব্যবহাৰ দেখো। |
08:30 | এই আইকন নির্বাচিত নোড এডিট কৰিবলৈ সাহায্য কৰে। |
08:34 | Bezier টুল ব্যবহাৰ কৰি এটা উল্টা U এৰ আকাৰ তৈয়াৰ কৰক। Node টুলত টিপক। ইয়াত 3 টা নোড আছে। |
08:49 | উপৰৰ নোড নির্বাচন কৰক আৰু Tool controls বাৰত Make selected nodes corner আইকনত টিপক। |
08:55 | এটা corner নোড হিসাবে তৈয়াৰ কৰা হয়। |
08:58 | bezier হ্যান্ডলবোৰত টিপক আৰু পৰিবর্তন দেখিবলৈ তাৰ উপৰত আৰু তললৈ লৈ যাওক। |
09:03 | নোড মসৃণ কৰিবলৈ পৰবর্তী আইকনত টিপক। আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
09:11 | পৰবর্তী আইকনত টিপক যি নোডক সিমেট্রিক কৰে। |
09:16 | পৰবর্তী আইকনত টিপক যি নোডক অটো মসৃণ কৰে। |
09:20 | পৰবর্তী 2 টা আইকন মাত্র সেগমেন্টত কাম কৰে. সেয়ে U আকৃতিৰ বাম সেগমেন্ট নির্বাচন কৰক আৰু প্রথম আইকনত টিপক। |
09:30 | যেনে টুল টিপে কয়, সেগমেন্ট এতিয়া সৰল ৰেখাত তৈয়াৰ কৰা হয়। |
09:35 | bezier হ্যান্ডেলত টিপক আৰু গতি কৰিবলৈ চেষ্টা কৰক। আমি দেখিম যে আমি এটা কার্ভ কৰিব নোৱাৰো। |
09:44 | এবাৰ এইটোক কার্ভ লাইনত সলাবলৈ পৰবর্তী আইকনত টিপক। |
09:49 | এতিয়া bezier হ্যান্ডলবোৰ অতৰূৱাওক আৰু আমি এইটোক কার্ভ আকৃতিত তৈয়াৰ কৰিব পাৰো। |
09:54 | নির্বাচিত অবজেক্টক pathত সলাবলৈ পৰবর্তী আইকনত টিপক। |
09:58 | stroke ক path ত সলাবলৈ পৰবর্তী আইকনত টিপক। |
10:02 | strokes দৃশ্যমান কৰিবলৈ nodes ত টিপক আৰু ড্রেগ কৰক। |
10:08 | পৰবর্তী 2 টা আইকন নির্বাচিত নোড যথাক্রমে X আৰু Y এৰ ফালে এৰাবলৈ সাহায্য কৰে। |
10:15 | উপৰৰ আৰু তলৰ অ্যাৰোত টিপক আৰু পৰিবর্তন লক্ষয় কৰক। |
10:24 | পাথত ক্লিপিং আৰু মাস্কিং ইফেক্ট থাকিলেই পৰবর্তী 2 টা আইকনত কাম কৰে। |
10:29 | আপোনি নিজে এই বিকল্প অন্বেষণ কৰিব পাৰে। |
10:33 | সংক্ষিপ্তকৰণ কৰো। এই টিউটৰিয়েলত আমি শিকিছো: |
10:37 | সৰল ৰেখা আৰু ক্লোস্ড সেপ আঁকা। |
10:39 | বাঁকা লাইন আঁকা। |
10:41 | নোড যুক্ত, এডিট আৰু মুছি পেলোৱা। |
10:43 | আপোনাৰ বাবে নির্দেশিত কাম আছে। |
10:46 | bezier টুল ব্যবহাৰ কৰি 5 টা পাপড়ি, 1 টা কান্ড আৰু 2 টা পাত সহ এটা ফুল আঁকক। |
10:52 | পাপড়িৰ ৰঙ গোলাপীত সলাওক। |
10:54 | কান্ড আৰু পাতৰ ৰঙ সেউজীয়ালৈ সলাওক। |
10:57 | আপোনাৰ সম্পন্ন নির্দেশিত কাম এইৰকমে হোৱা উচিত। |
11:00 | এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভিডিওটো ডাউনলোড কৰি চাওক। |
11:05 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষাত পাস কৰিলে প্রশংসাপত্র দিয়ে। |
11:12 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
11:14 | স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
11:20 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
11:24 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। |
11:26 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |