Inkscape/C2/Basics-of-Bezier-Tool/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. Basics of Bezier tool এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটৰিয়েলত আমি শিকিম:
00:08 সৰল ৰেখা আৰু ক্লোস্ড সেপclosed shapes আঁকা।
00:11 বাঁকা(curved) লাইন আঁকা।
0013 নোড যুক্ত,এডিট আৰু মুছি পেলোৱা।
00:15 টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো:
00:18 উবুন্টু লিনাক্স 12.04 OS
00:21 ইনকস্কেইপ সংস্কৰণ 0.48.
00:24 মই এই টিউটৰিয়েল সর্বোচ্চ ৰেজল্যুশন মোডত ৰেকর্ড কৰিম।
00:28 এইটোক সকলো টুল অন্তর্ভুক্ত কৰাৰ বাবেই যি ব্যাখ্যা কৰা হব।
00:32 Inkscape খুলক।
00:35 প্রথমে Bezier tool ব্যবহাৰ কৰি এটা সৰল ৰেখা আঁকো।
00:39 Bezier টুল Pencil টুলৰ একেবাৰে তলত আছে।
00:42 এইটোত টিপক।
00:44 উপৰত বাওফালেTool controls bar এৰ 4 টা বিকল্প লক্ষ্য কৰক।
00:48 ইয়াত bezier curve আঁকাৰৰ 4 টা মোড আছে।
00:51 ডিফল্টৰুপে, Create regular bezier path বিকল্পটো নির্বাচিত।
00:57 এবাৰ ক্যানভাসত টিপক আৰু কার্সাৰ অনয় প্রান্তত লৈ যাওক।
01:01 এবাৰ টিপক। লক্ষ্য কৰক যে আঁকা লাইন সেউজীয়া ৰঙৰ দ্বাৰা লক্ষনীয় হৈছে।
01:07 এতিয়া লাইন সম্পূর্ণ কৰিবলৈ সো ক্লিক কৰক।
01:11 লাইনৰ দুটা অন্তিম পয়ন্টক nodes বোলে। আমি ইয়াৰ পিছত ইয়াৰ সম্পর্কে আৰু শিকিম।
00:17 ইয়াৰ পিছত এটা ত্রিভুজ আঁকো।
01:21 প্রথমে এটা তির্যক ৰেখা আঁকো। এবাৰ টিপক আৰু এটা কোণত অনয় লাইন আঁকক।
01:27 এতিয়া এটা তৃতীয় ৰেখা আঁকিবলৈ এবাৰ টিপক আৰু ত্রিভুজটো সম্পূর্ণ কৰিবলৈ এটা নোডৰ আৰম্ভনিৰ সৈতে যুক্ত কৰক।
01:34 ইয়াৰ পিছত আমি bezier টুল ব্যবহাৰ কৰি এইটোক কাৰ্ভ (curve) ৰেখা আঁকিম।
01:38 এটা সৰল ৰেখা আঁকিবলৈ ক্যানভাসত টিপক। এবাৰ টিপক, কার্ভ তৈয়াৰ কৰিবলৈ ধৰি ৰাখি ড্রেগ কৰক।
01:46 কার্ভ সম্পূর্ণ কৰিবলৈ সো ক্লিক কৰক।
01:48 একেইভাবে, ক্যানভাসত আৰো কিছু কার্ভৰ আকাৰ আঁকক।
01:55 1. এই পদক্ষেপ মনত ৰাখিব -টিপক আৰু সৰল ৰেখা আঁকক।
01:59 2. আকৌ এবাৰ টিপক। কার্ভ তৈয়াৰ কৰিবলৈ ধৰি ৰাখি ড্রেগ কৰক।
02:03 3. কার্ভ সম্পূর্ণ কৰিবলৈ সো ক্লিক কৰক।
02:06 Ctrl + A টিপক আৰু আগোৱাই যোৱাৰ আগত ক্যানভাস মুছি পেলাওক।
02:11 ইয়াৰ পিছত এটা ক্লোস্ড কার্ভড পাথ আঁকা শিকো।
02:15 প্রথমে ক্যানভাসত এটা কার্ভড ৰেখা আঁকো।
02:18 তাৰপিছত আমি মাউস এৰি দিও আৰু কার্ভড লাইনৰ অন্তিম নোডৰ পৰা কার্সাৰক দূৰলৈ গতি কৰাও।
02:23 আমি ৰঙা ৰঙৰ এটা কার্ভড পাথ দেখো।
02:27 আপোনি আৰু এবাৰ টিপি আৰু কার্সাৰক গতি কৰাত আমি ৰঙা ৰঙত এটা সৰল পাথ দেখিবলৈ পাও। এইটোক কার্ভৰ নিচিনা কৰিবলৈ, টিপক আৰু ড্রেগ কৰক।
02:36 এবাৰ অন্তিম নোডত আমি গতি কৰাত লাইন কার্ভ হৈ যায়।
02:41 এবাৰ টিপিলে আমি ৰঙা ৰঙৰ এটা সৰল পাথ দেখিবলৈ পাৰো। সৰল ৰেখা কার্ভত সলাবলৈ ক্লিক কৰক আৰু ড্রেগ কৰক।
02:50 এবাৰ অন্তিম নোডত আমি গতি কৰাত লাইন কার্ভ হৈ যায়। কার্সাৰ অতৰূৱাওক আৰু আৰম্ভৰ নোডত উভতি যাওক আৰু পাথ বন্ধ কৰক।
02:59 Tool controls বাৰত যাওক। মোডৰ দ্বিতীয় আইকনত টিপক। এটা স্পাইৰেল পাথ আৰু অনিয়মিত আকাৰ তৈয়াৰ কৰিবলৈ সাহায্য কৰে।
03:08 কিছু অনিয়মিত কার্ভ আঁকক আৰু পাথ বন্ধ কৰক।
03:15 লক্ষ্য কৰক যে এইটো নিকটস্থ স্পাইৰাল সেপলৈ ৰুপান্তৰিত হয়। এতিয়া ক্যানভাস মুছি পেলাও।
03:22 তৃতীয় আইকনে মাত্র সৰল ৰেখা তৈয়াৰ কৰে। এইটোত টিপক আৰু ক্যানভাসত ৰেখা আঁকক।
03:29 দ্রষ্টব্য যে আমি এই মোডত কার্ভড লাইন আঁকিবলৈ নোৱাৰো।
03:32 আমি ত্রিভুজ বা বহুভুজ আঁকিবলৈ পাৰো যি সৰল প্রান্তত আছে।
03:40 অন্তিম আইকনত টিপক আৰু ক্যানভাসত আঁকক।
03:44 এই মোডত, আমি মাত্র সমান্তৰাল আৰু ঋজু লাইন আঁকিবলৈ পাৰো অর্থাৎ উল্লম্ব বা অনুভূমিক লাইন।
03:52 সেয়ে, আমি এই মোডত বর্গক্ষেত্র আৰু আয়তক্ষেত্র আঁকিবলৈ পাৰো।
03:58 এতিয়া আমি আঁকা সকলো সেপ মুছি পেলাও।
04:02 Shape বিকল্প এটা নির্দিষ্ট সেপত লাইন বা কার্ভ আঁকিবলৈ সাহায্য কৰে।
04:07 ড্রপ ডাউন বোতামত টিপক।
04:09 ইয়াত পাঁচটা বিকল্প আছে- None, Triangle in, Triangle out, Ellipse, From clipboard.
04:18 প্রথম বিকল্প যি হল None কোনো ইফেক্ট নিদিয়ে। সেয়ে আমি Triangle in বিকল্পত যাও।
04:25 এইটোত টিপক আৰু ক্যানভাসত এটা ৰেখা আঁকক।
04:28 এই লাইন এটা ত্রিভুজীয় আকাৰত ৰুপান্তৰিত হয়।
04:34 ইয়াৰ পিছত Triangle out ত টিপক আৰু ক্যানভাসত এটা ৰেখা আঁকক।
04:39 এতিয়া এটা ত্রিভুজীয় আকাৰ বাহিৰত নির্মিত হৈছে।
04:43 Ellipse ত টিপক আৰু এটা ৰেখা আঁকক।
04:47 লক্ষ্য কৰক যে লাইন উপবৃত্তৰ আকাৰত আছে।
04:50 ইয়াৰ পিছত আমি পৰবর্তী টিউটৰিয়েলত অন্তিম বিকল্প সম্পর্কে শিকিম যি হল From clipboard.
04:56 ইয়াৰ পিছত নোড যোগ, এডিট আৰু মুছি পেলোৱা শিকো।
05:00 এটাNode টুল ব্যবহাৰ কৰি কৰা যাব পাৰে।
05:03 ক্যানভাসত এই লাইন মুছি পেলাওক।
05:06 Tool controls বাৰত যাওক. Moderegular path আৰু ShapeNone ত সলাওক।
05:13 ক্যানভাসত উভতি আহক আৰু এটা মোটামুটি মানুহৰ কৰতল(palm) আঁকক।
05:23 এতিয়াNode টুলত টিপক।
05:26 লক্ষ্য কৰক যে এই চিত্রত সকলো নোড দৃশ্যমান।
05:30 ইয়াৰ পিছত Tools Controls বাৰত ধ্যান দিয়ক।
05:33 ইয়াত প্রথম 6 টা আইকন নোড আৰু পাথ যোগ কৰিব আৰু মুছিবলৈ সাহায্য কৰে।
05:38 আৰো ভাল বুঝিবলৈ টুল টিপ পড়ক।
05:41 যি কোনো সেগমেন্টত টিপক। লক্ষ্য কৰক যে উভয় নোড নীলালৈ সলনি হৈ গৈছে।
05:48 তাৰপিছত Add node বিকল্পত টিপক।
05:52 লক্ষ্য কৰক যে এটা নতুন নোড নির্বাচিত সেগমেন্টৰ নোডৰ ঠিক মাঝত যোগ কৰা হৈছে।
05:58 এতিয়া এটা সৰু সেগমেন্ট নির্বাচন কৰক আৰু উপৰোক্ত ধাপবোৰ পুনৰাবৃত্তি কৰক।
06:04 আপোনি দেখিব যে এটা নতুন নোড সৰু সেগমেন্টৰ মাঝত যুক্ত হৈছে।
06:10 এতিয়া, নতুনকে যোগ কৰা নোড নির্বাচন কৰক।
06:13 Delete node বিকল্পত টিপক। এতিয়া এই নোড মুছি পেলোৱা হৈছে।
06:18 এতিয়া কৰতলৰ যি কোনো এটা নোডত টিপক।
06:21 bezier হ্যান্ডেল দৃশ্যমান কৰিবলৈ Tool controls বাৰৰ শেষৰ আগৰ আইকনত টিপক।
06:27 এতিয়া নির্বাচিত সেগমেন্টৰ বাবে bezier হ্যান্ডেল দৃশ্যমান।
06:32 নহলে মাত্র সেগমেন্টত টিপক আৰু মাউস নাৰাকৈ এইটোক অলপ অতৰূৱাওক।
06:37 সেগমেন্ট কার্ভ হব আৰু bezier হ্যান্ডলবোৰ এতিয়া দৃশ্যমান হব।
06:41 মাপ পৰিবর্তন কৰিবলৈ হ্যান্ডলত টিপক আৰু নির্বাচিত নোড ঘোৰাওক।
06:45 একেইভাবে, অন্যান্য নোডও পৰিবর্তন কৰক।
07:04 পৰবর্তী আইকনৰ নোডক যোগ কৰিবলৈ সাহায্য কৰে।
07:07 লক্ষ্য কৰক যে তর্জনীৰ উপৰত এটা অতিৰিক্ত নোড আছে।
07:11 Shift কী ব্যবহাৰ কৰি এটা অতিৰিক্ত মধ্যম নোড আৰু শীর্ষৰ নোড নির্বাচন কৰক।
07:18 এতিয়াjoin node আইকনত টিপক। লক্ষ্য কৰক যে এতিয়া নোডবোৰ একেসৈতে যুক্ত হয়।
07:25 পৰবর্তী আইকন নির্বাচন নোডৰ পাথ ব্রেক কৰিবলৈ সাহায্য কৰে।
07:29 এতিয়া বুড়া আঙ্গুলি আৰু তর্জনীৰ মাঝৰ সংযোগ ব্রেক কৰক।
07:33 সেয়ে তাৰ মাঝৰ সংযোগকাৰী নোড নির্বাচন কৰক আৰু break path আইকনত টিপক।
07:40 নোড অনির্বাচন কৰক। তাৰপিছত এইটোক এবাৰ নির্বাচন কৰক আৰু এইটোক সামান্য অতৰূৱাওক।
07:46 আপোনি লক্ষ্য কৰিব যে পাথ ভাঙ্গি গৈছে আৰু নোড 2 টা স্বতন্ত্র নোডত বিভক্ত হৈ গৈছে।
07:53 তাক জুড়াবলৈ, সেই একেই 2 টা নোড নির্বাচন কৰক আৰু Tool controls বাৰত join selected end-nodes আইকনত টিপক।
08:03 এই 2 টা নোডৰ মাঝত এটা নতুন পাথ নির্মিত হৈছে।
08:08 পৰবর্তী আইকনত টিপক অর্থাৎ পাথ বা সেগমেন্ট মুছি পেলাবলৈ Delete segment আইকনত টিপক। এতিয়া পাথ মুছি গৈছে।
08:17 এই ক্রিয়া পূর্বাবস্থাত আনিবলৈ Ctrl + Z টিপক।
08:20 এতিয়া এই হাতখনক অতৰাই ৰাখো। এবাৰ Node টুলত টিপক।
08:26 এতিয়া Tool controls বাৰত পিছৰ 4 টা আইকনৰ ব্যবহাৰ দেখো।
08:30 এই আইকন নির্বাচিত নোড এডিট কৰিবলৈ সাহায্য কৰে।
08:34 Bezier টুল ব্যবহাৰ কৰি এটা উল্টা U এৰ আকাৰ তৈয়াৰ কৰক। Node টুলত টিপক। ইয়াত 3 টা নোড আছে।
08:49 উপৰৰ নোড নির্বাচন কৰক আৰু Tool controls বাৰত Make selected nodes corner আইকনত টিপক।
08:55 এটা corner নোড হিসাবে তৈয়াৰ কৰা হয়।
08:58 bezier হ্যান্ডলবোৰত টিপক আৰু পৰিবর্তন দেখিবলৈ তাৰ উপৰত আৰু তললৈ লৈ যাওক।
09:03 নোড মসৃণ কৰিবলৈ পৰবর্তী আইকনত টিপক। আকৃতিত পৰিবর্তন লক্ষ্য কৰক।
09:11 পৰবর্তী আইকনত টিপক যি নোডক সিমেট্রিক কৰে।
09:16 পৰবর্তী আইকনত টিপক যি নোডক অটো মসৃণ কৰে।
09:20 পৰবর্তী 2 টা আইকন মাত্র সেগমেন্টত কাম কৰে. সেয়ে U আকৃতিৰ বাম সেগমেন্ট নির্বাচন কৰক আৰু প্রথম আইকনত টিপক।
09:30 যেনে টুল টিপে কয়, সেগমেন্ট এতিয়া সৰল ৰেখাত তৈয়াৰ কৰা হয়।
09:35 bezier হ্যান্ডেলত টিপক আৰু গতি কৰিবলৈ চেষ্টা কৰক। আমি দেখিম যে আমি এটা কার্ভ কৰিব নোৱাৰো।
09:44 এবাৰ এইটোক কার্ভ লাইনত সলাবলৈ পৰবর্তী আইকনত টিপক।
09:49 এতিয়া bezier হ্যান্ডলবোৰ অতৰূৱাওক আৰু আমি এইটোক কার্ভ আকৃতিত তৈয়াৰ কৰিব পাৰো।
09:54 নির্বাচিত অবজেক্টক pathত সলাবলৈ পৰবর্তী আইকনত টিপক।
09:58 strokepath ত সলাবলৈ পৰবর্তী আইকনত টিপক।
10:02 strokes দৃশ্যমান কৰিবলৈ nodes ত টিপক আৰু ড্রেগ কৰক।
10:08 পৰবর্তী 2 টা আইকন নির্বাচিত নোড যথাক্রমে X আৰু Y এৰ ফালে এৰাবলৈ সাহায্য কৰে।
10:15 উপৰৰ আৰু তলৰ অ্যাৰোত টিপক আৰু পৰিবর্তন লক্ষয় কৰক।
10:24 পাথত ক্লিপিং আৰু মাস্কিং ইফেক্ট থাকিলেই পৰবর্তী 2 টা আইকনত কাম কৰে।
10:29 আপোনি নিজে এই বিকল্প অন্বেষণ কৰিব পাৰে।
10:33 সংক্ষিপ্তকৰণ কৰো। এই টিউটৰিয়েলত আমি শিকিছো:
10:37 সৰল ৰেখা আৰু ক্লোস্ড সেপ আঁকা।
10:39 বাঁকা লাইন আঁকা।
10:41 নোড যুক্ত, এডিট আৰু মুছি পেলোৱা।
10:43 আপোনাৰ বাবে নির্দেশিত কাম আছে।
10:46 bezier টুল ব্যবহাৰ কৰি 5 টা পাপড়ি, 1 টা কান্ড আৰু 2 টা পাত সহ এটা ফুল আঁকক।
10:52 পাপড়িৰ ৰঙ গোলাপীত সলাওক।
10:54 কান্ড আৰু পাতৰ ৰঙ সেউজীয়ালৈ সলাওক।
10:57 আপোনাৰ সম্পন্ন নির্দেশিত কাম এইৰকমে হোৱা উচিত।
11:00 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভিডিওটো ডাউনলোড কৰি চাওক।
11:05 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষাত পাস কৰিলে প্রশংসাপত্র দিয়ে।
11:12 বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
11:14 স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত।
11:20 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
11:24 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো।
11:26 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble