Linux/C2/The-Linux-Environment/Assamese

From Script | Spoken-Tutorial
Revision as of 17:00, 13 March 2013 by Udaya (Talk | contribs)

Jump to: navigation, search
Time Narration
0:00 লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পথৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম৷
0:07 এই টিউটৰিয়েলত বেয়াআখৰ বাবে এটা লিনাক্স চিষ্টেম বেছিকৈ ইউবানটুক একজামপুল হিচাপে গ্ৰহণ কৰা হয়৷
0:13 আমি ধৰো ললো কেনেকৈ এটা লিনাক্স অপাৰেটিং চিষ্টেম ষ্টাৰ্ট হৈ আৰু কামান্ডৰ, ফাইল চিষ্টেম আৰু চেলৰ বেচিক আইদিয়া আপোনালোকৰ আছে৷
0:22 ঘদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ বেলেগ স্পকেন টিউটৰিয়েল উয়ে ৱচাইটন আছে৷
0:32 অনুৰাগ কৰি এট উবানটু নোট কৰি লওক, এই টিউটৰিয়েল ৰেকৰডিং কৰাৰ বাবে ১০ ব্যৱহাৰ কৰক৷
0:36 লিনাক্স এনডাইৰমেন্ট আপোনাক জনাই কেনেকৈ এটা অপাৰেটিং চিষ্টেম আপোনাৰ লগত সংঘোগ কৰিছে, আপোনাৰ কমাণ্ডক কেনেকৈ ৰেচপণ্ডকৰিছে, কেনেকৈ আপোনাৰ একচন৷
0:46 লিনাক্স পরিবেশ নির্ধারণ করে কিভাবে অপারেটিং সিস্টেম আপনার সাথে আচরণ করবে, কিভাবে এটি আপনার কমান্ড থেকে সাড়া, কিভাবে এটি আপনার কর্ম, ব্যাখ্যা.
0:55 লিনাক্স অত্যন্ত শেল এর সেটিং পরিবর্তন করা যাবে অনুকূলিতকরণ.
0:58 আসুন কিভাবে এই সব করা যায় বুঝতে.
0:59 শেল ব্যবহার শেল ভেরিয়েবলগুলি দ্বারা সাধারণত নির্ধারিত হয়.
1:04 There are mainly two kinds of shell variables:
এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু
লোকেল ডেৰিয়েৱলচ
1:12 এইডাইৰন ডেৰিয়েৱলচ ৱুলি নামাকৰন কৰাৰকাৰণ হ’ল এইবোৰ ওচৰৰ এনতাইৰনমেন্টত পোৱা ঘায়৷
1:19 চলি থকা চেল স্ক্ৰিপ্টৰ দৰে তাত কিছুমান চাৱচেলো উপস্থিত থাকে৷
1:24 লোকেল ডেৰিয়াব্লজবাৰ স্কিমটো পৰিমানে পাব পৰা ঘায়৷
1:31 এইবোৰক চেলটৰ চাৱ চেলবাৰত পাব পৰা ঘায়৷
1:36 ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচ বিষয়ে কথা পাতিম সেয়া প্ৰথম আমি চাম এই চেল ডেৰিয়াব্লেজাৰ ডেলুবোৰ কিদৰে চাব পাৰি৷
1:48 কাৰেন্ট চেলটত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷
1:53 Type at the terminal
"set space 'vertical-bar' more" and press enter.
"আরো সেট স্থান 'উল্লম্ব-বার" এবং Enter চা
2:00 আমরা সমস্ত বর্তমান শেল ভেরিয়েবল দেখতে পারেন,
2:04 উদাহরণস্বরূপ: হোম এনভায়রনমেন্ট ভেরিয়েবল কটাক্ষপাত করা এছাড়াও মান নিয়োগ এটা বিজ্ঞপ্তি.
2:15 তালিকা মাধ্যমে এবং যাতে প্রেস q আসা আউট থেকে সরাতে Enter চাপুন
2:21 এখানে সেট থেকে আউটপুট আরও করার জন্য একটি অধিক পদ্ধতিগত পরিবর্তনশীল তালিকা multipage আউটপুট প্রদর্শন pipelined ছিল.
2:38 দেখতে শুধুমাত্র এনভায়রনমেন্ট ভেরিয়েবলের মান কমান্ড env চালানো
2:45 টার্মিনালে প্রকার


"env স্থান 'উল্লম্ব-বার' অধিক" এবং Enter টিপুন
2:52 For example,
Notice the SHELL variable whose value is slash bin slash bash .
SHELL কমান্ডটি ব্যবহার ভেরিয়েবল যার মান স্ল্যাশ বিন স্ল্যাশ bash লক্ষ্য করুন.
3:00 আবার, আপনি তালিকার খসা q টিপুন পারে.
3:07 এখন আসুন আরো গুরুত্বপূর্ণ Linux-এ এনভায়রনমেন্ট ভেরিয়েবলগুলির কিছু আলোচনা.
3:11 আমরা সব আমাদের এখানে বিক্ষোভ জন্য bash shell হবে ব্যবহার.
3:15 বিভিন্ন শাঁস সামান্য ভিন্ন উপায়ে অনুকূলিতকরণ করা হয়.
3:19 কি প্রকৃতপক্ষে একটি পরিবর্তনশীল সঞ্চয় দেখতে আমরা আছে যে পরিবর্তনশীল নামের একটি ডলার সাইন উপসর্গ এবং সঙ্গে বরাবর echo কমান্ড ব্যবহার করুন.
3:30 প্রথম এনভায়রনমেন্ট ভেরিয়েবল যে আমরা দেখতে চাই হল SHELL কমান্ডটি ব্যবহার পরিবর্তনশীল.
3:35 এটি বর্তমান শেল নাম সঞ্চয়.
3:37 দেখুন কি হয় SHELL কমান্ডটি ব্যবহার পরিবর্তনশীল, ধরনের মান


টার্মিনাল "echo মূলধন স্থান ডলার SHELL কমান্ডটি ব্যবহার করুন" এবং প্রেস প্রবেশ করবেন.
3:55 এখানে স্ল্যাশ বিন স্ল্যাশ bash হল শেল যেখানে বর্তমানে আমরা অপারেটিং হয়.
4:02 পরের ভেরিয়েবল হল হোম.
4:05 ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটো আমাক বাহিৰা নামৰ পিছত ডাইৰেক্টৰী নামৰ ঠাই দিয়ে৷
4:11 এই ডাইৰেক্টৰী বোৰক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ডেৰিয়াব্লেয়াৰ ডিতৰত এইবোৰ উপলব্ধ হয়৷
4:17 ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ৷
4:29 ইয়াৰপিছৰ এনডাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পথ৷
4:32 এক্সজিকুটেবুল কামাণ্ডৰ অৱস্থিৰ বাবে চেল বিচাৰা ডাইৰেক্টৰীৰ সঠিক পথবোৰ পথ ডেৰিয়াব্লেৰ ডিতৰত থাকে৷
4:40 এতিয়া পথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷
4:43 আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷
4:51 On my computer it shows the directories
স্ল্যাশ ব্যবহারকারী স্ল্যাশ স্থানীয় স্ল্যাশ sbin স্ল্যাশ ব্যবহারকারী স্ল্যাশ স্থানীয় স্ল্যাশ বিন স্ল্যাশ ব্যবহারকারী স্ল্যাশ sbin স্ল্যাশ ব্যবহারকারী স্ল্যাশ বিন ইত্যাদি
5:04 এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হোৱা দেখা ঘায়৷
5:07 এইবোৰ আচলতে এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেল ব্যৱহাৰ কৰা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) ডেলিমিটাৰৰ দ্বাৰা ডাগ কৰা হয়৷
5:18 ইয়াৰ লগত আমি নজৰ ডাইৰেক্টৰীবোৰো সোমাৰ পাৰো ঘাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰো৷
5:25 আমাৰ ডাইৰেক্টৰী লগ লগাবলৈ টাৰমিনেলত টাইপ কৰক৷
5:29 P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash the name of my own home directory আৰু এন্টাৰ প্ৰেছ কৰক৷
5:54 ঘদি আমি পথৰ মূল্য ইক’ কৰো৷
6:04 আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পথ ডেৰিয়াব্লেৰ হব৷
6:10 চাওক ডাইৰেক্টৰীবোৰ এতিয়া ইয়াত উপলব্দ৷
6:16 আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME.
6:20 সদাহতে ব্যৱহাৰ কৰা ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷
6:24 ইয়াৰ মূল্য চাবৰ বাবে টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ ডবাওক৷
6:35 ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷
6:42 এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংবোৰ সূচায়৷
6:47 ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷
6:50 ঘদি আমাৰ কামাণ্ড বেছি দীঘয় হয় আৰু এক লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than sign ">" prompt হিচাপে দেখা পাওঁ৷
7:00 এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷
7:05 চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷
7:20 আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt.
7:28 In order to get this done
Type "PS1 'equal-to' now within quotes 'at the rate' “ and press enter.
টাইপ কৰক "PS1 'eqal to' now within quotes 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷
7:41 এতিয়া আমি ডলাৰ at the rate চাইনৰ বিপৰীতে চাইনক প্ৰমপ্টৰ ৰুপত দেখা পাম৷
7:50 আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷
7:56 কেৱল টাইপ কৰক "PS1 in capital 'eqal to' within quotes dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷
8:12 এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হ’ল৷
8:16 পিছলৈ ঘাবলৈ টাইপ কৰক "PS1'eqal to dollar' within quotes আৰু এন্টাৰ প্ৰেছ কৰক
8:28 আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰ ডেলু এচাইন কৰিলো৷
8:32 কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই নতুন এটা কেবল চিল থকা চেচনৰ কাৰণেহে প্ৰয়োজ্য৷
8:37 ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পথ ডেৰিয়েৱল লগাইছিলো৷
8:40 ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নাইবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মল্য ইক’ইং দ্বাৰা ডেৰিয়াবেল নিৰিক্ষণ৷
9:00 আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷
9:05 ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান এচিক টিউটিৰিয়েলৰ দ্বাৰা আৱৰি থাকে৷
9:13 ঘদি আমি এটা কামাণ্ড পূণৰ execute কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ টাইপ কৰিম৷
9:22 নহয়, ইয়াৰ বহুটো সমাধান আছে৷
9:26 প্ৰথমে, আপোনাৰ কিবৰ্ডত থকা আপ কি ডবাওক তেতিয়া ই আপেনাক আপুনি টাইপ কৰা চেচৰ কামাণ্ডটো দেখুৱা৷
9:33 কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷
9:37 আগৰ অৱস্থালৈ ঘাবলৈ দাউন কি ডবাওক৷
9:42 আগৰ পৰম্পত টাইপ কৰক হিস্টৰী৷
9:52 আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা অকল কামাণ্ড তালিকা চাব পাৰিব৷
9:58 ঘদি দীঘল তালিকাখনৰ বাহিৰে আপুনি কেৱল, শেষৰ দহ চাব বিচাৰে৷
10:04 টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷
10:08 এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷
10:20 এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷
10:27 কোনো নির্দিষ্ট কমান্ড পুনরাবৃত্তি.
10:32 কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত execute হব echo space dollar path
10:51 ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷
11:03 The next thing we would see is called tilde substitution
The tilde(~) character is a shorthand for the home directory.
কেৰেক্টাৰ হল হোম ডায়েৰক্টৰী চৰ্ত হেণ্ড৷
11:12 ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোড কৰিব৷
11:25 One may also toggle between the current working directory and the last directory used by giving the command
cd 'tilde' minus or only cd minus
CD 'টিল্ড' বিযুক্ত বা শুধুমাত্র CD ঋণচিহ্ন
11:35 এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকা দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷
11:41 সেয়া ঘদি আমি আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷
11:47 আমি আকৌ ইয়াক চলালে পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰি ঘাব পাৰিম৷
11:55 এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডলৈ৷
11:59 কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷
12:04 ধৰি ললো আপোনাৰ লগত কম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘিখন আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷
12:11 জাহিরকারী যে আপনি যেমন একটি দীর্ঘ ডিরেক্টরি অনুক্রমের যে আপনি প্রায়ই সঙ্গীত জন্য দেখার আছে, আপনি এই মত জন্য একটি alias তৈরি করতে পারবেন
12:20 প্রকার "ওরফে স্থান cdMusic 'সমান-থেকে' উদ্ধৃতি চিহ্ন মধ্যে CD স্থান স্ল্যাশ বাড়িতে স্ল্যাশ চাপ স্ল্যাশ ফাইল স্ল্যাশ বিনোদন স্ল্যাশ সঙ্গীত" এবং Enter টিপুন
12:47 এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷
12:55 চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷
12:58 এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি কৰিবলৈ হ’লে আপুনি কেৱল টাইপ কৰক আনএলাইছ স্পেছ চিডি মিউজিক আৰু এন্টাৰ প্ৰেছ কৰক৷
13:08 একটি উপনাম unset সহজভাবে unalias স্থান cdMusic এবং Enter টিপুন লিখুন
13:20 আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷
13:30 ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীৰ দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷
13:38 ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷
13:45 আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচন আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷
13:52 এতিয়া আমি alias rm equal-to, now within quotes “rm space hyphen i” ৰ দৰে এটা alias ধৰিব পাৰো৷
14:03 এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” বান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷
14:13 সেই দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷
14:20 সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing.
14:25 এয়েই এই টিউটৰিয়েলৰ শেষ৷
14:28 স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷
14:36 অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷
14:39 এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷
14:42 এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya