Linux/C2/The-Linux-Environment/Assamese
From Script | Spoken-Tutorial
Time | Narration | ||
0:00 | লিনাক্স এনডাইৰনমেন্ট আৰু ইয়াক মেনুপুলেত কৰাৰ পথৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম৷ | ||
0:07 | এই টিউটৰিয়েলত বেয়াআখৰ বাবে এটা লিনাক্স চিষ্টেম বেছিকৈ ইউবানটুক একজামপুল হিচাপে গ্ৰহণ কৰা হয়৷ | ||
0:13 | আমি ধৰো ললো কেনেকৈ এটা লিনাক্স অপাৰেটিং চিষ্টেম ষ্টাৰ্ট হৈ আৰু কামান্ডৰ, ফাইল চিষ্টেম আৰু চেলৰ বেচিক আইদিয়া আপোনালোকৰ আছে৷ | ||
0:22 | ঘদি আপোনালোকে এইবোৰ পুনৰ জানিব বিচাৰে, তেনেহলে আমাৰ বেলেগ স্পকেন টিউটৰিয়েল উয়ে ৱচাইটন আছে৷ | ||
0:32 | অনুৰাগ কৰি এট উবানটু নোট কৰি লওক, এই টিউটৰিয়েল ৰেকৰডিং কৰাৰ বাবে ১০ ব্যৱহাৰ কৰক৷ | ||
0:36 | লিনাক্স এনডাইৰমেন্ট আপোনাক জনাই কেনেকৈ এটা অপাৰেটিং চিষ্টেম আপোনাৰ লগত সংঘোগ কৰিছে, আপোনাৰ কমাণ্ডক কেনেকৈ ৰেচপণ্ডকৰিছে, কেনেকৈ আপোনাৰ একচন৷ | ||
0:46 | লিনাক্স পরিবেশ নির্ধারণ করে কিভাবে অপারেটিং সিস্টেম আপনার সাথে আচরণ করবে, কিভাবে এটি আপনার কমান্ড থেকে সাড়া, কিভাবে এটি আপনার কর্ম, ব্যাখ্যা. | ||
0:55 | লিনাক্স অত্যন্ত শেল এর সেটিং পরিবর্তন করা যাবে অনুকূলিতকরণ. | ||
0:58 | আসুন কিভাবে এই সব করা যায় বুঝতে. | ||
0:59 | শেল ব্যবহার শেল ভেরিয়েবলগুলি দ্বারা সাধারণত নির্ধারিত হয়. | ||
1:04 | There are mainly two kinds of shell variables: | ||
এনডাহৰনমেন্ট ডেৰিয়েৱলচ আৰু | |||
লোকেল ডেৰিয়েৱলচ | |||
1:12 | এইডাইৰন ডেৰিয়েৱলচ ৱুলি নামাকৰন কৰাৰকাৰণ হ’ল এইবোৰ ওচৰৰ এনতাইৰনমেন্টত পোৱা ঘায়৷ | ||
1:19 | চলি থকা চেল স্ক্ৰিপ্টৰ দৰে তাত কিছুমান চাৱচেলো উপস্থিত থাকে৷ | ||
1:24 | লোকেল ডেৰিয়াব্লজবাৰ স্কিমটো পৰিমানে পাব পৰা ঘায়৷ | ||
1:31 | এইবোৰক চেলটৰ চাৱ চেলবাৰত পাব পৰা ঘায়৷ | ||
1:36 | ঘিহেতু এই টিউটৰিয়েলত আমি এনডাইৰনমেন্ট ডেৰিবেলচ বিষয়ে কথা পাতিম সেয়া প্ৰথম আমি চাম এই চেল ডেৰিয়াব্লেজাৰ ডেলুবোৰ কিদৰে চাব পাৰি৷ | ||
1:48 | কাৰেন্ট চেলটত থকা সকলো ডেৰিয়াবেলচ চাবলৈ আমি কামাণ্ড চেত চলাব লাগিব৷ | ||
1:53 | Type at the terminal | ||
"set space 'vertical-bar' more" and press enter. | |||
"আরো সেট স্থান 'উল্লম্ব-বার" এবং Enter চা | |||
2:00 | আমরা সমস্ত বর্তমান শেল ভেরিয়েবল দেখতে পারেন, | ||
2:04 | উদাহরণস্বরূপ: হোম এনভায়রনমেন্ট ভেরিয়েবল কটাক্ষপাত করা এছাড়াও মান নিয়োগ এটা বিজ্ঞপ্তি. | ||
2:15 | তালিকা মাধ্যমে এবং যাতে প্রেস q আসা আউট থেকে সরাতে Enter চাপুন | ||
2:21 | এখানে সেট থেকে আউটপুট আরও করার জন্য একটি অধিক পদ্ধতিগত পরিবর্তনশীল তালিকা multipage আউটপুট প্রদর্শন pipelined ছিল. | ||
2:38 | দেখতে শুধুমাত্র এনভায়রনমেন্ট ভেরিয়েবলের মান কমান্ড env চালানো | ||
2:45 | টার্মিনালে প্রকার
| ||
"env স্থান 'উল্লম্ব-বার' অধিক" এবং Enter টিপুন | |||
2:52 | For example, | ||
Notice the SHELL variable whose value is slash bin slash bash . | |||
SHELL কমান্ডটি ব্যবহার ভেরিয়েবল যার মান স্ল্যাশ বিন স্ল্যাশ bash লক্ষ্য করুন. | |||
3:00 | আবার, আপনি তালিকার খসা q টিপুন পারে. | ||
3:07 | এখন আসুন আরো গুরুত্বপূর্ণ Linux-এ এনভায়রনমেন্ট ভেরিয়েবলগুলির কিছু আলোচনা. | ||
3:11 | আমরা সব আমাদের এখানে বিক্ষোভ জন্য bash shell হবে ব্যবহার. | ||
3:15 | বিভিন্ন শাঁস সামান্য ভিন্ন উপায়ে অনুকূলিতকরণ করা হয়. | ||
3:19 | কি প্রকৃতপক্ষে একটি পরিবর্তনশীল সঞ্চয় দেখতে আমরা আছে যে পরিবর্তনশীল নামের একটি ডলার সাইন উপসর্গ এবং সঙ্গে বরাবর echo কমান্ড ব্যবহার করুন. | ||
3:30 | প্রথম এনভায়রনমেন্ট ভেরিয়েবল যে আমরা দেখতে চাই হল SHELL কমান্ডটি ব্যবহার পরিবর্তনশীল. | ||
3:35 | এটি বর্তমান শেল নাম সঞ্চয়. | ||
3:37 | দেখুন কি হয় SHELL কমান্ডটি ব্যবহার পরিবর্তনশীল, ধরনের মান
|
টার্মিনাল "echo মূলধন স্থান ডলার SHELL কমান্ডটি ব্যবহার করুন" এবং প্রেস প্রবেশ করবেন. | |
3:55 | এখানে স্ল্যাশ বিন স্ল্যাশ bash হল শেল যেখানে বর্তমানে আমরা অপারেটিং হয়. | ||
4:02 | পরের ভেরিয়েবল হল হোম. | ||
4:05 | ঘেতিয়া আমি লিনাক্সত লগিন কৰো, এইটো আমাক বাহিৰা নামৰ পিছত ডাইৰেক্টৰী নামৰ ঠাই দিয়ে৷ | ||
4:11 | এই ডাইৰেক্টৰী বোৰক হ’ম ডাইৰেক্টৰী বুলি কোৱা হয় আৰু হ’ম ডেৰিয়াব্লেয়াৰ ডিতৰত এইবোৰ উপলব্ধ হয়৷ | ||
4:17 | ইয়াৰ মূল্য চাবলৈ, টাৰমিনেলত টাইপ কৰক "echo space doller H-O-M-E in capital"আৰু এন্টাৰ৷ | ||
4:29 | ইয়াৰপিছৰ এনডাইৰনমেন্ট ডেৰিয়াবেলটো হ’ল পথ৷ | ||
4:32 | এক্সজিকুটেবুল কামাণ্ডৰ অৱস্থিৰ বাবে চেল বিচাৰা ডাইৰেক্টৰীৰ সঠিক পথবোৰ পথ ডেৰিয়াব্লেৰ ডিতৰত থাকে৷ | ||
4:40 | এতিয়া পথ ডেৰিয়াব্লেৰ গুৰুত্ব কি আছে চাওক৷ | ||
4:43 | আকৌ টাৰমিনেলত টাইপ কৰক "echo space doller P-A-T-H"in capital আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
4:51 | On my computer it shows the directories | ||
স্ল্যাশ ব্যবহারকারী স্ল্যাশ স্থানীয় স্ল্যাশ sbin স্ল্যাশ ব্যবহারকারী স্ল্যাশ স্থানীয় স্ল্যাশ বিন স্ল্যাশ ব্যবহারকারী স্ল্যাশ sbin স্ল্যাশ ব্যবহারকারী স্ল্যাশ বিন ইত্যাদি | |||
5:04 | এইটো এটা চিচষ্টেমৰ পৰা আন এটালৈ অলপ বেলেগ হোৱা দেখা ঘায়৷ | ||
5:07 | এইবোৰ আচলতে এক্সজিকিউটবোল কামাণ্ড বিচাৰিবলৈ চেল ব্যৱহাৰ কৰা ডাইৰেক্টৰীৰ এখন তালিকা (কলন) ডেলিমিটাৰৰ দ্বাৰা ডাগ কৰা হয়৷ | ||
5:18 | ইয়াৰ লগত আমি নজৰ ডাইৰেক্টৰীবোৰো সোমাৰ পাৰো ঘাৰ কাৰণে আমাৰ ডাইৰেক্টৰীও চেলৰ দ্বাৰা বিচাৰিব পাৰো৷ | ||
5:25 | আমাৰ ডাইৰেক্টৰী লগ লগাবলৈ টাৰমিনেলত টাইপ কৰক৷ | ||
5:29 | P-A-T-H in capital 'eqal to' doller P-A-T-H again in capital colon slash home slash the name of my own home directory আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
5:54 | ঘদি আমি পথৰ মূল্য ইক’ কৰো৷ | ||
6:04 | আমি লগ লগোৱা ডাইৰেক্টৰীবোৰো পথ ডেৰিয়াব্লেৰ হব৷ | ||
6:10 | চাওক ডাইৰেক্টৰীবোৰ এতিয়া ইয়াত উপলব্দ৷ | ||
6:16 | আন এটা উল্লেখঘোগ্য ডেৰিয়াবেল হ’ল LOGNAME. | ||
6:20 | সদাহতে ব্যৱহাৰ কৰা ইউজাৰনেম ইয়াত সংৰক্ষণ কৰা থাকে৷ | ||
6:24 | ইয়াৰ মূল্য চাবৰ বাবে টাইপ কৰক "echo space doller LOGNAME" আৰু এন্টাৰ ডবাওক৷ | ||
6:35 | ঘেতিয়া আমি টাৰমিনেল খুলো আমি ডলাৰ চাইন দেখা পাওঁ, ঘিটো পৰম্পৰত আমি সকলো বোৰ কামাণ্ড সোমাব পাৰো৷ | ||
6:42 | এনডাইৰনমেন্ট ডেৰিয়াবেল পিএস১ এ প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংবোৰ সূচায়৷ | ||
6:47 | ইয়াত এটা চেকেণ্ডাৰি প্ৰমোট ষ্ট্ৰাইংগো আছে৷ | ||
6:50 | ঘদি আমাৰ কামাণ্ড বেছি দীঘয় হয় আৰু এক লাইনতকৈ বেছি হয় তেতিয়া আমি চেকেণ্ড লাইনৰ পৰা greater than sign ">" prompt হিচাপে দেখা পাওঁ৷ | ||
7:00 | এনডাইৰনমেন্ট ডেৰিয়াবেল PS2 secondeay prompt ষ্ট্ৰাইংবোৰ প্ৰতিনিধিত্ব কৰে৷ | ||
7:05 | চেকেণ্ডাৰী কামাণ্ড প্ৰমোতৰ মূল্য চাবলৈ টাৰমিনেলত টাইপ কৰক "echo space doller PS2 আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
7:20 | আমি প্ৰাইমাৰি প্ৰমপ্ট ষ্ট্ৰাইংগ সলনি কৰিব পাৰো ঘেনে "at the rate"<@> at the prompt. | ||
7:28 | In order to get this done | ||
Type "PS1 'equal-to' now within quotes 'at the rate' “ and press enter. | |||
টাইপ কৰক "PS1 'eqal to' now within quotes 'at the rate' " আৰু এন্টাৰ প্ৰেছ কৰক৷ | |||
7:41 | এতিয়া আমি ডলাৰ at the rate চাইনৰ বিপৰীতে চাইনক প্ৰমপ্টৰ ৰুপত দেখা পাম৷ | ||
7:50 | আমি আৰু কিছুমান উল্লেখনীয় কাম কৰিব পাৰো৷ ঘেনে আমি পৰম্পত আমাৰইউজাৰনামটো ডিচপ্লেই কৰিব পাৰো৷ | ||
7:56 | কেৱল টাইপ কৰক "PS1 in capital 'eqal to' within quotes dollar LOGNAME" আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
8:12 | এতিয়া মোৰ ইউজাৰ নামটা মোৰ পৰম্পত হ’ল৷ | ||
8:16 | পিছলৈ ঘাবলৈ টাইপ কৰক "PS1'eqal to dollar' within quotes আৰু এন্টাৰ প্ৰেছ কৰক | ||
8:28 | আমি বহুত এনডাইৰমেন্ট ডেৰিয়েৱলৰ ডেলু এচাইন কৰিলো৷ | ||
8:32 | কিন্তু, এটা কথা মনত ৰখা উচিত ঘে এই নতুন এটা কেবল চিল থকা চেচনৰ কাৰণেহে প্ৰয়োজ্য৷ | ||
8:37 | ঘেনেকৈ আমি আমাৰ ডাইৰেক্টৰী পথ ডেৰিয়েৱল লগাইছিলো৷ | ||
8:40 | ঘদি আমি টাৰমিনেল বন্ধ কৰি দিও, আকৌ পুণৰ খুলো নাইবা একলগে এটা নতুন টাৰমিনেল খুলি আৰু ইয়াৰ মল্য ইক’ইং দ্বাৰা ডেৰিয়াবেল নিৰিক্ষণ৷ | ||
9:00 | আমি দেখি আচৰিত হ’ম ঘে আমাৰ মদিফিকেছন খিনি আৰু ইয়াত নাই৷ | ||
9:05 | ঘি পদ্ধতিৰ দ্বাৰা আমি নতুন আটাইখিনি স্থায়ী কৰিব পাৰো৷ সেইবোৰ কিছুমান এচিক টিউটিৰিয়েলৰ দ্বাৰা আৱৰি থাকে৷ | ||
9:13 | ঘদি আমি এটা কামাণ্ড পূণৰ execute কৰিব বিছাৰো ঘিটো আমি কেইদিনমান আগত execute কৰিছিলো আমি তেতিয়া কি কৰিব লাগিব? আমি আকৌ টাইপ কৰিম৷ | ||
9:22 | নহয়, ইয়াৰ বহুটো সমাধান আছে৷ | ||
9:26 | প্ৰথমে, আপোনাৰ কিবৰ্ডত থকা আপ কি ডবাওক তেতিয়া ই আপেনাক আপুনি টাইপ কৰা চেচৰ কামাণ্ডটো দেখুৱা৷ | ||
9:33 | কিটো ডবাই থাকক, ই আপোনাক আগৰ সকলো কামাণ্ড দেখুৱাব৷ | ||
9:37 | আগৰ অৱস্থালৈ ঘাবলৈ দাউন কি ডবাওক৷ | ||
9:42 | আগৰ পৰম্পত টাইপ কৰক হিস্টৰী৷ | ||
9:52 | আৰু এন্টাৰ ডবাওক, আগতে এক্সজিকিউত কৰা অকল কামাণ্ড তালিকা চাব পাৰিব৷ | ||
9:58 | ঘদি দীঘল তালিকাখনৰ বাহিৰে আপুনি কেৱল, শেষৰ দহ চাব বিচাৰে৷ | ||
10:04 | টাইপ কৰক "history space 10" আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
10:08 | এই তালিকা খনত এটা কথা লক্ষ্য কৰক ঘে আগতে এক্সজিকিউত কৰা প্ৰত্যেকটো কামাণ্ডত এটা সংখ্যা আছে৷ | ||
10:20 | এটা নিৰ্দিষ্ট কামাণ্ড পুণৰ কৰিবলৈ৷ | ||
10:27 | কোনো নির্দিষ্ট কমান্ড পুনরাবৃত্তি. | ||
10:32 | কামাণ্ডৰ সংখ্যাৰ লগত টাইপ কৰক exclamation mark উদাহৰণ স্বৰুপে মোৰ কেচত execute হব echo space dollar path | ||
10:51 | ঘদি আপুনি শেষৰ কামাণ্ডটো পুনৰ কৰিব বিচাৰে তেন্তে এক্সক্লেমেছন মাৰ্কটো দুবাৰ টাইপ কৰি এন্টাৰ প্ৰেছ কৰক৷ | ||
11:03 | The next thing we would see is called tilde substitution | ||
The tilde(~) character is a shorthand for the home directory. | |||
কেৰেক্টাৰ হল হোম ডায়েৰক্টৰী চৰ্ত হেণ্ড৷ | |||
11:12 | ধৰি লোৱা তোমাৰ ডাইৰেক্টৰীত টেষ্টট্ৰী নামৰ এটা ডাইৰেক্টৰী আছে, তুমি "cd space 'tiled' slash 'testtree' " টাইপ কৰি সেইটো মোড কৰিব৷ | ||
11:25 | One may also toggle between the current working directory and the last directory used by giving the command | ||
cd 'tilde' minus or only cd minus | |||
CD 'টিল্ড' বিযুক্ত বা শুধুমাত্র CD ঋণচিহ্ন | |||
11:35 | এতিয়া আমি টেষ্টট্ৰি ডাইৰেক্টৰীত থকা দৰে ইয়াৰ আগত আমি হ’ম ডাইৰেক্টৰী চাই আহিলো৷ | ||
11:41 | সেয়া ঘদি আমি আৰু এন্টাৰ ডবাও, আমি হ’ম ডায়েৰক্টৰীত ওলাব পাৰিম৷ | ||
11:47 | আমি আকৌ ইয়াক চলালে পুনৰ টেষ্টট্ৰি ডাইৰেক্টৰীলৈ ঘূৰি ঘাব পাৰিম৷ | ||
11:55 | এতিয়া আমি আহো শেষৰ প্ৰয়োজনীয় কামাণ্ড এলিয়াছ কামাণ্ডলৈ৷ | ||
11:59 | কেতিয়াবা দীঘল কামাণ্ডবোৰ আপুনি বাৰেপতি চলাব লগিয়া হব পাৰে৷ | ||
12:04 | ধৰি ললো আপোনাৰ লগত কম অনুসিৰ অকন দীঘল ডাইৰেক্টৰী আছে ঘিখন আপুনি মিউজিকৰ কাৰণে ব্যৱহাৰ কৰে, আপুনি এনেধৰনে এটা বনাব পাৰে৷ | ||
12:11 | জাহিরকারী যে আপনি যেমন একটি দীর্ঘ ডিরেক্টরি অনুক্রমের যে আপনি প্রায়ই সঙ্গীত জন্য দেখার আছে, আপনি এই মত জন্য একটি alias তৈরি করতে পারবেন | ||
12:20 | প্রকার "ওরফে স্থান cdMusic 'সমান-থেকে' উদ্ধৃতি চিহ্ন মধ্যে CD স্থান স্ল্যাশ বাড়িতে স্ল্যাশ চাপ স্ল্যাশ ফাইল স্ল্যাশ বিনোদন স্ল্যাশ সঙ্গীত" এবং Enter টিপুন | ||
12:47 | এতিয়াপৰা সকলো সময়তে এই ডাইৰেক্টৰীটো খুলিবৰ হ’লে আপুনি কেৱল চিডি মিউজিক লিখক আৰু এন্টাৰ ডবাওক৷ | ||
12:55 | চাওক এতিয়া আপুনি মিউজিক ডাইৰেক্টৰীৰ ডিতৰত আছে৷ | ||
12:58 | এতিয়া আপুনি আগৰ ডাইৰেক্টৰীলৈ ঘুৰি কৰিবলৈ হ’লে আপুনি কেৱল টাইপ কৰক আনএলাইছ স্পেছ চিডি মিউজিক আৰু এন্টাৰ প্ৰেছ কৰক৷ | ||
13:08 | একটি উপনাম unset সহজভাবে unalias স্থান cdMusic এবং Enter টিপুন লিখুন | ||
13:20 | আকৌ ঘদি আপুনি টাৰমিনেলৰ পৰা চিডি মিউজিকটো নাইকিয়া কৰি দিয়ে, তেতিয়া আপুনি কামাণ্ড বিচাৰি নুপুৱাৰ এটা এৰৰ পাব৷ | ||
13:30 | ধৰি ললো আমাৰ হাতত বৰ্তমান কাম কৰি থকা ডাইৰেক্টৰীৰ দুটা ফাইল আছে, টেষ্ট ১ আৰু টেষ্ট ২৷ | ||
13:38 | ঘদি আমি আৰএম টেষ্ট ১ নাইকিয়া কৰি দিও, টেষ্ট ১ নিজে আতৰি ঘাব৷ | ||
13:45 | আমি জানো ঘে আৰএম কামাণ্ডৰ হাইফন আই অপচন আমাক নাইকিয়া কৰাখিনি পুনৰ লগ লগোৱাত সহায় কৰে৷ | ||
13:52 | এতিয়া আমি alias rm equal-to, now within quotes “rm space hyphen i” ৰ দৰে এটা alias ধৰিব পাৰো৷ | ||
14:03 | এতিয়া ঘেতিয়া আমি “rm” ,” rm hyphen i” বান কৰিম তেতিয়া প্ৰকৃততে এইটো ৰান হব৷ | ||
14:13 | সেই দেখিলো ঘে টেষ্টট১ দিলিত কৰাৰ পিছত চিষ্টেমে টেষ্টট২ দিলিত কৰাৰ আগতে আমাক সুধিব৷ | ||
14:20 | সেয়ে এই টিউটৰিয়েলত আমি শিকিলো এনডাইৰনমেন্ট ডেৰিয়েৱলচ, history আৰু aliasing. | ||
14:25 | এয়েই এই টিউটৰিয়েলৰ শেষ৷ | ||
14:28 | স্পকেন টুটৰিয়ল প্ৰজেক্টটো ট’ক এ টিছাৰ প্ৰজেক্টৰ এটা ডাগ৷ নেচ’নেল মিচন অন এডুকেচন থৰ্ ICT, Government of India. ৰ দ্বাৰা সমৰ্থিত৷ | ||
14:36 | অধিক জানিবলৈ, লিখক আমাৰ ৱেব চাইটত লিখক৷ | ||
14:39 | এই টিউটৰিয়েলৰ স্ক্ৰিপ্টবোৰ অনিৰ্বান দ্বাৰা প্ৰস্তুত কৰা হৈছে৷ | ||
14:42 | এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্ম্মাই৷ |