GChemPaint/C2/View-Print-and-Export-structures/Assamese
From Script | Spoken-Tutorial
Revision as of 14:27, 27 February 2017 by Pratik kamble (Talk | contribs)
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. |
00:02 | GChemPaint ত View, Print আৰু Export structures ৰ টিউটোৰীয়েললৈ স্বাগতম. |
00:09 | এই টিউটোৰীয়েলত আমি শিকিম |
00:11 | ভিউ অপশন |
00:13 | জুম ফ্যাক্টৰ, পেজ সেটআপ |
00:15 | প্ৰীন্ট প্ৰিভিও |
00:17 | এখন ডকিউমেন্ট প্ৰিন্ট কৰা |
00:19 | SVG আৰু PDF ফৰম্যাট হিসাবে এটা ইমেজ ৰপ্তানি কৰা. |
00:24 | ইয়াত আমি ব্যবহাৰ কৰিছো |
00:26 | Ubuntu Linux অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04 . |
00:30 | 'GChemPaint' সংস্কৰণ 0.12.10 |
00:35 | এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
00:40 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব |
00:43 | যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক |
00:48 | এটা নতুন 'GChemPaint' আবেদন খুলিবলৈ, |
00:52 | Dash home' ত ক্লিক কৰক. উলায় থকা Search barত টাইপ কৰক 'GChemPaint' ' |
00:58 | 'GChemPaint' আইকনত ক্লিক কৰক. |
01:01 | প্রথমে এটা বিদ্যমান (existing) ফাইল খোলা যাওক. |
01:05 | টুলবাৰ পৰা Open a file আইকনত ক্লিক কৰক. |
01:09 | ফাইল আৰু ফোল্ডাৰ সৈতে এটা উইন্ডো প্রর্দশিত হয়. |
01:12 | তালিকাৰ পৰা “pentane-ethane” নামৰ ফাইল নির্বাচন কৰক. |
01:16 | 'Open' বাটনত ক্লিক কৰক. |
01:19 | প্রথম ভিউ বিকল্প সম্পর্কে শিকা যাওক. |
01:23 | 'View' মেনুলৈ যাওক. |
01:25 | 'View' মেনুত, আমাৰ উচৰত দুটা বিকল্প Full Screen আৰু Zoom আছে |
01:31 | ইয়াত 'Zoom বিকল্প নির্বাচন কৰক. |
01:33 | এটা সাবমেনুয়ে 'zoom factors ৰ এটা তালিকা সৈতে প্রর্দশিত হয়. |
01:38 | তালিকাখন তললৈ স্ক্রোল কৰক আৰু নির্বাচন কৰক Zoom to % |
01:43 | 'zoom factor (%) সৈতে এটা ডায়লগ বক্স' প্রর্দশিত হয়. |
01:47 | ডিফল্ট 'zoom factor(%)' মান প্রদর্শন কৰা হয়. |
01:51 | ইয়াতে আমি আমাৰ প্রয়োজনৰ মতে 'Zoom factor "' বৃদ্ধি বা হ্রাস কৰিব পাৰিম |
01:57 | আপ বা ডাউন এৰো ত্রিভুজত ক্লিক কৰক আৰু zooming টো চাওক. |
02:03 | 'Apply" ' আৰু তাৰ পিছত OKত ক্লিক কৰক. |
02:07 | গঠনটো প্রয়োগ 'zoom factor' সৈতে প্রদর্শিত হব. |
02:11 | পৰবর্তী চাও কিভাবে এটা পাত সেটআপ কৰা হয়. |
02:15 | File মেনু লৈ যাওক Page Setup লৈ নেভিগেট কৰক আৰু ইয়াত ক্লিক কৰক. |
02:20 | Page Setup' উইন্ডো প্রর্দশিত হয়. |
02:23 | এই উইন্ডোত দুটা ট্যাব আছে - Page আৰু Scale. |
02:29 | পৃষ্ঠা ট্যাবত Paper, Center on Page আৰু Orientationৰ নিচিনা ক্ষেত্র আছে. |
02:36 | Paper' ক্ষেত্রত, আমি কাগজৰ ডিফল্ট আকাৰ সেট কৰিব পাৰিম. |
02:41 | ইয়াত Change Paper Type ' বাটনত ক্লিক কৰো. |
02:44 | পৃষ্ঠা সেটআপ ডায়লগ বক্স প্রর্দশিত হয়. |
02:48 | ইয়াতে ৩ টা অপশন আছে - Format for, Paper size আৰু Orientation. |
02:55 | Format for ক্ষেত্রত আপোনাৰ ডিফল্ট প্রিন্টাৰ নির্বাচন কৰক. |
03:00 | আমি আমাৰ ডিফল্ট প্রিন্টাৰ নির্বাচন কৰিম. |
03:03 | 'Paper size' ক্ষেত্রত বিভিন্ন কাগজ মাপৰ সৈতে এটা ড্রপ ডাওন তালিকা আছে. |
03:09 | আমি 'A4' নির্বাচন কৰিম. |
03:11 | এই ক্ষেত্রৰ তলত A4 সাইজৰ মাত্রা (dimensions) প্রদর্শন কৰা হয়. * |
03:17 | মন কৰক যে প্রতিটো নির্বাচিত কাগজ আকাৰ বাবে কাগজৰ আকাৰ মাত্রা (dimensions) প্রদর্শন কৰা হয় . |
03:24 | আৰিয়েনটেছচন ক্ষেত্রত আমাৰ উচৰত 4টা ৰেডিও বোতাম আছে - |
03:29 | Portrait, Landscape,Reverse portrait, |
03:32 | আৰু Reverse landscape. |
03:35 | ডিফল্ট ৰুপে Portrait নির্বাচিত হৈ আছে. |
03:39 | ইয়াক এনে ভাবে এৰি দিয়ক আৰু Applyত ক্লিক কৰক. |
03:43 | পিছত, আমাৰ মার্জিন মাপ আছে. |
03:46 | Top margin, Left margin, Right margin আৰু Bottom margin. |
03:52 | ইয়াতে আমি প্রয়োজনীয় হিচাবে, মার্জিন নিয়ন্ত্রন কৰিব পাৰিম. |
03:56 | পৰবর্তী ক্ষেত্র হৈছে Unit |
03:59 | Unit' ক্ষেত্র ক inches, millimetres আৰু pointsত সেট কৰিব পাৰি |
04:05 | মন কৰক যে যেতিয়া আমি 'Unit' পৰিবর্তন কৰো, মার্জিন মাপে স্বয়ংক্রিয়ভাবে 'Unit' অনুসাৰে পৰিবর্তন হয়. |
04:14 | Center on page সম্পর্কে জনা যাওক. |
04:17 | ইয়াতে আমাৰ উচৰত দুটা পৰীক্ষণ বাক্স আছে Horizontally আৰু Vertically. |
04:22 | Horizontally চেক বক্সত ক্লিক কৰক. |
04:26 | আমি Preview বাটনত ক্লিক কৰি আমি আমাৰ গঠনৰ প্রিভিউ চাব পাৰিম. |
04:33 | ইয়াতে আমাৰ পূর্ব প্রিভিউ চাব পাৰি |
04:35 | প্রিভিউ উইন্ডো বন্ধ কৰা যাওক. |
04:38 | ' Orientation' ক্ষেত্রত আমাৰ উচৰত |
04:43 | Portrait, Landscape, |
04:45 | Reverse portrait অাৰু Reverse landscapeৰ বাবে ৰেডিও বোতাম আছে |
04:49 | ডিফল্ট ৰুপে, 'Portrait নির্বাচিত হয়. |
04:53 | এতিয়া, Landscape' ৰেডিও বাটনত ক্লিক কৰক |
04:57 | আৰু তাৰ পিছত Preview ' বাটনত ক্লিক কৰক. |
05:01 | ইয়াতে আমি ' Landscape ওৰিয়েন্টেশনৰ প্রিভিউ চাব পাৰিম. |
05:06 | আপোনি নিজে নিজে অন্যান্য ' Orientation অপশন অন্বেষণ (explore)কৰিব পাৰিব. |
05:11 | আপোনি যদি 'Print ' বাটনত ক্লিক কৰে, ফাইলটো পৰিবর্তনখিনিৰ সৈতে প্ৰিন্ট কৰা হয়. |
05:17 | প্ৰিন্টিঙৰ আগে, প্রয়োজন হিসাবে আপোনি আপোনাৰ গঠন আকাৰ পৰিবর্তন কৰিব পাৰিব. |
05:23 | ইয়াৰ বাবে আপোনি ' Scale ট্যাবত বিভিন্ন বিকল্প ব্যবহাৰ কৰিব পাৰিব. |
05:28 | আপোনি নিজেই Scale' ট্যাব এক্চপ্লোৰ কৰক |
05:32 | ' Page Setup ' উইন্ডো বন্ধ কৰিবলৈ ' Close ' বাটনত ক্লিক কৰক. |
05:37 | ইয়াৰ পিছত এটা চিত্র ৰপ্তানি কৰা শিকা যাওক. |
05:41 | File 'মেনুলৈ' যাওক, " “Save as image” নির্বাচন কৰক. |
05:44 | “Save as image” ডায়লগ বক্স প্রর্দশিত হয়. |
05:48 | ' File Type ' ক্ষেত্রত ইমেজ বিকল্পৰ এটা তালিকা আছে. |
05:52 | আপোনি ইমেজ বোৰ 'SVG, EPS, PDF, PNG, JPEG হিসাবে ৰপ্তানি কৰিব পাৰিব আৰু অন্যনয় হিসাবে . |
06:04 | 'এটা SVG' ইমেজ নির্বাচন কৰো. |
06:07 | “Pentane-ethane” হিসাবে ফাইলৰ নাম লিখক |
06:11 | ' Save ' বাটনত ক্লিক কৰক. |
06:13 | ইয়াতে আমি চাব পাৰো যে ফাইলটো এটা 'SVG' ইমেজ হিসাবে সংৰক্ষণ হৈছে. |
06:18 | ইয়াৰ পিছত ইমেজ টো 'PDF' ডকুমেন্ট হিসেবে এক্সপোর্ট কৰা যাওক. |
06:23 | File মেনুলৈ যাওক “Save as image” নির্বাচন কৰক |
06:27 | “Save as image” 'ডায়লগ বক্স' প্রর্দশিত হয় |
06:31 | ফাইল টাইপৰ পৰা, PDF ডকিউমেন্ট নির্বাচন কৰক. |
06:35 | '" “Pentane-ethane” হিসাবে ফাইলৰ নাম লিখক |
06:39 | ' Save ' বাটনত ক্লিক কৰক. |
06:41 | ইয়াতে আমাৰ ফাইল এটা 'PDF ডকুমেন্ট হিসাবে সেভ হোৱা চাব পাৰিব. |
06:46 | ইয়াৰ সৈতে আমাৰ এই টিউটোৰীয়েলৰ শেষলৈ আহিলো |
06:50 | সংক্ষেপ কৰা যাওক. এই টিউটোৰীয়েলত আমি |
06:54 | ভিউ অপশন |
06:56 | জুম ফ্যাক্টৰ |
06:57 | পৃষ্ঠা সেটআপ, প্ৰিন্ট প্ৰিভিও |
07:00 | এখন ডকিউমেন্ট প্ৰিন্ট কৰা আৰু |
07:03 | এটা চিত্র ৰপ্তানি কৰা সম্পর্কে শিকিছো |
07:05 | এটা নিয়োগ হিসাবে, A5, B5 আৰু JB5 ফৰ্মেটত গঠনটো প্ৰিন্ট কৰক. |
07:12 | EPS আৰু PNG ফৰম্যাট হিসাবে ইমেজটো ৰফতানি কৰক. |
07:18 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial |
07:22 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
07:25 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
07:30 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
07:32 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
07:35 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
07:39 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org. |
07:46 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:51 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
07:59 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:04 | এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |