GChemPaint/C2/View-Print-and-Export-structures/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল.
00:02 GChemPaint ত View, Print আৰু Export structures ৰ টিউটোৰীয়েললৈ স্বাগতম.
00:09 এই টিউটোৰীয়েলত আমি শিকিম
00:11 ভিউ অপশন
00:13 জুম ফ্যাক্টৰ, পেজ সেটআপ
00:15 প্ৰীন্ট প্ৰিভিও
00:17 এখন ডকিউমেন্ট প্ৰিন্ট কৰা
00:19 SVG আৰু PDF ফৰম্যাট হিসাবে এটা ইমেজ ৰপ্তানি কৰা.
00:24 ইয়াত আমি ব্যবহাৰ কৰিছো
00:26 Ubuntu Linux অপাৰেটিং সিস্টেমেৰ সংস্কৰণ 12.04 .
00:30 'GChemPaint' সংস্কৰণ 0.12.10
00:35 এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি
00:40 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00:43 যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক
00:48 এটা নতুন 'GChemPaint' আবেদন খুলিবলৈ,
00:52 Dash home' ত ক্লিক কৰক. উলায় থকা Search barত টাইপ কৰক 'GChemPaint' '
00:58 'GChemPaint' আইকনত ক্লিক কৰক.
01:01 প্রথমে এটা বিদ্যমান (existing) ফাইল খোলা যাওক.
01:05 টুলবাৰ পৰা Open a file আইকনত ক্লিক কৰক.
01:09 ফাইল আৰু ফোল্ডাৰ সৈতে এটা উইন্ডো প্রর্দশিত হয়.
01:12 তালিকাৰ পৰা “pentane-ethane” নামৰ ফাইল নির্বাচন কৰক.
01:16 'Open' বাটনত ক্লিক কৰক.
01:19 প্রথম ভিউ বিকল্প সম্পর্কে শিকা যাওক.
01:23 'View' মেনুলৈ যাওক.
01:25 'View' মেনুত, আমাৰ উচৰত দুটা বিকল্প Full Screen আৰু Zoom আছে
01:31 ইয়াত 'Zoom বিকল্প নির্বাচন কৰক.
01:33 এটা সাবমেনুয়ে 'zoom factors ৰ এটা তালিকা সৈতে প্রর্দশিত হয়.
01:38 তালিকাখন তললৈ স্ক্রোল কৰক আৰু নির্বাচন কৰক Zoom to %
01:43 'zoom factor (%) সৈতে এটা ডায়লগ বক্স' প্রর্দশিত হয়.
01:47 ডিফল্ট 'zoom factor(%)' মান প্রদর্শন কৰা হয়.
01:51 ইয়াতে আমি আমাৰ প্রয়োজনৰ মতে 'Zoom factor "' বৃদ্ধি বা হ্রাস কৰিব পাৰিম
01:57 আপ বা ডাউন এৰো ত্রিভুজত ক্লিক কৰক আৰু zooming টো চাওক.
02:03 'Apply" ' আৰু তাৰ পিছত OKত ক্লিক কৰক.
02:07 গঠনটো প্রয়োগ 'zoom factor' সৈতে প্রদর্শিত হব.
02:11 পৰবর্তী চাও কিভাবে এটা পাত সেটআপ কৰা হয়.
02:15 File মেনু লৈ যাওক Page Setup লৈ নেভিগেট কৰক আৰু ইয়াত ক্লিক কৰক.
02:20 Page Setup' উইন্ডো প্রর্দশিত হয়.
02:23 এই উইন্ডোত দুটা ট্যাব আছে - Page আৰু Scale.
02:29 পৃষ্ঠা ট্যাবত Paper, Center on Page আৰু Orientationৰ নিচিনা ক্ষেত্র আছে.
02:36 Paper' ক্ষেত্রত, আমি কাগজৰ ডিফল্ট আকাৰ সেট কৰিব পাৰিম.
02:41 ইয়াত Change Paper Type ' বাটনত ক্লিক কৰো.
02:44 পৃষ্ঠা সেটআপ ডায়লগ বক্স প্রর্দশিত হয়.
02:48 ইয়াতে ৩ টা অপশন আছে - Format for, Paper size আৰু Orientation.
02:55 Format for ক্ষেত্রত আপোনাৰ ডিফল্ট প্রিন্টাৰ নির্বাচন কৰক.
03:00 আমি আমাৰ ডিফল্ট প্রিন্টাৰ নির্বাচন কৰিম.
03:03 'Paper size' ক্ষেত্রত বিভিন্ন কাগজ মাপৰ সৈতে এটা ড্রপ ডাওন তালিকা আছে.
03:09 আমি 'A4' নির্বাচন কৰিম.
03:11 এই ক্ষেত্রৰ তলত A4 সাইজৰ মাত্রা (dimensions) প্রদর্শন কৰা হয়. *
03:17 মন কৰক যে প্রতিটো নির্বাচিত কাগজ আকাৰ বাবে কাগজৰ আকাৰ মাত্রা (dimensions) প্রদর্শন কৰা হয় .
03:24 আৰিয়েনটেছচন ক্ষেত্রত আমাৰ উচৰত 4টা ৰেডিও বোতাম আছে -
03:29 Portrait, Landscape,Reverse portrait,
03:32 আৰু Reverse landscape.
03:35 ডিফল্ট ৰুপে Portrait নির্বাচিত হৈ আছে.
03:39 ইয়াক এনে ভাবে এৰি দিয়ক আৰু Applyত ক্লিক কৰক.
03:43 পিছত, আমাৰ মার্জিন মাপ আছে.
03:46 Top margin, Left margin, Right margin আৰু Bottom margin.
03:52 ইয়াতে আমি প্রয়োজনীয় হিচাবে, মার্জিন নিয়ন্ত্রন কৰিব পাৰিম.
03:56 পৰবর্তী ক্ষেত্র হৈছে Unit
03:59 Unit' ক্ষেত্র ক inches, millimetres আৰু pointsত সেট কৰিব পাৰি
04:05 মন কৰক যে যেতিয়া আমি 'Unit' পৰিবর্তন কৰো, মার্জিন মাপে স্বয়ংক্রিয়ভাবে 'Unit' অনুসাৰে পৰিবর্তন হয়.
04:14 Center on page সম্পর্কে জনা যাওক.
04:17 ইয়াতে আমাৰ উচৰত দুটা পৰীক্ষণ বাক্স আছে Horizontally আৰু Vertically.
04:22 Horizontally চেক বক্সত ক্লিক কৰক.
04:26 আমি Preview বাটনত ক্লিক কৰি আমি আমাৰ গঠনৰ প্রিভিউ চাব পাৰিম.
04:33 ইয়াতে আমাৰ পূর্ব প্রিভিউ চাব পাৰি
04:35 প্রিভিউ উইন্ডো বন্ধ কৰা যাওক.
04:38 ' Orientation' ক্ষেত্রত আমাৰ উচৰত
04:43 Portrait, Landscape,
04:45 Reverse portrait অাৰু Reverse landscapeৰ বাবে ৰেডিও বোতাম আছে
04:49 ডিফল্ট ৰুপে, 'Portrait নির্বাচিত হয়.
04:53 এতিয়া, Landscape' ৰেডিও বাটনত ক্লিক কৰক
04:57 আৰু তাৰ পিছত Preview ' বাটনত ক্লিক কৰক.
05:01 ইয়াতে আমি ' Landscape ওৰিয়েন্টেশনৰ প্রিভিউ চাব পাৰিম.
05:06 আপোনি নিজে নিজে অন্যান্য ' Orientation অপশন অন্বেষণ (explore)কৰিব পাৰিব.
05:11 আপোনি যদি 'Print ' বাটনত ক্লিক কৰে, ফাইলটো পৰিবর্তনখিনিৰ সৈতে প্ৰিন্ট কৰা হয়.
05:17 প্ৰিন্টিঙৰ আগে, প্রয়োজন হিসাবে আপোনি আপোনাৰ গঠন আকাৰ পৰিবর্তন কৰিব পাৰিব.
05:23 ইয়াৰ বাবে আপোনি ' Scale ট্যাবত বিভিন্ন বিকল্প ব্যবহাৰ কৰিব পাৰিব.
05:28 আপোনি নিজেই Scale' ট্যাব এক্চপ্লোৰ কৰক
05:32 ' Page Setup ' উইন্ডো বন্ধ কৰিবলৈ ' Close ' বাটনত ক্লিক কৰক.
05:37 ইয়াৰ পিছত এটা চিত্র ৰপ্তানি কৰা শিকা যাওক.
05:41 File 'মেনুলৈ' যাওক, " “Save as image” নির্বাচন কৰক.
05:44 “Save as image” ডায়লগ বক্স প্রর্দশিত হয়.
05:48 ' File Type ' ক্ষেত্রত ইমেজ বিকল্পৰ এটা তালিকা আছে.
05:52 আপোনি ইমেজ বোৰ 'SVG, EPS, PDF, PNG, JPEG হিসাবে ৰপ্তানি কৰিব পাৰিব আৰু অন্যনয় হিসাবে .
06:04 'এটা SVG' ইমেজ নির্বাচন কৰো.
06:07 “Pentane-ethane” হিসাবে ফাইলৰ নাম লিখক
06:11 ' Save ' বাটনত ক্লিক কৰক.
06:13 ইয়াতে আমি চাব পাৰো যে ফাইলটো এটা 'SVG' ইমেজ হিসাবে সংৰক্ষণ হৈছে.
06:18 ইয়াৰ পিছত ইমেজ টো 'PDF' ডকুমেন্ট হিসেবে এক্সপোর্ট কৰা যাওক.
06:23 File মেনুলৈ যাওক “Save as image” নির্বাচন কৰক
06:27 “Save as image” 'ডায়লগ বক্স' প্রর্দশিত হয়
06:31 ফাইল টাইপৰ পৰা, PDF ডকিউমেন্ট নির্বাচন কৰক.
06:35 '" “Pentane-ethane” হিসাবে ফাইলৰ নাম লিখক
06:39 ' Save ' বাটনত ক্লিক কৰক.
06:41 ইয়াতে আমাৰ ফাইল এটা 'PDF ডকুমেন্ট হিসাবে সেভ হোৱা চাব পাৰিব.
06:46 ইয়াৰ সৈতে আমাৰ এই টিউটোৰীয়েলৰ শেষলৈ আহিলো
06:50 সংক্ষেপ কৰা যাওক. এই টিউটোৰীয়েলত আমি
06:54 ভিউ অপশন
06:56 জুম ফ্যাক্টৰ
06:57 পৃষ্ঠা সেটআপ, প্ৰিন্ট প্ৰিভিও
07:00 এখন ডকিউমেন্ট প্ৰিন্ট কৰা আৰু
07:03 এটা চিত্র ৰপ্তানি কৰা সম্পর্কে শিকিছো
07:05 এটা নিয়োগ হিসাবে, A5, B5 আৰু JB5 ফৰ্মেটত গঠনটো প্ৰিন্ট কৰক.
07:12 EPS আৰু PNG ফৰম্যাট হিসাবে ইমেজটো ৰফতানি কৰক.
07:18 তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial
07:22 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:25 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:30 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
07:32 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07:35 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07:39 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org.
07:46 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:51 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:59 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:04 এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble