KTurtle/C2/Grammar-of-TurtleScript/Assamese
From Script | Spoken-Tutorial
Revision as of 17:00, 23 February 2017 by Pratik kamble (Talk | contribs)
| Time | Narration |
| 00.01 | সকলোকে নমস্কাৰ জনালো |
| 00.02 | Grammar of TurtleScript in Kturtleলৈ আেপানাক স্বাগতম জনাইছো |
| 00.08 | এই টিউটৰিয়েলত, আমি শিকব পাম কেনেকৈ |
| 00.11 | Turtle স্ক্ৰীপ্টৰ বয়াকৰণ আৰু 'if'-'else' condition মানে চৰ্ত ৷ |
| 00.16 | এইটো টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ আমি ব্যবহাৰ কৰিম Ubuntu Linux OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta. |
| 00.29 | আমি ধৰিলৈছো যে আপোনাৰ KTurtle ৰ ওপৰত সাধাৰণ জ্ঞান আেছ ৷ |
| 00.35 | যদি নাই, সম্পৰ্কীয় টিউটৰিয়েলচৰ কাৰেন, আমাৰ ৱেবচাইত দৰ্শন কৰক http://spoken-tutorial.org |
| 00.40 | আহক আমি এটা নতুন KTurtle এপলিকেছন (Application) খোলো । |
| 00.43 | Dash home'ত ক্লিক কৰক । |
| 00.45 | Search bar ত টাইপ কৰক KTurtle.। |
| 00.49 | KTurtle আইকণত ক্লিক কৰক . |
| 00.52 | আমি টাৰ্মিনেল বয়্ৱহাৰ কিৰও KTurtle খুলিব পাৰিম। |
| 00.56 | টাৰ্মিনেল খুলিবলৈ আমি এেকলেগ CTRL+ALT+T প্ৰেছ কিৰম ৷ |
| 01.01 | KTurtle এপলিকেছন (Application) খুিলবৈল KTurtle টাইপ কৰক আৰু এন্টাৰ টিপক। |
| 01.08 | আমি প্রথমে চাও TurtleScript। |
| 01.11 | TurtleScript এটা প্ৰোগ্ৰামিঙ লেঙগুয়েজ (language) হয়। |
| 01.15 | বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ বেলেগ শব্দ আৰু চিহ্ন আছে। |
| 01.21 | এইটোএ Turtle ক কি কৰিব লাগে কয় |
| 01.25 | ' KTurtle ৰ Grammar of TurtleScript ত- |
| 01.30 | Comments Commands Numbers |
| 01.33 | Strings, Variables আৰু |
| 01.36 | Boolean values থাকে। |
| 01.38 | এতিয়া আমি ছাম এই নং বোৰ ক’ত সংগ্রহ কৰিব পাৰি। |
| 01.42 | নং বোৰ - |
| 01.44 | Mathematical operators |
| 01.46 | Comparison operators আৰু |
| 01.49 | মই এতিয়া ভালকৈ দেখিবলৈ প্ৰোগ্ৰাম টেকস্টো জোম (text zoom) কৰিম। |
| 01.54 | এতিয়া প্রথমেত ভেৰিয়েবল বোৰ চাম। |
| 01.57 | ভেৰিয়েবল কিছুমান শব্দ হয় যি ‘$’ চাইনৰে আৰম্ভ হয়, যেনে $a |
| 02.04 | এডিটৰ ভিতৰত সেইেবাৰ বেঙুনীয়া ৰং ত জিলিক উঠিব |
| 02.09 | Assignment বয়ৱহাৰ কৰি, equal to (=) কৰিলে এটা ভেৰিয়েবলক তাৰ কনটেন্ট দিয়া হয় |
| 02.14 | ভেৰিয়েবলত তাৰ নং থাকিব পাৰে $a=100. |
| 02.20 | strings $a=hello বা |
| 02.25 | boolean values যিবোৰ সচা বা মিছা হ’ব পাৰে, $a=true। |
| 02.32 | ভেৰিয়েবল’এ প্ৰোগ্ৰাম শেষ নোহোৱালৈকে তাৰ কনটেন্ট ৰাখি থয় বা যেতিয়ালৈ বেলেগ ৰিএছাইন কৰা নহয়। |
| 02.41 | উদাহৰণ স্বৰূপে, আমি কোডটো ধৰিম। |
| 02.44 | আহক আমি টাইপ কৰো $a = 2004 |
| 02.50 | $b = 25 |
| 02.55 | print $a + $b |
| 03.01 | ভেৰিয়েবল 'a' ক value assign কৰা হৈছে 2004। |
| 03.06 | ভেৰিয়েবল 'b'ক value assign কৰা হৈছে 25 । |
| 03.10 | print কম্মান্দ’এ Turtle’ক আদেশ দিয়ে কেনভাচ (canvas)’ত কিবা লিখিবলৈ। |
| 03.15 | print কম্মান্দ’ numbers আৰু strings input হিচাপে লয়। |
| 03.19 | print $a + $bএ Turtleক আদেশ দিয়ে ২টা ভেলো যোগ কৰি কেনভাচ (canvas)’ত ডিস্পলে কৰিবলৈ। |
| 03.29 | আমি কোডটো লাহে লাহে চলাম। |
| 03.34 | কেনভাচ (canvas) ত ভেলো 2029 দেখুৱাব ৷ |
| 03.40 | এতিয়া আমি Mathematical Operators চাম। |
| 03.44 | Mathematical operators ত থাকিব-
+ (Addition) - (Subtraction) * (Multiplication) আৰু / (Division) |
| 03.53 | মই বৰ্তমানৰ কোড (code) , এদিটৰ (editor) পৰা কাটি দিম আৰু টাইপ কৰিব clear কম্মান্দ আৰু RUN কেনভাচ (canvas) চাফা কৰিবলৈ। |
| 04.01 | টেক্সট এদিতৰত (text editor) মোৰ আগতীয়াকৈ প্ৰোগ্ৰাম এটা থাকিব। |
| 04.05 | এতিয়া মই কোডটো ব্যাখ্যা কৰিম ৷ |
| 04.08 | “reset” কম্মান্দ’এ Turtle’ক default পজিছনত (position) চেত কৰি দিয়ে। |
| 04.12 | canvassize 200,200এ কেনভাচ (canvas)’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ। |
| 04.22 | value 1+1টো ভেৰিয়েবল (variable) $add, ত এছাইন কৰা হ’ল ৷ |
| 04.26 | Value 20-5টো ভেৰিয়েবল (variable)$subtract, ত এছাইন কৰা হ’ল ৷ |
| 04.31 | value 15 * 2টো ভেৰিয়েবল (variable) $multiply ত এছাইন কৰা হ’ল ৷ |
| 04.36 | 30/30টো ভেৰিয়েবল (variable) $divide. ত এছাইন কৰা হ’ল |
| 04.40 | go 10,10’এ Turtleক কেনভাচ (canvas)’ৰ 10 pixels বাও আৰু 10 pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে |
| 04.52 | print কম্মান্দ এ ভেৰিয়েবল (variable)টো কেনভাচ (canvas) ত দেখুৱাব। |
| 04.56 | মই টেকস্ট এদিটৰ পৰা কোড কপি কৰি KTurtleৰ এদিটৰত পেস্ট কৰিম। |
| 05.03 | টিউটৰিয়েলটো ৰখাম আৰু প্ৰোগ্ৰামটো KTurtle এদিটৰত টাইপ কিৰম ৷ |
| 05.08 | প্ৰোগ্ৰামটাইপ কৰাৰ পিছত টিউটৰিয়েল আকৌ চলাম ৷ |
| 05.13 | এতিয়া Run বটনত ক্লিক কৰিম আৰু প্ৰোগ্ৰামটো ৰান (run) হব দিম ৷ |
| 05.17 | যিটো কম্মান্দ একজিকিউট কৰা হৈছে সেয়া এদিটৰত হাইলাইট (highlight) কৰা হয়। |
| 05.22 | Turtleএ (value) ভেলো বোৰ কেনভাচ (canvas) ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব ৷ |
| 05.34 | ব’লক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত। |
| 05.41 | মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো clear কৰিম মানে কাটিম আৰু clear কম্মান্দ আৰু “Run” টাইপ কৰিম কেনভাচ (canvas) চাফা কৰিবলৈ। |
| 05.49 | এতিয়া আমি প্ৰোগ্ৰামটো ভালৈক দেখিবলৈ জোম কৰিম ৷ |
| 05.53 | আহক টাইপ কৰা |
| 05.55 | $answer = 10 > 3 |
| 06.03 | print $answer |
| 06.09 | ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা হৈছ ’greater than’ operator সৈতে |
| 06.14 | এই তুলনাৰ (comparison) ফলাফল, boolean value true ৰখা হয় |
| 06.19 | variable $answer’ত আৰু value true কেনভাচ (canvas)ত দেখুৱা হব ৷ |
| 06.27 | আহক এতিয়া কোডটো ৰান (run) কেৰা ৷ |
| 06.29 | Turtle য়ে Boolean value true বোলি কেনভাচ (canvas) ত দেখুৱাব ৷ |
| 06.34 | এতিয়া আমি চাম Strings বোৰ এইটো এপলিকেছনত (application) কেনেকৈ কাম কৰে ৷ |
| 06.39 | Strings বোৰ ভেৰিয়েবলত (variables) নং ৰ নিচিনাকৈ বহাব পাৰি ৷ |
| 06.43 | Strings বোৰ mathematical বা comparison operators ত ব্যৱহাৰ কৰিব নোৱাৰিব ৷ |
| 06.49 | Strings বোৰ ৰঙা ৰং ত জিলিক উঠিব ৷ |
| 06.53 | KTurtle’s এটা বাক্য ডবল কোট্চত (double quotes) থাকিলে string বুলি ধৰি লয়। |
| 07.00 | মই এতিয়া এদিটৰৰ পৰা বৰ্তমান কোডটো clear কৰিম মানে কাটিম . টাইপ কৰক clear কম্মান্দ আৰু Run , কেনভাচ (canvas) চফা কৰিবলৈ। |
| 07.08 | এতিয়া মই Boolean values বোৰ বাখ্যা কৰিম । |
| 07.11 | তাত অকল ২টা boolean values থাকিব true আৰু false. |
| 07.16 | উদাহৰণৰ কাৰনে , আহক কোড টাইপ কৰক। |
| 07.20 | $answer = 7<5 |
| 07.28 | print $answer |
| 07.34 | Boolean value false variable $answerত এছাইন কৰা হয় কাৰণ 7 5 তকৈ ডাঙৰ হয়। |
| 07.43 | আহক এতিয়া কোডটো ৰান (Run) কৰো । |
| 07.47 | Turtle’এ Boolean value false বুলি কেনভাচ (canvas)’ত দেখোৱায়। |
| 07.51 | আহক আমি এতিয়া “if-else” condition মানে স্বৰ্তাৱলী শিকিম. |
| 07.56 | ‘if’ conditionটো দেখোৱা হয় যেতিয়া boolean value ‘true’ হ’লে হয় |
| 08.03 | ‘else’ conditionটো দেখোৱা হয় যদিহে ‘if’ conditionটো ‘false’ হয়। |
| 08.09 | মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো কাটিম টাইপ কৰক clear আৰু Run কম্মান্দ কেনভাচ (canvas) চফা কৰিবলৈ। |
| 08.17 | টেক্সট ফাইল ত আগতী্যাৈক কোড থাকিব ৷ |
| 08.21 | এইকোডে 4 , 5 আৰু 6 নং ক তুলানা কৰিব আৰু কেনভাচ (canvas)ত অনুক্রমে ফলাফল দেখুৱাব |
| 08.30 | এতিয়া মই কোডটো টেক্সট এডিটৰ পৰা কপি (copy) কৰিম আৰু KTurtle এডিটৰত পেস্ট কৰিম |
| 08.36 | টিউটৰিয়েল পজ(pause) কৰক আৰু KTurtle এডিটৰ’ত টাইপ কৰক। |
| 08.42 | প্ৰোগ্ৰাম লিখা হোৱাৰ পিছত টিউটৰিয়েল আকৌ চলাম। |
| 08.46 | আহক আমি কোড টো ৰান (Run) কৰো ৷ |
| 08.49 | Turtle য়ে 4 আৰু 5 Values ক তুলনা কৰিলে |
| 08.53 | কেনভাচ (canvas)’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়। |
| 09.00 | আৰু ইয়াৰে সৈতে আমি এই টিউটৰিয়েল সামৰিনলৈ আহিলো। |
| 09.05 | আহক সামৰো |
| 09.07 | এই টিউটৰিয়েল ত, আমি সিকিলো যে- |
| 09.11 | Grammar of Turtle script আৰু |
| 09.14 | ‘if-else’ স্বৰ্তাৱলী |
| 09.17 | এতিয়া এছাইনমেটৰ ভাগ। |
| 09.19 | ইকুৱেছন এটা সমাধান কৰক |
| 09.22 | if - else স্বৰতাবলী ব্যবহাৰ কৰি |
| 09.24 | Mathematical আৰু comparision operators |
| 09.27 | “print” আৰু “go” কম্মান্দ ব্যবহাৰ কৰি ফলাফল দেখুৱা |
| 09.33 | assignment সমাধান কৰিবলৈ |
| 09.35 | যিকোনো 4 তা নং বাচি লোৱা |
| 09.38 | এই ৰেন্দম সখয়াৰ দুটা চেত পুৰণ কৰক |
| 09.42 | comparison operators ব্যৱহাৰ কিৰ ফলাফল তুলনা কৰা |
| 09.46 | দুতা ফলাফল দেখুৱা |
| 09.49 | greater result টো কেনভাচ(canvas) ৰ কেন্দ্রত দেখুৱাই |
| 09.54 | আপোনি যিকোনো এটা ইকোৱেছন বাছি লওক |
| 09.59 | এই ভিদিওটো চাওক |
| 10.03 | ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সামৰিণ হয় |
| 10.06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 10.12 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে : |
| 10.14 | শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
| 10.18 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
| 10.22 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি contact@spoken-tutorial.org ইয়াৈল লিখক |
| 10.30 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
| 10.35 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
| 10.43 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
| 10.48 | এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যুগ্দান কৰা হইচে. |
| 10.52 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |