GChemPaint/C3/Features-and-Color-Schemes/Assamese
From Script | Spoken-Tutorial
Revision as of 17:27, 22 February 2017 by PoojaMoolya (Talk | contribs)
| Time | Narration |
|---|---|
| 00:01 | নমস্কাৰ দৰ্শক সকল. 'GChemTableত Features আৰু Color Schemes ৰ এই টিউটোৰিয়েললৈ স্বাগতম |
| 00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
| 00:11 | GChemTable মৌল উইন্ডো আৰু কালাৰ স্কিম (Elemental window and Color schemes) |
| 00:16 | এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো, |
| 00:19 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04. |
| 00:22 | 'GChemPaint' সংস্কৰণ 0.12.10 আৰু |
| 00:27 | 'GChemTable' সংস্কৰণ 0.12.10. |
| 00:32 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি |
| 00:35 | Periodic table of elements আৰু GChemPaintৰ সৈতে পৰিচিত হব লাগিব |
| 00:41 | যদি নহয়, প্রাসঙ্গিক 'GChemPaint' টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট দৰ্শন কৰক. |
| 00:46 | এতিয়া 'GChemTable' আবেদন সম্পর্কে শিকো. |
| 00:50 | 'GChemTable' 'GChemPaintৰ এটা ইউটিলিটি সফটওয়্যাৰ হিচাবে ইনস্টল কৰিব পাৰি |
| 00:55 | 'Synaptic Package Managerব্যবহাৰ কৰি. |
| 00:58 | 'GChemTable' এট ৰাসায়নিক উপাদান Periodic tableআবেদন হয়. |
| 01:03 | ই উপাদানৰ সম্পর্কে বৈজ্ঞানিক তথ্য প্রদান কৰে. |
| 01:08 | ই বিভিন্ন Color schemesৰ সৈতে Periodic table দেখায়. |
| 01:13 | 'GChemTable' খুলিবলৈ, Dash Home'ত ক্লিক কৰক. |
| 01:17 | প্রদর্শিত সার্চ বাৰত '"Gchemtable"' টাইপ কৰক . |
| 01:21 | ' Periodic table of the elements আইকনত ক্লিক কৰক. |
| 01:26 | ' Periodic table of the elements' উইন্ডো প্রর্দশিত হয়. |
| 01:30 | 'GChemTable' উইন্ডোত সকলো উইন্ডো ভিত্তি অ্যাপ্লিকেশনৰ নিচিনা 'মেনুবাৰ' 'আছে'. |
| 01:36 | 'মেনুবাৰ' ত আপোনি 'GChemTable' ৰ সৈতে কাম কৰিব পৰা সকলো কমান্ড অাছে. |
| 01:41 | এইটো Periodic table of elements হয়. ইয়াত আপোনি উপাদান বাটন চাব পাৰিব. |
| 01:49 | উপাদানৰ নামবোৰ পাবলৈ, উপাদানত কার্সাৰ দাল ৰাখক. |
| 01:52 | টেবোলত থকা বোতামৰ বাবে ব্যবহৃত হোৱা ৰংবোৰ, উপাদানৰ প্রচলিত ৰং হয়. |
| 01:58 | এইখন টেবোল ' Modern Periodic tableৰ এটা প্রতিৰুপ হয়. |
| 02:02 | এতিয়া Elemental window সম্পর্কে শিকো. |
| 02:05 | এইটোক প্রদর্শন কৰিবলৈ, periodic টেবোলত কোনো এটা উপাদান বাটনত ক্লিক কৰক. |
| 02:10 | মইCarbon(C)ত ক্লিক কৰক |
| 02:13 | Carbonৰ Elemental windowখোলে |
| 02:16 | ' Elemental windowত চাৰিটা ট্যাব উপস্থিত আছে |
| 02:20 | Main, , Electronic Properties |
| 02:23 | Radii, Thermodynamics |
| 02:26 | মই এটা এটাকৈ প্রতিটো ট্যাবৰ সম্পর্কে ব্যাখ্যা কৰিম |
| 02:30 | ডিফল্টৰূপে Main ট্যাব নির্বাচন কৰা হয়. |
| 02:33 | ইয়াৰ উচৰত উপাদানৰ প্রতীক আছে, |
| 02:36 | Atomic number (পাৰমাণবিক সংখ্যা), |
| 02:38 | Atomic weight (পাৰমাণবিক ওজন) আৰু |
| 02:40 | Electronic configuration (ইলেক্ট্রনিক কনফিগাৰেশন) . |
| 02:43 | ইয়াৰ উচৰত শিৰোনাম Lang' আৰু Nameৰ সৈতে এখন টেবোল আছে |
| 02:47 | টেবোলে বিভিন্ন ভাষাত Carbon's ৰ' নাম দেখায় |
| 02:53 | পিছত Electronic properties ট্যাবত ক্লিক কৰক |
| 02:56 | এই ট্যাবে |
| 03:00 | 'Pauling electro-negativity মান. |
| 03:02 | Ionization energies', |
| 03:05 | MJ প্ৰতি mol' ত প্রথম, 'দ্বিতীয় আৰু তৃতীয়' 'Ionization energies |
| 03:10 | KJ per mol'ত Electronic affinities ৰ সম্পর্কে বিস্তাৰিত বিৱৰণ দেখায় |
| 03:15 | 'সংশ্লিষ্ট সোফালে ' Show curve বাটনবোৰ দেখা যায় |
| 03:20 | চার্ট দেখোৱাবলৈ ' Show curve' ' বাটনত ক্লিক কৰক. |
| 03:24 | . এইটো Electronegativity ' Atomic number(Z) বিপক্ষে হোৱা এখন চার্ট হয়. মই চার্টখন বন্ধ কৰিম |
| 03:31 | ' Radii ' ট্যাবত ক্লিক কৰক |
| 03:34 | এই ট্যাবে দেখায় Covalent, Van der Waals আৰু |
| 03:37 | Metallic radii মান, সকলোবোৰ 'pm'ত |
| 03:41 | 'pm' হৈছে pico metre= 10 to the power of minus 12 metres. |
| 03:47 | যিহেতু Carbon' এটা অধাতু হয় , ইয়াৰ উচৰত Metallic radiusৰ মান নাই. |
| 03:53 | মই Carbonৰ উইন্ডো বন্ধ কৰিম. |
| 03:56 | Periodic table of the elements উইন্ডোলৈ যোৱা যাওক. |
| 04:00 | Sodium(Na) বাটনত ক্লিক কৰক. |
| 04:04 | ' Radii' ট্যাবত ক্লিক কৰক. |
| 04:07 | ' Metallic radii মান ইয়াত প্রদর্শিত হয়. |
| 04:11 | Radii'' ট্যাবে Ionic radiiৰ এখন টেবোল দেখায়. |
| 04:15 | এই টেবোলত কলমন্চ হিচাবে Ion, C.N, আৰু Value আছে |
| 04:22 | আমি টেবোলখন তললৈ স্ক্রোল কৰো. |
| 04:24 | এই টেবোলখনে বিভিন্ন Ionic states সম্পর্কে তথ্য দেখায়. ইয়াত Sodium আছে. |
| 04:31 | ইয়াৰ Coordination number(CN)'' আৰু Ionic radii মনবোৰ 'pm'ত আছে. |
| 04:37 | উপাদানসমূহ Chromium, Manganese, Iron, Cobalt, Nickel আৰু Copper এটা ডাঙৰ কমপ্লেক্স গঠন কৰিবলৈ সিহতৰ এটা প্রবণতা আছে. |
| 04:48 | ' Iron(Fe) ' বাটনত আমি ক্লিক কৰো. |
| 04:51 | ইয়াৰ এলিমেন্টেল উইন্ডো খোলে |
| 04:54 | Radii ট্যাবত ক্লিক কৰক. |
| 04:56 | Ionic radiiটেবোলৰ উচৰত Spin নামেৰে এটা অতিৰিক্ত কলম আছে . |
| 05:02 | Spin কলমে আয়ৰনৰ জটিল গঠনৰ প্রবণতা সম্পর্কে ধাৰণা দিয়ে |
| 05:07 | ইয়াত High মানে বিনামূল্য কমপ্লেক্স ঘুর্ণন ( spin free complexes ) যত ইলেকট্রনবোৰ বিজোড় হৈ থাকে . |
| 05:13 | Low' মানে স্পিন জোড়া কমপ্লেক্স যত ইলেকট্রনবোৰ জোড়া হৈ থাকে |
| 05:20 | মই Iron(Fe) 'প্রাথমিক উইন্ডো' 'বন্ধ কৰিম. |
| 05:23 | জটিল গঠন সম্পর্কে আৰো বিস্তাৰিত এই লিঙ্কত উপলব্ধ http://en.wikipedia.org/wiki/Spin_states_d_electrons. |
| 05:28 | Carbonৰ Elemental window ত আকৌ এবাৰ ক্লিক কৰক. |
| 05:33 | ' Thermodynamics'' ট্যাবত ক্লিক কৰক |
| 05:36 | এই ট্যাবে Carbon.ৰ 'Melting Point আৰু Boiling point দেখায়. |
| 05:40 | আপোনি নিজ নিজে Show curve বাটনৰ বিষয়ে চাওক. |
| 05:45 | মই 'Carbon প্রাথমিক উইন্ডো বন্ধ কৰিম. |
| 05:48 | এতিয়া Color schemes লৈ যাও. |
| 05:52 | View মেনু লৈ যাওক আৰু Color schemes নির্বাচন কৰক. |
| 05:57 | এটা সাবমেনু Color schemesৰ তালিকাৰ সৈতে খোলে. |
| 06:01 | No colorsত ক্লিক কৰক. |
| 06:04 | সমস্ত উপাদান বোতামবোৰ ' grey হৈ যায় |
| 06:09 | Color Schemesত ক্লিক কৰক ' আৰু ' Physical states নিৰ্বাচন কৰক |
| 06:13 | "Blue" (নীলা) ৰঙৰ উপাদান বোতামৰ সৈতে এটা নতুন Periodic table খোলে |
| 06:18 | খালি কিছো "Black" ৰঙৰ বাহিৰে |
| 06:21 | উপৰত আপোনি সর্বনিম্ন মান হিসাবে "zero(0) ৰ সৈতে" Temperature(K): scale slider চাব পাৰিব |
| 06:28 | আপোনি তলত "Solid-Blue", "Liquid-Green" আৰু "Gas-Red" ৰ ৰঙবোৰ চাব পাৰিব |
| 06:36 | zero degree Kelvinত সকলো উপাদানবোৰ পদার্থ অবস্থাত থাকে |
| 06:41 | সেয়ে সেইবোৰ 'নীলা' ৰঙত প্রদর্শিত হয়. |
| 06:44 | তাপমাত্রা বৃদ্ধি কৰিবলৈ স্লাইডাৰদাল টানি অনা যাওক. |
| 06:48 | লক্ষ্য কৰক যে উপাদানবোৰে সিহতৰ Physical state পৰিবর্তন কৰায় |
| 06:52 | "Blue" ৰঙটো Green(liquid) আৰু Red(Gas) ৰঙৰ দ্বাৰা প্রতিস্থাপিত কৰা হয় |
| 07:00 | '6010 degree Kelvin(six thousand ten) ত সকলো উপাদানবোৰ বাষ্প অবস্থানলৈ পৰিবর্তন হয় . |
| 07:04 | সমস্ত বোতামবোৰ " "Red" " ৰংলৈ পৰিবর্তন হয় |
| 07:09 | কিছু কিছু উপাদানবোৰ "black" পটভূমিত দেখোৱা হয়. |
| 07:12 | সেই Temperature ত সিহতৰ অবস্থাটো অজ্ঞাত হয়. |
| 07:16 | পিছত Family নির্বাচন কৰো. |
| 07:19 | 'Selected Family ড্রপ ডাউন বাটন প্রদর্শিত হয়. |
| 07:23 | ড্রপ ডাউন তালিকাত সিহতৰ সংশ্লিষ্ট ৰঙৰ সৈতে বিভিন্ন পৰিবাৰ আছে. |
| 07:27 | ডিফল্টৰুপে ' All নির্বাচিত হয়. |
| 07:31 | উপাদানৰ প্রতিটো ' 'Family ' এটা নির্দিষ্ট ' 'Family"' ৰংত প্রদর্শিত হয়. |
| 07:36 | ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু 'Metalloids' নির্বাচন কৰক. |
| 07:40 | Metalloids 'Green family' পটভূমি ৰঙত প্রদর্শিত হয়. |
| 07:45 | বাকী সকলো উপাদানবোৰ "black" পটভূমিত প্রদর্শিত হয় |
| 07:49 | Color Scheme' লৈ উভতি যাওক. Electronegativity color scheme নির্বাচন কৰক |
| 07:57 | ' 'red ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বনিম্ন ' Electronegativity ' মান আছে. |
| 08:01 | 'blue' ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বোচ্চ ' Electronegativity ' মান আছে. |
| 08:06 | 'redৰ পৰা 'blue' ৰঙৰলৈ তাত কিছো ৰংৰ পৰিবর্তন হয়. |
| 08:12 | 'pink' ৰঙৰ সৈতে থকা উপাদানসমূহ Electronegativity মানৰ মাজত আছে. |
| 08:18 | যদি কোনো তথ্য ডাটাবেসত উপলব্ধ নহয়, উপাদানবোৰত এটা "black" পটভূমি থাকিব. |
| 08:23 | আমি Block নির্বাচন কৰো. |
| 08:27 | Blockৰ প্রতিটো উপাদানসমূহ দিয়া ব্লকৰ ৰঙৰ সৈতে প্রদর্শিত হব. |
| 08:31 | 's' block – blue |
| 08:34 | 'p' block – reddish brown |
| 08:37 | 'd' block – green আৰু |
| 08:40 | ' 'f' block – Purple. |
| 08:43 | আমি শিকাখিনি সংক্ষেপ কৰা যাওক. |
| 08:46 | এই টিউটোৰিয়েলত আমি শিকিছো. |
| 08:48 | এলিমেন্টেল ৱিন্দো সম্পর্কে বিবৰণ. |
| 08:51 | 1.Physical |
| 08:53 | 2.Family, 3.Electronegativity আৰু |
| 08:56 | 4.Block ৰ কালাৰ স্কিম |
| 08:58 | এট নিয়োগ হিসাবে, |
| 09:00 | বিচাৰক (Explore), Cobalt, Nickel, Copper আৰু অন্যন্যৰ এলিমেন্টেল ৱিন্দো |
| 09:06 | বিভিন্ন Family Color schemes |
| 09:08 | Atomic radius Color scheme |
| 09:11 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial . |
| 09:15 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 09:18 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 09:22 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
| 09:25 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 09:28 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 09:32 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
| 09:38 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09:42 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়. |
| 09:49 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09:55 | এই পাঠটি মৌচুমী মেধি দ্ৱাৰা যোগদান কৰা হৈছে. মই অনামিকা মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । দৰ্শন দিয়া বাবে ধণ্যবাদ । |