GChemPaint/C3/Features-and-Color-Schemes/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. 'GChemTableত Features আৰু Color Schemes ৰ এই টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত, আমি শিকিম
00:11 GChemTable মৌল উইন্ডো আৰু কালাৰ স্কিম (Elemental window and Color schemes)
00:16 এই টিউটোৰিয়েলত আমি ব্যবহাৰ কৰিছো,
00:19 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04.
00:22 'GChemPaint' সংস্কৰণ 0.12.10 আৰু
00:27 'GChemTable' সংস্কৰণ 0.12.10.
00:32 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনি
00:35 Periodic table of elements আৰু GChemPaintৰ সৈতে পৰিচিত হব লাগিব
00:41 যদি নহয়, প্রাসঙ্গিক 'GChemPaint' টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট দৰ্শন কৰক.
00:46 এতিয়া 'GChemTable' আবেদন সম্পর্কে শিকো.
00:50 'GChemTable' 'GChemPaintৰ এটা ইউটিলিটি সফটওয়্যাৰ হিচাবে ইনস্টল কৰিব পাৰি
00:55 'Synaptic Package Managerব্যবহাৰ কৰি.
00:58 'GChemTable' এট ৰাসায়নিক উপাদান Periodic tableআবেদন হয়.
01:03 ই উপাদানৰ সম্পর্কে বৈজ্ঞানিক তথ্য প্রদান কৰে.
01:08 ই বিভিন্ন Color schemesৰ সৈতে Periodic table দেখায়.
01:13 'GChemTable' খুলিবলৈ, Dash Home'ত ক্লিক কৰক.
01:17 প্রদর্শিত সার্চ বাৰত '"Gchemtable"' টাইপ কৰক .
01:21 ' Periodic table of the elements আইকনত ক্লিক কৰক.
01:26 ' Periodic table of the elements' উইন্ডো প্রর্দশিত হয়.
01:30 'GChemTable' উইন্ডোত সকলো উইন্ডো ভিত্তি অ্যাপ্লিকেশনৰ নিচিনা 'মেনুবাৰ' 'আছে'.
01:36 'মেনুবাৰ' ত আপোনি 'GChemTable' ৰ সৈতে কাম কৰিব পৰা সকলো কমান্ড অাছে.
01:41 এইটো Periodic table of elements হয়. ইয়াত আপোনি উপাদান বাটন চাব পাৰিব.
01:49 উপাদানৰ নামবোৰ পাবলৈ, উপাদানত কার্সাৰ দাল ৰাখক.
01:52 টেবোলত থকা বোতামৰ বাবে ব্যবহৃত হোৱা ৰংবোৰ, উপাদানৰ প্রচলিত ৰং হয়.
01:58 এইখন টেবোল ' Modern Periodic tableৰ এটা প্রতিৰুপ হয়.
02:02 এতিয়া Elemental window সম্পর্কে শিকো.
02:05 এইটোক প্রদর্শন কৰিবলৈ, periodic টেবোলত কোনো এটা উপাদান বাটনত ক্লিক কৰক.
02:10 মইCarbon(C)ত ক্লিক কৰক
02:13 CarbonElemental windowখোলে
02:16 ' Elemental windowত চাৰিটা ট্যাব উপস্থিত আছে
02:20 Main, , Electronic Properties
02:23 Radii, Thermodynamics
02:26 মই এটা এটাকৈ প্রতিটো ট্যাবৰ সম্পর্কে ব্যাখ্যা কৰিম
02:30 ডিফল্টৰূপে Main ট্যাব নির্বাচন কৰা হয়.
02:33 ইয়াৰ উচৰত উপাদানৰ প্রতীক আছে,
02:36 Atomic number (পাৰমাণবিক সংখ্যা),
02:38 Atomic weight (পাৰমাণবিক ওজন) আৰু
02:40 Electronic configuration (ইলেক্ট্রনিক কনফিগাৰেশন) .
02:43 ইয়াৰ উচৰত শিৰোনাম Lang' আৰু Nameৰ সৈতে এখন টেবোল আছে
02:47 টেবোলে বিভিন্ন ভাষাত Carbon's ৰ' নাম দেখায়
02:53 পিছত Electronic properties ট্যাবত ক্লিক কৰক
02:56 এই ট্যাবে
03:00 'Pauling electro-negativity মান.
03:02 Ionization energies',
03:05 MJ প্ৰতি mol' ত প্রথম, 'দ্বিতীয় আৰু তৃতীয়' 'Ionization energies
03:10 KJ per mol'ত Electronic affinities ৰ সম্পর্কে বিস্তাৰিত বিৱৰণ দেখায়
03:15 'সংশ্লিষ্ট সোফালে ' Show curve বাটনবোৰ দেখা যায়
03:20 চার্ট দেখোৱাবলৈ ' Show curve' ' বাটনত ক্লিক কৰক.
03:24 . এইটো Electronegativity ' Atomic number(Z) বিপক্ষে হোৱা এখন চার্ট হয়. মই চার্টখন বন্ধ কৰিম
03:31 ' Radii ' ট্যাবত ক্লিক কৰক
03:34 এই ট্যাবে দেখায় Covalent, Van der Waals আৰু
03:37 Metallic radii মান, সকলোবোৰ 'pm'ত
03:41 'pm' হৈছে pico metre= 10 to the power of minus 12 metres.
03:47 যিহেতু Carbon' এটা অধাতু হয় , ইয়াৰ উচৰত Metallic radiusৰ মান নাই.
03:53 মই Carbonৰ উইন্ডো বন্ধ কৰিম.
03:56 Periodic table of the elements উইন্ডোলৈ যোৱা যাওক.
04:00 Sodium(Na) বাটনত ক্লিক কৰক.
04:04 ' Radii' ট্যাবত ক্লিক কৰক.
04:07 ' Metallic radii মান ইয়াত প্রদর্শিত হয়.
04:11 Radii'' ট্যাবে Ionic radiiৰ এখন টেবোল দেখায়.
04:15 এই টেবোলত কলমন্চ হিচাবে Ion, C.N, আৰু Value আছে
04:22 আমি টেবোলখন তললৈ স্ক্রোল কৰো.
04:24 এই টেবোলখনে বিভিন্ন Ionic states সম্পর্কে তথ্য দেখায়. ইয়াত Sodium আছে.
04:31 ইয়াৰ Coordination number(CN)'' আৰু Ionic radii মনবোৰ 'pm'ত আছে.
04:37 উপাদানসমূহ Chromium, Manganese, Iron, Cobalt, Nickel আৰু Copper এটা ডাঙৰ কমপ্লেক্স গঠন কৰিবলৈ সিহতৰ এটা প্রবণতা আছে.
04:48 ' Iron(Fe) ' বাটনত আমি ক্লিক কৰো.
04:51 ইয়াৰ এলিমেন্টেল উইন্ডো খোলে
04:54 Radii ট্যাবত ক্লিক কৰক.
04:56 Ionic radiiটেবোলৰ উচৰত Spin নামেৰে এটা অতিৰিক্ত কলম আছে .
05:02 Spin কলমে আয়ৰনৰ জটিল গঠনৰ প্রবণতা সম্পর্কে ধাৰণা দিয়ে
05:07 ইয়াত High মানে বিনামূল্য কমপ্লেক্স ঘুর্ণন ( spin free complexes ) যত ইলেকট্রনবোৰ বিজোড় হৈ থাকে .
05:13 Low' মানে স্পিন জোড়া কমপ্লেক্স যত ইলেকট্রনবোৰ জোড়া হৈ থাকে
05:20 মই Iron(Fe) 'প্রাথমিক উইন্ডো' 'বন্ধ কৰিম.
05:23 জটিল গঠন সম্পর্কে আৰো বিস্তাৰিত এই লিঙ্কত উপলব্ধ http://en.wikipedia.org/wiki/Spin_states_d_electrons.
05:28 Carbon Elemental window ত আকৌ এবাৰ ক্লিক কৰক.
05:33 ' Thermodynamics'' ট্যাবত ক্লিক কৰক
05:36 এই ট্যাবে Carbon.ৰ 'Melting Point আৰু Boiling point দেখায়.
05:40 আপোনি নিজ নিজে Show curve বাটনৰ বিষয়ে চাওক.
05:45 মই 'Carbon প্রাথমিক উইন্ডো বন্ধ কৰিম.
05:48 এতিয়া Color schemes লৈ যাও.
05:52 View মেনু লৈ যাওক আৰু Color schemes নির্বাচন কৰক.
05:57 এটা সাবমেনু Color schemesৰ তালিকাৰ সৈতে খোলে.
06:01 No colorsত ক্লিক কৰক.
06:04 সমস্ত উপাদান বোতামবোৰ ' grey হৈ যায়
06:09 Color Schemesত ক্লিক কৰক ' আৰু ' Physical states নিৰ্বাচন কৰক
06:13 "Blue" (নীলা) ৰঙৰ উপাদান বোতামৰ সৈতে এটা নতুন Periodic table খোলে
06:18 খালি কিছো "Black" ৰঙৰ বাহিৰে
06:21 উপৰত আপোনি সর্বনিম্ন মান হিসাবে "zero(0) ৰ সৈতে" Temperature(K): scale slider চাব পাৰিব
06:28 আপোনি তলত "Solid-Blue", "Liquid-Green" আৰু "Gas-Red" ৰ ৰঙবোৰ চাব পাৰিব
06:36 zero degree Kelvinত সকলো উপাদানবোৰ পদার্থ অবস্থাত থাকে
06:41 সেয়ে সেইবোৰ 'নীলা' ৰঙত প্রদর্শিত হয়.
06:44 তাপমাত্রা বৃদ্ধি কৰিবলৈ স্লাইডাৰদাল টানি অনা যাওক.
06:48 লক্ষ্য কৰক যে উপাদানবোৰে সিহতৰ Physical state পৰিবর্তন কৰায়
06:52 "Blue" ৰঙটো ​​Green(liquid) আৰু Red(Gas) ৰঙৰ দ্বাৰা প্রতিস্থাপিত কৰা হয়
07:00 '6010 degree Kelvin(six thousand ten) ত সকলো উপাদানবোৰ বাষ্প অবস্থানলৈ পৰিবর্তন হয় .
07:04 সমস্ত বোতামবোৰ " "Red" " ৰংলৈ পৰিবর্তন হয়
07:09 কিছু কিছু উপাদানবোৰ "black" পটভূমিত দেখোৱা হয়.
07:12 সেই Temperature ত সিহতৰ অবস্থাটো অজ্ঞাত হয়.
07:16 পিছত Family নির্বাচন কৰো.
07:19 'Selected Family ড্রপ ডাউন বাটন প্রদর্শিত হয়.
07:23 ড্রপ ডাউন তালিকাত সিহতৰ সংশ্লিষ্ট ৰঙৰ সৈতে বিভিন্ন পৰিবাৰ আছে.
07:27 ডিফল্টৰুপে ' All নির্বাচিত হয়.
07:31 উপাদানৰ প্রতিটো ' 'Family ' এটা নির্দিষ্ট ' 'Family"' ৰংত প্রদর্শিত হয়.
07:36 ড্রপ ডাউন তালিকাত ক্লিক কৰক আৰু 'Metalloids' নির্বাচন কৰক.
07:40 Metalloids 'Green family' পটভূমি ৰঙত প্রদর্শিত হয়.
07:45 বাকী সকলো উপাদানবোৰ "black" পটভূমিত প্রদর্শিত হয়
07:49 Color Scheme' লৈ উভতি যাওক. Electronegativity color scheme নির্বাচন কৰক
07:57 ' 'red ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বনিম্ন ' Electronegativity ' মান আছে.
08:01 'blue' ৰঙৰ সৈতে থকা উপাদানসমূহৰ সর্বোচ্চ ' Electronegativity ' মান আছে.
08:06 'redৰ পৰা 'blue' ৰঙৰলৈ তাত কিছো ৰংৰ পৰিবর্তন হয়.
08:12 'pink' ৰঙৰ সৈতে থকা উপাদানসমূহ Electronegativity মানৰ মাজত আছে.
08:18 যদি কোনো তথ্য ডাটাবেসত উপলব্ধ নহয়, উপাদানবোৰত এটা "black" পটভূমি থাকিব.
08:23 আমি Block নির্বাচন কৰো.
08:27 Blockৰ প্রতিটো উপাদানসমূহ দিয়া ব্লকৰ ৰঙৰ সৈতে প্রদর্শিত হব.
08:31 's' block – blue
08:34 'p' block – reddish brown
08:37 'd' block – green আৰু
08:40 ' 'f' block – Purple.
08:43 আমি শিকাখিনি সংক্ষেপ কৰা যাওক.
08:46 এই টিউটোৰিয়েলত আমি শিকিছো.
08:48 এলিমেন্টেল ৱিন্দো সম্পর্কে বিবৰণ.
08:51 1.Physical
08:53 2.Family, 3.Electronegativity আৰু
08:56 4.Block ৰ কালাৰ স্কিম
08:58 এট নিয়োগ হিসাবে,
09:00 বিচাৰক (Explore), Cobalt, Nickel, Copper আৰু অন্যন্যৰ এলিমেন্টেল ৱিন্দো
09:06 বিভিন্ন Family Color schemes
09:08 Atomic radius Color scheme
09:11 তলৰ সংযোগত থকা ভিদিয়'তো চাওক । 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial .
09:15 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:18 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:22 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
09:25 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:28 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:32 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:38 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:42 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়.
09:49 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:55 এই পাঠটি মৌচুমী মেধি দ্ৱাৰা যোগদান কৰা হৈছে. মই অনামিকা মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো । দৰ্শন দিয়া বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya