GChemPaint/C3/Orbital-Overlap/Assamese
From Script | Spoken-Tutorial
Revision as of 17:06, 22 February 2017 by PoojaMoolya (Talk | contribs)
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. GChemPaint' ত Orbital Overlap'ৰ এই টিউটোৰিয়েললৈ স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:08 | অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে |
00:11 | অৰবিটেলৰ ৰোটেছন আৰু ৰিচাইজ |
00:14 | অৰবিটেল অভাৰলেপ্চৰ ধৰন |
00:17 | ইয়াত আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো. |
00:21 | 'GChemPaint' সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো. |
00:26 | এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ, আপোনি |
00:31 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব |
00:34 | যদি নাজানে তেনেহলে প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক. |
00:38 | আমি প্রথমে atomic orbital কি চাও. |
00:42 | atomic orbital এটা গাণিতিক ফাংশন হয়. |
00:46 | ই এটা পৰমাণুত এটা ইলেকট্রনৰ তৰঙ্গ নিচিনা আচৰণ বর্ণনা কৰে. |
00:52 | এটা অৰবিটেল, সর্বোচ্চ সম্ভাবনাৰ সৈতে এটা ইলেক্ট্রন পোৱাৰ অঞ্চলৰ এটা স্থান হয় |
00:58 | এইটো এটা 's' orbital হয়. |
01:00 | ইয়াত sphericalআকৃতি আছে. |
01:03 | ইয়াত বিভিন্ন অক্ষত 'p' 'অৰবিটেল' আছে. |
01:06 | 'p' 'অৰবিটেলবোৰ "dumb-bell" আকৃতিৰ হয়. |
01:09 | পিছত, আমাৰ উচৰত বিভিন্ন অক্ষত 'd' orbitals আছে |
01:13 | 'd 'অৰবিটেলবোৰ double "dumb-bell" আকৃতিৰ' 'হয়' . |
01:17 | আমি এটা নতুন 'GChemPaint' আবেদন খোলিছো. |
01:20 | আমি প্রথমে 'অৰবিটেলৰ' সম্পর্কে শিকো. |
01:24 | Add or modify an atomic orbital টুলত ক্লিক কৰক |
01:28 | Orbital সম্পত্তি(property) উইন্ডো প্রর্দশিত হয়. |
01:30 | এই উইন্ডোত Coefficient, Rotation আৰু Type নিচিনা ক্ষেত্র আছে. |
01:36 | প্রথমে, আমি Typeৰ সৈতে আৰম্ভ কৰো. |
01:40 | ডিফল্টৰুপে, 's' orbital নির্বাচিত হয়. |
01:42 | p, d xyআৰু d z square orbital ৰেডিও বাটনত ক্লিক কৰো |
01:50 | আশেপাশে প্রদর্শিত বিভিন্ন orbital আকাৰ লক্ষ্য কৰক. |
01:54 | পৰবর্তীতে আমি Coefficient আৰু Rotation বৈশিষ্ট্য পৰীক্ষা কৰো. |
01:59 | Coefficient বৈশিষ্ট্যত মান -1.00 ৰ পৰা 1.00লৈ আছে. |
02:04 | Coefficient ক্ষেত্রৰ মান ব্যবহাৰ কৰি, আমি orbitalৰ আকাৰ পৰিবর্তিত কৰিব পাৰো. |
02:10 | অাশেপাশে থকা orbitalৰ আকাৰ পৰিবর্তিত হোৱা লক্ষ্য কৰক. |
02:15 | 'Rotation বৈশিষ্ট্যত মান -180ৰ পৰা 180 লৈ আছে. |
02:20 | আমি orbitalsক ক্লকৱাইজ(সো ফালৰ পৰা) বা এন্টি ক্লকৱাইজ(বাও ফালৰ পৰা) ঘোৰাব পাৰো. |
02:25 | আপ বা ডাউন এৰোচিহ্ন ব্যবহাৰ কৰি মূল্যবোৰ পৰিবর্তন কৰিব পাৰি. |
02:30 | আমি বিভিন্ন ধৰনৰ Positive overlapsক প্রদর্শন কৰিবলৈ' orbitalsক ব্যবহাৰ কৰাতো চাও. |
02:36 | ইয়াতে বিভিন্ন অৰবিটেলৰ 'Positive overlapৰ বাবে এখন স্লাইড অাছে. |
02:40 | "s-s'overlap, 's-p'overlap, 'p-p'overlap আৰু 'p-p' side-wise overlap. |
02:51 | আমি Display areaত Hydrogen অণু আঁকো. |
02:55 | কীবোর্ডত H প্রেস কৰক. |
02:58 | Co-efficient মানটো ১ লৈ সেট কৰক. |
03:01 | Add or modify an atom টুলত ক্লিক কৰক. |
03:04 | Add a bond টুলত ক্লিক কৰক. |
03:07 | নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় ১৩০ হয়. |
03:11 | Display areaত ক্লিক কৰক. |
03:14 | Hydrogen অণু গঠিত হয়. |
03:17 | s-s' end-on অভাৰলেপৰ সৈতে আৰম্ভ কৰা যাওক. |
03:20 | ' Add or modify an atomic orbital' টুলত ক্লিক কৰক |
03:24 | 's' orbitalত ক্লিক কৰক, |
03:28 | তাৰপিছত Hydrogen অণুৰ Hydrogen পৰমাণুত ক্লিক কৰক. |
03:33 | 's-s' end-on ওভাৰল্যাপ মন কৰক. |
03:35 | এতিয়া 'p-p' end-on ওভাৰল্যাপ যাও |
03:38 | কীবোর্ডত F প্রেস কৰক . |
03:42 | Add or modify an atom' টুলত ক্লিক কৰক. |
03:45 | Add a bond টুলত ক্লিক কৰক. |
03:49 | নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় ২০০ হয়. |
03:53 | Display areaত ক্লিক কৰক. |
03:56 | Fluorineঅণু গঠিত হয়. |
03:59 | Add or modify an atomic orbital' টুলত ক্লিক কৰক |
04:02 | 'p' orbitalত ক্লিক কৰক. |
04:05 | 'p-p' end-on overlap গঠন কৰিবলৈ আমাক সমতল দিশত 'p' orbitalsৰ ' প্রয়োজন হয়. |
04:11 | আমি Rotation' ৰ মানটো 90 লৈ বৃদ্ধি কৰো. |
04:15 | 'p' orbitalত ক্লিক কৰক. |
04:18 | এটা 'Fluorine পৰমাণুত ক্লিক কৰক. |
04:21 | এনেভাবে , প্রক্রিয়াটো পুনৰায় কৰক আৰ 'p' orbitalক '-90'(minus90)লৈ ঘোৰাওক. |
04:27 | অন্যান্য Fluorine পৰমাণুত ক্লিক কৰক. |
04:30 | আপোনি যদি পৰিষ্কাৰভাবে অৰবিটেলটো দেখিব পৰা নাই, এই ক্ষেত্রত, আপোনি অৰবিটেলৰ মাপ পৰিবর্তন কৰিব পাৰে. |
04:36 | এইটো কৰিবলৈ, আমি ''Coefficientৰ মান পৰিবর্তন কৰিব লাগিব. |
04:40 | orbitalত সো ক্লিক কৰক, Orbital নির্বাচন কৰক তাৰপিছত Propertiesত ক্লিক কৰক |
04:46 | "Orbital properties' ডায়লগ বক্স প্রর্দশিত হয়. |
04:50 | আপোনি এটা সঠিক ওভাৰলেপ চোৱা লৈকে Coefficientৰ মান হ্রাস কৰক. |
04:54 | Closeবাটনত ক্লিক কৰক |
04:57 | মই অন্য অৰবিটেলৰ বাবে প্রক্রিয়াটো পুনৰায় কৰিম |
05:01 | 'p-p' end-on ওভাৰলেপ মন কৰক |
05:04 | 'dz^2' orbital বয়ৱহাৰ কৰি 'd-d' end-on overlap ইয়ালৈ যাও. |
05:09 | Display Area লৈ আহক আৰু কিবৰ্ডত ডাঙৰ আখৰ F টিপক. |
05:14 | তালিকাৰ পৰা Fe নির্বাচন কৰক. |
05:17 | Add or modify an atom টুলত ক্লিক কৰক. |
05:20 | Display areaত ক্লিক কৰক. |
05:23 | Add a bond ' টুলত ক্লিক কৰক. |
05:26 | এটা বন্ড আঁকিবলৈ iron(Fe) পৰমাণুত ক্লিক কৰক. |
05:29 | 'Add or modify an atomic orbital ' টুলত ক্লিক কৰক |
05:32 | 'dz^2' orbital 'ৰেডিও বাটন' নির্বাচন কৰক |
05:37 | সঠিক ওভাৰলেপৰ বাবে, Coefficient মান 0.8 লৈ হ্রাস কৰক . |
05:42 | "dz^2" orbitals ওভাৰল্যাপ কৰিবলৈ বন্দেদ Iron পৰমাণুত ক্লিক কৰক. |
05:49 | 'd-d' end-on ওভাৰলেপ লক্ষ্য কৰক |
05:52 | এতিয়া 'p'অৰবিটেলৰ side-wise ওভাৰলেপৰ সম্পর্কে জনা যাওক. |
05:57 | নিশ্চিত কৰক যে বর্তমানৰ উপাদান Carbon হয়. |
06:02 | Add a bond' টুলত ক্লিক কৰক. |
06:05 | 'নিশ্চিত কৰক যে Bond length ৰ ' প্রায় 90 হয় |
06:08 | Display areaত ক্লিক কৰক. |
06:12 | Add or modify an atomic orbital টুলত ক্লিক কৰক |
06:16 | 'Coefficientৰ মান ১লৈ বৃদ্ধি কৰক |
06:20 | 'p' orbital ৰেডিও বাটনত ক্লিক কৰক. |
06:23 | যদি ই সমতল স্হানত আছে তেনেহলে 'p' orbitalক লম্ব স্হানলৈ ঘোৰাওক. |
06:29 | বন্দৰ প্রান্তত ক্লিক কৰক. |
06:32 | 'p-p' side-wise ওভাৰলেপ লক্ষ্য কৰক |
06:37 | এই ধৰনৰ ওভাৰলেপত orbitalsলোববোৰ একেই চিহ্নৰ হয়. |
06:43 | ইয়াৰ পিছত, আমি negative আৰু zero overlaps লৈ যাও |
06:46 | ইয়াতে negative' ওভাৰল্যাপৰ বাবে এখন স্লাইড আছে. |
06:51 | আমি এখন নতুন 'GChempaint' আবেদন খোলিছো. |
06:55 | এতিয়া, আমি এটা 'negative overlap কিভাবে আঁকে, প্রদর্শন কৰিম. |
06:59 | Add a bond' টুলত ক্লিক কৰক. |
07:02 | নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 90 হয়. |
07:05 | Display areaত ক্লিক কৰক. |
07:08 | Add or modify an atomic orbital টুল ক্লিক কৰক. |
07:12 | 'p' orbital ৰেডিও বাটনত ক্লিক কৰক তাৰপিছত বন্ডৰ প্রান্তত ক্লিক কৰক |
07:17 | উলটাইয়া তললৈ ফ্লিপ কৰিবলৈ 'p' orbitalক 180 ডিগ্রী লৈ ঘোৰাওক |
07:23 | তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক. |
07:27 | negative overlap লক্ষ্য কৰক |
07:29 | এই ধৰনৰ ওভাৰলেপত, orbitalsৰ লোববোৰ বিপৰীত চিহ্নত আছে. |
07:34 | এতিয়া zero overlap তৈয়াৰ কৰা শিকা যাওক. |
07:38 | ইয়াতে zero overlapৰ বাবে এখন স্লাইড আছে. |
07:42 | Add a bond' টুলত ক্লিক কৰক. |
07:45 | Display areaত ক্লিক কৰক |
07:48 | Add or modify an atomic orbital টুলত ক্লিক কৰক |
07:52 | 'p' orbitalত ক্লিক কৰক. |
07:54 | 'p' orbital'ক মূল অবস্থানলৈ ঘোৰাওক' |
07:59 | বন্ডৰ প্রান্তত ক্লিক কৰক. |
08:02 | s' orbitalত ক্লিক কৰক. |
08:05 | আৰু তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক. |
08:09 | 'zero overlap লক্ষ্য কৰক |
08:12 | এই ধৰনৰ ওভাৰলেপত, orbitalsৰ অভিযোজন ( orientation) একেই হয়. |
08:17 | আমি শিকাখিনিক সংক্ষেপ কৰা যাওক. |
08:20 | এই টিউটোৰিয়েলত আমি অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে শিকিলো, |
08:24 | * End-on আৰু side-wise overlaps |
08:27 | * Rotation আৰু orbitals ইয়াৰ মাপ পৰিবৰ্তন কৰা |
08:30 | * Positive, negative আৰু zero overlap. |
08:34 | ইয়াতে এটা নিয়োগ আছে. |
08:36 | * হাইড্রোজেন ক্লোৰাইড (H-Cl) অণুৰ সৈতে 's-p' end-on ওভাৰলেপ আকক |
08:40 | *dxy-dxy' অৰবিটেলৰ side-wise ওভাৰলেপ আকক |
08:44 | * অন্যান্য নেতিবাচক আৰু শূন্য ওভাৰল্যাপ আঁকক. |
08:48 | * ইঙ্গিত: সঠিক ওভাৰলেপৰ বাবে অৰবিটেলক ঘোৰাওক আৰু মাপ পৰিবর্তন কৰক. |
08:56 | আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত. |
09:00 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial |
09:04 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09:07 | যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে । |
09:12 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
09:16 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09:20 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
09:27 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:31 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
09:37 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:43 | ড্ৰৱিংবোৰ আৰটি দ্ৱাৰা যোগদান কৰা হৈছে |
09:45 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |