GChemPaint/C3/Orbital-Overlap/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. GChemPaint' Orbital Overlap'ৰ এই টিউটোৰিয়েললৈ স্বাগতম.
00:06 এই টিউটোৰিয়েলত, আমি শিকিম
00:08 অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে
00:11 অৰবিটেলৰ ৰোটেছন আৰু ৰিচাইজ
00:14 অৰবিটেল অভাৰলেপ্চৰ ধৰন
00:17 ইয়াত আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
00:21 'GChemPaint' সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো.
00:26 এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ, আপোনি
00:31 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00:34 যদি নাজানে তেনেহলে প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট চাওক.
00:38 আমি প্রথমে atomic orbital কি চাও.
00:42 atomic orbital এটা গাণিতিক ফাংশন হয়.
00:46 ই এটা পৰমাণুত এটা ইলেকট্রনৰ তৰঙ্গ নিচিনা আচৰণ বর্ণনা কৰে.
00:52 এটা অৰবিটেল, সর্বোচ্চ সম্ভাবনাৰ সৈতে এটা ইলেক্ট্রন পোৱাৰ অঞ্চলৰ এটা স্থান  হয় 
00:58 এইটো এটা 's' orbital হয়.
01:00 ইয়াত sphericalআকৃতি আছে.
01:03 ইয়াত বিভিন্ন অক্ষত 'p' 'অৰবিটেল' আছে. 
01:06 'p' 'অৰবিটেলবোৰ "dumb-bell" আকৃতিৰ হয়.
01:09 পিছত, আমাৰ উচৰত  বিভিন্ন অক্ষত 'd' orbitals আছে
01:13 'd 'অৰবিটেলবোৰ double "dumb-bell" আকৃতিৰ' 'হয়' .
01:17 আমি এটা নতুন 'GChemPaint' আবেদন খোলিছো.
01:20 আমি প্রথমে 'অৰবিটেলৰ' সম্পর্কে শিকো.
01:24 Add or modify an atomic orbital টুলত  ক্লিক কৰক
01:28  Orbital সম্পত্তি(property) উইন্ডো প্রর্দশিত হয়.
01:30 এই উইন্ডোত Coefficient, Rotation আৰু Type নিচিনা ক্ষেত্র আছে.
01:36 প্রথমে, আমি Typeৰ সৈতে আৰম্ভ কৰো.
01:40 ডিফল্টৰুপে, 's' orbital নির্বাচিত হয়.
01:42 p, d xyআৰু d z square orbital ৰেডিও বাটনত ক্লিক কৰো
01:50 আশেপাশে প্রদর্শিত বিভিন্ন orbital আকাৰ লক্ষ্য কৰক.
01:54 পৰবর্তীতে  আমি Coefficient আৰু Rotation বৈশিষ্ট্য পৰীক্ষা কৰো.
01:59  Coefficient বৈশিষ্ট্যত  মান -1.00 ৰ পৰা 1.00লৈ আছে.
02:04 Coefficient ক্ষেত্রৰ মান ব্যবহাৰ কৰি, আমি orbitalৰ আকাৰ পৰিবর্তিত কৰিব পাৰো.
02:10 অাশেপাশে থকা orbitalৰ আকাৰ পৰিবর্তিত হোৱা লক্ষ্য কৰক.
02:15 'Rotation বৈশিষ্ট্যত মান -180ৰ পৰা 180 লৈ আছে.
02:20 আমি orbitalsক  ক্লকৱাইজ(সো ফালৰ পৰা) বা এন্টি ক্লকৱাইজ(বাও ফালৰ পৰা) ঘোৰাব পাৰো.
02:25 আপ বা ডাউন এৰোচিহ্ন ব্যবহাৰ কৰি মূল্যবোৰ পৰিবর্তন কৰিব পাৰি.
02:30 আমি বিভিন্ন ধৰনৰ Positive overlapsক প্রদর্শন কৰিবলৈ' orbitalsক ব্যবহাৰ কৰাতো চাও.
02:36 ইয়াতে বিভিন্ন অৰবিটেলৰ 'Positive overlapৰ বাবে এখন স্লাইড অাছে.
02:40 "s-s'overlap, 's-p'overlap, 'p-p'overlap আৰু 'p-p' side-wise overlap.
02:51 আমি Display areaHydrogen অণু আঁকো.
02:55 কীবোর্ডত H প্রেস কৰক.
02:58 Co-efficient মানটো ১ লৈ সেট কৰক.
03:01 Add or modify an atom টুলত ক্লিক কৰক.
03:04 Add a bond টুলত ক্লিক কৰক.
03:07 নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় ১৩০ হয়.
03:11 Display areaত ক্লিক কৰক.
03:14 Hydrogen অণু গঠিত হয়.
03:17 s-s' end-on অভাৰলেপৰ সৈতে আৰম্ভ কৰা যাওক.
03:20 ' Add or modify an atomic orbital' টুলত ক্লিক কৰক
03:24   's' orbitalত ক্লিক কৰক,
03:28 তাৰপিছত Hydrogen অণুৰ Hydrogen পৰমাণুত ক্লিক কৰক. 
03:33   's-s' end-on  ওভাৰল্যাপ মন কৰক.
03:35 এতিয়া 'p-p' end-on  ওভাৰল্যাপ যাও
03:38 কীবোর্ডত F প্রেস কৰক .
03:42 Add or modify an atom' টুলত ক্লিক কৰক.
03:45  Add a bond টুলত ক্লিক কৰক.
03:49 নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় ২০০ হয়.
03:53 Display areaত  ক্লিক কৰক.
03:56   Fluorineঅণু গঠিত হয়.
03:59 Add or modify an atomic orbital' টুলত ক্লিক কৰক
04:02 'p' orbitalত ক্লিক কৰক.
04:05 'p-p' end-on overlap গঠন কৰিবলৈ আমাক সমতল দিশত 'p' orbitalsৰ ' প্রয়োজন হয়.
04:11 আমি Rotation' ৰ মানটো 90 লৈ বৃদ্ধি কৰো.
04:15 'p' orbitalত ক্লিক কৰক.
04:18 এটা 'Fluorine পৰমাণুত ক্লিক কৰক.
04:21 এনেভাবে , প্রক্রিয়াটো পুনৰায় কৰক আৰ 'p' orbitalক '-90'(minus90)লৈ ঘোৰাওক.
04:27 অন্যান্য Fluorine পৰমাণুত ক্লিক কৰক.
04:30 আপোনি যদি পৰিষ্কাৰভাবে অৰবিটেলটো দেখিব পৰা নাই, এই ক্ষেত্রত, আপোনি অৰবিটেলৰ মাপ পৰিবর্তন কৰিব পাৰে.
04:36 এইটো কৰিবলৈ, আমি ''Coefficientৰ মান পৰিবর্তন কৰিব লাগিব.
04:40 orbitalত সো ক্লিক কৰক, Orbital নির্বাচন কৰক তাৰপিছত Propertiesত ক্লিক কৰক
04:46 "Orbital properties' ডায়লগ বক্স প্রর্দশিত হয়.
04:50 আপোনি এটা সঠিক ওভাৰলেপ চোৱা লৈকে Coefficientৰ মান হ্রাস কৰক. 
04:54 Closeবাটনত ক্লিক কৰক 
04:57 মই অন্য অৰবিটেলৰ বাবে প্রক্রিয়াটো পুনৰায় কৰিম
05:01 'p-p' end-on ওভাৰলেপ মন কৰক
05:04 'dz^2' orbital বয়ৱহাৰ কৰি 'd-d' end-on overlap ইয়ালৈ যাও.
05:09 Display Area লৈ আহক আৰু কিবৰ্ডত ডাঙৰ আখৰ F টিপক.
05:14 তালিকাৰ পৰা Fe নির্বাচন কৰক.
05:17 Add or modify an atom টুলত ক্লিক কৰক.
05:20 Display areaত ক্লিক কৰক.
05:23 Add a bond ' টুলত ক্লিক কৰক.
05:26 এটা বন্ড আঁকিবলৈ iron(Fe) পৰমাণুত ক্লিক কৰক.
05:29 'Add or modify an atomic orbital ' টুলত ক্লিক কৰক
05:32 'dz^2' orbital 'ৰেডিও বাটন' নির্বাচন কৰক
05:37 সঠিক ওভাৰলেপৰ বাবে,  Coefficient মান 0.8 লৈ হ্রাস কৰক .
05:42 "dz^2" orbitals ওভাৰল্যাপ কৰিবলৈ বন্দেদ Iron পৰমাণুত ক্লিক কৰক.
05:49 'd-d' end-on ওভাৰলেপ লক্ষ্য কৰক
05:52 এতিয়া 'p'অৰবিটেলৰ side-wise ওভাৰলেপৰ সম্পর্কে জনা যাওক.
05:57 নিশ্চিত কৰক যে বর্তমানৰ উপাদান Carbon হয়.
06:02 Add a bond' টুলত ক্লিক কৰক.
06:05 'নিশ্চিত কৰক যে Bond length ৰ ' প্রায় 90 হয়
06:08 Display areaত ক্লিক কৰক.
06:12 Add or modify an atomic orbital  টুলত ক্লিক কৰক
06:16 'Coefficientৰ  মান ১লৈ বৃদ্ধি কৰক
06:20 'p' orbital ৰেডিও বাটনত ক্লিক কৰক.
06:23 যদি ই সমতল স্হানত আছে তেনেহলে 'p' orbitalক লম্ব স্হানলৈ ঘোৰাওক.
06:29 বন্দৰ প্রান্তত ক্লিক কৰক.
06:32 'p-p' side-wise ওভাৰলেপ লক্ষ্য কৰক   
06:37 এই ধৰনৰ ওভাৰলেপত orbitalsলোববোৰ একেই চিহ্নৰ হয়. 
06:43 ইয়াৰ পিছত, আমি negative আৰু zero overlaps লৈ যাও
06:46 ইয়াতে negative' ওভাৰল্যাপৰ বাবে এখন স্লাইড আছে.
06:51 আমি এখন নতুন 'GChempaint' আবেদন খোলিছো.
06:55 এতিয়া, আমি এটা 'negative overlap  কিভাবে আঁকে, প্রদর্শন কৰিম.
06:59 Add a bond' টুলত ক্লিক কৰক.
07:02 নিশ্চিত কৰক যে বন্ডৰ দৈর্ঘ্য প্রায় 90 হয়.
07:05 Display areaত ক্লিক কৰক.
07:08  Add or modify an atomic orbital টুল ক্লিক কৰক.
07:12 'p' orbital ৰেডিও বাটনত ক্লিক কৰক তাৰপিছত বন্ডৰ প্রান্তত ক্লিক কৰক
07:17 উলটাইয়া তললৈ ফ্লিপ কৰিবলৈ 'p' orbitalক 180 ডিগ্রী লৈ ঘোৰাওক
07:23 তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক.
07:27 negative overlap লক্ষ্য কৰক
07:29 এই ধৰনৰ ওভাৰলেপত, orbitalsৰ লোববোৰ বিপৰীত চিহ্নত আছে.
07:34 এতিয়া zero overlap তৈয়াৰ কৰা শিকা যাওক.
07:38 ইয়াতে zero overlapৰ বাবে এখন স্লাইড আছে.
07:42 Add a bond' টুলত ক্লিক কৰক.
07:45 Display areaত ক্লিক কৰক
07:48 Add or modify an atomic orbital টুলত ক্লিক কৰক
07:52 'p' orbitalত ক্লিক কৰক.
07:54 'p' orbital'ক মূল অবস্থানলৈ ঘোৰাওক'
07:59 বন্ডৰ প্রান্তত ক্লিক কৰক.
08:02 s' orbitalত ক্লিক কৰক.
08:05 আৰু তাৰপিছত বন্ডৰ অন্যান্য প্রান্তত ক্লিক কৰক.
08:09 'zero overlap লক্ষ্য কৰক
08:12 এই ধৰনৰ ওভাৰলেপত, orbitalsৰ অভিযোজন ( orientation) একেই হয়.
08:17 আমি শিকাখিনিক সংক্ষেপ কৰা যাওক.
08:20 এই টিউটোৰিয়েলত আমি অৰবিটেলৰ বিভিন্ন ধৰনৰ সম্পর্কে শিকিলো,
08:24 * End-on আৰু side-wise overlaps
08:27 * Rotation আৰু orbitals ইয়াৰ মাপ পৰিবৰ্তন কৰা
08:30 * Positive, negative আৰু zero overlap.
08:34 ইয়াতে এটা নিয়োগ আছে.
08:36 * হাইড্রোজেন ক্লোৰাইড (H-Cl) অণুৰ সৈতে 's-p' end-on ওভাৰলেপ আকক 
08:40 *dxy-dxy' অৰবিটেলৰ side-wise ওভাৰলেপ আকক
08:44 * অন্যান্য নেতিবাচক আৰু শূন্য ওভাৰল্যাপ আঁকক.
08:48 * ইঙ্গিত: সঠিক ওভাৰলেপৰ বাবে অৰবিটেলক ঘোৰাওক আৰু মাপ পৰিবর্তন কৰক.
08:56 আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
09:00 তলৰ সংযোগত থকা ভিদিয়'তো চাওক 'http://spoken-tutorial.org/What_is_a_Spoken_ tutorial
09:04 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:07 যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাওনলোদ কৰিও চাব পাৰে ।
09:12 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:16 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:20 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:27 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:31 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:37 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:43 ড্ৰৱিংবোৰ আৰটি দ্ৱাৰা যোগদান কৰা হৈছে
09:45 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya