GChemPaint/C2/Introduction-to-GChemPaint/Assamese
From Script | Spoken-Tutorial
Revision as of 12:54, 22 February 2017 by PoojaMoolya (Talk | contribs)
| Time | Narration |
|---|---|
| 00:01 | নমস্কাৰ দৰ্শক সকল। |
| 00:02 | GChemPaint ৰ পৰিচয়ৰ টিউটোৰিয়েললৈ আপোনােলোকক স্বাগতম। |
| 00:07 | এই টিউটোৰিয়েলত আমি শিকিম, |
| 00:11 | GChemPaintৰ সম্পর্কে। |
| 00:13 | ব্যবহাৰ আৰু উপকাৰিতা। |
| 00:16 | সংস্থাপন(Installation )। এটা নতুন ফাইল খোলা। |
| 00:20 | মেনুবাৰ, টুলবাৰ আৰু স্টেটাস বাৰ। |
| 00:25 | আমি আৰু শিকিম, |
| 00:28 | ডিসপ্লে এৰিয়া। |
| 00:30 | ডকুমেন্টেৰ বৈশিষ্ট্য। |
| 00:32 | টুল বক্স ব্যবহাৰ কৰা। |
| 00:34 | .gchempaint এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা। |
| 00:40 | ইয়াত আমি |
| 00:42 | উবুন্টু লিনাক্স OS সংস্কৰণ 12.04 |
| 00:47 | GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো। |
| 00:53 | এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ |
| 00:59 | অষ্টম শ্রেণী পর্যন্ত ৰসায়ন (কেমেস্ট্রি) সম্পর্কে জ্ঞান থাকিব লাগিব। |
| 01:04 | GChemPaint, উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি খুব সহজে সংস্থাপিত কৰা যায়। |
| 01:12 | উবুন্টু সফটওয়্যাৰ সেন্টাৰ সম্পর্কে আৰু জানিবলৈ, |
| 01:16 | আমাৰ ওয়েবসাইটত থকা উবুন্টু লিনাক্স টিউটোৰিয়েল চাওক। |
| 01:23 | GChemPaint কি? |
| 01:26 | ই এটা দ্বিমাত্রিক কেমিকাল স্ট্রাকচাৰ এডিটৰ হয়। |
| 01:32 | ইয়াৰ উচৰত একাধিক ডকুমেন্ট ইন্টাৰফেস আছে। |
| 01:37 | GChemPaint এ আপোনাক |
| 01:40 | দ্বিমাত্রিক কেমিকেল স্ট্রাকচাৰ আঁকিবলৈ আৰু প্রদর্শন কৰিবলৈ অনুমতি দিয়ে। |
| 01:46 | টেমপ্লেটক টানা আৰু ৰখা। |
| 01:50 | বন্দৰ দৈর্ঘ্য, কোণ আৰু প্রস্থ পৰিবর্তন কৰা। |
| 01:55 | যৌগৰ আণবিক ওজন নিৰুপণ কৰিবলৈ ৰাসায়নিক ক্যালকুলেটৰ ব্যবহাৰ কৰা। |
| 02:03 | GChemPaintএ |
| 02:05 | ৰাসায়নিক গঠনক সহজে দেখিবলৈ সাহায্য কৰে। |
| 02:11 | দ্বিমাত্রিক গঠনক ত্রিমাত্রিক গঠনলৈ ৰুপান্তৰ কৰা। |
| 02:17 | গঠনক বৃহত্তৰীকৰণ কৰা। |
| 02:21 | পৰমাণুৰ স্বয়ংক্রিয় আৰু ম্যানুয়েল নির্দেশিত কাম। |
| 02:26 | প্রথমে এটা নতুন GChemPaint অ্যাপ্লিকেশন খোলা চাও। |
| 02:33 | Dash home ত টিপক >> সার্চ বাৰ প্রদর্শিত হয় >> সার্চ বাৰত লিখক GChemPaint |
| 02:41 | GChemPaint আইকনত টিপক। |
| 02:46 | আমি টার্মিনেলৰ পৰাও GChemPaint এপ্লিকেশন খুলিব পাৰো। |
| 02:52 | টার্মিনেল খুলিবলৈ CTRL, Alt আৰু T কী একেলগে টিপক। |
| 02:58 | GChemPaint লিখক আৰু এন্টাৰ টিপক। |
| 03:04 | GChemPaint এপ্লিকেশন খোলে। |
| 03:08 | এটা সাধাৰণ GChemPaint উইন্ডো এনেধৰনৰ দেখে। |
| 03:13 | এইটো মেনু বাৰ। |
| 03:15 | GChemPaint ত অন্যান্য উইন্ডো ভিত্তিক অ্যাপ্লিকেশনেৰ নিচিনা এটা স্ট্যান্ডার্ড মেনু বাৰ আছে। |
| 03:22 | মেনু বাৰ যেনে File, Edit, View, Tools, Windows আৰু Help এৰ নিচিনা বিভিন্ন মেনু বিকল্প আছে। |
| 03:34 | টুলবাৰত আইকন হিসাবে বেছি ভাগে ব্যবহৃত হোৱা কমান্ড আছে। |
| 03:41 | এটা নতুন ফাইল খুলিবলৈ, |
| 03:45 | উপস্হিত থকা ফাইল খুলিবলৈ, |
| 03:48 | ফাইল সংৰক্ষণ কৰিবলৈ আৰু প্রিন্ট কৰিবলৈ তাত কিছো আইকণ আছে. |
| 03:53 | এইটো হল Display area. |
| 03:56 | Display areaএ আমি অকা আৰু সম্পাদিত কৰা ফাইলৰ গঠন আৰু বিষয়বস্তু প্রদর্শন কৰে। |
| 04:06 | আমি টুল বক্সৰ পৰা টুল টানি আনি Display area ত ৰাখিব পাৰো। |
| 04:14 | স্ট্যাটাস বাৰে বৰ্তমান GChemPaintৰ কার্যকলাপৰ সম্পর্কে তথ্য প্রদর্শন কৰে। |
| 04:20 | ই মেনু আইটেমৰ সম্পর্কেও প্রাসঙ্গিক তথ্য প্রদর্শন কৰে। |
| 04:28 | এতিয়া ডকুমেন্টেৰ বৈশিষ্ট্য সম্পর্কে ব্যাখ্যা কৰিম। |
| 04:33 | Document Properties উইন্ডো খুলিবলৈ, |
| 04:37 | File মেনুত টিপক। |
| 04:39 | Properties লৈ যাওক আৰু ইয়াত টিপক। |
| 04:43 | Document Properties উইন্ডো খোলে। |
| 04:47 | Document Properties উইন্ডোখন টানি আনি ইয়াৰ আকাৰ বৃদ্ধি কৰক। |
| 04:53 | Document Properties উইন্ডোত নিম্নলিখিত ফীল্ড আছে। |
| 04:59 | Title- ডকুমেন্টৰ শিৰোনাম হিসাবে “Propane” লিখক। |
| 05:06 | Author - name ফীল্ডত Madhuri লিখক। |
| 05:14 | Email - ইয়াক খালি ৰাখো। |
| 05:17 | History - এই ফীল্ডে ডকুমেন্টৰ Creation date দেখায়। |
| 05:23 | ই ডকুমেন্টৰ Revision date দেখায়। |
| 05:28 | ইয়াৰ মানে, ই ডকুমেন্টৰ পৰবর্তী সম্পাদিত তাৰিখো প্রদর্শন কৰে। |
| 05:35 | Theme- এইটোক GChemPaint হিসাবে ৰাখক। |
| 05:39 | Comments- এই ফীল্ডত, আমি ডকুমেন্ট সম্পর্কিত টেক্সট যুক্ত কৰিব পাৰো |
| 05:46 | যৌগৰ নাম আৰু তাৰ সূত্র লিখো। |
| 05:51 | Propane CH3-CH2-CH3 |
| 06:01 | উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক। |
| 06:05 | তাৰপিছত টুলবক্স সম্পর্কে শিকো। |
| 06:09 | টুলবাক্সত বিভিন্ন টুলৰ বাবে বোতাম আছে। |
| 06:14 | টুলবক্স, সক্রিয় ডকুমেন্ট উইন্ডোৰ সৈতে প্রদর্শিত হয়। |
| 06:20 | এতিয়া টুলবাক্স বোতাম ব্যবহাৰ কৰি গঠন আকো. |
| 06:25 | প্রথমে "প্রোপেন" (Propane) এৰ গঠনটো আকো। |
| 06:30 | Propane হল CH3-CH2-CH3 |
| 06:36 | এটা কার্বন চেইন আঁকিবলৈ টুল বাক্সৰপৰা Add a Chain টুল ব্যবহাৰ কৰক। |
| 06:42 | Add a Chain টুলত টিপক |
| 06:45 | আৰু তাৰপিছত Display area ত টিপক। |
| 06:48 | Display area ত কার্বন চেইন আঁকা হৈছে। |
| 06:53 | চেইনৰ স্থিতিবিন্যাস পৰিবর্তন কৰিবলৈ, |
| 06:57 | Add a Chain টুলত টিপক। |
| 07:00 | Display area ত, চেইনটো স্থিতিবিন্যাসৰ (orient) বাবে বাও মাউস বোতামটো টিপি ধৰি ৰাখক। |
| 07:07 | চেইনটোৰ দিশ স্থাপিত নোহোৱালৈকে বাও মাউস বোতাম এৰি নিদিব. |
| 07:15 | দিশ স্থাপনৰ পিছত বাও মাউস বোতাম এৰি দিয়ক। |
| 07:20 | আমি দেখো যে কার্বন চেন আকা হৈছে। |
| 07:24 | উল্লেখ্য যে আমি Display area ত ক্লিক কৰাত, চেইনৰ দৈর্ঘ্য আৰু স্থিতিবিন্যাস(orientation) স্থাপিত হয়। |
| 07:33 | এতিয়া চেইনৰ প্রতিটো অবস্থানত পৰমাণু প্রদর্শন কৰো। |
| 07:39 | ইয়াত পৰমাণু প্রদর্শনৰ বাবে ৩ টা স্থান আছে। |
| 07:43 | প্রথম স্থানত সো ক্লিক কৰক। |
| 07:47 | এটা সাবমেনু খোলে। |
| 07:49 | সেই অবস্থানত পৰমাণু প্রদর্শন কৰিবলৈ Atom নির্বাচন কৰি তাৰপিছত Display symbol ত ক্লিক কৰক |
| 07:59 | একেইভাবে, সকলো অবস্থানত পৰমাণু প্রদর্শন কৰক। |
| 08:04 | সো ক্লিক কৰি Atom নির্বাচন কৰক। |
| 08:07 | Display symbol ত টিপক। |
| 08:12 | ইয়াতে “Propane” ৰ গঠন আকা হৈছে। |
| 08:17 | পিছত একেই উইন্ডোতে Pentane এৰ গঠন আকো। |
| 08:23 | Add a Chain টুলত টিপক। |
| 08:26 | তাৰপিছত Display area ত টিপক। |
| 08:29 | চেইনৰ দৈর্ঘ্য বৃদ্ধি কৰিবলৈ, বাও মাউস বোতাম ধৰি ৰাখি কার্সাৰদাল টানি আনক। |
| 08:36 | পছন্দৰ দিশৰ ফালে স্থিতিবিন্যাস পৰিবর্তন কৰক আৰু বাও মাউস বোতাম এৰি দিয়ক। |
| 08:43 | সকলো অবস্থানত পৰমাণু প্রদর্শন কৰক। |
| 08:47 | ইয়াত পৰমাণু প্রদর্শন কৰিবলৈ 5 টা স্থান আছে। |
| 08:52 | প্রথম স্থানত পৰমাণু প্রদর্শন কৰিবলৈ সো ক্লিক কৰক. এটা সাবমেনু খোলে। |
| 08:58 | Atoms নির্বাচন কৰি তাৰপিছত Display symbolত টিপক। |
| 09:03 | একেইভাবে সকলো স্থানত পৰমাণু প্রদর্শন কৰো। |
| 09:17 | ইয়াতে Pentane এৰ গঠনটো আঁকা হৈছে। |
| 09:21 | ফাইলটো সংৰক্ষণ কৰো। |
| 09:24 | File ত গৈ Save as বাছক। |
| 09:27 | Save As ডায়লগ বক্স খোলে। |
| 09:30 | File type এৰ বাবে, ড্রপ ডাউন অ্যাৰোত টিপক। |
| 09:35 | বিভিন্ন সংৰক্ষণৰ ফৰম্যাট দেখা যায়। |
| 09:39 | 2D Chemical structure নির্বাচন কৰক। |
| 09:43 | ফাইলৰ নাম হিসাবে লিখক propane.gchempaint |
| 09:52 | আৰু Save বোতামত টিপক। |
| 09:55 | ফাইলটো .gchempaint এক্সটেনশন সহ সংৰক্ষিত হয়। |
| 10:00 | আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 10:04 | সংক্ষেপে, |
| 10:06 | এই টিউটোৰিয়েলত আমি শিকিছো, |
| 10:09 | GChemPaint সম্পর্কে। |
| 10:10 | ব্যবহাৰ আৰু উপকাৰিতা। |
| 10:12 | সংস্থাপন (Installation ) |
| 10:14 | এটা নতুন ফাইল খোলা। |
| 10:16 | মেনুবাৰ, টুলবাৰ আৰু স্টেটাস বাৰ। |
| 10:20 | আমি আৰু শিকিছো, |
| 10:23 | ডিসপ্লে এৰিয়া। |
| 10:25 | ডকুমেন্টৰ বৈশিষ্ট্য। টুল বাক্স ব্যবহাৰ কৰা আৰু |
| 10:28 | .gchempaint এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা। |
| 10:33 | নির্দেশিত কাম হিসাবে |
| 10:36 | 1. n-hexane আৰু n-octane ৰ গঠন আঁকা। |
| 10:41 | 2. স্থিতিবিন্যাস (orientation ) পৰিবর্তন কৰা। |
| 10:43 | 3. প্রতিটো অবস্থানত পৰমাণু প্রদর্শন কৰা। |
| 10:47 | নির্দেশিত কাৰ্জৰ আউটপুট এনেধৰনে হোৱা উচিত। |
| 10:53 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| 10:57 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 11:00 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 11:05 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 11:07 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 11:10 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 11:14 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 11:21 | স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:26 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:34 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 11:40 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |