GChemPaint/C2/Introduction-to-GChemPaint/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল।
00:02 GChemPaint ৰ পৰিচয়ৰ টিউটোৰিয়েললৈ আপোনােলোকক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:11 GChemPaintৰ সম্পর্কে।
00:13 ব্যবহাৰ আৰু উপকাৰিতা।
00:16 সংস্থাপন(Installation )। এটা নতুন ফাইল খোলা।
00:20 মেনুবাৰ, টুলবাৰ আৰু স্টেটাস বাৰ।
00:25 আমি আৰু শিকিম,
00:28 ডিসপ্লে এৰিয়া।
00:30 ডকুমেন্টেৰ বৈশিষ্ট্য।
00:32 টুল বক্স ব্যবহাৰ কৰা।
00:34 .gchempaint এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা।
00:40 ইয়াত আমি
00:42 উবুন্টু লিনাক্স OS সংস্কৰণ 12.04
00:47 GChemPaint সংস্কৰণ 0.12.10 ব্যবহাৰ কৰিছো।
00:53 এই টিউটোৰিয়ালটো অনুসৰণ কৰিবলৈ
00:59 অষ্টম শ্রেণী পর্যন্ত ৰসায়ন (কেমেস্ট্রি) সম্পর্কে জ্ঞান থাকিব লাগিব।
01:04 GChemPaint, উবুন্টু সফটওয়্যাৰ সেন্টাৰ ব্যবহাৰ কৰি খুব সহজে সংস্থাপিত কৰা যায়।
01:12 উবুন্টু সফটওয়্যাৰ সেন্টাৰ সম্পর্কে আৰু জানিবলৈ,
01:16 আমাৰ ওয়েবসাইটত থকা উবুন্টু লিনাক্স টিউটোৰিয়েল চাওক।
01:23 GChemPaint কি?
01:26 ই এটা দ্বিমাত্রিক কেমিকাল স্ট্রাকচাৰ এডিটৰ হয়।
01:32 ইয়াৰ উচৰত একাধিক ডকুমেন্ট ইন্টাৰফেস আছে।
01:37 GChemPaint এ আপোনাক
01:40 দ্বিমাত্রিক কেমিকেল স্ট্রাকচাৰ আঁকিবলৈ আৰু প্রদর্শন কৰিবলৈ অনুমতি দিয়ে।
01:46 টেমপ্লেটক টানা আৰু ৰখা।
01:50 বন্দৰ দৈর্ঘ্য, কোণ আৰু প্রস্থ পৰিবর্তন কৰা।
01:55 যৌগৰ আণবিক ওজন নিৰুপণ কৰিবলৈ ৰাসায়নিক ক্যালকুলেটৰ ব্যবহাৰ কৰা।
02:03 GChemPaint
02:05 ৰাসায়নিক গঠনক সহজে দেখিবলৈ সাহায্য কৰে।
02:11 দ্বিমাত্রিক গঠনক ত্রিমাত্রিক গঠনলৈ ৰুপান্তৰ কৰা।
02:17 গঠনক বৃহত্তৰীকৰণ কৰা।
02:21 পৰমাণুৰ স্বয়ংক্রিয় আৰু ম্যানুয়েল নির্দেশিত কাম।
02:26 প্রথমে এটা নতুন GChemPaint অ্যাপ্লিকেশন খোলা চাও।
02:33 Dash home ত টিপক >> সার্চ বাৰ প্রদর্শিত হয় >> সার্চ বাৰত লিখক GChemPaint
02:41 GChemPaint আইকনত টিপক।
02:46 আমি টার্মিনেলৰ পৰাও GChemPaint এপ্লিকেশন খুলিব পাৰো।
02:52 টার্মিনেল খুলিবলৈ CTRL, Alt আৰু T কী একেলগে টিপক।
02:58 GChemPaint লিখক আৰু এন্টাৰ টিপক।
03:04 GChemPaint এপ্লিকেশন খোলে।
03:08 এটা সাধাৰণ GChemPaint উইন্ডো এনেধৰনৰ দেখে।
03:13 এইটো মেনু বাৰ।
03:15 GChemPaint ত অন্যান্য উইন্ডো ভিত্তিক অ্যাপ্লিকেশনেৰ নিচিনা এটা স্ট্যান্ডার্ড মেনু বাৰ আছে।
03:22 মেনু বাৰ যেনে File, Edit, View, Tools, Windows আৰু Help এৰ নিচিনা বিভিন্ন মেনু বিকল্প আছে।
03:34 টুলবাৰত আইকন হিসাবে বেছি ভাগে ব্যবহৃত হোৱা কমান্ড আছে।
03:41 এটা নতুন ফাইল খুলিবলৈ,
03:45 উপস্হিত থকা ফাইল খুলিবলৈ,
03:48 ফাইল সংৰক্ষণ কৰিবলৈ আৰু প্রিন্ট কৰিবলৈ তাত কিছো আইকণ আছে.
03:53 এইটো হল Display area.
03:56 Display areaএ আমি অকা আৰু সম্পাদিত কৰা ফাইলৰ গঠন আৰু বিষয়বস্তু প্রদর্শন কৰে।
04:06 আমি টুল বক্সৰ পৰা টুল টানি আনি Display area ত ৰাখিব পাৰো।
04:14 স্ট্যাটাস বাৰে বৰ্তমান GChemPaintৰ কার্যকলাপৰ সম্পর্কে তথ্য প্রদর্শন কৰে।
04:20 ই মেনু আইটেমৰ সম্পর্কেও প্রাসঙ্গিক তথ্য প্রদর্শন কৰে।
04:28 এতিয়া ডকুমেন্টেৰ বৈশিষ্ট্য সম্পর্কে ব্যাখ্যা কৰিম।
04:33 Document Properties উইন্ডো খুলিবলৈ,
04:37 File মেনুত টিপক।
04:39 Properties লৈ যাওক আৰু ইয়াত টিপক।
04:43 Document Properties উইন্ডো খোলে।
04:47 Document Properties উইন্ডোখন টানি আনি ইয়াৰ আকাৰ বৃদ্ধি কৰক।
04:53 Document Properties উইন্ডোত নিম্নলিখিত ফীল্ড আছে।
04:59 Title- ডকুমেন্টৰ শিৰোনাম হিসাবে “Propane” লিখক।
05:06 Author - name ফীল্ডত Madhuri লিখক।
05:14 Email - ইয়াক খালি ৰাখো।
05:17 History - এই ফীল্ডে ডকুমেন্টৰ Creation date দেখায়।
05:23 ই ডকুমেন্টৰ Revision date দেখায়।
05:28 ইয়াৰ মানে, ই ডকুমেন্টৰ পৰবর্তী সম্পাদিত তাৰিখো প্রদর্শন কৰে।
05:35 Theme- এইটোক GChemPaint হিসাবে ৰাখক।
05:39 Comments- এই ফীল্ডত, আমি ডকুমেন্ট সম্পর্কিত টেক্সট যুক্ত কৰিব পাৰো
05:46 যৌগৰ নাম আৰু তাৰ সূত্র লিখো।
05:51 Propane CH3-CH2-CH3
06:01 উইন্ডো বন্ধ কৰিবলৈ Close বোতামত টিপক।
06:05 তাৰপিছত টুলবক্স সম্পর্কে শিকো।
06:09 টুলবাক্সত বিভিন্ন টুলৰ বাবে বোতাম আছে।
06:14 টুলবক্স, সক্রিয় ডকুমেন্ট উইন্ডোৰ সৈতে প্রদর্শিত হয়।
06:20 এতিয়া টুলবাক্স বোতাম ব্যবহাৰ কৰি গঠন আকো.
06:25 প্রথমে "প্রোপেন" (Propane) এৰ গঠনটো আকো।
06:30 Propane হল CH3-CH2-CH3
06:36 এটা কার্বন চেইন আঁকিবলৈ টুল বাক্সৰপৰা Add a Chain টুল ব্যবহাৰ কৰক।
06:42 Add a Chain টুলত টিপক
06:45 আৰু তাৰপিছত Display area ত টিপক।
06:48 Display area ত কার্বন চেইন আঁকা হৈছে।
06:53 চেইনৰ স্থিতিবিন্যাস পৰিবর্তন কৰিবলৈ,
06:57 Add a Chain টুলত টিপক।
07:00 Display area ত, চেইনটো স্থিতিবিন্যাসৰ (orient) বাবে বাও মাউস বোতামটো টিপি ধৰি ৰাখক।
07:07 চেইনটোৰ দিশ স্থাপিত নোহোৱালৈকে বাও মাউস বোতাম এৰি নিদিব.
07:15 দিশ স্থাপনৰ পিছত বাও মাউস বোতাম এৰি দিয়ক।
07:20 আমি দেখো যে কার্বন চেন আকা হৈছে।
07:24 উল্লেখ্য যে আমি Display area ত ক্লিক কৰাত, চেইনৰ দৈর্ঘ্য আৰু স্থিতিবিন্যাস(orientation) স্থাপিত হয়।
07:33 এতিয়া চেইনৰ প্রতিটো অবস্থানত পৰমাণু প্রদর্শন কৰো।
07:39 ইয়াত পৰমাণু প্রদর্শনৰ বাবে ৩ টা স্থান আছে।
07:43 প্রথম স্থানত সো ক্লিক কৰক।
07:47 এটা সাবমেনু খোলে।
07:49 সেই অবস্থানত পৰমাণু প্রদর্শন কৰিবলৈ Atom নির্বাচন কৰি তাৰপিছত Display symbol ত ক্লিক কৰক
07:59 একেইভাবে, সকলো অবস্থানত পৰমাণু প্রদর্শন কৰক।
08:04 সো ক্লিক কৰি Atom নির্বাচন কৰক।
08:07 Display symbol ত টিপক।
08:12 ইয়াতে “Propane” ৰ গঠন আকা হৈছে।
08:17 পিছত একেই উইন্ডোতে Pentane এৰ গঠন আকো।
08:23 Add a Chain টুলত টিপক।
08:26 তাৰপিছত Display area ত টিপক।
08:29 চেইনৰ দৈর্ঘ্য বৃদ্ধি কৰিবলৈ, বাও মাউস বোতাম ধৰি ৰাখি কার্সাৰদাল টানি আনক।
08:36 পছন্দৰ দিশৰ ফালে স্থিতিবিন্যাস পৰিবর্তন কৰক আৰু বাও মাউস বোতাম এৰি দিয়ক।
08:43 সকলো অবস্থানত পৰমাণু প্রদর্শন কৰক।
08:47 ইয়াত পৰমাণু প্রদর্শন কৰিবলৈ 5 টা স্থান আছে।
08:52 প্রথম স্থানত পৰমাণু প্রদর্শন কৰিবলৈ সো ক্লিক কৰক. এটা সাবমেনু খোলে।
08:58 Atoms নির্বাচন কৰি তাৰপিছত Display symbolত টিপক।
09:03 একেইভাবে সকলো স্থানত পৰমাণু প্রদর্শন কৰো।
09:17 ইয়াতে Pentane এৰ গঠনটো আঁকা হৈছে।
09:21 ফাইলটো সংৰক্ষণ কৰো।
09:24 File ত গৈ Save as বাছক।
09:27 Save As ডায়লগ বক্স খোলে।
09:30 File type এৰ বাবে, ড্রপ ডাউন অ্যাৰোত টিপক।
09:35 বিভিন্ন সংৰক্ষণৰ ফৰম্যাট দেখা যায়।
09:39 2D Chemical structure নির্বাচন কৰক।
09:43 ফাইলৰ নাম হিসাবে লিখক propane.gchempaint
09:52 আৰু Save বোতামত টিপক।
09:55 ফাইলটো .gchempaint এক্সটেনশন সহ সংৰক্ষিত হয়।
10:00 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
10:04 সংক্ষেপে,
10:06 এই টিউটোৰিয়েলত আমি শিকিছো,
10:09 GChemPaint সম্পর্কে।
10:10 ব্যবহাৰ আৰু উপকাৰিতা।
10:12 সংস্থাপন (Installation )
10:14 এটা নতুন ফাইল খোলা।
10:16 মেনুবাৰ, টুলবাৰ আৰু স্টেটাস বাৰ।
10:20 আমি আৰু শিকিছো,
10:23 ডিসপ্লে এৰিয়া।
10:25 ডকুমেন্টৰ বৈশিষ্ট্য। টুল বাক্স ব্যবহাৰ কৰা আৰু
10:28 .gchempaint এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা।
10:33 নির্দেশিত কাম হিসাবে
10:36 1. n-hexane আৰু n-octane ৰ গঠন আঁকা।
10:41 2. স্থিতিবিন্যাস (orientation ) পৰিবর্তন কৰা।
10:43 3. প্রতিটো অবস্থানত পৰমাণু প্রদর্শন কৰা।
10:47 নির্দেশিত কাৰ্জৰ আউটপুট এনেধৰনে হোৱা উচিত।
10:53 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
10:57 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
11:00 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
11:05 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
11:07 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
11:10 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
11:14 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
11:21 স্পোকেন টিউটোৰিয়াল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
11:26 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
11:34 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
11:40 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya