GChemPaint/C3/Aromatic-Molecular-Structures/Assamese

From Script | Spoken-Tutorial
Revision as of 08:47, 22 February 2017 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল.
00:02 GChemPaint Aromatic Molecular Structures'এই টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত, আমি শিকিম
00:10 CyclohexaneCyclohexeneইয়ালৈলৈ ৰুপান্তৰ কৰা
00:13 "Cyclohexene'Benzene লৈ ৰুপান্তৰ কৰ
00:16 'Benzene ringHydrogenক অন্য পৰমাণুবোৰৰ সৈতে প্ৰতিস্হাপিত(বিকল্প) কৰা
00:20 Benzene ring'Hydrogenক অন্য পৰমাণুবোৰৰ দলৰ সৈতে প্ৰতিস্হাপিত (বিকল্প) কৰা
00:24 দুই অণুক মার্জ কৰা
00:26 ইয়াত আমি ব্যবহাৰ কৰিছো
00:28 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04.
00:32 'GChemPaint' সংস্কৰণ 0.12.10.
00:37 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনি
00:41 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00:44 যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট দৰ্শন কৰক.
00:50 আমি এটা নতুন 'GChemPaint' আবেদন খোলিছো.
00:54 আমি প্রথমে ' Display areaত ছয় সদস্য থকা চক্র(cycle) যোগ কৰো.
00:59 Add a six membered cycle টুলত ক্লিক কৰক.
01:02 Display areaত ক্লিক কৰক.
01:04 Add a bond or change the multiplicity of the existing one টুলত 'ক্লিক কৰক' '
01:10 চক্রৰ প্রতিটো কোণত দুটা বন্ড যোগ কৰক.
01:14 বন্ডবোৰক এনেধৰনে অবস্থান কৰক যাতে কোনো দুটা বন্ড ইটো সিটোক স্পর্শ নকৰে.
01:19 এনে কৰাৰ বাবে, বন্ডক ক্লিক কৰি আৰু সঠিক অবস্থানৰলৈ টানক.
01:24 চক্রৰ সকলো কোণত ' Carbon পৰমাণুক প্রদর্শন কৰা যাওক.
01:28 কোণত কোনো এটা স্হানত সো ক্লিক কৰক.
01:31 এটা ' submenu' প্রদর্শিত হয়.
01:33 ' Atom এটা নির্বাচন কৰক আৰু তাৰপিছত ' Display symbolত ক্লিক কৰক.
01:36 তেনেভাবে, চক্রৰ সকলো কোণত ' Carbon পৰমাণু যোগ কৰক.
01:42 বন্ডলৈ 'Hydrogen পৰমাণু যোগ কৰিবলৈ, কীবোর্ডত H প্রেস কৰক.
01:47 Add or modify an atom' টুলত ক্লিক কৰক.
01:51 সকলো বন্ডৰ অবস্থানত ক্লিক কৰক.
01:54 আকৌ ইয়ালৈ চাওক যে, কোনো দুটা 'hydrogens' ইটো সিটোক যাতে ওভাৰল্যাপ নকৰে.
01:59 প্রাপ্ত গঠনটো গৈছে '(C6H12) CYCLOHEXANE' .
02:04 গঠনটোক কপি আৰু পেস্ট কৰা যাওক.
02:07 গঠনটো নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক.
02:10 গঠনটো কপি কৰিবলৈ 'Ctrl + C প্রেস কৰক আৰু গঠনটো পেস্ট কৰিবলৈ 'Ctrl + V' প্রেস কৰক
02:15 আমি দ্বিতীয় Cyclohexane গঠনক Cyclohexeneলৈ ৰুপান্তৰ কৰো.
02:19 Eraser ' টুলত ক্লিক কৰক.
02:22 প্রতিটো সংলগ্ন ' 'carbon পৰমাণুৰ পৰা এটা 'Hydrogen bond অতৰুৱাই দিয়ক
02:27 Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক
02:33 তাৰপিছত মুছি পেলোৱা Hydrogen bonds'ৰ মাজত থকা বন্ডত ক্লিক কৰক.
02:37 এটা ডবল বন্ড গঠিত হয়.
02:40 প্রাপ্ত গঠনটো হল 'Cyclohexene (C6H10)'
02:44 আমি "'Cyclohexene' 'Cyclohexadiene' ৰ লৈ ৰুপান্তৰ কৰো আৰু তাৰপিছত Benzeneলৈ ৰুপান্তৰ কৰো.
02:51 নিশ্চিত কৰক যে current element Carbon হয়.
02:56 ' Eraser টুলত ক্লিক কৰক.
02:58 প্রতিটো সংলগ্ন Carbon পৰমাণুৰ পৰা এটা 'Hydrogen ' বন্ড মুছি দিয়ক.
03:03 Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
03:09 তাৰপিছত মুছি পেলোৱা Hydrogen bonds'ৰ মাজত থকা বন্ডত ক্লিক কৰক.
03:13 এটা দ্বিতীয় ডবল বন্ড গঠিত হয়.
03:16 প্রাপ্ত গঠটো হল 'Cyclohexadiene (C6H8)' '.
03:22 সেইভাবে, তৃতীয় ডবল বন্ড গঠনৰ বাবে প্রক্রিয়াটো পুনৰাবৃত্তি কৰা যাওক.
03:28 প্রাপ্ত গঠনটো হল' 'Benzene(C6H6)'
03:33 এটা নিয়োগ হিসাবে.
03:35 Cyclobutane ৰ গঠনটো আকক আৰু 'Cyclobutadiene' ৰ লৈ ৰুপান্তৰ কৰক
03:39 'Cyclopentane' ৰ গঠনটো আকক আৰু 'Cyclopentadiene' ৰ লৈ ৰুপান্তৰ কৰক
03:45 অাপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনে হোৱা উচিত.
03:49 ইয়াৰ পিছত আমি ' Benzene 'ডিৰাইভেটিভস সম্পর্কে শিকো.
03:53 বিভিন্ন ৰাসায়নিক যৌগ আহৰণ কৰিবলৈ, Benzene'Functional groupsHydrogens ক প্রতিস্থাপন কৰিব পাৰে
03:59 Functional groups'' যি Hydrogens ক প্রতিস্থাপন কৰিব পাৰে সেইয়া হৈছে
04:02 fluoro(F),
04:03 methyl(CH3),
04:04 nitro(NO2),
04:05 hydroxy(OH) আৰু
04:06 অন্যন্য.
04:08 আমি Display areaBenzene গঠনক দুবাৰকে কপি আৰু পেস্ট কৰো.
04:13 Benzene গঠনক নির্বাচন কৰিবলৈ Select one or more objects টোলত ক্লিক কৰক
04:18 কপি কৰিবলৈ CTRL+C টিপক আৰু গঠনটো দুবাৰকে পেস্ট কৰিবলৈ CTRL+V টিপক .
04:24 প্ৰথম Benzene গঠনৰ HydrogenFluorine পৰমাণু সৈতে প্ৰতিস্হাপন কৰো
04:30 কীবোর্ডত F প্রেস কৰক.
04:32 Add or modify an atom টুলত ক্লিক কৰক.
04:35 ইয়াক Fluorineৰ সৈতে প্রতিস্থাপন কৰিবলৈ Hydrogen ত ক্লিক কৰক
04:40 প্রাপ্ত গঠনটো হয় 'Fluorobenzene' .
04:44 ইয়াৰ পিছত, দ্বিতীয় BenzeneHydrogenক পৰমাণুৰ দলৰ সৈতে প্রতিস্থাপন কৰা যাওক.
04:50 Add or modify a group of atoms টুলত ক্লিক কৰক.
04:54 কোনো এটা 'Hydrogens' ত ক্লিক কৰক.
04:57 লক্ষ্য কৰক যে Hydrogenটো এটা জিলিকা থকা কার্সাৰ সৈতে এটা সেউজীয়া বক্সত আছে.
05:03 এটা methyl' দলৰ সৈতে Hydrogenক প্ৰতিস্থাপিত কৰা যাওক.
05:06 Hydrogen অতৰাওক আৰু ' আৰু টাইপ কৰক ডাঙৰ আখৰত 'C H' আৰু 3 .
05:12 'Display area'ৰ কোনো এটা জাগাত ক্লিক কৰক.
05:15 প্রাপ্ত গঠনটো হৈছে "Methyl benzene'.
05:19 তৃতীয়' Benzene'Hydrogennitro 'গ্ৰুপৰ সৈতে প্ৰতিস্থাপিত কৰা যাওক.
05:24 কোনো এটা 'Hydrogensত ক্লিক কৰক.
05:27 Hydrogen অতৰাওক আৰু টাইপ কৰক ডাঙৰ আখৰত N O 2 .
05:32 প্রাপ্ত গঠনটো হৈছে Nitrobenzene.
05:36 Benzene ringCarbon ৰ অবস্থানটো চাও.
05:40 Benzeneত চইটা Carbon পৰমাণুবোৰ 1ৰ পৰা 6 সংখ্যা লৈ নির্ধাৰণ কৰা হয়.
05:45 Hydrogen প্রতিস্থাপিত কৰাৰ আগেই সমস্ত ছইটা অবস্থান সমতুল্য হয়.
05:51 'যেতিয়া Hydrogen' এটা functional গ্রুপ দ্বাৰা প্রতিস্থাপিত হয়, তেতিয়া ৰিংৰ Electron densityসলনি হয়.
05:57 Electron density'Substituent' উপৰত নির্ভৰশীল হয়.
06:01 Benzeneৰ এটা mono-substituted' যৌগিক পদার্থ এইধৰনৰ অবস্থানত প্ৰতিস্হাপিত কৰিব পাৰি. যেনে :
06:06 1 আৰু 4 'Para হিসাবে.
06:09 2 আৰু 6 Ortho ' হিসাবে
06:12 3 আৰু 5 Metaহিসাবে
06:15 এতিয়া Methylbenzene' গঠনক অনয় এটা methyl গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰিছো .
06:20 'Add or modify a group of atoms টুলত ক্লিক কৰক.
06:24 ৰিংৰ দ্বিতীয় 'Hydrogen' অবস্থানত ক্লিক কৰক.
06:28 সেইজীয়া বাক্সত থকা Hydrogenmethyl গ্ৰোপৰ সৈতে প্রতিস্থাপন কৰাৰ বাবে,
06:32 টাইপ কৰক ডাঙৰ আখৰত C H 3'.
06:35 প্ৰাপ্ত নতুন গঠনটো হৈছে ortho-Xylene.
06:39 এটা 'carboxy' গ্ৰোপৰ সৈতে Nitrobenzeneক প্ৰতিস্হাপিত কৰক.
06:44 ৰিংৰ চতুর্থ 'Hydrogen ৰ অবস্থানত ক্লিক কৰক.
06:48 সেইজীয়া বাক্সত থকা Hydrogen ক 'Carboxy গ্ৰোপৰ সৈতে প্রতিস্থাপন কৰাৰ বাবে,
06:52 টাইপ কৰক ডাঙৰ আখৰত C O O H
06:57 প্রাপ্ত নতুন গঠনটো হৈছে para-Nitrobenzoic acid'.
07:02 প্রক্রিয়াটো বাতিল কৰিবলৈ "'CTRL+Z' প্রেস কৰক
07:05 Nitrobenzeneৰ তৃতীয় Hydrogen অবস্থানক এটা nitro গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰক.
07:11 ' Hydrogen অতৰুবাওক আৰু টাইপ কৰক ডাঙৰ আখৰত N O 2
07:17 প্রাপ্ত নতুন গঠনটো হৈছে meta-Dinitrobenzene.
07:22 ইয়াতে এটা নিয়োগ আছে.
07:24 সাতটা Benzene ৰ আকাৰ আকক.
07:25 কোনো এটা Hydrogens ক :
07:28 'Bromo' ৰ সৈতে ' প্রথম ' 'Benzene
07:30 iodoৰ সৈতে ' দ্বিতীয় Benzene
07:32 hydroxyৰ সৈতে তৃতীয় Benzene
07:34 amino সৈতে চতুর্থ Benzene
07:36 'ethyl সৈতে পঞ্চম Benzeneক প্ৰতিস্থাপন কৰক
07:39 আৰু প্রতিস্থাপন কৰক:
 ষষ্ঠ  'Benzeneৰ  দুটা HydrogensChlorine পৰমাণুৰ সৈতে. 
07:44 সপ্তম 'Benzeneৰ প্রথম আৰু চতুর্থ Hydrogenৰ অবস্থানক 'carboxy' গ্ৰোপৰ সৈতে প্রতিস্থাপন কৰাক.
07:51 আপোনাৰ সমাপ্ত নিয়োগ এনেধৰনে হোৱা উচিত.
07:55 এতিয়া, দুটা গঠনক একেলগ কৰা শিকো.
07:57 এখন উইন্ডো খুলক.
08:00 নিশ্চিত কৰক যে current element '(বর্তমান উপাদান) ' Carbon হয়.
08:04 Add a four membered cycle' টুলত ক্লিক কৰক.
08:07 Display area ত দুইবাৰ ক্লিক কৰক.
08:10 Select one or more objects টুলত ক্লিক কৰক.
08:14 দ্বিতীয় গঠনত ক্লিক কৰক.
08:16 ইয়াক টানি আনি আৰু প্রথম গঠনৰ উচৰত ৰাখক
08:20 যাতে সিহতে ইটো সিটোক স্পর্শ কৰে.
08:23 গঠনটো নির্বাচন কৰিবলৈ CTRL+A প্রেস কৰক
08:26 Merge two molecules ' টুলটো সক্রিয় হৈ ওঠে.
08:30 অণুবোৰ একেলগ কৰিবলৈ Merge two molecules ' টুলত ক্লিক কৰক.
08:34 একেলগ হোৱাটো চাবলৈ গঠনটো টানি আনক.
08:38 আমি শিকাখিনিক সংক্ষেপ কৰো.
08:41 এই টিউটো ৰিয়েলত, আমি শিকিছো
08:43 CyclohexaneCyclohexeneলৈ ৰুপান্তৰ কৰা
08:46 'CyclohexeneBenzeneলৈ ৰুপান্তৰ কৰা
08:49 BenzeneHydrogenfluoro, methyl, nitro আৰু carboxy গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰক.
08:55 দুটা four membered চাইকেলক একেলগ কৰক.
08:58 ইয়াতে এটা নিয়োগ আছে.
09:00 Benzeneৰ দুটা অণু একেলগ কৰক
09:02 দুটা 'Pentane' 'ৰ' গঠন
09:04 'Cyclopentane' আৰু 'Cyclohexane অণু.
09:08 আপোনাৰ সমাপ্ত নিয়োগ এনেধৰনে হোৱা উচিত.
09:12 তলৰ সংযোগত থকা ভিদিয়'তো চাওক
09:15 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:19 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:23 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:27 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:31 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:37 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:41 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:48 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:53 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
09:57 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble