GChemPaint/C3/Aromatic-Molecular-Structures/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. GChemPaint ত Aromatic Molecular Structures'এই টিউটোৰিয়েললৈ স্বাগতম. |
| 00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
| 00:10 | Cyclohexaneক Cyclohexeneইয়ালৈলৈ ৰুপান্তৰ কৰা |
| 00:13 | "Cyclohexene'ক Benzene লৈ ৰুপান্তৰ কৰ |
| 00:16 | 'Benzene ringৰ Hydrogenক অন্য পৰমাণুবোৰৰ সৈতে প্ৰতিস্হাপিত(বিকল্প) কৰা |
| 00:20 | Benzene ring'ৰ Hydrogenক অন্য পৰমাণুবোৰৰ দলৰ সৈতে প্ৰতিস্হাপিত (বিকল্প) কৰা |
| 00:24 | দুই অণুক মার্জ কৰা |
| 00:26 | ইয়াত আমি ব্যবহাৰ কৰিছো |
| 00:28 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04. |
| 00:32 | 'GChemPaint' সংস্কৰণ 0.12.10. |
| 00:37 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনি |
| 00:41 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব |
| 00:44 | যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট দৰ্শন কৰক. |
| 00:50 | আমি এটা নতুন 'GChemPaint' আবেদন খোলিছো. |
| 00:54 | আমি প্রথমে ' Display areaত ছয় সদস্য থকা চক্র(cycle) যোগ কৰো. |
| 00:59 | Add a six membered cycle টুলত ক্লিক কৰক. |
| 01:02 | Display areaত ক্লিক কৰক. |
| 01:04 | Add a bond or change the multiplicity of the existing one টুলত 'ক্লিক কৰক' ' |
| 01:10 | চক্রৰ প্রতিটো কোণত দুটা বন্ড যোগ কৰক. |
| 01:14 | বন্ডবোৰক এনেধৰনে অবস্থান কৰক যাতে কোনো দুটা বন্ড ইটো সিটোক স্পর্শ নকৰে. |
| 01:19 | এনে কৰাৰ বাবে, বন্ডক ক্লিক কৰি আৰু সঠিক অবস্থানৰলৈ টানক. |
| 01:24 | চক্রৰ সকলো কোণত ' Carbon পৰমাণুক প্রদর্শন কৰা যাওক. |
| 01:28 | কোণত কোনো এটা স্হানত সো ক্লিক কৰক. |
| 01:31 | এটা ' submenu' প্রদর্শিত হয়. |
| 01:33 | ' Atom এটা নির্বাচন কৰক আৰু তাৰপিছত ' Display symbolত ক্লিক কৰক. |
| 01:36 | তেনেভাবে, চক্রৰ সকলো কোণত ' Carbon পৰমাণু যোগ কৰক. |
| 01:42 | বন্ডলৈ 'Hydrogen পৰমাণু যোগ কৰিবলৈ, কীবোর্ডত H প্রেস কৰক. |
| 01:47 | Add or modify an atom' টুলত ক্লিক কৰক. |
| 01:51 | সকলো বন্ডৰ অবস্থানত ক্লিক কৰক. |
| 01:54 | আকৌ ইয়ালৈ চাওক যে, কোনো দুটা 'hydrogens' ইটো সিটোক যাতে ওভাৰল্যাপ নকৰে. |
| 01:59 | প্রাপ্ত গঠনটো গৈছে '(C6H12) CYCLOHEXANE' . |
| 02:04 | গঠনটোক কপি আৰু পেস্ট কৰা যাওক. |
| 02:07 | গঠনটো নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক. |
| 02:10 | গঠনটো কপি কৰিবলৈ 'Ctrl + C প্রেস কৰক আৰু গঠনটো পেস্ট কৰিবলৈ 'Ctrl + V' প্রেস কৰক |
| 02:15 | আমি দ্বিতীয় Cyclohexane গঠনক Cyclohexeneলৈ ৰুপান্তৰ কৰো. |
| 02:19 | Eraser ' টুলত ক্লিক কৰক. |
| 02:22 | প্রতিটো সংলগ্ন ' 'carbon পৰমাণুৰ পৰা এটা 'Hydrogen bond অতৰুৱাই দিয়ক |
| 02:27 | Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক |
| 02:33 | তাৰপিছত মুছি পেলোৱা Hydrogen bonds'ৰ মাজত থকা বন্ডত ক্লিক কৰক. |
| 02:37 | এটা ডবল বন্ড গঠিত হয়. |
| 02:40 | প্রাপ্ত গঠনটো হল 'Cyclohexene (C6H10)' |
| 02:44 | আমি "'Cyclohexene' ক 'Cyclohexadiene' ৰ লৈ ৰুপান্তৰ কৰো আৰু তাৰপিছত Benzeneলৈ ৰুপান্তৰ কৰো. |
| 02:51 | নিশ্চিত কৰক যে current element Carbon হয়. |
| 02:56 | ' Eraser টুলত ক্লিক কৰক. |
| 02:58 | প্রতিটো সংলগ্ন Carbon পৰমাণুৰ পৰা এটা 'Hydrogen ' বন্ড মুছি দিয়ক. |
| 03:03 | Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক. |
| 03:09 | তাৰপিছত মুছি পেলোৱা Hydrogen bonds'ৰ মাজত থকা বন্ডত ক্লিক কৰক. |
| 03:13 | এটা দ্বিতীয় ডবল বন্ড গঠিত হয়. |
| 03:16 | প্রাপ্ত গঠটো হল 'Cyclohexadiene (C6H8)' '. |
| 03:22 | সেইভাবে, তৃতীয় ডবল বন্ড গঠনৰ বাবে প্রক্রিয়াটো পুনৰাবৃত্তি কৰা যাওক. |
| 03:28 | প্রাপ্ত গঠনটো হল' 'Benzene(C6H6)' |
| 03:33 | এটা নিয়োগ হিসাবে. |
| 03:35 | Cyclobutane ৰ গঠনটো আকক আৰু 'Cyclobutadiene' ৰ লৈ ৰুপান্তৰ কৰক |
| 03:39 | 'Cyclopentane' ৰ গঠনটো আকক আৰু 'Cyclopentadiene' ৰ লৈ ৰুপান্তৰ কৰক |
| 03:45 | অাপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনে হোৱা উচিত. |
| 03:49 | ইয়াৰ পিছত আমি ' Benzene 'ডিৰাইভেটিভস সম্পর্কে শিকো. |
| 03:53 | বিভিন্ন ৰাসায়নিক যৌগ আহৰণ কৰিবলৈ, Benzene'ত Functional groupsএ Hydrogens ক প্রতিস্থাপন কৰিব পাৰে |
| 03:59 | Functional groups'' যি Hydrogens ক প্রতিস্থাপন কৰিব পাৰে সেইয়া হৈছে |
| 04:02 | fluoro(F), methyl(CH3), nitro(NO2), hydroxy(OH) আৰু |
| 04:06 | অন্যন্য. |
| 04:08 | আমি Display areaত Benzene গঠনক দুবাৰকে কপি আৰু পেস্ট কৰো. |
| 04:13 | Benzene গঠনক নির্বাচন কৰিবলৈ Select one or more objects টোলত ক্লিক কৰক |
| 04:18 | কপি কৰিবলৈ CTRL+C টিপক আৰু গঠনটো দুবাৰকে পেস্ট কৰিবলৈ CTRL+V টিপক . |
| 04:24 | প্ৰথম Benzene গঠনৰ Hydrogenক Fluorine পৰমাণু সৈতে প্ৰতিস্হাপন কৰো |
| 04:30 | কীবোর্ডত F প্রেস কৰক. |
| 04:32 | Add or modify an atom টুলত ক্লিক কৰক. |
| 04:35 | ইয়াক Fluorineৰ সৈতে প্রতিস্থাপন কৰিবলৈ Hydrogen ত ক্লিক কৰক |
| 04:40 | প্রাপ্ত গঠনটো হয় 'Fluorobenzene' . |
| 04:44 | ইয়াৰ পিছত, দ্বিতীয় Benzene ৰ Hydrogenক পৰমাণুৰ দলৰ সৈতে প্রতিস্থাপন কৰা যাওক. |
| 04:50 | Add or modify a group of atoms টুলত ক্লিক কৰক. |
| 04:54 | কোনো এটা 'Hydrogens' ত ক্লিক কৰক. |
| 04:57 | লক্ষ্য কৰক যে Hydrogenটো এটা জিলিকা থকা কার্সাৰ সৈতে এটা সেউজীয়া বক্সত আছে. |
| 05:03 | এটা methyl' দলৰ সৈতে Hydrogenক প্ৰতিস্থাপিত কৰা যাওক. |
| 05:06 | Hydrogen অতৰাওক আৰু ' আৰু টাইপ কৰক ডাঙৰ আখৰত 'C H' আৰু 3 . |
| 05:12 | 'Display area'ৰ কোনো এটা জাগাত ক্লিক কৰক. |
| 05:15 | প্রাপ্ত গঠনটো হৈছে "Methyl benzene'. |
| 05:19 | তৃতীয়' Benzene' ৰ Hydrogen ক nitro 'গ্ৰুপৰ সৈতে প্ৰতিস্থাপিত কৰা যাওক. |
| 05:24 | কোনো এটা 'Hydrogensত ক্লিক কৰক. |
| 05:27 | Hydrogen অতৰাওক আৰু টাইপ কৰক ডাঙৰ আখৰত N O 2 . |
| 05:32 | প্রাপ্ত গঠনটো হৈছে Nitrobenzene. |
| 05:36 | Benzene ringত Carbon ৰ অবস্থানটো চাও. |
| 05:40 | Benzeneত চইটা Carbon পৰমাণুবোৰ 1ৰ পৰা 6 সংখ্যা লৈ নির্ধাৰণ কৰা হয়. |
| 05:45 | Hydrogen প্রতিস্থাপিত কৰাৰ আগেই সমস্ত ছইটা অবস্থান সমতুল্য হয়. |
| 05:51 | 'যেতিয়া Hydrogen' এটা functional গ্রুপ দ্বাৰা প্রতিস্থাপিত হয়, তেতিয়া ৰিংৰ Electron densityসলনি হয়. |
| 05:57 | Electron density'Substituent' উপৰত নির্ভৰশীল হয়. |
| 06:01 | Benzeneৰ এটা mono-substituted' যৌগিক পদার্থ এইধৰনৰ অবস্থানত প্ৰতিস্হাপিত কৰিব পাৰি. যেনে : |
| 06:06 | 1 আৰু 4 'Para হিসাবে. |
| 06:09 | 2 আৰু 6 Ortho ' হিসাবে |
| 06:12 | 3 আৰু 5 Metaহিসাবে |
| 06:15 | এতিয়া Methylbenzene' গঠনক অনয় এটা methyl গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰিছো . |
| 06:20 | 'Add or modify a group of atoms টুলত ক্লিক কৰক. |
| 06:24 | ৰিংৰ দ্বিতীয় 'Hydrogen' অবস্থানত ক্লিক কৰক. |
| 06:28 | সেইজীয়া বাক্সত থকা Hydrogen ক methyl গ্ৰোপৰ সৈতে প্রতিস্থাপন কৰাৰ বাবে, |
| 06:32 | টাইপ কৰক ডাঙৰ আখৰত C H 3'. |
| 06:35 | প্ৰাপ্ত নতুন গঠনটো হৈছে ortho-Xylene. |
| 06:39 | এটা 'carboxy' গ্ৰোপৰ সৈতে Nitrobenzeneক প্ৰতিস্হাপিত কৰক. |
| 06:44 | ৰিংৰ চতুর্থ 'Hydrogen ৰ অবস্থানত ক্লিক কৰক. |
| 06:48 | সেইজীয়া বাক্সত থকা Hydrogen ক 'Carboxy গ্ৰোপৰ সৈতে প্রতিস্থাপন কৰাৰ বাবে, |
| 06:52 | টাইপ কৰক ডাঙৰ আখৰত C O O H |
| 06:57 | প্রাপ্ত নতুন গঠনটো হৈছে para-Nitrobenzoic acid'. |
| 07:02 | প্রক্রিয়াটো বাতিল কৰিবলৈ "'CTRL+Z' প্রেস কৰক |
| 07:05 | Nitrobenzeneৰ তৃতীয় Hydrogen অবস্থানক এটা nitro গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰক. |
| 07:11 | ' Hydrogen অতৰুবাওক আৰু টাইপ কৰক ডাঙৰ আখৰত N O 2 |
| 07:17 | প্রাপ্ত নতুন গঠনটো হৈছে meta-Dinitrobenzene. |
| 07:22 | ইয়াতে এটা নিয়োগ আছে. |
| 07:24 | সাতটা Benzene ৰ আকাৰ আকক. |
| 07:25 | কোনো এটা Hydrogens ক : |
| 07:28 | 'Bromo' ৰ সৈতে ' প্রথম ' 'Benzene |
| 07:30 | iodoৰ সৈতে ' দ্বিতীয় Benzene |
| 07:32 | hydroxyৰ সৈতে তৃতীয় Benzene |
| 07:34 | aminoৰ সৈতে চতুর্থ Benzene |
| 07:36 | 'ethylৰ সৈতে পঞ্চম Benzeneক প্ৰতিস্থাপন কৰক |
| 07:39 | আৰু প্রতিস্থাপন কৰক:
ষষ্ঠ 'Benzeneৰ দুটা Hydrogensক Chlorine পৰমাণুৰ সৈতে. |
| 07:44 | সপ্তম 'Benzeneৰ প্রথম আৰু চতুর্থ Hydrogenৰ অবস্থানক 'carboxy' গ্ৰোপৰ সৈতে প্রতিস্থাপন কৰাক. |
| 07:51 | আপোনাৰ সমাপ্ত নিয়োগ এনেধৰনে হোৱা উচিত. |
| 07:55 | এতিয়া, দুটা গঠনক একেলগ কৰা শিকো. |
| 07:57 | এখন উইন্ডো খুলক. |
| 08:00 | নিশ্চিত কৰক যে current element '(বর্তমান উপাদান) ' Carbon হয়. |
| 08:04 | Add a four membered cycle' টুলত ক্লিক কৰক. |
| 08:07 | Display area ত দুইবাৰ ক্লিক কৰক. |
| 08:10 | Select one or more objects টুলত ক্লিক কৰক. |
| 08:14 | দ্বিতীয় গঠনত ক্লিক কৰক. |
| 08:16 | ইয়াক টানি আনি আৰু প্রথম গঠনৰ উচৰত ৰাখক |
| 08:20 | যাতে সিহতে ইটো সিটোক স্পর্শ কৰে. |
| 08:23 | গঠনটো নির্বাচন কৰিবলৈ CTRL+A প্রেস কৰক |
| 08:26 | Merge two molecules ' টুলটো সক্রিয় হৈ ওঠে. |
| 08:30 | অণুবোৰ একেলগ কৰিবলৈ Merge two molecules ' টুলত ক্লিক কৰক. |
| 08:34 | একেলগ হোৱাটো চাবলৈ গঠনটো টানি আনক. |
| 08:38 | আমি শিকাখিনিক সংক্ষেপ কৰো. |
| 08:41 | এই টিউটো ৰিয়েলত, আমি শিকিছো |
| 08:43 | Cyclohexane ক Cyclohexeneলৈ ৰুপান্তৰ কৰা |
| 08:46 | 'Cyclohexeneক Benzeneলৈ ৰুপান্তৰ কৰা |
| 08:49 | Benzene ৰ Hydrogenক fluoro, methyl, nitro আৰু carboxy গ্ৰোপৰ সৈতে প্ৰতিস্হাপন কৰক. |
| 08:55 | দুটা four membered চাইকেলক একেলগ কৰক. |
| 08:58 | ইয়াতে এটা নিয়োগ আছে. |
| 09:00 | Benzeneৰ দুটা অণু একেলগ কৰক |
| 09:02 | দুটা 'Pentane' 'ৰ' গঠন |
| 09:04 | 'Cyclopentane' আৰু 'Cyclohexane অণু. |
| 09:08 | আপোনাৰ সমাপ্ত নিয়োগ এনেধৰনে হোৱা উচিত. |
| 09:12 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক |
| 09:15 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 09:19 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 09:23 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 09:27 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 09:31 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
| 09:37 | স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 09:41 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 09:48 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 09:53 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |
| 09:57 | যোগদানৰ বাবে ধন্যবাদ। |