Drupal/C2/Creating-New-Content-Types/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Creating New Content Types ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম:
নতুন Content type বনোৱা আৰু Content type ত ফীল্ড যোগ কৰা। |
00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:29 | আমাৰ আগেই নির্মিত ওয়েবসাইটটি খুলো। |
00:34 | আমি জানো যে built-in Content types কি। এতিয়া কিছু কাস্টম Content types বনাও। |
00:41 | Content types এৰ পৰিচয় চাও। |
00:45 | আমি শিকিছো যে সকলোকিছু বডিত নৰাখাতো। |
00:49 | এতিয়া আমি শিকিম যে কাস্টম Content type কিভাবে বনায়। |
00:55 | আমি এটা Events Content type বনাও যি বিশ্বত হোৱা Drupal এৰ সকলো ইভেন্ট ট্রেক কৰে। |
01:02 | প্রথমে, কাগজত ডিসাইন কৰো যে এই Content type ক্যাপচাৰ কৰিবলৈ কি ফীল্ড এৰ প্রয়োজন। |
01:09 | এইটো Drupalত বনোৱাৰ পূর্ব সকলো নতুন Content types এৰ বাবে এইবোৰ কৰা এটা ভাল অভ্যাস। |
01:16 | Field Name, Field Type আৰু Purpose এৰ বাবে column সহ এটা টেবোল বনাওক। |
01:23 | সকলো Drupal নোডৰ ডিফল্টৰুপে সংজ্ঞায়িত Title আৰু Body ফীল্ড আছে। |
01:29 | Event Name এই ইভেন্ট এককভাবে চিহ্নিত কৰিবলৈ Title ফীল্ড হব পাৰে। |
01:36 | Event Descriptionক কিছু প্লেইন টেক্সট বিবৰণ দিবলৈ Body ফীল্ড হব পাৰে। |
01:43 | Event Logo ইভেন্টৰ কোনো বিশেষ লোগো প্রদর্শন কৰিবলৈএটা ইমেজ। |
01:50 | আমি Date টাইপৰ Event Date বিছাৰো যি ইভেন্টৰ আৰম্ভ আৰু শেষৰ তাৰিখ ক্যাপচাৰ কৰে। |
01:58 | ইভেন্টত পৃথক Event Website হব পাৰে যি এই Content type ত প্রদর্শিত হব এটা URL. |
02:07 | আমি এই টিউটোৰিয়েলত মাত্র এই পাঁচটা ফীল্ড দেখিম। পিছত আৰো দুটা ফীল্ড যোগ কৰাও শিকিম। |
02:17 | প্রতিটো ইভেন্ট User Group দ্বাৰা স্পন্সৰ হব। User Group আৰু এটা Content type হয়, আমি পিছৰ টিউটোৰিয়েলত এইটোক বনাম। |
02:27 | Entity Reference field ব্যবহাৰ কৰি ড্রুপালত দুটা ভিন্ন content types এৰ দুটা নোড যুক্ত কৰা হৈছে। |
02:35 | Event Topic এটা Taxonomy ফীল্ড যি বিভিন্ন কীওয়ার্ডৰ ইভেন্ট শ্রেণীভুক্ত কৰিবলৈ ব্যবহৃত হয়। |
02:44 | এতিয়া Structure ত টিপক আৰু তাৰপিছত Content types ত। |
02:50 | 2 মৌলিক Content types আছে। |
02:53 | নীল ৰঙৰ Add content type বোতামত টিপক। |
02:57 | আমি নতুন Content type ক Events বুলি কল কৰিম। |
03:02 | Description ত আমি লিখিম - This is where we track all the Drupal events from around the world. |
03:11 | আপোনি যি বিছাৰে সেই টেক্সট ইয়াতে লিখিব পাৰে। |
03:15 | Description, Content type পৃষ্ঠাত দেখাব। |
03:20 | আপোনি লক্ষ্য কৰিব যে Drupal এ ইয়াক Machine name দিছে। ইয়াত আমি এইটোক events নামেৰে দেখো। |
03:28 | Machine name মূলত ডেটাবেসত টেবোলৰ নাম যাক ড্রুপাল কনটেন্টে এসাইন কৰিছে। |
03:36 | Submission form settings ত, Title ক Event Name লৈ সলাওক। |
03:43 | Publishing optionsত,Create new revision ত এটা চেকমার্ক দিয়ক। |
03:49 | অর্থাৎ যেতিয়াই আমি নোড এডিট কৰো এটা নতুন সংস্কৰণ তৈয়াৰ হব। |
03:55 | অন্যান্য সেটিংস একেইৰকমে ৰাখক। Display author and date information অফ ৰাখক। |
04:02 | এইটো ইয়াৰ বাবে গুৰুত্বপূর্ণ নহয়. ইয়াতে এনে কিছু আছে যি সকলো Content type এৰ বাবে পৰামর্শ দিয়া হয়। |
04:09 | Menu settings ত টিপক। Available menus ত কোনো মেনু চেক থাকিলে তাক আনচেক কৰক। |
04:17 | এইটোৱে menu structureত হাজাৰ ইভেন্ট যোগ কৰাৰ পৰা কনটেন্ট এডিটৰক প্রতিৰোধ কৰিব। |
04:24 | এইটোৱে নিশ্চিত কৰে যে, মেনু আইটেমত ইভেন্ট জুড়াবলৈ অন্যৰ অনুমতি নাথাকে। |
04:31 | আমি পিছত ইভেন্ট যোগ কৰিবলৈ বিছাৰিলে আমি এইটোক নিজেই ম্যানুয়েলি কৰিবলৈ পাৰো। |
04:37 | Save and manage fields ত টিপক। |
04:40 | এবাৰ Events Content type সংৰক্ষিত হলে আমি Body ফীল্ড দেখিম। |
04:45 | সোফালে Editত টিপক। আৰু Label ক Event Descriptionলৈ সলাওক। |
04:55 | তলত Save settings বোতামত টিপক। |
04:59 | আমি Drupal ত প্রথম Custom Content type বনাইছো। |
05:04 | এইটো এতিয়া বেশ সীমাবদ্ধ। মূলত এটা Title আৰু Body, যি basic page এৰ নিচিনা। |
05:13 | ইয়াৰ পিছত কাগজৰ ডিসাইন অনুযায়ী আৰো অনেক ফীল্ড জুড়াম আৰু এইটোক অনেক সহায়ক হয়। |
05:23 | উপৰত Add field বোতামত টিপক। |
05:27 | Select a field type ড্রপ ডাউনত, Image চয়ন কৰক। Label ফীল্ড ত লিখক Event Logo. |
05:36 | Save and continue টিপক। |
05:39 | ইয়াতে বিছাৰিলে Choose file বোতামত টিপি এটা ডিফল্ট ইমেজ আপলোড কৰিবলৈ পাৰি। |
05:48 | আমি বিছাৰিলে ডিফল্ট Alternative text ও যোগ কৰিবলৈ পাৰো। |
05:54 | আমি প্রতিটো ইভেন্টৰ বাবে এটা লোগো নিশ্চিত কৰিম. Save field settings টিপক। |
06:02 | এতিয়া Event logo field এৰ বাবে সকলো সেটিংস সেট কৰিব লাগিব। |
06:07 | এইবোৰৰ অধিকাংশ প্রাসঙ্গিক আৰু field type ভিত্তিক। |
06:11 | content editors এৰ বাবে ইয়াতে হেল্প টেক্সট বা কিছু নির্দেশাবলী যোগ কৰিবলৈ পাৰি। |
06:18 | দৰকাৰী ফীল্ড এৰ বাবে বাক্স চেক কৰিবলৈ পাৰি, যাৰ মানে কনটেন্ট আইটেম বা নোড সংৰক্ষণ কৰা যাব নোৱাৰে যেতিয়ালৈকে এটা ইভেন্ট লোগো যুক্ত নহয়। |
06:30 | ইয়াতে অনুমোদিত ফাইল এক্সটেনশন সলাব পাৰি। ইয়াতে বিটম্যাপ যোগ নকৰাৰ পৰামৰ্শ দিয়া হয়। |
06:38 | ফাইল ডিৰেক্টৰি ডিফল্টৰুপে এটা বছৰ আৰু মাহ দ্বাৰা ভৰা আছে. কিন্তু প্রয়োজনত এইটোক সলাব পাৰি। |
06:47 | উদাহৰণস্বৰুপে, ইমেজৰ সৈতে বিভিন্ন Content types থাকিব পাৰে। |
06:53 | ইয়াৰ পিছত এটা প্রিফিক্স events জুড়াব পাৰে যাতে Events Content type এৰ সকলো ইমেজ এটা ফাইল ডিৰেক্টৰিত থাকে। |
07:04 | আমি যি নাম বিছাৰো ড্রুপালে তাক লেখাৰ অনুমতি দিয়ে. কিন্তু ইয়াৰ সৈতে সতর্ক থাকিব কাৰণ পিছলৈ এইটোক খুব সহজে সলাব নোৱাৰে। |
07:14 | আমি Maximum আৰু Minimum image resolution ও সেট কৰিব পাৰো আৰু Maximum upload size. |
07:21 | ইয়াত পৰিবর্তনৰ আগেই চিন্তা কৰক। ধৰক - আপোনি 2 বা 3 মেগাপিক্সেলৰ ইমেজ আপলোড কৰে। |
07:28 | WYSIWYG এডিটৰ ব্যবহাৰ কৰক। এইটোক কিছু শ পিক্সেললৈ কমাই দিয়ক। |
07:35 | ড্রুপাল এতিয়াও 2 মেগাপিক্সেল ইমেজ লোড কৰে আৰু এইটো সচায়েই হতাশজনক। |
07:41 | এইটো আৰো বেয়া হয় যদি মোবাইল ব্যবহৃত হয় আৰু ডেটা প্ল্যানত, হঠাৎ 2 মেগাবাইট ডাউনলোড কৰোৱাই যি ডাউনলোডৰ দৰকাৰ নাছিল। |
07:51 | আমি নিশ্চিত কৰিব লাগিব যে আপলোড কৰাৰ পূর্বে ইমেজ সঠিকভাবে সেট কৰিব লাগিব। |
07:57 | ইমেজৰ বৃহত্তম আকাৰ আৰু ইমেজৰ ক্ষুদ্রতম আকাৰ কি হোৱা উচিত? |
08:03 | বিশেষৰুপে Minimum Image resolution খুবেই গুৰুত্বপূর্ণ। |
08:08 | এই ফীল্ড বৃহত্তম ইমেজৰ আকাৰৰ তুলনাত সৰূ হোৱা উচিত নহয় যি চাব বিছাৰে। |
08:14 | এইটোৱে মূলৰ বাহিৰত ইমেজক স্কেলিং কৰিবলৈ ড্রুপালক বাধা দিব আৰু এইটোক পিক্সেলেটেড কৰে। |
08:21 | Maximum Image resolution সেট কৰক ধৰক 1000 x 1000. |
08:26 | Minimum Image resolution সেট কৰক ধৰক 100 x 100. |
08:31 | তাৰপিছত সর্বোচ্চ আপলোডৰ আকাৰ 80 কিলোবাইট কৰক। |
08:36 | ড্রুপালে এই ইমেজক 1000 by 1000 আকাৰত সঙ্কুচিত কৰিব আৰু এইটোক 80 কিলোবাইট কৰিব। |
08:44 | নহলে Drupal এ ইমেজক বাতিল কৰিব। |
08:48 | এইটোক 600 by 600 কৰা অধিক ভাল যি অধিক যুক্তিসঙ্গত আকাৰ। |
08:56 | আমি Enable Alt field আৰু Alt field required চেকবাক্সত ছেক কৰিম। |
09:02 | তাৰপিছত Save settingsত টিপক। |
09:05 | Content typeৰ বাবে Event Logo ফীল্ড আছে। |
09:09 | Add field ত টিপি আৰু এটা ফীল্ড যোগ কৰো। |
09:12 | Add a new field ড্রপ-ডাউনত Link চয়ন কৰক। Label ফীল্ড ত লিখক Event Website. |
09:22 | Save and continue টিপক। |
09:25 | অবিলম্বে, Allowed number of values উল্লেখ কৰাৰ অনুৰোধ আহে। ইয়াতে মাত্ৰ 1 ভ্যালু থাকিব। |
09:34 | Save Field Setting টিপক। আকৌ এবাৰ এই পর্দা Link ফীল্ড এৰ বাবে প্রাসঙ্গিক সেটিংস দিয়ে। |
09:43 | Allowed Link type ত এই বিকল্প আছে
Internal links only External links only আৰু Both internal and external links. |
09:54 | ইয়াৰ পিছত Allow link text ক Disabled, Optional or Required নির্দিষ্ট কৰিবলৈ পাৰি। |
10:04 | এতিয়া এইটোক Optional ৰাখিম আৰু চাও এইটো কিভাবে কাম কৰে। |
10:09 | আগোৱাই গৈ Save settings টিপক। আকৌ এবাৰ Add field টিপক। |
10:15 | এইবাৰ আমি Date field চয়ন কৰিম। |
10:20 | Label হিসাবে Event Date লিখক। |
10:24 | Save and continue টিপক। |
10:26 | এতিয়া ইয়াৰ ভ্যালু 1 ৰাখিম। Date type ড্রপ-ডাউনত Date only বিকল্প চয়ন কৰক। |
10:34 | Save field settings টিপক। আকৌ এবাৰ আমি প্রাসঙ্গিক সেটিংস পৃষ্ঠা পাও। |
10:43 | ইয়াতে Default date ক Current dateত সলাব পাৰি। |
10:47 | Save settings টিপক। |
10:49 | ইয়াতে যোগ কৰাৰ আৰো দুটা ফীল্ড আছে কিন্তু আমি সিহতক যোগ কৰা নাই। |
10:55 | আমি এইটোক আসন্ন টিউটোৰিয়েলত কৰিম. ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
11:03 | সংক্ষিপ্তকৰণ কৰো, এই টিউটোৰিয়েলত আমি শিকিছো নতুন Content type বনোৱা আৰু Content typeত ফীল্ড যোগ কৰা। |
11:28 | এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
11:39 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
11:46 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
11:55 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
12:09 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |