Drupal/C2/Creating-New-Content-Types/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Creating New Content Types ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:নতুন Content type বনোৱা আৰু Content type ত ফীল্ড যোগ কৰা।
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:উবুন্টু অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:29 আমাৰ আগেই নির্মিত ওয়েবসাইটটি খুলো।
00:34 আমি জানো যে built-in Content types কি। এতিয়া কিছু কাস্টম Content types বনাও।
00:41 Content types এৰ পৰিচয় চাও।
00:45 আমি শিকিছো যে সকলোকিছু বডিত নৰাখাতো।
00:49 এতিয়া আমি শিকিম যে কাস্টম Content type কিভাবে বনায়।
00:55 আমি এটা Events Content type বনাও যি বিশ্বত হোৱা Drupal এৰ সকলো ইভেন্ট ট্রেক কৰে।
01:02 প্রথমে, কাগজত ডিসাইন কৰো যে এই Content type ক্যাপচাৰ কৰিবলৈ কি ফীল্ড এৰ প্রয়োজন।
01:09 এইটো Drupalত বনোৱাৰ পূর্ব সকলো নতুন Content types এৰ বাবে এইবোৰ কৰা এটা ভাল অভ্যাস।
01:16 Field Name, Field Type আৰু Purpose এৰ বাবে column সহ এটা টেবোল বনাওক।
01:23 সকলো Drupal নোডৰ ডিফল্টৰুপে সংজ্ঞায়িত Title আৰু Body ফীল্ড আছে।
01:29 Event Name এই ইভেন্ট এককভাবে চিহ্নিত কৰিবলৈ Title ফীল্ড হব পাৰে।
01:36 Event Descriptionক কিছু প্লেইন টেক্সট বিবৰণ দিবলৈ Body ফীল্ড হব পাৰে।
01:43 Event Logo ইভেন্টৰ কোনো বিশেষ লোগো প্রদর্শন কৰিবলৈএটা ইমেজ।
01:50 আমি Date টাইপৰ Event Date বিছাৰো যি ইভেন্টৰ আৰম্ভ আৰু শেষৰ তাৰিখ ক্যাপচাৰ কৰে।
01:58 ইভেন্টত পৃথক Event Website হব পাৰে যি এই Content type ত প্রদর্শিত হব এটা URL.
02:07 আমি এই টিউটোৰিয়েলত মাত্র এই পাঁচটা ফীল্ড দেখিম। পিছত আৰো দুটা ফীল্ড যোগ কৰাও শিকিম।
02:17 প্রতিটো ইভেন্ট User Group দ্বাৰা স্পন্সৰ হব। User Group আৰু এটা Content type হয়, আমি পিছৰ টিউটোৰিয়েলত এইটোক বনাম।
02:27 Entity Reference field ব্যবহাৰ কৰি ড্রুপালত দুটা ভিন্ন content types এৰ দুটা নোড যুক্ত কৰা হৈছে।
02:35 Event Topic এটা Taxonomy ফীল্ড যি বিভিন্ন কীওয়ার্ডৰ ইভেন্ট শ্রেণীভুক্ত কৰিবলৈ ব্যবহৃত হয়।
02:44 এতিয়া Structure ত টিপক আৰু তাৰপিছত Content types ত।
02:50 2 মৌলিক Content types আছে।
02:53 নীল ৰঙৰ Add content type বোতামত টিপক।
02:57 আমি নতুন Content type ক Events বুলি কল কৰিম।
03:02 Description ত আমি লিখিম - This is where we track all the Drupal events from around the world.
03:11 আপোনি যি বিছাৰে সেই টেক্সট ইয়াতে লিখিব পাৰে।
03:15 Description, Content type পৃষ্ঠাত দেখাব।
03:20 আপোনি লক্ষ্য কৰিব যে Drupal এ ইয়াক Machine name দিছে। ইয়াত আমি এইটোক events নামেৰে দেখো।
03:28 Machine name মূলত ডেটাবেসত টেবোলৰ নাম যাক ড্রুপাল কনটেন্টে এসাইন কৰিছে।
03:36 Submission form settings ত, Title ক Event Name লৈ সলাওক।
03:43 Publishing optionsত,Create new revision ত এটা চেকমার্ক দিয়ক।
03:49 অর্থাৎ যেতিয়াই আমি নোড এডিট কৰো এটা নতুন সংস্কৰণ তৈয়াৰ হব।
03:55 অন্যান্য সেটিংস একেইৰকমে ৰাখক। Display author and date information অফ ৰাখক।
04:02 এইটো ইয়াৰ বাবে গুৰুত্বপূর্ণ নহয়. ইয়াতে এনে কিছু আছে যি সকলো Content type এৰ বাবে পৰামর্শ দিয়া হয়।
04:09 Menu settings ত টিপক। Available menus ত কোনো মেনু চেক থাকিলে তাক আনচেক কৰক।
04:17 এইটোৱে menu structureত হাজাৰ ইভেন্ট যোগ কৰাৰ পৰা কনটেন্ট এডিটৰক প্রতিৰোধ কৰিব।
04:24 এইটোৱে নিশ্চিত কৰে যে, মেনু আইটেমত ইভেন্ট জুড়াবলৈ অন্যৰ অনুমতি নাথাকে।
04:31 আমি পিছত ইভেন্ট যোগ কৰিবলৈ বিছাৰিলে আমি এইটোক নিজেই ম্যানুয়েলি কৰিবলৈ পাৰো।
04:37 Save and manage fields ত টিপক।
04:40 এবাৰ Events Content type সংৰক্ষিত হলে আমি Body ফীল্ড দেখিম।
04:45 সোফালে Editত টিপক। আৰু Label ক Event Descriptionলৈ সলাওক।
04:55 তলত Save settings বোতামত টিপক।
04:59 আমি Drupal ত প্রথম Custom Content type বনাইছো।
05:04 এইটো এতিয়া বেশ সীমাবদ্ধ। মূলত এটা Title আৰু Body, যি basic page এৰ নিচিনা।
05:13 ইয়াৰ পিছত কাগজৰ ডিসাইন অনুযায়ী আৰো অনেক ফীল্ড জুড়াম আৰু এইটোক অনেক সহায়ক হয়।
05:23 উপৰত Add field বোতামত টিপক।
05:27 Select a field type ড্রপ ডাউনত, Image চয়ন কৰক। Label ফীল্ড ত লিখক Event Logo.
05:36 Save and continue টিপক।
05:39 ইয়াতে বিছাৰিলে Choose file বোতামত টিপি এটা ডিফল্ট ইমেজ আপলোড কৰিবলৈ পাৰি।
05:48 আমি বিছাৰিলে ডিফল্ট Alternative text ও যোগ কৰিবলৈ পাৰো।
05:54 আমি প্রতিটো ইভেন্টৰ বাবে এটা লোগো নিশ্চিত কৰিম. Save field settings  টিপক।
06:02 এতিয়া Event logo field এৰ বাবে সকলো সেটিংস সেট কৰিব লাগিব।
06:07 এইবোৰৰ অধিকাংশ প্রাসঙ্গিক আৰু field type ভিত্তিক।
06:11 content editors এৰ বাবে ইয়াতে হেল্প টেক্সট বা কিছু নির্দেশাবলী যোগ কৰিবলৈ পাৰি।
06:18 দৰকাৰী ফীল্ড এৰ বাবে বাক্স চেক কৰিবলৈ পাৰি, যাৰ মানে কনটেন্ট আইটেম বা নোড সংৰক্ষণ কৰা যাব নোৱাৰে যেতিয়ালৈকে এটা ইভেন্ট লোগো যুক্ত নহয়।
06:30 ইয়াতে অনুমোদিত ফাইল এক্সটেনশন সলাব পাৰি। ইয়াতে বিটম্যাপ যোগ নকৰাৰ পৰামৰ্শ দিয়া হয়।
06:38 ফাইল ডিৰেক্টৰি ডিফল্টৰুপে এটা বছৰ আৰু মাহ দ্বাৰা ভৰা আছে. কিন্তু প্রয়োজনত এইটোক সলাব পাৰি।
06:47 উদাহৰণস্বৰুপে, ইমেজৰ সৈতে বিভিন্ন Content types থাকিব পাৰে।
06:53 ইয়াৰ পিছত এটা প্রিফিক্স events জুড়াব পাৰে যাতে Events Content type এৰ সকলো ইমেজ এটা ফাইল ডিৰেক্টৰিত থাকে।
07:04 আমি যি নাম বিছাৰো ড্রুপালে তাক লেখাৰ অনুমতি দিয়ে. কিন্তু ইয়াৰ সৈতে সতর্ক থাকিব কাৰণ পিছলৈ এইটোক খুব সহজে সলাব নোৱাৰে।
07:14 আমি Maximum আৰু Minimum image resolution ও সেট কৰিব পাৰো আৰু Maximum upload size.
07:21 ইয়াত পৰিবর্তনৰ আগেই চিন্তা কৰক। ধৰক - আপোনি 2 বা 3 মেগাপিক্সেলৰ ইমেজ আপলোড কৰে।
07:28 WYSIWYG এডিটৰ ব্যবহাৰ কৰক। এইটোক কিছু শ পিক্সেললৈ কমাই দিয়ক।
07:35 ড্রুপাল এতিয়াও 2 মেগাপিক্সেল ইমেজ লোড কৰে আৰু এইটো সচায়েই হতাশজনক।
07:41 এইটো আৰো বেয়া হয় যদি মোবাইল ব্যবহৃত হয় আৰু ডেটা প্ল্যানত, হঠাৎ 2 মেগাবাইট ডাউনলোড কৰোৱাই যি ডাউনলোডৰ দৰকাৰ নাছিল।
07:51 আমি নিশ্চিত কৰিব লাগিব যে আপলোড কৰাৰ পূর্বে ইমেজ সঠিকভাবে সেট কৰিব লাগিব।
07:57 ইমেজৰ বৃহত্তম আকাৰ আৰু ইমেজৰ ক্ষুদ্রতম আকাৰ কি হোৱা উচিত?
08:03 বিশেষৰুপে Minimum Image resolution খুবেই গুৰুত্বপূর্ণ।
08:08 এই ফীল্ড বৃহত্তম ইমেজৰ আকাৰৰ তুলনাত সৰূ হোৱা উচিত নহয় যি চাব বিছাৰে।
08:14 এইটোৱে মূলৰ বাহিৰত ইমেজক স্কেলিং কৰিবলৈ ড্রুপালক বাধা দিব আৰু এইটোক পিক্সেলেটেড কৰে।
08:21 Maximum Image resolution সেট কৰক ধৰক 1000 x 1000.
08:26 Minimum Image resolution সেট কৰক ধৰক 100 x 100.
08:31 তাৰপিছত সর্বোচ্চ আপলোডৰ আকাৰ 80 কিলোবাইট কৰক।
08:36 ড্রুপালে এই ইমেজক 1000 by 1000 আকাৰত সঙ্কুচিত কৰিব আৰু এইটোক 80 কিলোবাইট কৰিব।
08:44 নহলে Drupal এ ইমেজক বাতিল কৰিব।
08:48 এইটোক 600 by 600 কৰা অধিক ভাল যি অধিক যুক্তিসঙ্গত আকাৰ।
08:56 আমি Enable Alt field আৰু Alt field required চেকবাক্সত ছেক কৰিম।
09:02 তাৰপিছত Save settingsত টিপক।
09:05 Content typeৰ বাবে Event Logo ফীল্ড আছে।
09:09 Add field ত টিপি আৰু এটা ফীল্ড যোগ কৰো।
09:12 Add a new field ড্রপ-ডাউনত Link চয়ন কৰক। Label ফীল্ড ত লিখক Event Website.
09:22 Save and continue টিপক।
09:25 অবিলম্বে, Allowed number of values উল্লেখ কৰাৰ অনুৰোধ আহে। ইয়াতে মাত্ৰ 1 ভ্যালু থাকিব।
09:34 Save Field Setting টিপক। আকৌ এবাৰ এই পর্দা Link ফীল্ড এৰ বাবে প্রাসঙ্গিক সেটিংস দিয়ে।
09:43 Allowed Link type ত এই বিকল্প আছে - Internal links only, External links only আৰু Both internal and external links.
09:54 ইয়াৰ পিছত Allow link text ক Disabled, Optional or Required নির্দিষ্ট কৰিবলৈ পাৰি।
10:04 এতিয়া এইটোক Optional ৰাখিম আৰু চাও এইটো কিভাবে কাম কৰে।
10:09 আগোৱাই গৈ Save settings টিপক। আকৌ এবাৰ Add field টিপক।
10:15 এইবাৰ আমি Date field চয়ন কৰিম।
10:20 Label হিসাবে Event Date লিখক।
10:24 Save and continue টিপক।
10:26 এতিয়া ইয়াৰ ভ্যালু 1 ৰাখিম। Date type ড্রপ-ডাউনত Date only বিকল্প চয়ন কৰক।
10:34 Save field settings টিপক। আকৌ এবাৰ আমি প্রাসঙ্গিক সেটিংস পৃষ্ঠা পাও।
10:43 ইয়াতে Default date ক Current dateত সলাব পাৰি।
10:47 Save settings টিপক।
10:49 ইয়াতে যোগ কৰাৰ আৰো দুটা ফীল্ড আছে কিন্তু আমি সিহতক যোগ কৰা নাই।
10:55 আমি এইটোক আসন্ন টিউটোৰিয়েলত কৰিম. ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
11:03 সংক্ষিপ্তকৰণ কৰো, এই টিউটোৰিয়েলত আমি শিকিছো নতুন Content type বনোৱা আৰু Content typeত ফীল্ড যোগ কৰা।
11:28 এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
11:39 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
11:46 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
11:55 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
12:09 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi