Drupal/C2/Editing-Existing-Content/Assamese

From Script | Spoken-Tutorial
Revision as of 14:58, 7 October 2016 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. Editing Existing Content ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত Inline editing সম্পর্কে শিকিম:
00:10 CKEditor দ্বাৰা আৰু
00:12 CKEditor কনফিগাৰ কৰা।
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:

উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

00:24 আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:28 আমাৰ আগেই নির্মিত ওয়েবসাইটটি খুলো।
00:32 প্রথমে Inline Editing সম্পর্কে শিকিম।
00:36 Title এৰ উপৰত কার্সাৰ ৰাখক। সো ফালে আমি এটা পেন্সিল আইকন দেখো।
00:43 আমি Titleত  কার্সাৰ লৈ গলে এইটোৱে  ব্লকক কনফিগাৰ কৰিবলৈ কয়।
00:48 Configure block ত টিপক। এই  ব্লক Page Title এৰ সাধাৰণ ব্লক।
00:54 এইটোক সলালে প্রতিটো নোডত Page Titles এৰ প্রদর্শনৰ ধৰণ সলায় যাব।
00:59 Go back to site ত টিপক। ইয়াতে পেন্সিলৰ উপৰত কার্সাৰ ৰাখক আৰু Configure blockত টিপক।
01:06 আপোনি ট্যাব সলাব বিছাৰিলে ইয়াতে সিহতক সলাব পাৰে।
01:10 আমি এইটোক এইভাবে এৰি দিও।
01:13 Back to site ত টিপক।
01:16 এতিয়া Content area ত পেন্সিলত টিপক।
01:20 আপোনি তিনটা বিকল্প দেখে - Quick edit, Edit আৰু Delete.
01:25 Quick edit ইনলাইন উইন্ডোত ফ্রন্ট এন্ড এডিটিং।
01:29 এডিট নোডৰ বাবে মূল এডিটিং উইন্ডোত লৈ যায়।
01:33 Deleteএ নিশ্চিতকৰণৰ পিছত নোডক মুছিব।
01:37 এতিয়া ইনলাইন ফ্যাশনত নোডক এডিট কৰিবলৈ Quick edit ত টিপক।
01:41 ইয়াতে গলে এইটোৱে পৃথক নোডৰ ভিন্ন বিভাগত লৈ যায়।
01:47 এইটোক টিপিলে আৰো কন্টেন্ট জুড়াবলৈ সক্ষম হয়, সোর্স চাওক আৰু লগতে কিছু টেক্সটক বোল্ড কৰক।
01:53 এবাৰ পৰিবর্তন কৰিলে Drupalএ এইটোক সংৰক্ষণ কৰিবলৈ কয়. নোডক আপডেট কৰিবলৈ Save টিপক।
02:00 এতিয়া আর্টিকল নোডক পৰিবর্তন কৰা শিকো ধৰক Welcome to Drupalville.
02:06 Quick edit ত টিপক। লক্ষ্য কৰক যে, Title আৰু Body ফীল্ড ইয়াতে ফ্রন্ট এন্ডত সম্পাদনাযোগ্য।
02:14 কিন্তু আমি ইমেজক এডিট কৰিবলৈ নোৱাৰো।
02:17 ইমেজক এডিট কৰিবলৈ আমি এডিট স্ক্রিনত যাবলৈ লাগিব।
02:22 এতিয়া বডিত পৰিবর্তন কৰি তাক সংৰক্ষণ কৰিবলৈ পাৰি।
02:26 আমি Quick edit উইন্ডোত ট্যাগও এডিট কৰিবলৈ পাৰি।
02:30 Drupal ত ফ্রন্ট এন্ড এডিটিং সহজ এডিটৰ বাবে উপযুক্ত।
02:34 Edit ট্যাব যি কোনো সময়ত কনটেন্ট আপডেট কৰিবলৈ Drupal এৰ এটা চমত্কাৰ বৈশিষ্ট্।
02:40 Wysiwyg এডিটৰ আগেই অনেকবাৰ উল্লেখ কৰা হৈছে।
02:44 ইয়াৰ মানে আপোনি যি দেখে আপোনি তাকে পাই।
02:48 Wysiwyg এডিটৰ বেশ সহায়ক।
02:52 প্রথমে টেক্সট ফৰম্যাটক Full HTMLত সলাও।
02:58 এইটোৱে Wysiwyg এডিটৰত উপলব্ধ ফৰম্যাটিং বিকল্পৰ ধাৰণা দিয়ে।
03:04 Drupal ত CKEditor, Drupal core এৰ সৈতে আহে।
03:09 এইটো ডিফল্টৰুপে চালু থাকে আৰু কনফিগাৰ কৰা যাব পাৰে।
03:14 এইটোক দ্রুতভাবে এবাৰ চাও। টেক্সটক লক্ষণীয় কৰক Welcome to our site.
03:20 ফৰম্যাটক Normal পৰা Heading 2 ত সলাওক।
03:24 অবিলম্বে, টেক্সট কেনে দেখাত হয় Drupalএ তাৰ প্রিভিউ দিয়ে।
03:30 এইটো থিম আৰু ক্যাসকেডিং স্টাইল শীট বা CSS দ্বাৰা নির্ধাৰিত হয় যি থিমে আমাক দিয়ে।
03:38 ইয়াতে আৰো কিছু টেক্সট যোগ কৰো Editing Drupal nodes is really fun!
03:44 এতিয়া সেই টেক্সটক হাইলাইট কৰক, ইটালিক্সক অফ কৰক আৰু সেই টেক্সটৰ বাবে হাইপাৰলিঙ্ক বনাওক।
03:52 ইয়াত কওক http://drupal.org/ Save ত টিপক।
04:00 মাউসক কার্সাৰত ৰাখি লক্ষ্য কৰক যে টেক্সট এতিয়া হাইপাৰলিঙ্ক হৈছে।
04:04 হাইপাৰলিঙ্কক অতৰাবলৈ টেক্সটক হাইলাইট কৰি Unlinkত টিপক।
04:10 পৰিবর্তনক আনডু কৰিবলৈ Ctrl+Z টিপক।
04:14 আমি ইয়াতে Bullets and numbering আইকনত টিপি অর্ডাৰ আৰু আনঅর্ডাৰ তালিকাও যোগ কৰিবলৈ পাৰো।
04:21 Unordered list ত টিপক। তাৰপিছত বুলেট যোগ কৰক - one, two, three.
04:28 তাৰপিছত Ordered listত টিপক আৰু one, two আৰু three যোগ কৰক।
04:34 Block quotes ব্যবহাৰ কৰিবলৈ, কিছু টেক্সট হাইলাইট কৰক আৰু Block Quotes লিঙ্কত টিপক।
04:40 আকৌ এবাৰ, ফৰম্যাটিং আমাৰ থিমৰ দ্বাৰা পৰিচালিত হয়।
04:46 আমি সহজে ইমেজও সন্নিবেশ কৰিবলৈ পাৰো। আমি সেই ফাইলটোক চয়ন কৰিছো যাক প্রথম নোডত আপলোড কৰিছো।
04:56 Alternate Text ফীল্ড ত, আমি লিখিম Drupal Logo.
05:02 Align ত Right চয়ন কৰিম. লাগিলে Caption যুক্ত কৰক।
05:08 শেষলৈ Saveত টিপক।
05:12 এইটো এতিয়া বডিত নোডলৈ যুক্ত হৈছে। আপোনি বিছাৰিলে ইমেজৰ উপৰত কার্সাৰ ৰাখি এইটোক এটা নতুন স্থানত টানি আনক।
05:22 প্রথমে এডিটিং উইন্ডোৰ আকাৰ অলপ সলাব লাগিব যাতে যত বিছাৰো ইমেজক টানি লৈ যাব পাৰো।
05:30 ইমেজৰ উপৰত কার্সাৰ লৈ গলে এইটোৱে ইমেজকও ৰিসাইজ কৰিব দিয়ে।
05:36 ড্রুপাল নোডত ইমেজ যোগ কৰাৰ পূর্বে নিশ্চিত কৰক যে আপোনাৰ ইমেজ সঠিকভাবে মাপিত আৰু ফৰম্যাট কৰা আছে।
05:43 এইটোৱে নোডত কনটেন্ট এলাইন কৰিবলৈ অনেক সাহায্য কৰিব।
05:47 আমি এটা টেবোল বা অনুভূমিক ৰেখা জুড়াব পাৰো।
05:51 লগতে নোডত নির্মিত ব্লক প্রদর্শন কৰিব পাৰো।
05:55 এইটোক ইয়াতে H2 ব্লক, এটা ব্লক কোড, প্যাৰাগ্রাফ, ট্যাগ ইত্যাদি।
06:01 আপোনি HTML জানিলে আপোনি এই আইকনত টিপি সোর্স চাব পাৰে।
06:07 আগোৱাইৰ যোৱাৰ আগত প্রতিটো বিকল্পক সম্পূর্ণভাবে অন্বেষণ কৰক।
06:12 আমি Full HTML চালু কৰিছো।
06:16 এইটোক Basic HTML ত সলালে এইটোৱে আমাক সাবধান কৰে।
06:21 এটা সম্ভাবনা হল কনটেন্ট স্থায়িভাবে হেৰাব পাৰে বা মুছি যাব পাৰে।
06:26 ধৰক আমি ৰাখিছো JavaScript, I-frame, youtube video, google map বা সেইৰকমৰ কিছু।
06:33 Basic HTML ত সলোৱাত, Drupal এ সেই কন্টেন্টক অতৰাব লাগিব।
06:38 এই ধৰণৰ সমস্যা পৰা দূৰত থাকিবলৈ, মাত্র আপোনাক যি প্রয়োজন তাকহে ৰাখক।
06:43 সেটিংসত পৰিবর্তনবোৰক বাতিল কৰক তেতিয়া আমি একো নেহেৰাও.
06:48 এইটো CKEditor এৰ দ্রুত ওভাৰভিউ হয় যি Drupal এৰ সৈতে আহে।
06:52 আমি এইটোক কাস্টমাইজ কৰা শিকিছো।
06:55 Save and keep published ত টিপক।
06:58 পৰিবর্তিত নোড প্রদর্শিত হয়।
07:01 ইয়াৰ পিছত CKEditor কনফিগাৰ কৰা শিকো।
07:05 উপৰত Configuration ত টিপো।
07:09 Text formats and editors ত টিপক।
07:13 আমি দেখো যে Basic HTML আৰু Full HTMLএ, CKEditorক ব্যবহাৰ কৰে।
07:19 আৰু সিহতক Authenticated User আৰু Administrator ত এছাইন কৰা হৈছে।
07:24 এইবোৰ দুটা অনন্য ইউসাৰ ৰোলস।
07:27 Drupal ত, আমাৰ ইউসাৰৰ ভিন্ন ভূমিকা আছে আৰু প্রতিটো ৰোলৰ অনুমতি দিয়া হৈছে।
07:34 এই ক্ষেত্রত Basic HTMLক, Authenticated User আৰু Administrator দ্বাৰা ব্যবহৃত হব পাৰে।
07:41 CKEditor ক 2টা ৰোলৰ বাবে এছাইন কৰা হৈছে।
07:45 একেইভাবে, Full HTML এজন এডমিনিস্ট্রেটৰ দ্বাৰা ব্যবহৃত হব পাৰে।
07:50 এতিয়া, Basic HTML এৰ বাবে CKEditorক ছেক কৰো।
07:54 Configure ত টিপিলে এইটোক বিভিন্ন ৰোলৰ বাবে নির্ধাৰণ কৰাবলৈ সক্ষম হব।
07:59 যিকোনো টেক্সট এডিটৰক এসাইন কৰি বোতামৰ বাবে অনুমতি দিয়ক যাতে সিহতক ব্যবহাৰ কৰাৰ অনুমতি থাকে।
08:07 ইয়াতে Active টুলবাৰ আছে যি Basic HTML Text Format এৰ বাবে Authenticated User.
08:15 Active টুলবাৰত এই বোতামৰ এটাক যোগ কৰিবলৈ যদি বিছাৰো কি হব? এইটো খুব সহজ।
08:21 Available buttonsৰ পৰা Paste from Word আইকন চয়ন কৰক।
08:26 তাৰপিছত মাউসক টিপি ড্রেগ কৰক যেতিয়ালৈকে এটা নীলা বাক্স নোখোলে যত আইকন যোগ কৰিব পাৰি।
08:33 এটা নতুন গ্রুপ যোগ কৰিবলৈ Add group বোতামত টিপক। ইয়‌‍াৰ ‌‌নাম copy and paste দি Apply ত টিপক।
08:41 এতিয়া Paste from Word আইকনত টিপি আৰু ড্রেগ কৰি copy and paste সেকশনত লৈ যাওক।
08:47 ইয়াতে সকলো paste icons যোগ কৰো।
08:51 আমি Basic HTML format এৰ বাবে বাৰত তিনটা নতুন বোতাম যোগ কৰিছো।
08:57 Paste icons যাক সকলো টুলবাৰৰ প্রয়োজন যিহেতু অধিকাংশ টেক্সট ফাইলৰ পৰা কপি-পেস্ট কৰা হয়।
09:04 আমি ইনলাইন-ইমেজও আপলোড কৰিছো আৰু যি কোনো প্রস্থ আৰু উচ্চতাৰ সৈতে 32MB সর্বাধিক ফাইল আকাৰৰ ইমেজ আপলোড কৰিছো।
09:14 আপোনাৰ সংস্থাপনত সর্বোচ্চ আকাৰ ভিন্ন হব পাৰে।
09:18 আমাৰ পছন্দ অনুযায়ী ইয়াতে যি কোনো সেটিংস পৰিবর্তন কৰিবলৈ পাৰি।
09:23 ধৰক আমি ম্যানুয়ালি লিঙ্ক কৰাৰ সলনি সর্বদা URL ক লিঙ্কত সলাব বিছাৰো।
09:29 আমি Convert URLs into links বিকল্পত টিপি এইটোক কৰিব পাৰো।
09:34 ইয়াতে Filter settings ও আছে। Limit allowed HTML tags ত টিপো।
09:41 যেতিয়াই আমি সোর্সত চাও আমি ব্যবহাৰ কৰিবলৈ HTML ট্যাগ যোগ কৰিবলৈ প্রস্তুত হম।
09:47 সেয়ে এইটো এটা শক্তিশালী WYSIWYG এডিটৰ আৰু কনফিগাৰেশন এৰিয়া।
09:54 এবাৰ সকলো পৰিবর্তন কৰাৰ পিছত Save configuration বোতামত টিপক।
09:59 এতিয়া আমাৰ Contentত চাও।
10:02 Welcome to Drupalville নোডত Edit বিকল্পত টিপক।
10:07 লক্ষ্য কৰক Full HTML চালু থাকাত একো পৰিবর্তিত নহয়।
10:12 এতিয়া এইটোক Basic HTML ত সলাও। এতিয়া সমস্ত পৰিবর্তন আছে।
10:18 আমি ব্লক দেখিব নোৱাৰিলেও ইয়াতে Paste icons উপলব্ধ।
10:23 মই ইয়াতে এই ইমেজক নিবিছাৰো. সেয়ে ইমেজত টিপি এইটোক মুছি আৰু আমাৰ কীবোর্ডত Backspace বা Delete কী টিপো।
10:32 Save and keep published ত টিপক।
10:35 আকৌ এবাৰ, Configuration ত টিপক। তলত স্ক্রোল কৰক আৰু Text formats and editor ত টিপক।
10:43 এতিয়া Full HTML টুলবাৰ কনফিগাৰ কৰো।
10:47 আমি ইয়াতে আৰো কিছু বোতাম পাও কিন্তু Paste icons নহয়।
10:52 Show group names ত টিপক আৰু দ্বিতীয় লাইনত Add group ত টিপক।
10:57 ইয়াৰ নাম copy and paste দিয়ক. এতিয়া আমি এইটোক copy and paste সেকশনত টিপি আৰু ড্রেগ কৰিবলৈ পাৰো।
11:05 একেইভাবে ইয়াতে তলত, সকলো বিকল্পবোৰ আকৌ এবাৰ আছে। এতিয়া Save configuration বোতামত টিপক।
11:13 আকৌ এবাৰ Welcome to Drupalville ত উভতি গৈ এইটোক Full HTML ত সলাও।
11:18 Continue টিপক আৰু এতিয়া আমি বোতামৰ দুটা সাৰি দেখো।
11:23 ইয়াৰ মানে হল আমাৰ এডিটৰ সম্পূর্ণৰুপে সেট।
11:26 CKEditor এৰ বাবে কিছু সময় লওক, আৰু নিশ্চিত কৰক যে এইটোক ভালমতে বুঝিছে।
11:32 ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো।
11:37 এই টিউটোৰিয়েলত আমি শিকিছো:

Inline editing CKEditor ব্যবহাৰ কৰা আৰু CKEditor কনফিগাৰ কৰা।

11:50 এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
11:59 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
12:06 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
12:13 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
12:25 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi