Drupal/C2/Editing-Existing-Content/Assamese
From Script | Spoken-Tutorial
| |
|
| 00:01 | নমস্কাৰ দৰ্শক সকল. Editing Existing Content ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত Inline editing সম্পর্কে শিকিম: |
| 00:10 | CKEditor দ্বাৰা আৰু |
| 00:12 | CKEditor কনফিগাৰ কৰা। |
| 00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
| 00:24 | আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
| 00:28 | আমাৰ আগেই নির্মিত ওয়েবসাইটটি খুলো। |
| 00:32 | প্রথমে Inline Editing সম্পর্কে শিকিম। |
| 00:36 | Title এৰ উপৰত কার্সাৰ ৰাখক। সো ফালে আমি এটা পেন্সিল আইকন দেখো। |
| 00:43 | আমি Titleত কার্সাৰ লৈ গলে এইটোৱে ব্লকক কনফিগাৰ কৰিবলৈ কয়। |
| 00:48 | Configure block ত টিপক। এই ব্লক Page Title এৰ সাধাৰণ ব্লক। |
| 00:54 | এইটোক সলালে প্রতিটো নোডত Page Titles এৰ প্রদর্শনৰ ধৰণ সলায় যাব। |
| 00:59 | Go back to site ত টিপক। ইয়াতে পেন্সিলৰ উপৰত কার্সাৰ ৰাখক আৰু Configure blockত টিপক। |
| 01:06 | আপোনি ট্যাব সলাব বিছাৰিলে ইয়াতে সিহতক সলাব পাৰে। |
| 01:10 | আমি এইটোক এইভাবে এৰি দিও। |
| 01:13 | Back to site ত টিপক। |
| 01:16 | এতিয়া Content area ত পেন্সিলত টিপক। |
| 01:20 | আপোনি তিনটা বিকল্প দেখে - Quick edit, Edit আৰু Delete. |
| 01:25 | Quick edit ইনলাইন উইন্ডোত ফ্রন্ট এন্ড এডিটিং। |
| 01:29 | এডিট নোডৰ বাবে মূল এডিটিং উইন্ডোত লৈ যায়। |
| 01:33 | Deleteএ নিশ্চিতকৰণৰ পিছত নোডক মুছিব। |
| 01:37 | এতিয়া ইনলাইন ফ্যাশনত নোডক এডিট কৰিবলৈ Quick edit ত টিপক। |
| 01:41 | ইয়াতে গলে এইটোৱে পৃথক নোডৰ ভিন্ন বিভাগত লৈ যায়। |
| 01:47 | এইটোক টিপিলে আৰো কন্টেন্ট জুড়াবলৈ সক্ষম হয়, সোর্স চাওক আৰু লগতে কিছু টেক্সটক বোল্ড কৰক। |
| 01:53 | এবাৰ পৰিবর্তন কৰিলে Drupalএ এইটোক সংৰক্ষণ কৰিবলৈ কয়. নোডক আপডেট কৰিবলৈ Save টিপক। |
| 02:00 | এতিয়া আর্টিকল নোডক পৰিবর্তন কৰা শিকো ধৰক Welcome to Drupalville. |
| 02:06 | Quick edit ত টিপক। লক্ষ্য কৰক যে, Title আৰু Body ফীল্ড ইয়াতে ফ্রন্ট এন্ডত সম্পাদনাযোগ্য। |
| 02:14 | কিন্তু আমি ইমেজক এডিট কৰিবলৈ নোৱাৰো। |
| 02:17 | ইমেজক এডিট কৰিবলৈ আমি এডিট স্ক্রিনত যাবলৈ লাগিব। |
| 02:22 | এতিয়া বডিত পৰিবর্তন কৰি তাক সংৰক্ষণ কৰিবলৈ পাৰি। |
| 02:26 | আমি Quick edit উইন্ডোত ট্যাগও এডিট কৰিবলৈ পাৰি। |
| 02:30 | Drupal ত ফ্রন্ট এন্ড এডিটিং সহজ এডিটৰ বাবে উপযুক্ত। |
| 02:34 | Edit ট্যাব যি কোনো সময়ত কনটেন্ট আপডেট কৰিবলৈ Drupal এৰ এটা চমত্কাৰ বৈশিষ্ট্। |
| 02:40 | Wysiwyg এডিটৰ আগেই অনেকবাৰ উল্লেখ কৰা হৈছে। |
| 02:44 | ইয়াৰ মানে আপোনি যি দেখে আপোনি তাকে পাই। |
| 02:48 | Wysiwyg এডিটৰ বেশ সহায়ক। |
| 02:52 | প্রথমে টেক্সট ফৰম্যাটক Full HTMLত সলাও। |
| 02:58 | এইটোৱে Wysiwyg এডিটৰত উপলব্ধ ফৰম্যাটিং বিকল্পৰ ধাৰণা দিয়ে। |
| 03:04 | Drupal ত CKEditor, Drupal core এৰ সৈতে আহে। |
| 03:09 | এইটো ডিফল্টৰুপে চালু থাকে আৰু কনফিগাৰ কৰা যাব পাৰে। |
| 03:14 | এইটোক দ্রুতভাবে এবাৰ চাও। টেক্সটক লক্ষণীয় কৰক Welcome to our site. |
| 03:20 | ফৰম্যাটক Normal পৰা Heading 2 ত সলাওক। |
| 03:24 | অবিলম্বে, টেক্সট কেনে দেখাত হয় Drupalএ তাৰ প্রিভিউ দিয়ে। |
| 03:30 | এইটো থিম আৰু ক্যাসকেডিং স্টাইল শীট বা CSS দ্বাৰা নির্ধাৰিত হয় যি থিমে আমাক দিয়ে। |
| 03:38 | ইয়াতে আৰো কিছু টেক্সট যোগ কৰো Editing Drupal nodes is really fun! |
| 03:44 | এতিয়া সেই টেক্সটক হাইলাইট কৰক, ইটালিক্সক অফ কৰক আৰু সেই টেক্সটৰ বাবে হাইপাৰলিঙ্ক বনাওক। |
| 03:52 | ইয়াত কওক http://drupal.org/ Save ত টিপক। |
| 04:00 | মাউসক কার্সাৰত ৰাখি লক্ষ্য কৰক যে টেক্সট এতিয়া হাইপাৰলিঙ্ক হৈছে। |
| 04:04 | হাইপাৰলিঙ্কক অতৰাবলৈ টেক্সটক হাইলাইট কৰি Unlinkত টিপক। |
| 04:10 | পৰিবর্তনক আনডু কৰিবলৈ Ctrl+Z টিপক। |
| 04:14 | আমি ইয়াতে Bullets and numbering আইকনত টিপি অর্ডাৰ আৰু আনঅর্ডাৰ তালিকাও যোগ কৰিবলৈ পাৰো। |
| 04:21 | Unordered list ত টিপক। তাৰপিছত বুলেট যোগ কৰক - one, two, three. |
| 04:28 | তাৰপিছত Ordered listত টিপক আৰু one, two আৰু three যোগ কৰক। |
| 04:34 | Block quotes ব্যবহাৰ কৰিবলৈ, কিছু টেক্সট হাইলাইট কৰক আৰু Block Quotes লিঙ্কত টিপক। |
| 04:40 | আকৌ এবাৰ, ফৰম্যাটিং আমাৰ থিমৰ দ্বাৰা পৰিচালিত হয়। |
| 04:46 | আমি সহজে ইমেজও সন্নিবেশ কৰিবলৈ পাৰো। আমি সেই ফাইলটোক চয়ন কৰিছো যাক প্রথম নোডত আপলোড কৰিছো। |
| 04:56 | Alternate Text ফীল্ড ত, আমি লিখিম Drupal Logo. |
| 05:02 | Align ত Right চয়ন কৰিম. লাগিলে Caption যুক্ত কৰক। |
| 05:08 | শেষলৈ Saveত টিপক। |
| 05:12 | এইটো এতিয়া বডিত নোডলৈ যুক্ত হৈছে। আপোনি বিছাৰিলে ইমেজৰ উপৰত কার্সাৰ ৰাখি এইটোক এটা নতুন স্থানত টানি আনক। |
| 05:22 | প্রথমে এডিটিং উইন্ডোৰ আকাৰ অলপ সলাব লাগিব যাতে যত বিছাৰো ইমেজক টানি লৈ যাব পাৰো। |
| 05:30 | ইমেজৰ উপৰত কার্সাৰ লৈ গলে এইটোৱে ইমেজকও ৰিসাইজ কৰিব দিয়ে। |
| 05:36 | ড্রুপাল নোডত ইমেজ যোগ কৰাৰ পূর্বে নিশ্চিত কৰক যে আপোনাৰ ইমেজ সঠিকভাবে মাপিত আৰু ফৰম্যাট কৰা আছে। |
| 05:43 | এইটোৱে নোডত কনটেন্ট এলাইন কৰিবলৈ অনেক সাহায্য কৰিব। |
| 05:47 | আমি এটা টেবোল বা অনুভূমিক ৰেখা জুড়াব পাৰো। |
| 05:51 | লগতে নোডত নির্মিত ব্লক প্রদর্শন কৰিব পাৰো। |
| 05:55 | এইটোক ইয়াতে H2 ব্লক, এটা ব্লক কোড, প্যাৰাগ্রাফ, ট্যাগ ইত্যাদি। |
| 06:01 | আপোনি HTML জানিলে আপোনি এই আইকনত টিপি সোর্স চাব পাৰে। |
| 06:07 | আগোৱাইৰ যোৱাৰ আগত প্রতিটো বিকল্পক সম্পূর্ণভাবে অন্বেষণ কৰক। |
| 06:12 | আমি Full HTML চালু কৰিছো। |
| 06:16 | এইটোক Basic HTML ত সলালে এইটোৱে আমাক সাবধান কৰে। |
| 06:21 | এটা সম্ভাবনা হল কনটেন্ট স্থায়িভাবে হেৰাব পাৰে বা মুছি যাব পাৰে। |
| 06:26 | ধৰক আমি ৰাখিছো JavaScript, I-frame, youtube video, google map বা সেইৰকমৰ কিছু। |
| 06:33 | Basic HTML ত সলোৱাত, Drupal এ সেই কন্টেন্টক অতৰাব লাগিব। |
| 06:38 | এই ধৰণৰ সমস্যা পৰা দূৰত থাকিবলৈ, মাত্র আপোনাক যি প্রয়োজন তাকহে ৰাখক। |
| 06:43 | সেটিংসত পৰিবর্তনবোৰক বাতিল কৰক তেতিয়া আমি একো নেহেৰাও. |
| 06:48 | এইটো CKEditor এৰ দ্রুত ওভাৰভিউ হয় যি Drupal এৰ সৈতে আহে। |
| 06:52 | আমি এইটোক কাস্টমাইজ কৰা শিকিছো। |
| 06:55 | Save and keep published ত টিপক। |
| 06:58 | পৰিবর্তিত নোড প্রদর্শিত হয়। |
| 07:01 | ইয়াৰ পিছত CKEditor কনফিগাৰ কৰা শিকো। |
| 07:05 | উপৰত Configuration ত টিপো। |
| 07:09 | Text formats and editors ত টিপক। |
| 07:13 | আমি দেখো যে Basic HTML আৰু Full HTMLএ, CKEditorক ব্যবহাৰ কৰে। |
| 07:19 | আৰু সিহতক Authenticated User আৰু Administrator ত এছাইন কৰা হৈছে। |
| 07:24 | এইবোৰ দুটা অনন্য ইউসাৰ ৰোলস। |
| 07:27 | Drupal ত, আমাৰ ইউসাৰৰ ভিন্ন ভূমিকা আছে আৰু প্রতিটো ৰোলৰ অনুমতি দিয়া হৈছে। |
| 07:34 | এই ক্ষেত্রত Basic HTMLক, Authenticated User আৰু Administrator দ্বাৰা ব্যবহৃত হব পাৰে। |
| 07:41 | CKEditor ক 2টা ৰোলৰ বাবে এছাইন কৰা হৈছে। |
| 07:45 | একেইভাবে, Full HTML এজন এডমিনিস্ট্রেটৰ দ্বাৰা ব্যবহৃত হব পাৰে। |
| 07:50 | এতিয়া, Basic HTML এৰ বাবে CKEditorক ছেক কৰো। |
| 07:54 | Configure ত টিপিলে এইটোক বিভিন্ন ৰোলৰ বাবে নির্ধাৰণ কৰাবলৈ সক্ষম হব। |
| 07:59 | যিকোনো টেক্সট এডিটৰক এসাইন কৰি বোতামৰ বাবে অনুমতি দিয়ক যাতে সিহতক ব্যবহাৰ কৰাৰ অনুমতি থাকে। |
| 08:07 | ইয়াতে Active টুলবাৰ আছে যি Basic HTML Text Format এৰ বাবে Authenticated User. |
| 08:15 | Active টুলবাৰত এই বোতামৰ এটাক যোগ কৰিবলৈ যদি বিছাৰো কি হব? এইটো খুব সহজ। |
| 08:21 | Available buttonsৰ পৰা Paste from Word আইকন চয়ন কৰক। |
| 08:26 | তাৰপিছত মাউসক টিপি ড্রেগ কৰক যেতিয়ালৈকে এটা নীলা বাক্স নোখোলে যত আইকন যোগ কৰিব পাৰি। |
| 08:33 | এটা নতুন গ্রুপ যোগ কৰিবলৈ Add group বোতামত টিপক। ইয়াৰ নাম copy and paste দি Apply ত টিপক। |
| 08:41 | এতিয়া Paste from Word আইকনত টিপি আৰু ড্রেগ কৰি copy and paste সেকশনত লৈ যাওক। |
| 08:47 | ইয়াতে সকলো paste icons যোগ কৰো। |
| 08:51 | আমি Basic HTML format এৰ বাবে বাৰত তিনটা নতুন বোতাম যোগ কৰিছো। |
| 08:57 | Paste icons যাক সকলো টুলবাৰৰ প্রয়োজন যিহেতু অধিকাংশ টেক্সট ফাইলৰ পৰা কপি-পেস্ট কৰা হয়। |
| 09:04 | আমি ইনলাইন-ইমেজও আপলোড কৰিছো আৰু যি কোনো প্রস্থ আৰু উচ্চতাৰ সৈতে 32MB সর্বাধিক ফাইল আকাৰৰ ইমেজ আপলোড কৰিছো। |
| 09:14 | আপোনাৰ সংস্থাপনত সর্বোচ্চ আকাৰ ভিন্ন হব পাৰে। |
| 09:18 | আমাৰ পছন্দ অনুযায়ী ইয়াতে যি কোনো সেটিংস পৰিবর্তন কৰিবলৈ পাৰি। |
| 09:23 | ধৰক আমি ম্যানুয়ালি লিঙ্ক কৰাৰ সলনি সর্বদা URL ক লিঙ্কত সলাব বিছাৰো। |
| 09:29 | আমি Convert URLs into links বিকল্পত টিপি এইটোক কৰিব পাৰো। |
| 09:34 | ইয়াতে Filter settings ও আছে। Limit allowed HTML tags ত টিপো। |
| 09:41 | যেতিয়াই আমি সোর্সত চাও আমি ব্যবহাৰ কৰিবলৈ HTML ট্যাগ যোগ কৰিবলৈ প্রস্তুত হম। |
| 09:47 | সেয়ে এইটো এটা শক্তিশালী WYSIWYG এডিটৰ আৰু কনফিগাৰেশন এৰিয়া। |
| 09:54 | এবাৰ সকলো পৰিবর্তন কৰাৰ পিছত Save configuration বোতামত টিপক। |
| 09:59 | এতিয়া আমাৰ Contentত চাও। |
| 10:02 | Welcome to Drupalville নোডত Edit বিকল্পত টিপক। |
| 10:07 | লক্ষ্য কৰক Full HTML চালু থাকাত একো পৰিবর্তিত নহয়। |
| 10:12 | এতিয়া এইটোক Basic HTML ত সলাও। এতিয়া সমস্ত পৰিবর্তন আছে। |
| 10:18 | আমি ব্লক দেখিব নোৱাৰিলেও ইয়াতে Paste icons উপলব্ধ। |
| 10:23 | মই ইয়াতে এই ইমেজক নিবিছাৰো. সেয়ে ইমেজত টিপি এইটোক মুছি আৰু আমাৰ কীবোর্ডত Backspace বা Delete কী টিপো। |
| 10:32 | Save and keep published ত টিপক। |
| 10:35 | আকৌ এবাৰ, Configuration ত টিপক। তলত স্ক্রোল কৰক আৰু Text formats and editor ত টিপক। |
| 10:43 | এতিয়া Full HTML টুলবাৰ কনফিগাৰ কৰো। |
| 10:47 | আমি ইয়াতে আৰো কিছু বোতাম পাও কিন্তু Paste icons নহয়। |
| 10:52 | Show group names ত টিপক আৰু দ্বিতীয় লাইনত Add group ত টিপক। |
| 10:57 | ইয়াৰ নাম copy and paste দিয়ক. এতিয়া আমি এইটোক copy and paste সেকশনত টিপি আৰু ড্রেগ কৰিবলৈ পাৰো। |
| 11:05 | একেইভাবে ইয়াতে তলত, সকলো বিকল্পবোৰ আকৌ এবাৰ আছে। এতিয়া Save configuration বোতামত টিপক। |
| 11:13 | আকৌ এবাৰ Welcome to Drupalville ত উভতি গৈ এইটোক Full HTML ত সলাও। |
| 11:18 | Continue টিপক আৰু এতিয়া আমি বোতামৰ দুটা সাৰি দেখো। |
| 11:23 | ইয়াৰ মানে হল আমাৰ এডিটৰ সম্পূর্ণৰুপে সেট। |
| 11:26 | CKEditor এৰ বাবে কিছু সময় লওক, আৰু নিশ্চিত কৰক যে এইটোক ভালমতে বুঝিছে। |
| 11:32 | ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। সংক্ষিপ্তকৰণ কৰো। |
| 11:37 | এই টিউটোৰিয়েলত আমি শিকিছো:
Inline editing CKEditor ব্যবহাৰ কৰা আৰু CKEditor কনফিগাৰ কৰা। |
| 11:50 | এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
| 11:59 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
| 12:06 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
| 12:13 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
| 12:25 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |