Drupal/C2/Overview-of-Drupal/Assamese

From Script | Spoken-Tutorial
Revision as of 10:16, 1 September 2016 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 "Overview of Drupalৰ " স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম

কন্টেন্ট ম্যানেজমেন্ট সিস্টেম Drupal 

00: 13 Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু

এই শৃঙ্খলাৰ ওভাৰভিউ

00:19 প্রথমে বুজো ড্রুপাল কি হয়.

Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়.

00:30 এটা সিএমএস কি?

এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে.

00: 40 বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে.
00: 47 এতিয়া এইটো খুব ভিন্ন.

প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয়

00: 55 কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে.
01: 00 এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়.
01: 06 সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে.
01: 14 এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে.

আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে,

01: 23 অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ.

আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে.

01: 32 CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ.
01: 37 ই যেনে PHP, Ajax, Javascript  ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে
01: 47 সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে.
01: 55 বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়.
02:00 সিএমএসে নন প্রযুক্তিগত(non-technical) ব্যবহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে.
02: 07 Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ.
02: 15 যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
02:18 Drupal 2000 চনত Dries Buytaertৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল, যেতিয়া তেখেত এজন ছাত্র আছিল.
02: 24 যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে.
02:32 তাৰপিছত তেখেতলোকে অলপ উন্নতি সম্প্রদায় কৰি উভতাই দিয়ে.
02: 37 Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম.
02:43 এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা 'Drupal' বনোৱা হৈছে.
02: 51   ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community”
02: 58 হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে.
03:02 ইয়াৰ পিছত, আমি 'Drupal এৰ' শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো.
03: 06 নম্বৰ1:

'Drupal' বিনামূল্য আৰু সম্পূর্ণৰুপে 'ওপেন সোর্স' হয়.

03: 11 যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
03: 15 যদিও আপোনি এজন ডেভেপপাৰ হয়, 'Drupal এৰ' খুবেই দৰকাৰী.
03: 20 ২ নম্বৰ:

'Drupal' ফ্লেক্সিবল হয়.

03: 24 'Drupal ' আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.
03: 28 'Drupal ' অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
03: 35 ডেভেলপাৰে এইটোক উভয় "'সিএমএসআৰু এটা বৃহত্তৰ ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্ম' হিসাবে ব্যবহাৰ কৰে .
03:42 নম্বৰ3:

'Drupal' মোবাইলত উপলব্ধ.

03: 46 আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি 'Drupal এৰ সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
03:54 নম্বৰ4:

'Drupal' ডাঙৰ প্রকল্পৰ বাবে অপূর্ব.

04: 00   'whitehouse.gov' ৰ পৰা weather.comলৈ 'আৰু' Dallas Cowboys, 'Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
04:08 'Drupal' আৰো জটিল ওয়েবসাইটৰ সৈতে shines কৰে.
04: 12 এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়.
04: 19 এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত.
04:24 নম্বৰ5:

'Drupal ' , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়.

04: 29 'Drupal এ' মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
04: 34 লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু  বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে.
04:45 সংখ্যা 6:

'Drupal ' নিৰাপদ আৰু সুৰক্ষিত হয়.

04: 50 'Drupal এ' আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
04: 57 'session IDs ' 'যি অনুমতি(permissions) পৰিবর্তন  হোৱাত পৰিবর্তন হয়,
05: 01 টেক্স্ট ফৰম্যাট 'অনুমতি' ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
05: 07 'Drupal এ' নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
05:11 সংখ্যা 7:

আমি Drupal ' সাইটত  বৈশিষ্ট্য যোগ কৰা হাজাৰ  'মডিউলৰ ব্যবহাৰ কৰি 'আমাৰ 'Drupal এৰ' সাইটক প্রসাৰিত কৰিব পাৰো.

05: 18 যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা 'মডিউল' নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
05: 27 আমাৰ উচৰত একাধিক 'থিম' বা একেই সাইটত এটা 'থিম' এৰ সংস্কৰণ থাকিব পাৰে .

আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.

05:40 সংখ্যা 8:

যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে   'Drupal' ৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল!

05: 48 'Drupal এৰ' বাবে বিশ্বত বহুতো ইভেন্ট হয়.
05: 52 স্থানীয় ইভেন্টক 'Drupal' কেম্পস বুলি কোৱা হয়.
05: 55 আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান 'DrupalCons' হয় .
06: 01  খুবেই সক্রিয় 'ফোৰাম আছে, User Groups ' আৰু 'IRC চ্যাটবোৰ' 'Drupal এৰ' সমর্থনত নিবেদিত.
06:08 সংখ্যা 9:

কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানি 'Drupal এৰ' চাৰিপাশে আছে.

06: 15 'Acquia' , এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  'Drupal এৰ' বৃহত্তম কোম্পানী.
06: 21 ভাৰতত ষাঠিটাত চে বেশি 'Drupal এৰ' সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
06:32 সংখ্যা 10:

'Drupal ' সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে.

06: 40 'Drupal এ' সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
06: 50 'Drupal ' সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
06:58 এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম

কিভাবে 'Drupal এৰ' ইনস্টল কৰে.

07: 04 আমি 'Drupal ' আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
07: 10 প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ 'লিনাক্স' বা উইন্ডোজ' এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
07: 18 'বিষয়বস্তু' workflow-

ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু 'Drupal ত সংগঠিত হয়.

07: 26  আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম.
07: 34 তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে 'Drupalক' অনন্য কৰিব পাৰে.
07: 40 সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি.
07: 49 কিভাবে Drupalক প্রসাৰিত কৰে-

'Drupal এৰ' দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় 'মডিউল' বা 'এক্সটেনশনস' .

07: 56 আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা 'মডিউল' আছে, .
08: 05 প্রদত্ত যে তাতে অসংখ্য  'মডিউল' আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা 'মডিউল' নির্বাচন কৰে.
08: 13 কিভাবে siteক লেআউট কৰে-

এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.

08: 24 'লেআউট' অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
08: 31 'মডিউলৰ' নিচিনা, লেআউট বা 'থিম' ও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
08: 38 'peopleক কীভাবে পৰিচালনা কৰিব -
08: 40 অন্যান্য একক ভিত্তিক ' CMS' ব্যবহাৰকাৰী, যেনে 'ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
08: 53   'people' ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন 'অনুমতি' দিয়ে, শিকো.
09: 01 কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে 'Drupal এৰ' কোড পৰিচালনা কৰে শিকো.
09: 11 এটা 'সাইট' নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
09: 17 * এইটো 'সাইটক' আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
09: 24 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
09:28 সংক্ষেপে.

এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:

  •   'Drupal এৰ' পৰিচয়
  • 'Drupal এৰ' প্রধান বৈশিষ্ট্য আৰু
  • এই 'Drupal এৰ' শৃঙ্খলাৰ ওভাৰভিউ.
09:41 এই ভিডিওটো 'Acquia' আৰু "' OSTraining 'ৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:51 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:59 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
10:11 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
10:24 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya