Drupal/C2/Overview-of-Drupal/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Overview of Drupalৰ স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম-কন্টেন্ট ম্যানেজমেন্ট সিস্টেম, Drupal 
00:13 Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু এই শৃঙ্খলাৰ ওভাৰভিউ
00:19 প্রথমে বুজো ড্রুপাল কি হয়. Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়.
00:30 এটা সিএমএস কি? এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে.
00:40 বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে.
00:47 এতিয়া এইটো খুব ভিন্ন. প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয়
00:55 কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে.
01:00 এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়.
01:06 সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে.
01:14 এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে. আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে,
01:23 অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ. আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে.
01:32 CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ.
01:37 ই যেনে PHP, Ajax, Javascript  ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে
01:47 সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে.
01:55 বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়.
02:00 সিএমএসে নন প্রযুক্তিগত(non-technical) ব্যবহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে.
02:07 Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ.
02:15 যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
02:18 Drupal 2000 চনত Dries Buytaertৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল, যেতিয়া তেখেত এজন ছাত্র আছিল.
02:24 যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে.
02:32 তাৰপিছত তেখেতলোকে অলপ উন্নতি সম্প্রদায় কৰি উভতাই দিয়ে.
02:37 Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম.
02:43 এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা Drupal বনোৱা হৈছে.
02:51   ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community”
02:58 হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে.
03:02 ইয়াৰ পিছত, আমি Drupal এৰ শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো.
03:06 নম্বৰ1:Drupalবিনামূল্য আৰু সম্পূর্ণৰুপে ওপেন সোর্স হয়.
03:11 যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
03:15 যদিও আপোনি এজন ডেভেপপাৰ হয়, Drupal এৰ খুবেই দৰকাৰী.
03:20 ২ নম্বৰ:Drupal ফ্লেক্সিবল হয়.
03:24 Drupal আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.
03:28 Drupal অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
03:35 ডেভেলপাৰে এইটোক উভয় সিএমএস আৰু এটা বৃহত্তৰ  ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্মহিসাবে ব্যবহাৰ কৰে .
03:42 নম্বৰ 3:Drupal মোবাইলত উপলব্ধ.
03:46 আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি Drupal এৰ সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
03:54 নম্বৰ4:Drupal ডাঙৰ প্রকল্পৰ বাবে অপূর্ব.
04:00  whitehouse.govৰ পৰা weather.comলৈ আৰুDallas Cowboys, Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
04:08 Drupal আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে.
04:12 এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়.
04:19 এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত.
04:24 নম্বৰ5:Drupal , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়.
04:29 Drupal এ মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
04:34 লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু  বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে.
04:45 সংখ্যা 6:Drupal নিৰাপদ আৰু সুৰক্ষিত হয়.
04:50 Drupal এ আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
04:57 session IDs যি অনুমতি(permissions) পৰিবর্তন হোৱাত পৰিবর্তন হয়,
05:01 টেক্স্ট ফৰম্যাট অনুমতিইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
05:07 Drupal এ নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
05:11 সংখ্যা 7:আমি Drupal সাইটত  বৈশিষ্ট্য যোগ কৰা হাজাৰ  মডিউলৰ ব্যবহাৰ কৰি আমাৰDrupal এৰ সাইটক প্রসাৰিত কৰিব পাৰো.
05:18 যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা মডিউল নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
05:27 আমাৰ উচৰত একাধিক থিম বা একেই সাইটত এটা থিম এৰ সংস্কৰণ থাকিব পাৰে . আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.
05:40 সংখ্যা 8: যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে  Drupalৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল!
05:48 Drupal এৰ বাবে বিশ্বত বহুতো ইভেন্ট হয়.
05:52 স্থানীয় ইভেন্টক Drupal কেম্পস বুলি কোৱা হয়.
05:55 আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান DrupalConsহয় .
06:01  খুবেই সক্রিয় ফোৰাম আছে, User Groups আৰু IRC চ্যাটবোৰ Drupal এৰ সমর্থনত নিবেদিত.
06:08 সংখ্যা 9:কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানিDrupal এৰ চাৰিপাশে আছে.
06:15 Acquia, এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  Drupal এৰ বৃহত্তম কোম্পানী.
06:21 ভাৰতত ষাঠিটাত চে বেশি Drupal এৰ সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
06:32 সংখ্যা 10:Drupal সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে.
06:40 Drupal এ সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
06:50 Drupal  সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
06:58 এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম কিভাবে Drupal এৰ ইনস্টল কৰে.
07:04 আমি Drupal আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
07:10 প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ লিনাক্স বা উইন্ডোজ এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
07:18 বিষয়বস্তু workflow-ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupal ত সংগঠিত হয়.
07:26  আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম.
07:34 তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে Drupalক অনন্য কৰিব পাৰে.
07:40 সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি.
07:49 কিভাবে Drupalক প্রসাৰিত কৰে-Drupal এৰ দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনস.
07:56 আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা মডিউলআছে, .
08:05 প্রদত্ত যে তাতে অসংখ্য মডিউল আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা মডিউল নির্বাচন কৰে.
08:13 কিভাবে siteক লেআউট কৰে-এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.
08:24 লেআউট অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
08:31 মডিউলৰ নিচিনা, লেআউট বা থিমও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
08:38 peopleক কীভাবে পৰিচালনা কৰিব -
08:40 অন্যান্য একক ভিত্তিক CMS ব্যবহাৰকাৰী, যেনে ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
08:53  people ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন অনুমতিদিয়ে, শিকো.
09:01 কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে Drupal এৰ কোড পৰিচালনা কৰে শিকো.
09:11 এটা সাইট নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
09:17 এইটো সাইটক আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
09:24 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
09:28 সংক্ষেপে.এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:Drupal এৰ পৰিচয়, Drupal এৰ প্রধান বৈশিষ্ট্য আৰু এই Drupal এৰ শৃঙ্খলাৰ ওভাৰভিউ.
09:41 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:51 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:59 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
10:11 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
10:24 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya