Drupal/C2/Configuration-Management-in-Admin-Interface/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | 'অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম. |
| 00:09 | এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে |
| 00:13 | Extend, |
| 00:15 | Configuration, |
| 00:16 | People আৰু |
| 00:18 | 'Report. |
| 00:20 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো
|
| 00:29 | আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে. |
| 00:34 | আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো. |
| 00:38 | আমি আগেই উল্লেখ কৰিছো, 'Drupal ' এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে. |
| 00:45 | এই Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো |
| 00:53 | Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ 'মডিউল' ৰ এটা ওভাৰভিউ দিয়ে. |
| 01:00 | 'মডিউল' 'হৈছে' বৈশিষ্ট্য. |
| 01:02 | আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম. |
| 01:06 | এইটো Drupal এৰ' সৈতে অহা ' 'মডিউলৰ' কিছু তালিকা হয়. |
| 01:11 | আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো. |
| 01:18 | 'Extend' মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা 'মডিউল' ক দেখিবলৈ অনুমতি দিয়ে. |
| 01:26 | আমাৰ সাইটত এই সিৰিজত আমি আৰু 'মডিউল' 'যোগ কৰিম. |
| 01:32 | এতিয়া ' 'কনফিগাৰেশন' মেনু চাও. মাত্র' site administratorsএ এই এলাকাৰ এক্সেস পাই. |
| 01:41 | যিহেতু আমি 'সুপাৰ-ইউজাৰ' অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো. |
| 01:47 | লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে. |
| 01:51 | আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে. |
| 01:54 | এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ 'Drupal ৰ সাইট' আপ টু ডেট হয় নে নহয়. |
| 02:03 | মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো. |
| 02:09 | এই বিশেষ মেনুএ আমাৰ সাইটত থকা সকলো বিভিন্ন দিশক কনফিগাৰ কৰিবলৈ আমাক অ্যাক্সেস দিয়ে |
| 02:16 | যেনে - Site information, Account settings, Text formats and editors, Performance issues, Maintenance mode, Image styles আৰু অন্যন্য. |
| 02:30 | আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম. |
| 02:35 | কিন্তু এতিয়াৰ বাবে, আমি ' 'সাইটৰ' তথ্য আপডেট কৰো. |
| 02:39 | Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু Sloganত ,' টাইপ কৰক "A Great Place to Learn All About Drupal". |
| 02:53 | যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র 'সাইট' পৰিবর্তন কৰে. |
| 02:58 | এইটো 'কন্টেন্ট ম্যানেজমেন্ট সিস্টেম"ৰ 'সম্পর্কে এটা ভাল বস্তু হয় |
| 03:04 | সেয়ে এতিয়া আমাৰ 'সাইটত', এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম 'Drupalville' হব. |
| 03:16 | সেইটো এটা সচাকৈয়ে ডাঙৰ উন্নতি হয় static HTMLত. |
| 03:21 | লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়. |
| 03:29 | আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু 'এটা ডিফল্ট' '403' আৰু '404' পৃষ্ঠা. |
| 03:37 | মন কৰিব যে 'Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়. |
| 03:41 | সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব. |
| 03:49 | তলত Save configuration'বাটনত ক্লিক কৰো. |
| 03:54 | তাৰ পিছত Back to siteত ক্লিক কৰক |
| 03:58 | লক্ষ কৰক যে, আমাৰ 'সাইটৰনাম' এতিয়া 'Drupalville' ' হয়' আৰু আমাৰ 'সাইটৰ' প্রতিটো পৃষ্ঠাত এটা 'শ্লোগান' আছে. |
| 04:06 | আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে 'কনফিগাৰেশন' মেনু অন্বেষণ কৰিম. |
| 04:12 | Administration toolbar থকা People ত ক্লিক কৰো. |
| 04:16 | এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়. |
| 04:20 | আপোনি 'tabsবোৰ মন কৰিব - List, Permissions আৰু Roles.. |
| 04:26 | এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ বিস্তাৰিতভাবে আবৰণ কৰিম. |
| 04:32 | 'Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা. |
| 04:44 | ব্যবহাৰকাৰীৰনাম "admin"' হয় ইয়াতে. |
| 04:47 | Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো. |
| 04:54 | আমি যদি বর্তমানৰ 'পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো. |
| 04:59 | তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰ 'ভূমিকা' 'অ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়. |
| 05:09 | মোৰ 'status' ' Active' 'হয়' ' 'আৰু আমাৰ নিজৰ' Personal contact form 'আছে' ', আৰু আমাৰ LOCATION SETTINGS.' অবস্থান সেটিংস. ' |
| 05:21 | আমি Picture অধীনত থকা Browse বাটনত ক্লিক কৰি আমাৰ নিজৰ ছবি যোগ কৰি আপডেট কৰিব পাৰো. |
| 05:29 | সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক. |
| 05:37 | সাৰসংক্ষেপে - Roles ট্যাবে' আমাক বিভিন্ন 'ভূমিকাক' 'যোগ কৰিবলৈ অনুমতি দিয়ে. |
| 05:42 | 'Permissions ট্যাবে' সেই ভূমিকাত কিছু অনুমতি দিয়ে. |
| 05:48 | আৰ List ট্যাবে' আমাক 'এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে. |
| 05:54 | তেখেতলোকে নির্দিষ্ট 'অনুমতিসমূহ' পাব ', যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে. |
| 06:04 | People হৈছে যত আমি আমাৰ 'Drupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো. |
| 06:10 | শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম. |
| 06:16 | Reportsত ক্লিক কৰক. |
| 06:18 | এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰ 'Drupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়. |
| 06:25 | উদাহৰণস্বৰুপে - তাত কোনো 'উপলব্ধ আপডেট আছে নেকি'? |
| 06:28 | 'সাম্প্রতিক লগ বার্তা,' (Recent log messages,) |
| 06:31 | 'সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে' |
| 06:36 | 'স্ট্যাটাস ৰিপোর্ট' ', |
| 06:37 | 'শীর্ষ “access denied” আৰু Page not found” এৰৰ, |
| 06:42 | 'শীর্ষ সার্চ বাক্যাংশ,' আৰু কিছু 'প্লাগইন' যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে. |
| 06:49 | Available updatesত ক্লিক কৰক 'এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে. |
| 06:58 | আমি এইটো দেখিব পাৰো যে, সর্বশেষ আপডেট 48 মিনিট আগেই হৈছিল. |
| 07:04 | এইটো 'cron' দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন. |
| 07:10 | এতিয়াৰ বাবে, মাত্র Check manually ত ক্লিক কৰক. |
| 07:15 | আমি ইনস্টল কৰা সকলোক 'Drupal এ' এতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়. |
| 07:24 | যদি আমি আমাৰ সাইটত আৰো "মডিউল" অথবা বৈশিষ্ট্য'যোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব. |
| 07:32 | আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম. |
| 07:37 | আমাৰ 'সাইট' ৰ এটা 'স্ট্যাটাস ৰিপোর্ট' পাবলৈ 'ৰিপোর্টত' 'ক্লিক কৰক . |
| 07:42 | উদাহৰণস্বৰুপে 'Drupal এৰ' 'কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল. |
| 07:49 | ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি 'cron' ক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো. |
| 07:55 | আমাৰ 'ডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ' , ইত্যাদি |
| 08:00 | আপোনি আপোনাৰ 'সাইট' ৰ 'ৰিপোর্ট' বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত. |
| 08:05 | বিশেষকৈ, আপোনি যদি ' 'Drupal আৰু 'ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী ব্যক্তি হয়. |
| 08:14 | সর্বশেষত, আমাৰ উচৰত Help আছে আৰু Helpএ আমাক 'সাইটৰ help pageৰ লিঙ্ক দিয়ে. |
| 08:22 | এইয়াই হৈছে আমাৰ 'Administration Toolbar. |
| 08:26 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে. |
| 08:32 | এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে
ো Extend Configuration People and Report. |
| 08:52 | এই ভিডিওটো 'Acquia' আৰু "' OSTraining 'ৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে |
| 09:03 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক. |
| 09:11 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
| 09:19 | স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, মানব সম্পদ উন্নয়ন মন্ত্রণালয় আৰু NVLI ভাৰতৰ সংস্কৃতি সৰকাৰ মন্ত্রণালয়ৰ দ্বাৰা নিহিত হয়. |
| 09:32 | এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ. |