Drupal/C2/Configuration-Management-in-Admin-Interface/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
00:09 এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে
00:13 Extend, Configuration,
00:16 People আৰু
00:18 Report.
00:20 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো

উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ

00:29 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে.
00:34 আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো.
00:38 আমি আগেই উল্লেখ কৰিছো, Drupal এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে.
00:45 এই Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো
00:53 Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ মডিউলৰ এটা ওভাৰভিউ দিয়ে.
01:00 মডিউল হৈছে বৈশিষ্ট্য.
01:02 আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম.
01:06 এইটো Drupal এৰ সৈতে অহা মডিউলৰ কিছু তালিকা হয়.
01:11 আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো.
01:18 Extend মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা মডিউলক দেখিবলৈ অনুমতি দিয়ে.
01:26 আমাৰ সাইটত এই সিৰিজত আমি আৰু মডিউল যোগ কৰিম.
01:32 এতিয়া কনফিগাৰেশন মেনু চাও. মাত্র site administratorsএ এই এলাকাৰ এক্সেস পাই.
01:41 যিহেতু আমি সুপাৰ-ইউজাৰ অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো.
01:47 লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে.
01:51 আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে.
01:54 এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ Drupal ৰ সাইট আপ টু ডেট হয় নে নহয়.
02:03 মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো.
02:09 এই বিশেষ মেনুএ আমাৰ সাইটত থকা সকলো বিভিন্ন দিশক কনফিগাৰ কৰিবলৈ আমাক অ্যাক্সেস দিয়ে
02:16 যেনে - Site information, Account settings, Text formats and editors, Performance issues, Maintenance mode, Image styles আৰু অন্যন্য.
02:30 আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম.
02:35 কিন্তু এতিয়াৰ বাবে, আমি সাইটৰ তথ্য আপডেট কৰো.
02:39 Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু Sloganত , টাইপ কৰক A Great Place to Learn All About Drupal.
02:53 যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র সাইট পৰিবর্তন কৰে.
02:58 এইটো কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ সম্পর্কে এটা ভাল বস্তু হয়
03:04 সেয়ে এতিয়া আমাৰসাইটত, এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম Drupalville হব.
03:16 সেইটো এটা সচাকৈয়ে ডাঙৰ উন্নতি হয় static HTMLত.
03:21 লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়.
03:29 আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু এটা ডিফল্ট 403 আৰু 404 পৃষ্ঠা.
03:37 মন কৰিব যে Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়.
03:41 সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব.
03:49 তলত Save configurationবাটনত ক্লিক কৰো.
03:54 তাৰ পিছত Back to siteত ক্লিক কৰক
03:58 লক্ষ কৰক যে, আমাৰসাইটৰনাম এতিয়া Drupalville হয় আৰু আমাৰসাইটৰ প্রতিটো পৃষ্ঠাত এটা শ্লোগান আছে.
04:06 আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে কনফিগাৰেশন মেনু অন্বেষণ কৰিম.
04:12 Administration toolbar থকা People ত ক্লিক কৰো.
04:16 এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়.
04:20 আপোনি tabsবোৰ মন কৰিব - List, Permissions আৰু Roles..
04:26 এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ বিস্তাৰিতভাবে আবৰণ কৰিম.
04:32 Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা.
04:44 ব্যবহাৰকাৰীৰনাম admin হয় ইয়াতে.
04:47 Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো.
04:54 আমি যদি বর্তমানৰ পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো.
04:59 তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰভূমিকাঅ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়.
05:09 মোৰstatus Active হয় আৰু আমাৰ নিজৰ Personal contact form আছে , আৰু আমাৰ LOCATION SETTINGS. অবস্থান সেটিংস.
05:21 আমি Picture অধীনত থকা Browse বাটনত ক্লিক কৰি আমাৰ নিজৰ ছবি যোগ কৰি আপডেট কৰিব পাৰো.
05:29 সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক.
05:37 সাৰসংক্ষেপে - Roles ট্যাবে আমাক বিভিন্ন ভূমিকাকযোগ কৰিবলৈ অনুমতি দিয়ে.
05:42 Permissions ট্যাবে সেই ভূমিকাত কিছু অনুমতি দিয়ে.
05:48 আৰ List ট্যাবে আমাক এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে.
05:54 তেখেতলোকে নির্দিষ্ট অনুমতিসমূহ পাব , যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে.
06:04 People হৈছে যত আমি আমাৰDrupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো.
06:10 শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম.
06:16 Reportsত ক্লিক কৰক.
06:18 এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰDrupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়.
06:25 উদাহৰণস্বৰুপে - তাত কোনো উপলব্ধ আপডেট আছে নেকি?
06:28 সাম্প্রতিক লগ বার্তা (Recent log messages,)
06:31 সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে
06:36 স্ট্যাটাস ৰিপোর্ট ,
06:37 শীর্ষ “access denied” আৰু Page not found” এৰৰ,
06:42 শীর্ষ সার্চ বাক্যাংশ, আৰু কিছু প্লাগইন যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে.
06:49 Available updatesত ক্লিক কৰক এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে.
06:58 আমি এইটো দেখিব পাৰো যে, সর্বশেষ আপডেট 48 মিনিট আগেই হৈছিল.
07:04 এইটো cron দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন.
07:10 এতিয়াৰ বাবে, মাত্র Check manually ত ক্লিক কৰক.
07:15 আমি ইনস্টল কৰা সকলোকDrupal এএতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়.
07:24 যদি আমি আমাৰ সাইটত আৰো মডিউল অথবা বৈশিষ্ট্যযোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব.
07:32 আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম.
07:37 আমাৰসাইট ৰ এটা স্ট্যাটাস ৰিপোর্ট পাবলৈ ৰিপোর্টত ক্লিক কৰক .
07:42 উদাহৰণস্বৰুপে Drupal এৰ কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল.
07:49 ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি cronক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো.
07:55 আমাৰডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ, ইত্যাদি
08:00 আপোনি আপোনাৰসাইটৰৰিপোর্ট বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত.
08:05 বিশেষকৈ, আপোনি যদি Drupal আৰু ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী ব্যক্তি হয়.
08:14 সর্বশেষত, আমাৰ উচৰত Help আছে আৰু Helpএ আমাক সাইটৰ help pageৰ লিঙ্ক দিয়ে.
08:22 এইয়াই হৈছে আমাৰ Administration Toolbar.
08:26 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে.
08:32 এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে

Extend Configuration People and Report.

08:52 এই ভিডিওটো Acquia আৰু OSTraining ৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:03 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:11 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
09:19 স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, Ministry of Human Resource Development আৰু NVLI, Ministry of Culture, দ্বাৰা নিহিত হয়.
09:32 অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya