Netbeans/C2/Netbeans-Debugger/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নমস্কাৰ বন্ধুগণ। |
00:02 | Netbeans Debugger ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | Netbeans যদি প্রথমবাৰ বাবে ব্যবহাৰ কৰিছে তেনেহলে Spoken Tutorial ওয়েবসাইটত গৈ আগৰ টিউটোৰিয়েল চাওক। |
00:14 | ইয়াৰ বাবে আমি ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v12.04 |
00:21 | আৰু Netbeans IDE v7.1.1 |
00:26 | আমি সকলোৱেই জানো যে প্রোগ্রাম debug কৰা কষ্টকৰ কাম হব পাৰে। |
00:31 | সেয়ে debugging টুল আৰু ফীচার্সৰ সৈতে পৰিচিত হোৱাত মূল্যবান সময় বাঁচিবলৈ সাহায্য কৰে। |
00:39 | এই শক্তিশালী debugging টুল খুবেই দৰকাৰী। |
00:42 | বিশেষৰুপে তেতিয়া যেতিয়া ডাঙৰ প্রোগ্রামক কোড বা টেস্ট কৰিবলৈ হয়। |
00:46 | এই টিউটোৰিয়েলত আমি Netbeans Debugger দ্বাৰা দিয়া কিছু ফীচার্স সম্পর্কে শিকিম। |
00:53 | এই টিউটোৰিয়েলত আপোনি |
00:55 | debugging উইন্ডো |
00:58 | breakpoints কনফিগাৰ কৰা |
01:00 | expressions মুলাঙ্কন বা watches সেট কৰা |
01:04 | আপোনাৰ প্রোগ্রামৰ সঞ্চালনৰ অনুসৰণ বিকল্প |
01:07 | আৰু debugger কনফিগাৰ কৰিবলৈ বিকল্প সম্পর্কে পৰিচয় পাব। |
01:12 | এতিয়া এই স্যাম্পল কোডক আৰম্ভ আৰু debug কৰো। |
01:17 | মই Netbeans IDE ত যাও। |
01:20 | সেয়ে মই আগৰে পৰাই IDE ত জাভা অ্যাপ্লিকেশন sampleDebug বনাই থৈছিলো। |
01:27 | এইটো এটা সৰু প্রোগ্রাম যি তিনটা ইন্টিজাৰ ভ্যালু a, b, আৰু cক ইনিসিয়েলাইজ কৰে। |
01:35 | তাৰপিছত Hello World! আৰু a ইয়াৰ ভ্যালু প্রিন্ট কৰে। |
01:40 | এইটোৱে এটা ক্লাস অবজেক্ট SampleClass ও তৈয়াৰ কৰে, যাতে প্রাইভেট ইন্টিজাৰ ভ্যালু ৰুপত ইন্টিজাৰ value আছে। |
01:52 | তাৰপিছত এইটোৱে b ইয়াৰ ভ্যালু গণনা কৰে। |
01:55 | আৰু c ইয়াৰ ভ্যালু গণনা কৰিবলৈ ফাংশন কল কৰে। |
02:00 | লগতে b আৰু c ইয়াৰ ভ্যালু প্রিন্ট কৰে। |
02:05 | debugging ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ আগতে ব্রেক পয়েন্ট সেট কৰো। |
02:09 | ব্রেক পয়েন্ট সেট কৰিবলৈ লাইন সংখ্যাত (line number) টিপক। |
02:13 | মই এই লাইনক সেট কৰিম যি Hello World! প্রিন্ট কৰে। |
02:18 | লাইন যত ব্রেক পয়েন্ট সেট আছে, ইয়াৰ ৰং গোলাপী হৈ যায় আৰু ইয়াৰ লাইন সংখ্যাৰ সন্মুখত এটা সৰু বর্গক্ষেত্র দ্বাৰা চিহ্নিত হয়। |
02:28 | টুলবাৰত Debug Project বোতামত টিপি |
02:31 | debugging মোডত প্রোগ্রাম ৰান কৰো। |
02:35 | প্রোগ্রামৰ নিস্পাদন সেই লাইনত ৰখি যায় যত ব্রেক পয়েন্ট থাকে। |
02:41 | এতিয়া পর্যন্ত a ইয়াৰ ভ্যালু সেট হৈ গৈছে। |
02:45 | ইয়াৰ ভ্যালু পৰীক্ষা কৰক। |
02:49 | এইটোৱে দেখায় যে ইয়াৰ ভ্যালু হল 10. |
02:52 | আপোনি দেখিব যে ইয়াতে workspace ইয়াৰ তলত কিছু অতিৰিক্ত উইন্ডো থাকে। |
02:59 | ইয়াতে Variables উইন্ডো আছে যি ভ্যাৰিয়েবলৰ সূচী আৰু তাৰ ভ্যালু দেখায়। |
03:07 | এতিয়া পর্যন্ত মাত্ৰ ভ্যাৰিয়েবল a ইনিসিয়েলাইজ হৈছে। |
03:11 | আমি স্যাম্পল debug আউটপুটৰ সৈতে Output উইন্ডোও দেখিব পাৰো। |
03:17 | ইয়াতে এতিয়াও আউটপুট নাই। |
03:19 | ইয়াতে Debugger Console ও আছে যি কয় যে প্রোগ্রাম লাইন 29 ত ব্রেক পয়েন্ট কৰে আৰু তাতে ৰখি যায়। |
03:28 | ইয়াতে Breakpoints উইন্ডোস ও আছে যি আপোনাক কয় যে ব্রেকপয়েন্ট সংখ্যা 29 ত সেট আছে। |
03:36 | আগোৱাই যোৱাৰ আগত watch কিভাবে জোড়ে চাও। |
03:40 | উদাহৰণস্বৰুপে আমি ইন্টিজাৰ ভ্যালু aSample ত watch বিছাৰো। |
03:48 | workspace ইয়াৰ তলত Variables উইন্ডোত মই Enter new Watch বিকল্পত দুইবাৰ টিপিম আৰু ভ্যাৰিয়েবল aSample.value ইয়াৰ নাম লিখিম। |
04:02 | OK ত টিপক। |
04:06 | এতিয়া পর্যন্ত, aSample তৈয়াৰ হোৱা নাই, সেয়ে এইটোৱে কয় যে এইটোৱে ভ্যালু নাজানে। |
04:12 | এবাৰ এই লাইন নিস্পাদিত কৰাত, আমি জানিম যে ভ্যাৰিয়েবলত কি আছে। |
04:16 | একেইভাবে, আপোনি দেখিব পাৰে আৰু expressions ইয়াৰ মুল্লাঙ্কন কৰিব পাৰে। |
04:21 | ইয়াতে আমি b=a+10 ইয়াৰ বাবে চাই আছো। |
04:25 | কি হব যদি আমি জানিব বিছাৰো যে a-4 কি। |
04:29 | সেয়ে আমি মেনু বাৰত Debug মেনুত যাও আৰু Evaluate expression বিকল্প চয়ন কৰো। |
04:37 | workspace ত Evaluate Code উইন্ডো দেখায়। |
04:41 | ইয়াতে আমি expression a-4 লিখিম। |
04:45 | ইয়াতে Evaluate Expression বোতামত টিপক আৰু Variable উইন্ডোত এইটোৱে দেখায় যে a-4 ইয়াৰ ভ্যালু হল 6. |
04:56 | এতিয়া আগোৱাই যাও আৰু কোডৰ এই লাইন নিস্পাদিত কৰো। |
05:00 | এইটো কৰিবলৈ, টুলবাৰ পৰা Step-Over বোতামক চয়ন কৰক। |
05:06 | এইটোৱে মাত্ৰ Hello World প্রিন্ট কৰিবলৈ কোডৰ মাত্ৰ এটা সিঙ্গল লাইন নিস্পাদিত কৰা উচিত। |
05:12 | এতিয়া আউটপুট চাবলৈ, আউটপুট উইন্ডোত গৈ sampleDebug আউটপুট উইন্ডো চয়ন কৰক। |
05:17 | যি কয় যে Hello World! a is 10 |
05:22 | প্রোগ্রামক এতিয়া পর্যন্ত SampleClass অবজেক্ট তৈয়াৰ কৰিবলৈ লাইনত ৰখা হৈছিল। |
05:28 | এতিয়া মই SampleClass ইয়াৰ কনস্ট্রাক্টটৰত যাবলৈ বিছাৰো। |
05:32 | ইয়াৰ বাবে মই টুলবাৰ পৰা Step Into বিকল্প চয়ন কৰিবলৈ পাৰো। |
05:41 | তাৰপিছত Step Over চয়ন কৰি দেখো যে কনস্ট্রাক্টটৰ call ত আহা ভ্যালু এতিয়া 10লৈ সেট হৈ গৈছে। |
05:51 | আপোনি তাক ভ্যাৰিয়েবলত লৈ গৈ চাব পাৰে। |
05:55 | মই পিছৰ ধাপত গলে দেখিব পাৰো যে this.variable 10লৈ সেট হৈ গৈছে। |
06:03 | এই ফাংশনৰ পৰা বাহিৰত আহিবলৈ, হয়তো Continue, Step Over বা Step Out বাছিব পাৰো। |
06:11 | এতিয়া মেথদৰ পৰা উলাবলৈ মই Step-Out চয়ন কৰো। |
06:14 | এতিয়া মই তাত আছো যত ফাংশন call বনাইছিলো। |
06:19 | মই আকৌ এবাৰ Step-Over কলে আপোনি দেখিব যে aSample.value এতিয়া 10লৈ সেট হৈ গৈছে। |
06:27 | এইটোৱে যি আমি দেখিব বিছাৰিছিলো। |
06:30 | Breakpoints আৰু StepOvers ৰ বাহিৰে, আপোনি প্রোগ্রামৰ নিস্পাদন কার্সাৰৰ লাইনতও ৰখিব পাৰে। |
06:38 | উদাহৰণস্বৰুপে ইয়াতে ফাংশনত যাওক আৰু এই লাইনত কার্সাৰক সেট কৰক যি কয় যে d=b-5; |
06:49 | এতিয়া টুলবাৰত Run To Cursor বিকল্প চয়ন কৰক। |
06:54 | আপোনি দেখিব যে প্রোগ্রামৰ নিস্পাদন ফাংশনত হৈ যায় আৰু লাইনত ৰখি যায় যত কার্সাৰ থাকে। |
07:05 | আপোনি দেখিব পাৰে যে এইটোৱে 20 হিসাবে b ইয়াৰ ভ্যালু গণনা কৰিছে। |
07:10 | variable উইন্ডোত b ইয়াৰ বাবে 20 সেট কৰিছো। |
07:14 | এতিয়া মই আৰু এবাৰ Step Over চয়ন কৰিবলৈ পাৰো আৰু d ইয়াৰ ভ্যালুও ইনিসিয়েলাইজ হৈ 15 হৈ যায়। |
07:23 | এতিয়া আমি হয়তো ৰিটার্ন চয়ন কৰিব পাৰো বা প্রোগ্রামৰ নিস্পাদন পূর্ণ কৰিব পাৰো। |
07:29 | মই Step Out চয়ন কৰো আৰু ফাংশন কলত উভতি আহো। |
07:36 | আপোনি getC() ফাংশনত গলে ধ্যান দিব যে ফাংশন 15 ভ্যালু ৰিটার্ন কৰিছে। |
07:43 | ভ্যাৰিয়েবল c ক এতিয়াও সেই ভ্যালুক নিযুক্ত কৰা হোৱা নাই। |
07:47 | সেয়ে আমি Step Over কৰিলে আৰু সেই লাইন নিস্পাদিত কৰিলে c ভ্যালু 15 পায়। |
07:55 | এতিয়া এইটোক ভ্যাৰিয়েবল উইন্ডোত চাবলৈ পাৰো বা ইয়াৰ ভ্যালু পৰীক্ষা কৰিবলৈ variableত যাওক। |
08:03 | এতিয়া debugging সেশন ৰখাব চালে, টুলবাৰ পৰা Finish Debugger Session বিকল্প চয়ন কৰিব পাৰে। |
08:12 | পিছৰ breakpoint ইয়াৰ বাবে নিস্পাদন জাৰি ৰাখিব বিছাৰিলে Continue বিকল্প চয়ন কৰিবলৈ পাৰে। |
08:19 | এবাৰ শেষ কৰাৰ পিছত বাকি প্রোগ্রামৰ নিস্পাদন সমাপ্ত কৰিবলৈ Continue option ও চয়ন কৰিবলৈ পাৰে। |
08:25 | আমি Continue চয়ন কৰো। |
08:27 | আউটপুট উইন্ডোত, এইটোৱে b is 20 আৰু c is 15 আউটপুট দেখায়। |
08:34 | এইটো netbeans ত debugging বিকল্পৰ এটা সংক্ষিপ্ত আলোচনা আছিল। |
08:39 | কোনো অ্যাডভান্স ফীচার্স সেটিং বিছাৰিলে |
08:42 | Tools মেনুত যাব পাৰো, Optionsত টিপক, Miscellaneous বিকল্পত যাওক Java Debugger ট্যাবত টিপক। |
08:53 | ইয়াতে আপোনি multi-threaded program breakpoint বিকল্পৰ বাবে সেটিং সলাব পাৰো। |
08:59 | বা যি মেথড আপোনি ব্যবহাৰ কৰিবলৈ বিছাৰে তাক নির্ণয় কৰিবলৈ ফিল্টাৰ কৰক। |
09:07 | নির্দেশিত কামৰ বাবে, |
09:09 | আমাৰ প্রোগ্রামত কোনো এটা লওক, ভাল হব যদি ইয়াত আগেই এৰৰ থাকে। |
09:16 | নহলে, লজিক বা আলগোৰিদমৰ সৈতে কিছু এৰৰ দি আৰম্ভ কৰো। |
09:20 | কোডত breakpoints সেট কৰক। সাধাৰণতে ফাংশনৰ কলিং পয়েন্টত ব্রেক সেট কৰক যাতে ইয়াৰ এৰৰ নির্দেশ থাকে। |
09:29 | ফাংশনত যাবলৈ Step-Into ব্যবহাৰ কৰক। |
09:32 | লাইন নিস্পাদিত কৰিবলৈ Step-Overs ব্যবহাৰ কৰক আৰু ভ্যাৰিয়েবল উইন্ডোত ভ্যাৰিয়েবল ভ্যালুৰ নিৰীক্ষণ কৰিবলৈ সুনিশ্চিত কৰক। |
09:41 | এৰৰ চিহ্নিত আৰু সঠিক কৰিবলৈ সাহায্যৰ বাবে কিছু watches জুড়ক। |
09:45 | মেথডৰ বাহিৰত যাওক। |
09:48 | পিছৰ breakpoint ত পোৱা পর্যন্তলৈকে চলাই যাওক। |
09:51 | অবশেষত, debugger সেশন সমাপ্ত কৰক আৰু অ্যাপ্লিকেশন ৰান কৰক। |
09:57 | এই টিউটোৰিয়েলত netbeans debugger ইয়াৰ সৈতে পৰিচয় হৈছে। |
10:02 | আমি breakpoints আৰু watches সেট কৰা দেখিছো। |
10:06 | expressions জুড়ক, যি আমি গণনা কৰিবলৈ চাও, যেতিয়াই কোড ৰান হয়। |
10:11 | Step-Into, Step-Over, Step-Out আৰু Run-to-Cursor ইয়াৰ বিকল্পৰ সৈতে প্রোগ্রামৰ নিস্পাদন চিহ্নিত কৰিছো। |
10:19 | লগতে অ্যাডভান্স debugging ইয়াৰ বাবে debugger কনফিগাৰ কৰা দেখিছো। |
10:24 | আশা কৰো যে এই টিউটোৰিয়েলে আপোনাৰ টেস্টিং আৰু ডিবাগিং কার্যত অনেক সময় বচাইছে। |
10:30 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক। |
10:33 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
10:36 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
10:41 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
10:46 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
10:49 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
10:55 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
10:59 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
11:05 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
11:14 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
11:18 | অংশগ্রহনৰ বাবে ধন্যবাদ। |