Netbeans/C2/Netbeans-Debugger/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ বন্ধুগণ।
00:02 Netbeans Debugger ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 Netbeans যদি প্রথমবাৰ বাবে ব্যবহাৰ কৰিছে তেনেহলে Spoken Tutorial ওয়েবসাইটত গৈ আগৰ টিউটোৰিয়েল চাওক।
00:14 ইয়াৰ বাবে আমি ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v12.04
00:21 আৰু Netbeans IDE v7.1.1
00:26 আমি সকলোৱেই জানো যে প্রোগ্রাম debug কৰা কষ্টকৰ কাম হব পাৰে।
00:31 সেয়ে debugging টুল আৰু ফীচার্সৰ সৈতে পৰিচিত হোৱাত মূল্যবান সময় বাঁচিবলৈ সাহায্য কৰে।
00:39 এই শক্তিশালী debugging টুল খুবেই দৰকাৰী।
00:42 বিশেষৰুপে তেতিয়া যেতিয়া ডাঙৰ প্রোগ্রামক কোড বা টেস্ট কৰিবলৈ হয়।
00:46 এই টিউটোৰিয়েলত আমি Netbeans Debugger দ্বাৰা দিয়া কিছু ফীচার্স সম্পর্কে শিকিম।
00:53 এই টিউটোৰিয়েলত আপোনি
00:55 debugging উইন্ডো
00:58 breakpoints কনফিগাৰ কৰা
01:00 expressions মুলাঙ্কন বা watches সেট কৰা
01:04 আপোনাৰ প্রোগ্রামৰ সঞ্চালনৰ অনুসৰণ বিকল্প
01:07 আৰু debugger কনফিগাৰ কৰিবলৈ বিকল্প সম্পর্কে পৰিচয় পাব।
01:12 এতিয়া এই স্যাম্পল কোডক আৰম্ভ আৰু debug কৰো।
01:17 মই Netbeans IDE ত যাও।
01:20 সেয়ে মই আগৰে পৰাই IDE ত জাভা অ্যাপ্লিকেশন sampleDebug বনাই থৈছিলো।
01:27 এইটো এটা সৰু প্রোগ্রাম যি তিনটা ইন্টিজাৰ ভ্যালু a, b, আৰু cক ইনিসিয়েলাইজ কৰে।
01:35 তাৰপিছত Hello World! আৰু a ইয়াৰ ভ্যালু প্রিন্ট কৰে।
01:40 এইটোৱে এটা ক্লাস অবজেক্ট SampleClass ও তৈয়াৰ কৰে, যাতে প্রাইভেট ইন্টিজাৰ ভ্যালু ৰুপত ইন্টিজাৰ value আছে।
01:52 তাৰপিছত এইটোৱে b ইয়াৰ ভ্যালু গণনা কৰে।
01:55 আৰু c ইয়াৰ ভ্যালু গণনা কৰিবলৈ ফাংশন কল কৰে।
02:00 লগতে b আৰু c ইয়াৰ ভ্যালু প্রিন্ট কৰে।
02:05 debugging ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ আগতে ব্রেক পয়েন্ট সেট কৰো।
02:09 ব্রেক পয়েন্ট সেট কৰিবলৈ লাইন সংখ্যাত (line number) টিপক।
02:13 মই এই লাইনক সেট কৰিম যি Hello World! প্রিন্ট কৰে।
02:18 লাইন যত ব্রেক পয়েন্ট সেট আছে, ইয়াৰ ৰং গোলাপী হৈ যায় আৰু ইয়াৰ লাইন সংখ্যাৰ সন্মুখত এটা সৰু বর্গক্ষেত্র দ্বাৰা চিহ্নিত হয়।
02:28 টুলবাৰত Debug Project বোতামত টিপি
02:31 debugging মোডত প্রোগ্রাম ৰান কৰো।
02:35 প্রোগ্রামৰ নিস্পাদন সেই লাইনত ৰখি যায় যত ব্রেক পয়েন্ট থাকে।
02:41 এতিয়া পর্যন্ত a ইয়াৰ ভ্যালু সেট হৈ গৈছে।
02:45 ইয়াৰ ভ্যালু পৰীক্ষা কৰক।
02:49 এইটোৱে দেখায় যে ইয়াৰ ভ্যালু হল 10.
02:52 আপোনি দেখিব যে ইয়াতে workspace ইয়াৰ তলত কিছু অতিৰিক্ত উইন্ডো থাকে।
02:59 ইয়াতে Variables উইন্ডো আছে যি ভ্যাৰিয়েবলৰ সূচী আৰু তাৰ ভ্যালু দেখায়।
03:07 এতিয়া পর্যন্ত মাত্ৰ ভ্যাৰিয়েবল a ইনিসিয়েলাইজ হৈছে।
03:11 আমি স্যাম্পল debug আউটপুটৰ সৈতে Output উইন্ডোও দেখিব পাৰো।
03:17 ইয়াতে এতিয়াও আউটপুট নাই।
03:19 ইয়াতে Debugger Console ও আছে যি কয় যে প্রোগ্রাম লাইন 29 ত ব্রেক পয়েন্ট কৰে আৰু তাতে ৰখি যায়।
03:28 ইয়াতে Breakpoints উইন্ডোস ও আছে যি আপোনাক কয় যে ব্রেকপয়েন্ট সংখ্যা 29 ত সেট আছে।
03:36 আগোৱাই যোৱাৰ আগত watch কিভাবে জোড়ে চাও।
03:40 উদাহৰণস্বৰুপে আমি ইন্টিজাৰ ভ্যালু aSample ত watch বিছাৰো।
03:48 workspace ইয়াৰ তলত Variables উইন্ডোত মই Enter new Watch বিকল্পত দুইবাৰ টিপিম আৰু ভ্যাৰিয়েবল aSample.value ইয়াৰ নাম লিখিম।
04:02 OK ত টিপক।
04:06 এতিয়া পর্যন্ত, aSample তৈয়াৰ হোৱা নাই, সেয়ে এইটোৱে কয় যে এইটোৱে ভ্যালু নাজানে।
04:12 এবাৰ এই লাইন নিস্পাদিত কৰাত, আমি জানিম যে ভ্যাৰিয়েবলত কি আছে।
04:16 একেইভাবে, আপোনি দেখিব পাৰে আৰু expressions ইয়াৰ মুল্লাঙ্কন কৰিব পাৰে।
04:21 ইয়াতে আমি b=a+10 ইয়াৰ বাবে চাই আছো।
04:25 কি হব যদি আমি জানিব বিছাৰো যে a-4 কি।
04:29 সেয়ে আমি মেনু বাৰত Debug মেনুত যাও আৰু Evaluate expression বিকল্প চয়ন কৰো।
04:37 workspace ত Evaluate Code উইন্ডো দেখায়।
04:41 ইয়াতে আমি expression a-4 লিখিম।
04:45 ইয়াতে Evaluate Expression বোতামত টিপক আৰু Variable উইন্ডোত এইটোৱে দেখায় যে a-4 ইয়াৰ ভ্যালু হল 6.
04:56 এতিয়া আগোৱাই যাও আৰু কোডৰ এই লাইন নিস্পাদিত কৰো।
05:00 এইটো কৰিবলৈ, টুলবাৰ পৰা Step-Over বোতামক চয়ন কৰক।
05:06 এইটোৱে মাত্ৰ Hello World প্রিন্ট কৰিবলৈ কোডৰ মাত্ৰ এটা সিঙ্গল লাইন নিস্পাদিত কৰা উচিত।
05:12 এতিয়া আউটপুট চাবলৈ, আউটপুট উইন্ডোত গৈ sampleDebug আউটপুট উইন্ডো চয়ন কৰক।
05:17 যি কয় যে Hello World! a is 10
05:22 প্রোগ্রামক এতিয়া পর্যন্ত SampleClass অবজেক্ট তৈয়াৰ কৰিবলৈ লাইনত ৰখা হৈছিল।
05:28 এতিয়া মই SampleClass ইয়াৰ কনস্ট্রাক্টটৰত যাবলৈ বিছাৰো।
05:32 ইয়াৰ বাবে মই টুলবাৰ পৰা Step Into বিকল্প চয়ন কৰিবলৈ পাৰো।
05:41 তাৰপিছত Step Over চয়ন কৰি দেখো যে কনস্ট্রাক্টটৰ call ত আহা ভ্যালু এতিয়া 10লৈ সেট হৈ গৈছে।
05:51 আপোনি তাক ভ্যাৰিয়েবলত লৈ গৈ চাব পাৰে।
05:55 মই পিছৰ ধাপত গলে দেখিব পাৰো যে this.variable 10লৈ সেট হৈ গৈছে।
06:03 এই ফাংশনৰ পৰা বাহিৰত আহিবলৈ, হয়তো Continue, Step Over বা Step Out বাছিব পাৰো।
06:11 এতিয়া মেথদৰ পৰা উলাবলৈ মই Step-Out চয়ন কৰো।
06:14 এতিয়া মই তাত আছো যত ফাংশন call বনাইছিলো।
06:19 মই আকৌ এবাৰ Step-Over কলে আপোনি দেখিব যে aSample.value এতিয়া 10লৈ সেট হৈ গৈছে।
06:27 এইটোৱে যি আমি দেখিব বিছাৰিছিলো।
06:30 Breakpoints আৰু StepOvers ৰ বাহিৰে, আপোনি প্রোগ্রামৰ নিস্পাদন কার্সাৰৰ লাইনতও ৰখিব পাৰে।
06:38 উদাহৰণস্বৰুপে ইয়াতে ফাংশনত যাওক আৰু এই লাইনত কার্সাৰক সেট কৰক যি কয় যে d=b-5;
06:49 এতিয়া টুলবাৰত Run To Cursor বিকল্প চয়ন কৰক।
06:54 আপোনি দেখিব যে প্রোগ্রামৰ নিস্পাদন ফাংশনত হৈ যায় আৰু লাইনত ৰখি যায় যত কার্সাৰ থাকে।
07:05 আপোনি দেখিব পাৰে যে এইটোৱে 20 হিসাবে b ইয়াৰ ভ্যালু গণনা কৰিছে।
07:10 variable উইন্ডোত b ইয়াৰ বাবে 20 সেট কৰিছো।
07:14 এতিয়া মই আৰু এবাৰ Step Over চয়ন কৰিবলৈ পাৰো আৰু d ইয়াৰ ভ্যালুও ইনিসিয়েলাইজ হৈ 15 হৈ যায়।
07:23 এতিয়া আমি হয়তো ৰিটার্ন চয়ন কৰিব পাৰো বা প্রোগ্রামৰ নিস্পাদন পূর্ণ কৰিব পাৰো।
07:29 মই Step Out চয়ন কৰো আৰু ফাংশন কলত উভতি আহো।
07:36 আপোনি getC() ফাংশনত গলে ধ্যান দিব যে ফাংশন 15 ভ্যালু ৰিটার্ন কৰিছে।
07:43 ভ্যাৰিয়েবল c ক এতিয়াও সেই ভ্যালুক নিযুক্ত কৰা হোৱা নাই।
07:47 সেয়ে আমি Step Over কৰিলে আৰু সেই লাইন নিস্পাদিত কৰিলে c ভ্যালু 15 পায়।
07:55 এতিয়া এইটোক ভ্যাৰিয়েবল উইন্ডোত চাবলৈ পাৰো বা ইয়াৰ ভ্যালু পৰীক্ষা কৰিবলৈ variableত যাওক।
08:03 এতিয়া debugging সেশন ৰখাব চালে, টুলবাৰ পৰা Finish Debugger Session বিকল্প চয়ন কৰিব পাৰে।
08:12 পিছৰ breakpoint ইয়াৰ বাবে নিস্পাদন জাৰি ৰাখিব বিছাৰিলে Continue বিকল্প চয়ন কৰিবলৈ পাৰে।
08:19 এবাৰ শেষ কৰাৰ পিছত বাকি প্রোগ্রামৰ নিস্পাদন সমাপ্ত কৰিবলৈ Continue option ও চয়ন কৰিবলৈ পাৰে।
08:25 আমি Continue চয়ন কৰো।
08:27 আউটপুট উইন্ডোত, এইটোৱে b is 20 আৰু c is 15 আউটপুট দেখায়।
08:34 এইটো netbeans ত debugging বিকল্পৰ এটা সংক্ষিপ্ত আলোচনা আছিল।
08:39 কোনো অ্যাডভান্স ফীচার্স সেটিং বিছাৰিলে
08:42 Tools মেনুত যাব পাৰো, Optionsত টিপক, Miscellaneous বিকল্পত যাওক Java Debugger ট্যাবত টিপক।
08:53 ইয়াতে আপোনি multi-threaded program breakpoint বিকল্পৰ বাবে সেটিং সলাব পাৰো।
08:59 বা যি মেথড আপোনি ব্যবহাৰ কৰিবলৈ বিছাৰে তাক নির্ণয় কৰিবলৈ ফিল্টাৰ কৰক।
09:07 নির্দেশিত কামৰ বাবে,
09:09 আমাৰ প্রোগ্রামত কোনো এটা লওক, ভাল হব যদি ইয়াত আগেই এৰৰ থাকে।
09:16 নহলে, লজিক বা আলগোৰিদমৰ সৈতে কিছু এৰৰ দি আৰম্ভ কৰো।
09:20 কোডত breakpoints সেট কৰক। সাধাৰণতে ফাংশনৰ কলিং পয়েন্টত ব্রেক সেট কৰক যাতে ইয়াৰ এৰৰ নির্দেশ থাকে।
09:29 ফাংশনত যাবলৈ Step-Into ব্যবহাৰ কৰক।
09:32 লাইন নিস্পাদিত কৰিবলৈ Step-Overs ব্যবহাৰ কৰক আৰু ভ্যাৰিয়েবল উইন্ডোত ভ্যাৰিয়েবল ভ্যালুৰ নিৰীক্ষণ কৰিবলৈ সুনিশ্চিত কৰক।
09:41 এৰৰ চিহ্নিত আৰু সঠিক কৰিবলৈ সাহায্যৰ বাবে কিছু watches জুড়ক।
09:45 মেথডৰ বাহিৰত যাওক।
09:48 পিছৰ breakpoint ত পোৱা পর্যন্তলৈকে চলাই যাওক।
09:51 অবশেষত, debugger সেশন সমাপ্ত কৰক আৰু অ্যাপ্লিকেশন ৰান কৰক।
09:57 এই টিউটোৰিয়েলত netbeans debugger ইয়াৰ সৈতে পৰিচয় হৈছে।
10:02 আমি breakpoints আৰু watches সেট কৰা দেখিছো।
10:06 expressions জুড়ক, যি আমি গণনা কৰিবলৈ চাও, যেতিয়াই কোড ৰান হয়।
10:11 Step-Into, Step-Over, Step-Out আৰু Run-to-Cursor ইয়াৰ বিকল্পৰ সৈতে প্রোগ্রামৰ নিস্পাদন চিহ্নিত কৰিছো।
10:19 লগতে অ্যাডভান্স debugging ইয়াৰ বাবে debugger কনফিগাৰ কৰা দেখিছো।
10:24 আশা কৰো যে এই টিউটোৰিয়েলে আপোনাৰ টেস্টিং আৰু ডিবাগিং কার্যত অনেক সময় বচাইছে।
10:30 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক।
10:33 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:36 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
10:41 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
10:46 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
10:49 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:55 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:59 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
11:05 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
11:14 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
11:18 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi