Netbeans/C2/Introduction-to-Netbeans/Assamese
From Script | Spoken-Tutorial
Introduction-to-Netbeans
Time | Narration |
00:01 | নমস্কাৰ বন্ধুগণ। |
00:02 | Netbeans IDE ইয়াৰ পৰিচয়ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সৈতে অাৰম্ভ কৰাৰ সম্পর্কে মৌলিক পৰিচয় কৰাম। |
00:13 | Netbeans হল www.netbeans.org ত উপলব্ধ ফ্রি আৰু ওপেন সোর্স ইন্টিগ্রেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট। |
00:23 | এইটোৱে বিভিন্ন এলিমেন্টৰ ইন্টিগ্রেশনৰ অনুমতি দিয়ে। |
00:27 | বিভিন্ন স্ক্রিপ্টিং ভাষা আৰু উন্নত টেক্সট এডিটৰৰ সমর্থন কৰে। |
00:31 | এইটোৱে প্রজেক্ট তৈয়াৰ আৰু ডিসাইন তৈয়াৰ কৰিবলৈ GUI ও প্রদান কৰে লগতে ডেটাবেসকও সমর্থন কৰে। |
00:39 | এই টিউটোৰিয়ালটোক বুঝিবলৈ জাভা প্রোগ্রামিং ল্যাঙ্গুয়েজৰ মৌলিক জ্ঞান থকা প্রয়োজন। |
00:47 | এই টিউটোৰিয়েলত স্ট্যান্ডার্ড প্রোগ্রামিং টার্মিনোলজি ব্যবহাৰ কৰা হৈছে। |
00:52 | Netbeans ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ, |
00:55 | আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.04 আৰু |
01:00 | Netbeans IDE সংস্কৰণ 7.1.1 ব্যবহাৰ কৰিছো। |
01:05 | এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সংস্থাপন দেখিম। |
01:11 | Netbeans ইন্টাৰফেসৰ সৈতে ভালমতে পৰিচয় হব আৰু |
01:16 | এটা স্যাম্পল জাভা প্রকল্প তৈয়াৰ কৰিম। |
01:19 | প্রথমে IDE ইয়াৰ সংস্থাপন চাও। |
01:22 | Netbeans ক netbeans.org পৰা ডাউনলোড কৰা যাব পাৰে। |
01:27 | এইটো অফিসিয়েল মেন সাইট। |
01:31 | সাইটৰ মেন পৃষ্ঠাত Download link ত টিপক। |
01:36 | পৰবর্তী পৃষ্ঠাত যি লোড হয়, |
01:39 | অন্তিম কলমত download link ত টিপক, যত সকলো সমর্থিত টার্মিনোলজিৰ ডাউনলোড সম্মিলিত আছে যি Glassfish Server ইয়াৰ সৈতে IDE দ্বাৰা আবশ্যক। |
01:53 | Netbeans ইয়াৰ সংস্থাপনৰ জাভা ডেভেলপমেন্ট কিট অর্থাৎ JDK সংস্থাপনৰ ও প্রয়োজন। যি java.sun.com পৰা ডাউনলোড কৰা যাব পাৰে। |
02:05 | ইয়াতে Get Java লিঙ্কত টিপক লগতে Netbeans আৰু JDK Bundle উভয়ক ডাউনলোড কৰিবলৈ লিঙ্ক চয়ন কৰক। |
02:15 | পৰবর্তী পৃষ্ঠা যি লোড হয়, |
02;19 | তাৰ পৰা setup ফাইল চয়ন কৰক যি আপোনাৰ অপাৰেটিং সিস্টেমৰ অনুকুল হয়। |
02:24 | উবুন্টুত setup ফাইল .sh (dot sh) ফাইল হিসাবে ডাউনলোড হয়। |
02:29 | অর্থাৎ shell স্ক্রিপ্ট ফাইল হিসাবে। |
02:33 | 'টার্মিনেলত গৈ এই ফাইল ৰান কৰক। |
02:38 | উইন্ডো বা ডাইৰেক্টৰিত যাওক, যত ডাউনলোড কৰা সেটআপ ফাইল আছে আৰু প্রম্পটত |
02:46 | ডাউনলোড ফাইলৰ নামৰ পৰা sh লিখক আৰু এন্টাৰ টিপক। |
02:54 | এইটোৱে ইনস্টলাৰ আৰম্ভ কৰিব, যি কিছু সময় লব। |
03:04 | ইনস্টলাৰ পর্দাত দেখা দিয়ে। |
03:06 | আপোনাৰ সিস্টেমত IDE সংস্থাপিত কৰিবলৈ আপোনাৰ পর্দাত দিয়া নির্দেশাবলী অনুসৰণ কৰিবলৈ পাৰে। |
03:13 | আমি এতিয়া ইনস্টলাৰ পৰা প্রস্থান কৰিম। |
03:17 | এতিয়া Netbeans উইন্ডোত চাওক। |
03:21 | আপোনাৰ উবুন্টু অপাৰেটিং সিস্টেমত Netbeans আৰম্ভ কৰিবলৈ |
03:25 | মেনু আইটেমস applications, Programmings এ যাওক আৰু Netbeans IDE আইকনত টিপক। |
03:34 | আপোনি প্রথমে IDE আৰম্ভ কৰাত এইটোৱে Netbeans স্টার্ট পৃষ্ঠা খোলে। |
03:41 | IDE উইন্ডোত আছে: |
03:43 | মেনু বাৰত Menus |
03:46 | Toolbar আৰু |
03:48 | Workspace যেনে ফাইল সিস্টেম উইন্ডো। |
03:52 | ৰানটাইম উইন্ডো আৰু |
03:53 | আউটপুট উইন্ডো। |
03:57 | main মেনুয়ে আপোনাক প্রজেক্ট তৈয়াৰ কৰিবলৈ, সম্পাদন কৰিবলৈ, কম্পাইল কৰিবলৈ, ৰান কৰিবলৈ আৰু ডি বাগ কৰাৰ সৈতে |
04:03 | Netbeans ব্যবহাৰ কৰিবলৈ আবশ্যক কমান্ড ও প্রদান কৰে। |
04:10 | মেনু বাৰৰ তলত থাকা টুলবাৰ মেনুবাৰত উপযোগিত অনেক ঘন ঘন কমান্ডৰ বাবে বোতাম প্রদান কৰে। |
04:18 | Workspace , উইন্ডোসৰ এটা সংকলন যাৰ ব্যবহাৰ কিছু ধৰনৰ অপাৰেশন কৰিবলৈ কৰা হয়। |
04:23 | যেনে ওয়ার্কস্পেস উইন্ডোত এডিটিং, নিষ্পাদন, আউটপুট বা ডিবাগিং, যি ওয়ার্কস্পেসৰ তলত উপস্থিত। |
04:35 | তাৰ পিছত এটা স্যাম্পল জাভা প্রজেক্ট তৈয়াৰ কৰো। |
04:40 | জাভা প্রজেক্ট তৈয়াৰ কৰিবলৈ File মেনুত যাওক. New Project ত টিপক। |
04:47 | Categories ইয়াৰ তলত New Project উইজার্ড বাক্সত |
04:51 | Projects ত java চয়ন কৰক, Java Applications চয়ন কৰক আৰু Nextত টিপক। |
04:58 | উইজার্ডৰ name আৰু location পৃষ্ঠাত |
05:02 | KeyboardReader হিসাবে আপোনাৰ প্রকল্পৰ নাম দিয়ক। |
05:08 | চয়নিত Set as Main Project চেক বাক্স সেট কৰক আৰু |
05:12 | Finish ত টিপক। |
05:15 | প্রজেক্ট তৈয়াৰ হৈ গৈছে আৰু IDE ত খোলা আছে। |
05:20 | এবাৰ প্রজেক্ট তৈয়াৰ হৈ গলে আপোনি প্রকল্প উইন্ডোক IDE উইন্ডোসৰ বাওফালে দেখিবলৈ সক্ষম হব। |
05:27 | যাতে আপোনাৰ কোডৰ উপৰত নির্ভৰিত সোর্স ফাইল, লাইব্রেৰিৰ সৈতে প্রজেক্টৰ উপাদানৰ ট্রি ভিউ আছে। |
05:36 | KeyboardReader.java নামৰ ফাইলৰ সৈতে সোফালে সোর্স এডিটৰ খোলা আছে। |
05:43 | এতিয়া main ক্লাসত, এটা স্যাম্পল জাভা কোড লিখক। |
05:49 | ইনপুট পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা হলে এই কোড কীবোর্ড পৰা ইনপুট পড়ে আৰু এটা আউটপুট দেখায়। |
05:58 | আমি এতিয়া এই কোড আমাৰ ক্লিপবোর্ডত কপি কৰিছো আৰু IDE ওয়ার্কস্পেসত উপস্থিত কোডত পেস্ট কৰিছো। |
06:11 | পৰবর্তী ধাপ হল, আমাৰ প্রজেক্ট ৰান কৰা। |
06:14 | Netbeans IDE ত যিকোনো প্রজেক্ট ৰান কৰিবলৈ ইয়াত 3 টা পদ্ধতি আছে। |
06:20 | প্রথম পদ্ধতি হল, আপোনি প্রজেক্ট উইন্ডোত প্রজেক্ট নোডত টিপিব পাৰে আৰু contextual মেনুৰ পৰা Run চয়ন কৰিবলৈ পাৰে। |
06:29 | বা আপোনি টুলবাৰত যাব পাৰে আৰু Run Project বোতামত টিপিব পাৰে। |
06:34 | বা আপোনি আপোনাৰ কীবোর্ডত প্রজেক্ট ৰান কৰিবলৈ F6 কীস ও টিপিব পাৰে। |
06:40 | আমি প্রজেক্ট নোডত সো ক্লিক কৰি আৰু Run বিকল্প চয়ন কৰো। |
06:45 | আপোনি জাভা অ্যাপ্লিকেশন ৰান কৰাত IDE অ্যাপ্লিকেশনে কোড তৈয়াৰ কৰে আৰু কম্পাইল কৰে আৰু প্রোগ্রাম আউটপুট উইন্ডোত ৰান কৰে যি ওয়ার্কস্পেসৰ তলত দেখায়। |
06:57 | IDE এতিয়া আমাক যি কোনো সংখ্যা লিখাৰ বাবে কয়। |
07:01 | আমি এটা ৰান্ডম সংখ্যা লিখি আৰু এন্টাৰ টিপো। |
07:06 | এইটোৱে কয় যে, ইনপুট এটা পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা। |
07:11 | এতিয়া নির্দেশিত কাম, |
07:15 | KeyboardInputReader প্রজেক্টৰ বাবে এক্সটেনশন হিসাবে, |
07:19 | অন্য প্রকল্প পৰিবর্তন কৰক অর্থাৎ এটা টেম্পাৰেচৰ কনভার্টাৰ অ্যাপ্লিকেশন যি এটা ইনপুট টেম্পাৰেচৰ লয়। |
07:27 | সেলসিয়াসৰ পৰা ফাৰেনহাইটত ৰুপান্তৰ কৰা আৰু বিপৰীত। |
07:31 | আউটপুট উইন্ডোত পৰিবর্তিত তাপমাত্রা প্রদর্শন কৰক। |
07:36 | আমি আগেই নির্দেশিত কাম কৰি পেলাইছো। |
07:40 | নির্দেশিত কাম ৰান কৰক। |
07:47 | প্রোগ্রাম আউটপুট উইন্ডোত আমাক ইনপুট তাপমাত্রা লিখিব কয়। |
07:52 | আমি Fahrenheit ত স্যাম্পল তাপমাত্রা -40 লিখো আৰু এইটোৱে আমাক সেলসিয়াসত ৰুপান্তৰিত তাপমাত্রা দেখায়। |
08:07 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ এই ভিডিওটো চাওক। |
08:10 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
08:14 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
08:20 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
08:27 | অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়ে। |
08:31 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
08:38 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
08:43 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
08:49 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
09:00 | আই আই টি বোম্বেৰ পৰা মই মৌছুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
09:05 | অংশগ্রহনৰ বাবে ধন্যবাদ। |