Netbeans/C2/Introduction-to-Netbeans/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Introduction-to-Netbeans

Time Narration
00:01 নমস্কাৰ বন্ধুগণ।
00:02 Netbeans IDE ইয়াৰ পৰিচয়ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সৈতে অাৰম্ভ কৰাৰ সম্পর্কে মৌলিক পৰিচয় কৰাম।
00:13 Netbeans হল www.netbeans.org ত উপলব্ধ ফ্রি আৰু ওপেন সোর্স ইন্টিগ্রেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট।
00:23 এইটোৱে বিভিন্ন এলিমেন্টৰ ইন্টিগ্রেশনৰ অনুমতি দিয়ে।
00:27 বিভিন্ন স্ক্রিপ্টিং ভাষা আৰু উন্নত টেক্সট এডিটৰৰ সমর্থন কৰে।
00:31 এইটোৱে প্রজেক্ট তৈয়াৰ আৰু ডিসাইন তৈয়াৰ কৰিবলৈ GUI ও প্রদান কৰে লগতে ডেটাবেসকও সমর্থন কৰে।
00:39 এই টিউটোৰিয়ালটোক বুঝিবলৈ জাভা প্রোগ্রামিং ল্যাঙ্গুয়েজৰ মৌলিক জ্ঞান থকা প্রয়োজন।
00:47 এই টিউটোৰিয়েলত স্ট্যান্ডার্ড প্রোগ্রামিং টার্মিনোলজি ব্যবহাৰ কৰা হৈছে।
00:52 Netbeans ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ,
00:55 আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.04 আৰু
01:00 Netbeans IDE সংস্কৰণ 7.1.1 ব্যবহাৰ কৰিছো।
01:05 এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সংস্থাপন দেখিম।
01:11 Netbeans ইন্টাৰফেসৰ সৈতে ভালমতে পৰিচয় হব আৰু
01:16 এটা স্যাম্পল জাভা প্রকল্প তৈয়াৰ কৰিম।
01:19 প্রথমে IDE ইয়াৰ সংস্থাপন চাও।
01:22 Netbeans ক netbeans.org পৰা ডাউনলোড কৰা যাব পাৰে।
01:27 এইটো অফিসিয়েল মেন সাইট।
01:31 সাইটৰ মেন পৃষ্ঠাত Download link ত টিপক।
01:36 পৰবর্তী পৃষ্ঠাত যি লোড হয়,
01:39 অন্তিম কলমত download link ত টিপক, যত সকলো সমর্থিত টার্মিনোলজিৰ ডাউনলোড সম্মিলিত আছে যি Glassfish Server ইয়াৰ সৈতে IDE দ্বাৰা আবশ্যক।
01:53 Netbeans ইয়াৰ সংস্থাপনৰ জাভা ডেভেলপমেন্ট কিট অর্থাৎ JDK সংস্থাপনৰ ও প্রয়োজন। যি java.sun.com পৰা ডাউনলোড কৰা যাব পাৰে।
02:05 ইয়াতে Get Java লিঙ্কত টিপক লগতে Netbeans আৰু JDK Bundle উভয়ক ডাউনলোড কৰিবলৈ লিঙ্ক চয়ন কৰক।
02:15 পৰবর্তী পৃষ্ঠা যি লোড হয়,
02;19 তাৰ পৰা setup ফাইল চয়ন কৰক যি আপোনাৰ অপাৰেটিং সিস্টেমৰ অনুকুল হয়।
02:24 উবুন্টুত setup ফাইল .sh (dot sh) ফাইল হিসাবে ডাউনলোড হয়।
02:29 অর্থাৎ shell স্ক্রিপ্ট ফাইল হিসাবে।
02:33 'টার্মিনেলত গৈ এই ফাইল ৰান কৰক।
02:38 উইন্ডো বা ডাইৰেক্টৰিত যাওক, যত ডাউনলোড কৰা সেটআপ ফাইল আছে আৰু প্রম্পটত
02:46 ডাউনলোড ফাইলৰ নামৰ পৰা sh লিখক আৰু এন্টাৰ টিপক।
02:54 এইটোৱে ইনস্টলাৰ আৰম্ভ কৰিব, যি কিছু সময় লব।
03:04 ইনস্টলাৰ পর্দাত দেখা দিয়ে।
03:06 আপোনাৰ সিস্টেমত IDE সংস্থাপিত কৰিবলৈ আপোনাৰ পর্দাত দিয়া নির্দেশাবলী অনুসৰণ কৰিবলৈ পাৰে।
03:13 আমি এতিয়া ইনস্টলাৰ পৰা প্রস্থান কৰিম।
03:17 এতিয়া Netbeans উইন্ডোত চাওক।
03:21 আপোনাৰ উবুন্টু অপাৰেটিং সিস্টেমত Netbeans আৰম্ভ কৰিবলৈ
03:25 মেনু আইটেমস applications, Programmings এ যাওক আৰু Netbeans IDE আইকনত টিপক।
03:34 আপোনি প্রথমে IDE আৰম্ভ কৰাত এইটোৱে Netbeans স্টার্ট পৃষ্ঠা খোলে।
03:41 IDE উইন্ডোত আছে:
03:43 মেনু বাৰত Menus
03:46 Toolbar আৰু
03:48 Workspace যেনে ফাইল সিস্টেম উইন্ডো।
03:52 ৰানটাইম উইন্ডো আৰু
03:53 আউটপুট উইন্ডো।
03:57 main মেনুয়ে আপোনাক প্রজেক্ট তৈয়াৰ কৰিবলৈ, সম্পাদন কৰিবলৈ, কম্পাইল কৰিবলৈ, ৰান কৰিবলৈ আৰু ডি বাগ কৰাৰ সৈতে
04:03 Netbeans ব্যবহাৰ কৰিবলৈ আবশ্যক কমান্ড ও প্রদান কৰে।
04:10 মেনু বাৰৰ তলত থাকা টুলবাৰ মেনুবাৰত উপযোগিত অনেক ঘন ঘন কমান্ডৰ বাবে বোতাম প্রদান কৰে।
04:18 Workspace , উইন্ডোসৰ এটা সংকলন যাৰ ব্যবহাৰ কিছু ধৰনৰ অপাৰেশন কৰিবলৈ কৰা হয়।
04:23 যেনে ওয়ার্কস্পেস উইন্ডোত এডিটিং, নিষ্পাদন, আউটপুট বা ডিবাগিং, যি ওয়ার্কস্পেসৰ তলত উপস্থিত।
04:35 তাৰ পিছত এটা স্যাম্পল জাভা প্রজেক্ট তৈয়াৰ কৰো।
04:40 জাভা প্রজেক্ট তৈয়াৰ কৰিবলৈ File মেনুত যাওক. New Project ত টিপক।
04:47 Categories ইয়াৰ তলত New Project উইজার্ড বাক্সত
04:51 Projects ত java চয়ন কৰক, Java Applications চয়ন কৰক আৰু Nextত টিপক।
04:58 উইজার্ডৰ name আৰু location পৃষ্ঠাত
05:02 KeyboardReader হিসাবে আপোনাৰ প্রকল্পৰ নাম দিয়ক।
05:08 চয়নিত Set as Main Project চেক বাক্স সেট কৰক আৰু
05:12 Finish ত টিপক।
05:15 প্রজেক্ট তৈয়াৰ হৈ গৈছে আৰু IDE ত খোলা আছে।
05:20 এবাৰ প্রজেক্ট তৈয়াৰ হৈ গলে আপোনি প্রকল্প উইন্ডোক IDE উইন্ডোসৰ বাওফালে দেখিবলৈ সক্ষম হব।
05:27 যাতে আপোনাৰ কোডৰ উপৰত নির্ভৰিত সোর্স ফাইল, লাইব্রেৰিৰ সৈতে প্রজেক্টৰ উপাদানৰ ট্রি ভিউ আছে।
05:36 KeyboardReader.java নামৰ ফাইলৰ সৈতে সোফালে সোর্স এডিটৰ খোলা আছে।
05:43 এতিয়া main ক্লাসত, এটা স্যাম্পল জাভা কোড লিখক।
05:49 ইনপুট পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা হলে এই কোড কীবোর্ড পৰা ইনপুট পড়ে আৰু এটা আউটপুট দেখায়।
05:58 আমি এতিয়া এই কোড আমাৰ ক্লিপবোর্ডত কপি কৰিছো আৰু IDE ওয়ার্কস্পেসত উপস্থিত কোডত পেস্ট কৰিছো।
06:11 পৰবর্তী ধাপ হল, আমাৰ প্রজেক্ট ৰান কৰা।
06:14 Netbeans IDE ত যিকোনো প্রজেক্ট ৰান কৰিবলৈ ইয়াত 3 টা পদ্ধতি আছে।
06:20 প্রথম পদ্ধতি হল, আপোনি প্রজেক্ট উইন্ডোত প্রজেক্ট নোডত টিপিব পাৰে আৰু contextual মেনুৰ পৰা Run চয়ন কৰিবলৈ পাৰে।
06:29 বা আপোনি টুলবাৰত যাব পাৰে আৰু Run Project বোতামত টিপিব পাৰে।
06:34 বা আপোনি আপোনাৰ কীবোর্ডত প্রজেক্ট ৰান কৰিবলৈ F6 কীস ও টিপিব পাৰে।
06:40 আমি প্রজেক্ট নোডত সো ক্লিক কৰি আৰু Run বিকল্প চয়ন কৰো।
06:45 আপোনি জাভা অ্যাপ্লিকেশন ৰান কৰাত IDE অ্যাপ্লিকেশনে কোড তৈয়াৰ কৰে আৰু কম্পাইল কৰে আৰু প্রোগ্রাম আউটপুট উইন্ডোত ৰান কৰে যি ওয়ার্কস্পেসৰ তলত দেখায়।
06:57 IDE এতিয়া আমাক যি কোনো সংখ্যা লিখাৰ বাবে কয়।
07:01 আমি এটা ৰান্ডম সংখ্যা লিখি আৰু এন্টাৰ টিপো।
07:06 এইটোৱে কয় যে, ইনপুট এটা পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা।
07:11 এতিয়া নির্দেশিত কাম,
07:15 KeyboardInputReader প্রজেক্টৰ বাবে এক্সটেনশন হিসাবে,
07:19 অন্য প্রকল্প পৰিবর্তন কৰক অর্থাৎ এটা টেম্পাৰেচৰ কনভার্টাৰ অ্যাপ্লিকেশন যি এটা ইনপুট টেম্পাৰেচৰ লয়।
07:27 সেলসিয়াসৰ পৰা ফাৰেনহাইটত ৰুপান্তৰ কৰা আৰু বিপৰীত।
07:31 আউটপুট উইন্ডোত পৰিবর্তিত তাপমাত্রা প্রদর্শন কৰক।
07:36 আমি আগেই নির্দেশিত কাম কৰি পেলাইছো।
07:40 নির্দেশিত কাম ৰান কৰক।
07:47 প্রোগ্রাম আউটপুট উইন্ডোত আমাক ইনপুট তাপমাত্রা লিখিব কয়।
07:52 আমি Fahrenheit ত স্যাম্পল তাপমাত্রা -40 লিখো আৰু এইটোৱে আমাক সেলসিয়াসত ৰুপান্তৰিত তাপমাত্রা দেখায়।
08:07 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ এই ভিডিওটো চাওক।
08:10 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
08:14 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
08:20 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
08:27 অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়ে।
08:31 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
08:38 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
08:43 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
08:49 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
09:00 আই আই টি বোম্বেৰ পৰা মই মৌছুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
09:05 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi