Inkscape/C2/Create-and-Format-Text/Assamese

From Script | Spoken-Tutorial
Revision as of 12:29, 29 January 2016 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Create and format text এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটৰিয়েলত আমি শিকিম:

টেক্সট সন্নিবেশ কৰা, টেক্সট ফৰম্যাটিং আৰু বিন্যস্ত কৰা, স্পেসিং আৰু বুলেট।

00:15 তাৰ লগতে আমি শেষত এটা সহজ ফ্লাইয়াৰ তৈয়াৰ কৰা শিকিম।
00:19 টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,

উবুন্টু লিনাক্স 12.04 OS

Inkscape সংস্কৰণ 0.48.4

00:29 আমি এই টিউটৰিয়েল সর্বোচ্চ ৰেজল্যুশন মোডত ৰেকর্ড কৰিম। এইটোক সকলো টুল অন্তর্ভুক্ত কৰাৰ বাবেই যি ব্যাখ্যা কৰা হব।
00:38 Inkscape খুলক।
00:40 টুল বাক্সৰ পৰা টেক্সট টুল ব্যবহাৰ কৰি টেক্সট সন্নিবেশ কৰা যাব পাৰে।
00:45 আমি দুইভাবে টেক্সট যোগ কৰিব পাৰো-

Regular Text

Flowed Text

00:50 প্রথমে আমি Regular টেক্সট সম্পর্কে শিকিম। টেক্সট টুল আৰু তাৰপিছত ক্যানভাসত টিপক।
00:57 এতিয়া লিখক Spoken. লক্ষ্য কৰক যে টেক্সট বাক্স টেক্সট অন্তর্ভুক্ত কৰিবলৈ ডাঙৰ হৈছে।
01:03 লাইন ব্রেকাৰ নিজে নিজে যুক্ত হব. সেয়ে, পিছৰ লাইনত যাবলৈ Enter টিপক আৰু লিখক Tutorial.
01:11 আগৰ লাইনত শব্দ লৈ যাবলৈ বর্ণমালা T ৰ আগত কার্সাৰ ৰাখক। এতিয়া ব্যাকস্পেস টিপক আৰু 2 টা শব্দৰ মাঝত এটা স্পেস যোগ কৰক।
01:22 একেইভাবে, Spoken Tutorial ৰ তলত নতুন লাইনত http://spoken-tutorial.org লিখক।
01:33 ইয়াৰ পিছত আমি Flowed টেক্সটৰ মাধ্যমেৰে টেক্সট সন্নিবেশ কৰা শিকিম।
01:38 এইবাৰ আমি আগতে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি কৰিম।
01:45 সম্পূর্ণ টেক্সট নির্বাচন কৰিবলৈ Ctrl + A টিপক আৰু কপি কৰিবলৈ Ctrl + C টিপক।
01:52 এতিয়া Inkscapeত উভতি আহো. নিশ্চিত কৰক যে টেক্সট টুলটো নির্বাচিত।
01:58 ক্যানভাসত টিপক আৰু আয়তক্ষেত্রাকাৰ বা বর্গাকাৰ টেক্সট এৰিয়া গঠন কৰিবলৈ ড্রেগ কৰক।
02:03 লক্ষ্য কৰক যে মাউস বোতাম এৰাত ক্যানভাসত এটা নীলা আয়তকাৰ বাক্স গঠিত হৈছে।
02:10 এতিয়া টেক্সট বাক্সৰ ভিতৰত, একেবাৰে উপৰৰ বাও কোনত জিলিকা থকা টেক্সট প্রম্পট লক্ষ্য কৰক।
02:17 কপি কৰা টেক্সট পেস্ট কৰিবলৈ Ctrl + V টিপক।
02:22 ৰঙালৈ সলনি হোৱা টেক্সট বাক্সৰ ৰঙ লক্ষ্য কৰক।
02:25 ইয়াৰ কাৰণ হল সন্নিবেশ কৰা টেক্সটবোৰ টেক্সট বাক্সৰ সীমাত অতিক্রম কৰে।
02:31 আমি টেক্সট বাক্সৰ সো ফালে কোণত অবস্থিত সৰু ডায়মন্ড হ্যান্ডেল ব্যবহাৰ কৰি এইটোক সংশোধন কৰিব পাৰো।
02:38 টেক্সট বাক্স নীলা ৰঙত সলনি নোহোৱালৈকে এইটোক টিপি ৰাখি ড্রেগ কৰক।
02:44 টেক্সটৰ অন্তিম বাক্য পূর্ববর্তী বাক্যৰ সৈতে জুড়া যায়।
02:48 এইটোক বেলেগ কৰিবলৈ শেষ বাক্যৰ আৰম্ভনিত দুইবাৰ এন্টাৰ টিপক।
02:53 এতিয়া টেক্সটৰ বাবে উপলব্ধ বিভিন্ন ফর্ম্যাটিং বিকল্প শিকো। Spoken Tutorial শব্দত টিপক।
03:01 Main মেনুত যাওক। Text ত টিপক আৰু তাৰপিছত Text and Font বিকল্পত।
03:09 Font আৰু Text বিকল্প সহ এটা ডায়লগ বাক্স দেখায়। Font ট্যাবৰ তলত বিভিন্ন বিকল্প আছে।
03:17 Font family তালিকা হল সকলো উপলব্ধ ফন্ট। আপোনি পছন্দৰ যি কোনো উপলব্ধ ফন্ট নির্বাচন কৰিব পাৰে।
03:25 আমি ইয়াত প্রিভিউ বাক্সত নির্বাচিত ফন্ট প্রিভিউ কৰিব পাৰো। মোৰ পছন্দ ফন্ট হল Bitstream Charter.
03:33 ইয়াত চাৰি ধৰনৰ স্টাইল বিকল্প আছে- Normal, Italic, Bold আৰু Bold Italic. আপোনাৰ প্রয়োজন অনুযায়ী স্টাইল নির্বাচন কৰক। মই Bold চয়ন কৰিম।
03:46 ফন্টৰ আকাৰ সলাবলৈ ড্রপ ডাউন অ্যাৰোত টিপক আৰু আকাৰ নির্বাচন কৰক। যিহেতু এইটো শিৰোনাম, আমি ডাঙৰ ফন্ট নির্বাচন কৰিম, ধৰক 64.
03:57 ইয়াৰ পিছত হল Layout.
03:59 এই বিকল্পৰ বাবে প্রিভিউ দৃশ্যমান নোহোৱাত আমি এইটোক কিছুক্ষণৰ পিছত শিকিম।
04:04 এতিয়া Font ট্যাবৰ পৰবর্তী Text ট্যাবত টিপক। ইয়াত এটা প্রিভিউ উইন্ডো তাৰ ভিতৰত টেক্সট সহ দৃশ্যমান হয়।
04:12 ইয়াত টেক্সটত যি কোনো পৰিবর্তন কৰা সম্ভব।
04:16 Apply ত টিপক আৰু ডায়ালগ বাক্স বন্ধ কৰক। লক্ষ্য কৰক যে টেক্সট ফৰম্যাট হৈ গৈছে।
04:23 আমি তলৰ কলাৰ প্যালেট ব্যবহাৰ কৰি টেক্সটৰ ৰঙ সলাবলৈ পাৰো। এতিয়া মেৰুন ৰঙত টিপো।
04:30 ইয়াৰ পিছত http://spoken-tutorial.org, URL এৰ বাবে টেক্সট নির্বাচন কৰক।
04:40 টেক্সট ফর্ম্যাটিং বিকল্প টুল কন্ট্রোলস বাৰতও উপলব্ধ।
04:44 মই ফন্টক Bitstream charter ত, ফন্টৰ আকাৰ 28 ত আৰু ৰঙ Blue ত সলাম।
04:54 ইয়াৰ পিছত প্যাৰাগ্রাফ টেক্সট চয়ন কৰো।
04:57 টেক্সট টুল ইতিমধ্যে নির্বাচিত হৈ থাকিলে আপোনি টেক্সট বাক্সৰ ভিতৰত যাবলৈ কেবল টেক্সটে টিপিব পাৰে।
05:04 মই টেক্সটৰ ফন্টৰ আকাৰ 25 ত সলাম।
05:08 টেক্সটক ক্যানভাসৰ ভিতৰত গতি কৰাবলৈ ডায়মন্ড হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক।
05:15 ইয়াৰ পিছত টেক্সটক সাৰিবদ্ধ কৰো।
05:19 টুল কন্ট্রোল বাৰত Italic আইকনৰ উচৰত থাকা চাৰিটা আইকন টেক্সট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে

বাওত কেন্দ্রত বা টেক্সট বাক্সৰ সোফালে।

05:30 চতুর্থ বিকল্পয়ে টেক্সট বাক্সৰ সীমাত টেক্সট সমর্থন কৰে. আমি আগোৱাৰ পূর্বে বাও এলাইনত(left align) টিপিম।
05:39 আমি Align and distribute বিকল্প ব্যবহাৰ কৰিও টেক্সট এলাইন কৰিব পাৰো।
05:43 Main মেনুত যাওক আৰু তাৰপিছত Object মেনুত টিপক। তাৰপিছত Align and Distribute বিকল্পত টিপক।
05:51 এতিয়া আমি Spoken Tutorial শব্দটো কেন্দ্রত গতি কৰাম। সেয়ে এইটোত টিপক।
05:57 প্রথমে ছেক কৰক যে Relative to প্যাৰামিটাৰ Page ত সেট হৈছে কি নাই।
06:01 সেয়ে, Centre on vertical axisত টিপক। লক্ষ্য কৰক যে টেক্সট কেন্দ্রত সাৰিবদ্ধ আছে।
06:10 এতিয়া তলত খালি এলাকাত আৰো কিছু টেক্সট যোগ কৰা দেখো।
06:13 লিখক FOSS Categories. এতিয়া Centre on vertical axis ত টিপি এটা পৃষ্ঠাৰ কেন্দ্রত সাৰিবদ্ধ কৰক।
06:25 ক্যানভাসত বেলেগভাবে আৰু এলোমেলোভাবে কিছু FOSS ৰ নাম লিখক যেনে Linux, LaTeX, Scilab, Python
06:39 এতিয়া ইকুয়েল স্পেস সহ একক ৰোত এই সকলো টেক্সট সাৰিবদ্ধ কৰক।
06:44 Shift কী ব্যবহাৰ কৰি 4 টা টেক্সট নির্বাচন কৰক। এইবোৰত টিপক।

Align baseline of text আৰু Distribute baseline of text horizontally.

06:58 লক্ষ্য কৰক যে শব্দৰ মাঝৰ স্থান সমান নহয়।
07:02 প্রথম শব্দৰ প্রথম অক্ষৰ আৰু দ্বিতীয় শব্দৰ প্রথম অক্ষৰৰ মাঝত সমান ব্যবধান আছে। কিন্তু শব্দৰ নিজৰ সমান ব্যবধান যুক্ত নাই।
07:10 এইটো উল্লম্ব টেক্সটৰ বাবেও ঠিক একেই ভাবে কাম কৰে।
07:15 এই বিকল্প নির্দিষ্ট পৰিস্থিতিত সহায়ক হব পাৰে।
07:20 আমি শব্দৰ মাঝত ব্যবধান একেই ৰাখিম।
07:23 এইটো কৰিবলৈ Distribute এৰ তলত প্রথম ৰো এৰ চতুর্থ আইকনত টিপক। এতিয়া শব্দৰ মাঝৰ ব্যবধান সমান।
07:32 ইয়াৰ পিছত আমি প্যাৰাগ্রাফ টেক্সটৰ লাইনৰ মাঝৰ ব্যবধান সমন্বয় কৰা শিকিম।
07:38 টেক্সট বাক্সৰ ভিতৰত যাবলৈ প্যাৰাগ্রাফ টেক্সটত দুইবাৰ টিপক।
07:44 টেক্সট কন্ট্রোল বাৰত Spacing between lines (লাইন আইকনৰ মাঝৰ ব্যবধান) আইকন লাইনৰ ব্যবধান কমাবলৈ বা বাড়াবলৈ সাহায্য কৰে।
07:50 লক্ষ্য কৰক আমি ব্যবধান বড়ালে কি হয়।
07:55 আমি লাইন স্পেসিং 1.50 ৰাখো।
07:59 পৰবর্তী আইকন অক্ষৰৰ মাঝত ব্যবধান সমন্বয় কৰিবলৈ সাহায্য কৰে। এবাৰ, আপ আৰু ডাউন অ্যাৰোত টিপক আৰু পৰিবর্তন লক্ষ্য কৰক।
08:07 আমি স্পেস প্যাৰামিটাৰ 0 হিসাবে ৰাখো।
08:12 লক্ষ্য কৰক ক্যানভাসৰ উভয় উল্লম্ব কোণত ব্যবধান আছে। আমি এইটো কিছু টেক্সট দি পূৰণ কৰিব পাৰো।
08:19 ক্যানভাসৰ বাহিৰত কোনো এটা জাগাত Learn Open Source Software for free বাক্যটো লিখক।
08:24 Font ক এতিয়া Ubuntu লৈ সলাওক। Font size ক 22 লৈ আৰু এইটোক Bold কৰক।
08:34 এতিয়া টুল কন্ট্রোল বাৰত অন্তিম আইকনত টিপক অর্থাৎ Vertical text.
08:39 লক্ষ্য কৰক যে এতিয়া টেক্সট উল্লম্ব ফালে সাৰিবদ্ধ আছে।
08:43 Selector টুল ব্যবহাৰ কৰি টেক্সটত টিপক আৰু এইটোক ক্যানভাসৰ বাও ফালে অতৰূৱাওক।
08:49  এইটোক ডুপ্লিকেট কৰিবলৈ Ctrl + D টিপক আৰু এই কপিটোক Ctrl কী ব্যবহাৰ কৰি পৃষ্ঠাৰ অনয় প্রান্তত অতৰূৱাওক।
08:59 এতিয়া আমি প্যাৰাগ্রাফৰ টেক্সটত বুলেট পয়েন্ট যোগ কৰিম।
09:03 Inkscapeএ টেক্সটৰ বাবে বুলেট বা সংখ্যাৰ তালিকা প্রদান নকৰে। সেয়ে এজনে বুলেট পয়েন্ট নিজেই তৈয়াৰ কৰিব লাগিব।
09:11 ellipse টুলত টিপক। ৰঙা ৰঙৰ এটা সৰু বৃত্ত আঁকক।
09:17 এতিয়া এই বুলেট প্যাৰাগ্রাফৰ প্রথম লাইনত লৈ যাওক। ডুপ্লিকেট কৰক আৰু ইয়াৰ কপিক পিছৰ বাক্যত অতৰূৱাওক।
09:27 সকলো বাক্যৰ বাবে এটা পুনৰাবৃত্তি কৰক।
09:32 এতিয়া আমাৰ প্রয়োজন অনুযায়ী সকলো টেক্সট আছে।
09:36 অবশেষত, এইটোক ফ্লায়াৰৰ নিচিনা দেখাবলৈ কিছু বিউটিফিকেশন কৰো।
09:41 ইয়াত এইটো এটা সম্পন্ন ফ্লায়াৰ।
09:45 মই উপৰত আৰু তলত সীমা যোগ কৰিছো আৰু এইটোক এটা বৃত্তাকাৰ আয়তক্ষেত্র আৰু উপবৃত্তৰ আকাৰ দ্বাৰা আচ্ছাদিত কৰিছো।
09:51 আপোনি আপোনাৰ ফ্লায়াৰৰ বাবে বিভিন্ন বিন্যাস আৰু ডিজাইন তৈয়াৰ কৰিবলৈ আপোনাৰ সৃজনশীলতা ব্যবহাৰ কৰিব পাৰে।
09:57 সংক্ষেপে,
09:59 এই টিউটৰিয়েলত আমি শিকিছো:

টেক্সট সন্নিবেশ কৰা, টেক্সট ফৰম্যাট আৰু বিন্যস্ত কৰা, স্পেসিং আৰু বুলেট তালিকা।

10:06 লগতে এটা সহজ ফ্লায়াৰ তৈয়াৰ কৰা শিকিছো।
10:09 আপোনি কৰা নির্দেশিত কাম এইৰকমে হব লাগিব।
10:11 এৰকমে এটা ফ্লায়াৰ তৈয়াৰ কৰক।

টেক্সট লিখিবলৈ টেক্সট টুল ব্যবহাৰ কৰক। Rectangle টুল ব্যবহাৰ কৰি bullets আৰু boxes তৈয়াৰ কৰক।

10:19 10 কোণ সহ স্টাৰ টুল ব্যবহাৰ কৰি স্টাৰ তৈয়াৰ কৰক।

ৰঙ সলাবলৈ ক‍ালাৰ প্যালেট আৰু Fill and stroke ব্যবহাৰ কৰক। Align and distribute ব্যবহাৰ কৰি টেক্সট সাৰিবদ্ধ কৰক।

10:31 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটি ডাউনলোড কৰি চাওক।
10:39 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
10:47 বিস্তাৰিত তথ্যৰ বাবে আমালৈ যোগাযোগ কৰক। স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
10:57 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
11:01 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো।
11:03 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi