PHP-and-MySQL/C4/User-Registration-Part-6/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:00 | নমস্কাৰ, এই স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম, যিটো মূলত এটা আপদেত টিউট’ৰিয়েল আৰু এটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ ভিদিঅ’ নহয় |
00:08 | কোনোবাই মোক জনাইছিল যে মোৰ ৰেজিষ্টাৰ স্ক্ৰিপ্তটোত, মোক কিবা ধৰণৰ পৰীক্ষা লাগিব লক্ষ্য কৰিবলৈ যে ইউজাৰ পঞ্জীকৃত হৈছে নে নাই তেওঁলোকে প্ৰদান কৰা ইউজাৰনেমটোৰ দ্বাৰা |
00:19 | আহক আমাৰ ফৰ্মলৈ ঘূৰি যাওঁ যি ইয়াত আছে । ইয়াত আপুনি ফুলনেম লিখিব পাৰে । আপুনি এটা ইউজাৰনেম আৰু এটা পাচৱৰ্দ বাচিব পাৰে |
00:28 | মোৰ ইয়াত এই মানসমূহ আগতে আছে । এতিয়াৰ বাবে সিহতৰ পৰা পৰিত্ৰাণ পাওঁ |
00:33 | কিন্তু, আমি বিচাৰো, যেতিয়া আমি ইউজাৰনেমটো বাচো... |
00:37 | উদাহৰণস্বৰূপে, ধৰক মই ইউজাৰনেম এলেক্স ("alex")ৰ সৈতে পঞ্জীয়ণ কৰিছো । আমি ইয়াত দেখিছো যে দাতাবেচত ইউজাৰনেম এলেক্স ("alex") ইতিমধ্যে উপলদ্ধ |
00:47 | গতিকে আমি ইউজাৰনেমটোৰ অৱস্থিতিক পৰীক্ষা কৰিম |
00:50 | যদি ইউজাৰনেমটো ইতিমধ্যে উপলদ্ধ, আমি উপভোক্তাক পঞ্জীয়ণ কৰিবলৈ নিদিওঁ কাৰণ আমি দুটা ইউজাৰনেম নিবিচাৰো |
01:01 | যদি মই ইয়াত পঞ্জীয়ণ কৰো, মই পাচৱৰ্দ দিওঁ আৰু ইউজাৰনেমটো এলেক্স ("alex") বাচো । ইউজাৰনেম এলেক্স ("alex")টো ইতিমধ্যে দাতাবেচত আছে |
01:13 | আহক ইয়াক নেমচেকৰ বাবে সলাওঁ আৰু ৰেজিষ্টাৰ টিপো |
01:20 | মই সফলভাবে পঞ্জীকৃত হ’লো |
01:23 | আহক দাতাবেচৰ ভিতৰত চাওঁ । আমি দেখিছো যে আমাৰ এলেক্সৰ সৈতে দুটা ইউজাৰনেম আছে |
01:28 | এতিয়া ই ল’গ ইন কৰোতে সমস্যা কৰে |
01:31 | নেমৰ প্ৰথম ফলন, ইয়াত এইটো ল’গদ ইন হ’ব । আৰু এইটো অৱজ্ঞা হ’ব |
01:39 | গতিকে এই লোকজনে প্ৰকৃততে দাতাবেচত কেতিয়াওঁ ল’গিন কৰিব নোৱাৰিব |
01:44 | গতিকে আহক ইয়াক নাইকীয়া কৰো |
01:48 | আপুনি কিবা ধৰণৰ পৰীক্ষা বনাব লাগিব ইউজাৰনেমটো ইতিমধ্যে উপলদ্ধ নেকি চাবলৈ |
01:53 | এইটো যথেষ্ট সহজ । ইয়াক কৰাৰ বাবে এটাতকৈ অধিক পদ্ধতি আছে |
01:59 | কিন্তু মই সৰলতম আৰু সম্ভৱত সবাতোকৈ কাৰ্যকৰী পদ্ধতিটোৰ বাবে যাম যি কাম কৰিব |
02:05 | মই কৰিব বিচৰা প্ৰথম বস্তুটো হৈছে, দাতাবেচলৈ সংযোগ কৰিবলৈ মোৰ ক’ড ল’ম |
02:12 | মোৰ দাতাবেচ নিৰ্বাচিত কৰি । মই ইয়াক নিবলৈ বিচাৰিছো তালৈ য’ত চাবমিত বুটামটো পৰীক্ষা কৰা হৈছে |
02:20 | গতিকে, ই দাতাবেচটোলৈ সংযোগ কৰিছে । মই ভিতৰত ইয়াত আছো |
02:26 | তাৰপাছত, ভিতৰত ইয়াত মই ইউজাৰনেম পৰীক্ষা কৰিবলৈ মোৰ ক’ড আৰম্ভ কৰিব পাৰো |
02:31 | এতিয়া আপুনি পৰীক্ষা ক’তো দিব নোৱাৰে । সৰলতাৰ বাবে মই ইয়াক ইয়াত থ’ম আৰু স্ক্ৰিপ্তটোৰ বাকী অংশ শেষ কৰিম |
02:39 | যদি ইউজাৰনেমটো পোৱা যায়, মই ইয়াক যিকোনো ঠাইত থ’ব পাৰো |
02:44 | সাবধান হ’ব যেতিয়া আপুনি ওৱেবচাইতত এটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ পৃষ্ঠা ব্যৱ্হাৰ কৰে, দাই ফাংচনটোৱে ক’ডটোৰ বাকী অংশক শেষ কৰিব । গতিকে মই ইয়াক ব্যৱ্হাৰ কৰাৰ পৰামৰ্শ নিদিওঁ |
02:53 | মই পৰামৰ্শ দিওঁ পৰীক্ষাক কেচ কৰাৰ যি ইতিমধ্যে আপোনাৰ পাছৰ ষ্টেতমেন্তটোৰ ভিতৰত আছে আৰু সচাকৈ স্ক্ৰিপ্তটোক শেষ কৰিবলৈ নহয় |
03:00 | কিন্তু আপুনি ইয়াত সাধাৰণ বুদ্ধিটো পাব যে কেনেকৈ কাম কৰিব লাগে যি আমি কৰিবলৈ চেষ্টা কৰি আছো |
03:06 | আমি কোৱেৰী এটা লিখিব লাগিব যি এটা নিৰ্দিষ্ট ইউজাৰনেমৰ সৈতে ৰেকৰ্দ এটা লোৱাক সূচীত কৰে |
03:12 | গতিকে মই ইয়াত ক’ম নেমচেক কোৱেৰী ("namecheck query") । মই ভেৰিয়েবলটোক নেমচেক ("namecheck") ক’ম আৰু ই এটা mysql কোৱেৰী হ’ব |
03:21 | মই সৰলতাৰ বাবে ইউজাৰনেম ("username") বাচিম । ই সকলো দাতাক নাবাচে |
03:27 | গতিকে মই ইউজাৰচৰ পৰা ইউজাৰনেমক বাচিছো, |
03:35 | যিহেতু সি হৈছে ইয়াত আমাৰ টেবল নেম |
03:39 | মই ক’ম হোৱেৰ ইউজাৰনেম সমান... যদি আমি ইয়াত চাওঁ ফৰ্মখন ভৰ্ত্তি কৰা লোকজনৰ ইউজাৰনেমটো ইউজাৰনেম ("username") নামৰ ভেৰিয়েবলটোত আছে |
03:50 | গতিকে আমি তলত ইয়ালৈ আহি এতিয়া ইউজাৰনেম ("username") লিখিব পাৰো |
03:55 | এতিয়া যদি আমি এলেক্স ("alex") নেমটো বাচো, ই দাতাবেচটোত প্ৰতিটো ৰেকৰ্দ নিৰ্বাচিত কৰিব যাৰ এলেক্স ("alex") ইউজাৰনেম আছে আৰু আমি দেখিছো এই মূহুৰ্ত্তত এটা আছে |
04:09 | এতিয়া যদি মই এই ক্ষেত্ৰত সূচীত কৰো, মাত্ৰ এটা ৰেকৰ্দৰ সৈতে... |
04:15 | যদি মই ইউজাৰনেমটো দেল ("Dale") হিচাবে সূচীত কৰো, উদাহৰণস্বৰূপে, কোনো ৰেকৰ্দ ঘূৰাই দিয়া নহ’ব |
04:20 | সেইবাবে, ইউজাৰনেমটো উপলদ্ধ নহয়, যদি কোনো ৰেকৰ্দ ঘূৰাই দিয়া নহয় । গতিকে আমাক কিমান ৰেকৰ্দচ ঘূৰাই দিয়া হ’ল পৰীক্ষা কৰিবলৈ এটা ফাংচন লাগিব |
04:29 | আপুনি এইটো কাউন্ট ভেৰিয়েবল এটা বনাই কৰিব পাৰে । ই হৈছে "mysql নাম (num) ৰৌজ (rows)" |
04:36 | ই ৰেকৰ্দচ বা ৰৌজৰ পৰিমাণটো ঘূৰাই দিয়ে যি আপোনাৰ কোৱেৰীৰ ভিতৰত থাকে যাক কোৱা হয় নেমচেক ("namecheck") |
04:47 | গতিকে ইয়াক পৰীক্ষা কৰো । মই কাউন্ট একৌ কৰিম আৰু তাৰপাছত স্ক্ৰিপ্তটো শেষ কৰিম |
04:53 | ক’ডটোৰ বাকী অংশ কাৰ্যকৰী নহয় |
04:57 | পঞ্জীয়ণলৈ ঘূৰি যাওঁ আৰু মই ফুলনেম এলেক্স ("alex") লিখিম |
05:03 | ফুলনেম, তাৰপাছত এটা ইউজাৰনেম বাচক । মই দেল ("Dale")ক বাচিম |
05:10 | পাচৱৰ্দটো পৰীক্ষা নহয় গতিকে আমি তাক এৰিব পাৰো |
05:16 | কিন্তু মই সিহতক তাত থ’ম ইয়াৰ উদ্দেশ্যে আৰু ৰেজিষ্টাৰ টিপিম |
05:24 | আমি শূণ্যৰ এটা মান পালো যি ঘূৰাই দিয়া হৈছে |
05:28 | তাৰ কাৰণ হৈছে দেল ("Dale") প্ৰকৃততে দাতাবেচত এটা ইউজাৰনেম হিচাবে নাই |
05:32 | যিকিনহওঁক যদি মই ইয়াক এলেক্স ("alex")লৈ সলাওঁ, সি এটা সৰু "a" হ’ব |
05:39 | আমি পালো কিছু... ষ্ট্ৰিপ টেগচ । লগতে কেচ চেনচিতিভিতিৰ সৈতে কাম কৰাৰ পদ্ধতিটোওঁ, .... গতিকে এইটো আনএটা পইন্টাৰ.... |
05:49 | যেতিয়া আমি ইউজাৰনেমটো একাউন্টলৈ নিওঁ আমি ইয়াত ক’ম "ষ্ট্ৰিংগ (string) তু (to) ল’ৱাৰ (lower)", ই সদায় সৰুফলালৈ পৰিবৰ্ত্তন হোৱাতো নিশ্বিত কৰিবলৈ |
06:01 | পাছত আমি কৰিম... মই ইয়াক বিচাৰো.... ৰেজিষ্টাৰ টিপো |
06:08 | আমি দেখিছো যে একৰ মানটো ঘূৰাই দিয়া হৈছে |
06:12 | গতিকে আমি ইয়াত বিচাৰি থকা পৰীক্ষাটো হৈছে - যদি আমি একৌ কৰা এই ভেৰিয়েবলটো, শূণ্যৰ সমান নহয়,.. তেন্তে আমি উপভোক্তাক ক’ব লাগিব যে ইউজাৰনেমটো ইতিমধ্যে পঞ্জীকৃত হৈছে |
06:25 | গতিকে ইয়াত আমি এটা সৰল ইফ ষ্টেতমেন্ত আৰু আমাৰ ব্লক বনাম |
06:29 | তাৰপাছত আমি ক’ব পাৰো, যদি আমাৰ কাউন্ট শূণ্যৰ সমান নহয়, বুজায় এই চৰ্তৰ ভিতৰত এটা ৰেকৰ্দ উপলদ্ধ য’ত ইউজাৰনেমটো ইতিমধ্যে সূচীত হৈছে... |
06:40 | ...তেন্তে আমি স্ক্ৰিপ্তট শেষ কৰিব পাৰো আৰু কওঁ "ইউজাৰনেম (Username) অলৰেদি (already) টেকেন (taken)" বা অন্য কিবা বাৰ্তা । ইয়ালৈ ঘূৰি আহি, ৰিফ্ৰেছ |
06:50 | আমি এলেক্স ("alex") বাচিব পাৰো । মই পাচৱৰ্দ এটা লিখো আৰু ৰেজিষ্টাৰ টিপো |
06:56 | আপুনি দেখিছে যে আমি "ইউজাৰনেম (Username) অলৰেদি (already) টেকেন (taken)" এৰ’ৰ পালো |
07:00 | যদি মই দেল ("Dale") লিখো আৰু এটা নতুন নেম আৰু পাচৱৰ্দ বাচো আৰু ৰেজিষ্টাৰ টিপো, আপুনি দেখিছে যে ই দাতাবেচত সফলভাবে পঞ্জীকৃত হ’ল কাৰণ ইউজাৰনেমটো উপলদ্ধ নহয় |
07:15 | গতিকে মই ইয়াক তাত এৰিম । আপুনি দেখিছে যে আমি পঞ্জীকৃত উপভোক্তা পালো |
07:22 | এটা "str তু (to) ল’ৱাৰ (lower)" ফাংচন যোগ কৰক, যি হৈছে এটা সচাকৈ দৰকাৰী বস্তু সকলো সৰল ৰাখিবলৈ |
07:29 | বা আপুনি এটা "str তু (to) ল’ৱাৰ (lower)" ফাংচন ব্যৱ্হাৰ কৰিব পাৰে ইফ ষ্টেতমেন্তত |
07:32 | যিকিনহওঁক, ইয়াক সৰল ৰাখিবলৈ মই পৰামৰ্শ দিওঁ যে আপুনি সকলো ইউজাৰনেমচ সৰুফলালৈ পৰিবৰ্ত্তন কৰক |
07:39 | আপুনি লগতে তাক এটা ল’গিন স্ক্ৰিপ্তত অন্তৰ্ভুক্ত কৰিব লাগিব । আপুনি উপভোক্তাই ল’গিন বক্সত যি লিখে তাক সৰুফলালৈ পৰিবৰ্ত্তন কৰিব লাগিব |
07:48 | মই আপোনাক ইয়াৰ সৈতে খেলিবলৈ উৎসাহ দিওঁ । সি হৈছে কিছু এৰ’ৰচ বিচাৰিবলৈ এটা ভাল পদ্ধতি |
07:53 | সিহতক চেষ্টা কৰক কিন্তু যদি আপোনাক কিবা সহায় লাগে, মোক ইমেইল কৰক । আপদেতচৰ বাবে আপুনি চাবস্ক্ৰাইব কৰাতো নিশ্বিত কৰক |
07:58 | দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |