PHP-and-MySQL/C4/User-Registration-Part-6/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ, এই স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম, যিটো মূলত এটা আপদেত টিউট’ৰিয়েল আৰু এটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ ভিদিঅ’ নহয়
00:08 কোনোবাই মোক জনাইছিল যে মোৰ ৰেজিষ্টাৰ স্ক্ৰিপ্তটোত, মোক কিবা ধৰণৰ পৰীক্ষা লাগিব লক্ষ্য কৰিবলৈ যে ইউজাৰ পঞ্জীকৃত হৈছে নে নাই তেওঁলোকে প্ৰদান কৰা ইউজাৰনেমটোৰ দ্বাৰা
00:19 আহক আমাৰ ফৰ্মলৈ ঘূৰি যাওঁ যি ইয়াত আছে । ইয়াত আপুনি ফুলনেম লিখিব পাৰে । আপুনি এটা ইউজাৰনেম আৰু এটা পাচৱৰ্দ বাচিব পাৰে
00:28 মোৰ ইয়াত এই মানসমূহ আগতে আছে । এতিয়াৰ বাবে সিহতৰ পৰা পৰিত্ৰাণ পাওঁ
00:33 কিন্তু, আমি বিচাৰো, যেতিয়া আমি ইউজাৰনেমটো বাচো...
00:37 উদাহৰণস্বৰূপে, ধৰক মই ইউজাৰনেম এলেক্স ("alex")ৰ সৈতে পঞ্জীয়ণ কৰিছো । আমি ইয়াত দেখিছো যে দাতাবেচত ইউজাৰনেম এলেক্স ("alex") ইতিমধ্যে উপলদ্ধ
00:47 গতিকে আমি ইউজাৰনেমটোৰ অৱস্থিতিক পৰীক্ষা কৰিম
00:50 যদি ইউজাৰনেমটো ইতিমধ্যে উপলদ্ধ, আমি উপভোক্তাক পঞ্জীয়ণ কৰিবলৈ নিদিওঁ কাৰণ আমি দুটা ইউজাৰনেম নিবিচাৰো
01:01 যদি মই ইয়াত পঞ্জীয়ণ কৰো, মই পাচৱৰ্দ দিওঁ আৰু ইউজাৰনেমটো এলেক্স ("alex") বাচো । ইউজাৰনেম এলেক্স ("alex")টো ইতিমধ্যে দাতাবেচত আছে
01:13 আহক ইয়াক নেমচেকৰ বাবে সলাওঁ আৰু ৰেজিষ্টাৰ টিপো
01:20 মই সফলভাবে পঞ্জীকৃত হ’লো
01:23 আহক দাতাবেচৰ ভিতৰত চাওঁ । আমি দেখিছো যে আমাৰ এলেক্সৰ সৈতে দুটা ইউজাৰনেম আছে
01:28 এতিয়া ই ল’গ ইন কৰোতে সমস্যা কৰে
01:31 নেমৰ প্ৰথম ফলন, ইয়াত এইটো ল’গদ ইন হ’ব । আৰু এইটো অৱজ্ঞা হ’ব
01:39 গতিকে এই লোকজনে প্ৰকৃততে দাতাবেচত কেতিয়াওঁ ল’গিন কৰিব নোৱাৰিব
01:44 গতিকে আহক ইয়াক নাইকীয়া কৰো
01:48 আপুনি কিবা ধৰণৰ পৰীক্ষা বনাব লাগিব ইউজাৰনেমটো ইতিমধ্যে উপলদ্ধ নেকি চাবলৈ
01:53 এইটো যথেষ্ট সহজ । ইয়াক কৰাৰ বাবে এটাতকৈ অধিক পদ্ধতি আছে
01:59 কিন্তু মই সৰলতম আৰু সম্ভৱত সবাতোকৈ কাৰ্যকৰী পদ্ধতিটোৰ বাবে যাম যি কাম কৰিব
02:05 মই কৰিব বিচৰা প্ৰথম বস্তুটো হৈছে, দাতাবেচলৈ সংযোগ কৰিবলৈ মোৰ ক’ড ল’ম
02:12 মোৰ দাতাবেচ নিৰ্বাচিত কৰি । মই ইয়াক নিবলৈ বিচাৰিছো তালৈ য’ত চাবমিত বুটামটো পৰীক্ষা কৰা হৈছে
02:20 গতিকে, ই দাতাবেচটোলৈ সংযোগ কৰিছে । মই ভিতৰত ইয়াত আছো
02:26 তাৰপাছত, ভিতৰত ইয়াত মই ইউজাৰনেম পৰীক্ষা কৰিবলৈ মোৰ ক’ড আৰম্ভ কৰিব পাৰো
02:31 এতিয়া আপুনি পৰীক্ষা ক’তো দিব নোৱাৰে । সৰলতাৰ বাবে মই ইয়াক ইয়াত থ’ম আৰু স্ক্ৰিপ্তটোৰ বাকী অংশ শেষ কৰিম
02:39 যদি ইউজাৰনেমটো পোৱা যায়, মই ইয়াক যিকোনো ঠাইত থ’ব পাৰো
02:44 সাবধান হ’ব যেতিয়া আপুনি ওৱেবচাইতত এটা সম্পূৰ্ণ দৈৰ্ঘ্যৰ পৃষ্ঠা ব্যৱ্হাৰ কৰে, দাই ফাংচনটোৱে ক’ডটোৰ বাকী অংশক শেষ কৰিব । গতিকে মই ইয়াক ব্যৱ্হাৰ কৰাৰ পৰামৰ্শ নিদিওঁ
02:53 মই পৰামৰ্শ দিওঁ পৰীক্ষাক কেচ কৰাৰ যি ইতিমধ্যে আপোনাৰ পাছৰ ষ্টেতমেন্তটোৰ ভিতৰত আছে আৰু সচাকৈ স্ক্ৰিপ্তটোক শেষ কৰিবলৈ নহয়
03:00 কিন্তু আপুনি ইয়াত সাধাৰণ বুদ্ধিটো পাব যে কেনেকৈ কাম কৰিব লাগে যি আমি কৰিবলৈ চেষ্টা কৰি আছো
03:06 আমি কোৱেৰী এটা লিখিব লাগিব যি এটা নিৰ্দিষ্ট ইউজাৰনেমৰ সৈতে ৰেকৰ্দ এটা লোৱাক সূচীত কৰে
03:12 গতিকে মই ইয়াত ক’ম নেমচেক কোৱেৰী ("namecheck query") । মই ভেৰিয়েবলটোক নেমচেক ("namecheck") ক’ম আৰু ই এটা mysql কোৱেৰী হ’ব
03:21 মই সৰলতাৰ বাবে ইউজাৰনেম ("username") বাচিম । ই সকলো দাতাক নাবাচে
03:27 গতিকে মই ইউজাৰচৰ পৰা ইউজাৰনেমক বাচিছো,
03:35 যিহেতু সি হৈছে ইয়াত আমাৰ টেবল নেম
03:39 মই ক’ম হোৱেৰ ইউজাৰনেম সমান... যদি আমি ইয়াত চাওঁ ফৰ্মখন ভৰ্ত্তি কৰা লোকজনৰ ইউজাৰনেমটো ইউজাৰনেম ("username") নামৰ ভেৰিয়েবলটোত আছে
03:50 গতিকে আমি তলত ইয়ালৈ আহি এতিয়া ইউজাৰনেম ("username") লিখিব পাৰো
03:55 এতিয়া যদি আমি এলেক্স ("alex") নেমটো বাচো, ই দাতাবেচটোত প্ৰতিটো ৰেকৰ্দ নিৰ্বাচিত কৰিব যাৰ এলেক্স ("alex") ইউজাৰনেম আছে আৰু আমি দেখিছো এই মূহুৰ্ত্তত এটা আছে
04:09 এতিয়া যদি মই এই ক্ষেত্ৰত সূচীত কৰো, মাত্ৰ এটা ৰেকৰ্দৰ সৈতে...
04:15 যদি মই ইউজাৰনেমটো দেল ("Dale") হিচাবে সূচীত কৰো, উদাহৰণস্বৰূপে, কোনো ৰেকৰ্দ ঘূৰাই দিয়া নহ’ব
04:20 সেইবাবে, ইউজাৰনেমটো উপলদ্ধ নহয়, যদি কোনো ৰেকৰ্দ ঘূৰাই দিয়া নহয় । গতিকে আমাক কিমান ৰেকৰ্দচ ঘূৰাই দিয়া হ’ল পৰীক্ষা কৰিবলৈ এটা ফাংচন লাগিব
04:29 আপুনি এইটো কাউন্ট ভেৰিয়েবল এটা বনাই কৰিব পাৰে । ই হৈছে "mysql নাম (num) ৰৌজ (rows)"
04:36 ই ৰেকৰ্দচ বা ৰৌজৰ পৰিমাণটো ঘূৰাই দিয়ে যি আপোনাৰ কোৱেৰীৰ ভিতৰত থাকে যাক কোৱা হয় নেমচেক ("namecheck")
04:47 গতিকে ইয়াক পৰীক্ষা কৰো । মই কাউন্ট একৌ কৰিম আৰু তাৰপাছত স্ক্ৰিপ্তটো শেষ কৰিম
04:53 ক’ডটোৰ বাকী অংশ কাৰ্যকৰী নহয়
04:57 পঞ্জীয়ণলৈ ঘূৰি যাওঁ আৰু মই ফুলনেম এলেক্স ("alex") লিখিম
05:03 ফুলনেম, তাৰপাছত এটা ইউজাৰনেম বাচক । মই দেল ("Dale")ক বাচিম
05:10 পাচৱৰ্দটো পৰীক্ষা নহয় গতিকে আমি তাক এৰিব পাৰো
05:16 কিন্তু মই সিহতক তাত থ’ম ইয়াৰ উদ্দেশ্যে আৰু ৰেজিষ্টাৰ টিপিম
05:24 আমি শূণ্যৰ এটা মান পালো যি ঘূৰাই দিয়া হৈছে
05:28 তাৰ কাৰণ হৈছে দেল ("Dale") প্ৰকৃততে দাতাবেচত এটা ইউজাৰনেম হিচাবে নাই
05:32 যিকিনহওঁক যদি মই ইয়াক এলেক্স ("alex")লৈ সলাওঁ, সি এটা সৰু "a" হ’ব
05:39 আমি পালো কিছু... ষ্ট্ৰিপ টেগচ । লগতে কেচ চেনচিতিভিতিৰ সৈতে কাম কৰাৰ পদ্ধতিটোওঁ, .... গতিকে এইটো আনএটা পইন্টাৰ....
05:49 যেতিয়া আমি ইউজাৰনেমটো একাউন্টলৈ নিওঁ আমি ইয়াত ক’ম "ষ্ট্ৰিংগ (string) তু (to) ল’ৱাৰ (lower)", ই সদায় সৰুফলালৈ পৰিবৰ্ত্তন হোৱাতো নিশ্বিত কৰিবলৈ
06:01 পাছত আমি কৰিম... মই ইয়াক বিচাৰো.... ৰেজিষ্টাৰ টিপো
06:08 আমি দেখিছো যে একৰ মানটো ঘূৰাই দিয়া হৈছে
06:12 গতিকে আমি ইয়াত বিচাৰি থকা পৰীক্ষাটো হৈছে - যদি আমি একৌ কৰা এই ভেৰিয়েবলটো, শূণ্যৰ সমান নহয়,.. তেন্তে আমি উপভোক্তাক ক’ব লাগিব যে ইউজাৰনেমটো ইতিমধ্যে পঞ্জীকৃত হৈছে
06:25 গতিকে ইয়াত আমি এটা সৰল ইফ ষ্টেতমেন্ত আৰু আমাৰ ব্লক বনাম
06:29 তাৰপাছত আমি ক’ব পাৰো, যদি আমাৰ কাউন্ট শূণ্যৰ সমান নহয়, বুজায় এই চৰ্তৰ ভিতৰত এটা ৰেকৰ্দ উপলদ্ধ য’ত ইউজাৰনেমটো ইতিমধ্যে সূচীত হৈছে...
06:40 ...তেন্তে আমি স্ক্ৰিপ্তটো শেষ কৰিব পাৰো আৰু কওঁ "ইউজাৰনেম (Username) অলৰেদি (already) টেকেন (taken)" বা অন্য কিবা বাৰ্তা । ইয়ালৈ ঘূৰি আহি, ৰিফ্ৰেছ
06:50 আমি এলেক্স ("alex") বাচিব পাৰো । মই পাচৱৰ্দ এটা লিখো আৰু ৰেজিষ্টাৰ টিপো
06:56 আপুনি দেখিছে যে আমি "ইউজাৰনেম (Username) অলৰেদি (already) টেকেন (taken)" এৰ’ৰ পালো
07:00 যদি মই দেল ("Dale") লিখো আৰু এটা নতুন নেম আৰু পাচৱৰ্দ বাচো আৰু ৰেজিষ্টাৰ টিপো, আপুনি দেখিছে যে ই দাতাবেচত সফলভাবে পঞ্জীকৃত হ’ল কাৰণ ইউজাৰনেমটো উপলদ্ধ নহয়
07:15 গতিকে মই ইয়াক তাত এৰিম । আপুনি দেখিছে যে আমি পঞ্জীকৃত উপভোক্তা পালো
07:22 এটা "str তু (to) ল’ৱাৰ (lower)" ফাংচন যোগ কৰক, যি হৈছে এটা সচাকৈ দৰকাৰী বস্তু সকলো সৰল ৰাখিবলৈ
07:29 বা আপুনি এটা "str তু (to) ল’ৱাৰ (lower)" ফাংচন ব্যৱ্হাৰ কৰিব পাৰে ইফ ষ্টেতমেন্তত
07:32 যিকিনহওঁক, ইয়াক সৰল ৰাখিবলৈ মই পৰামৰ্শ দিওঁ যে আপুনি সকলো ইউজাৰনেমচ সৰুফলালৈ পৰিবৰ্ত্তন কৰক
07:39 আপুনি লগতে তাক এটা ল’গিন স্ক্ৰিপ্তত অন্তৰ্ভুক্ত কৰিব লাগিব । আপুনি উপভোক্তাই ল’গিন বক্সত যি লিখে তাক সৰুফলালৈ পৰিবৰ্ত্তন কৰিব লাগিব
07:48 মই আপোনাক ইয়াৰ সৈতে খেলিবলৈ উৎসাহ দিওঁ । সি হৈছে কিছু এৰ’ৰচ বিচাৰিবলৈ এটা ভাল পদ্ধতি
07:53 সিহতক চেষ্টা কৰক কিন্তু যদি আপোনাক কিবা সহায় লাগে, মোক ইমেইল কৰক । আপদেতচৰ বাবে আপুনি চাবস্ক্ৰাইব কৰাতো নিশ্বিত কৰক
07:58 দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9