Inkscape/C3/Create-patterns-in-Inkscape/Assamese

From Script | Spoken-Tutorial
Revision as of 16:54, 7 December 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. InkscapeCreate patterns ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগত।
00:06 এই টিউটোৰিয়েলত আমি প্যাটার্ন তৈয়াৰ কৰা

ক্লোনিং ,

পাথৰ সৈতে প্যাটার্ন,

স্প্রে টুল আৰু পাথ এফেক্ট এডিটৰৰ ব্যবহাৰ শিকিম।

00:17 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,

উবুন্টু লিনাক্স 12.04 OS Inkscape সংস্কৰণ 0.48.4

00:27 Inkscape খুলক।
00:29 Star টুলত টিপক আৰু ক্যানভাসত এটা স্টাৰ আঁকক।
00:33 এতিয়া Selector টুলত টিপক।
00:36 Tools controls বাৰত width আৰু height প্যাৰামিটাৰ 40 ত সলাওক।
00:42 ইয়াত জুম ইন কৰি একেবাৰে স্টাৰত টিপক।
00:46 লক্ষ্য কৰক যে এতিয়া pivot point দৃশ্যমান। স্টাৰ অবজেক্টৰ কেন্দ্রত প্লাস আকৃতি আছে।
00:53 ইয়াতে প্রদর্শিত পাইভট পয়েন্টত টিপি এটা স্টাৰ পৰা দুৰত অতৰুৱাই লৈ যাওক।
00:59 এতিয়া, Edit মেনুত যাওক, Clone ত টিপক আৰু তাৰপিছত Create Tiled clones ইয়াত।
01:06 এটা নতুন ডায়লগ বাক্স খোলে। আপোনি প্রতিটা ট্যাবৰ তলত অনেক ট্যাব আৰু বিকল্প পাব পাৰে।
01:15 Symmetry ট্যাবৰ তলত আমি বিভিন্ন মেথডৰ সৈতে এটা ড্রপ ডাউন মেনু চাব পাৰো। এই ডেমোৰ বাবে, আমি simple translation বিকল্প ৰাখিম।
01:25 ৰো আৰু কলম প্যাৰামিটাৰ যথাক্রমে 1 আৰু 40 ত সলাওক।
01:32 ইয়াৰ পিছত Shift ট্যাবত যাওক। ইয়াত দেখোৱা Per column ইয়াৰ তলত Shift X প্যাৰামিটাৰৰ শতাংশ -100 ত সলাওক।
01:41 ইয়াৰ পিছত Rotation ট্যাবত যাওক। Per column ইয়াৰ তলত Angle10 লৈ সলাওক।
01:48 এতিয়া Create বোতামত টিপক। চাওক যে স্টাৰৰ সৈতে এটা বৃত্তৰ প্যাটার্ন তৈয়াৰ হৈছে।
01:55 একেইভাবে, সুন্দৰ প্যাটার্ন বনাবলৈ Create Tiled clones ইয়াৰ অন্যান্য বিকল্প ব্যবহাৰ কৰিব পাৰে।
02:01 এই স্টাৰ বৃত্ত অতৰুৱাই দিয়ক
02:04 ইয়াৰ পিছত আমি এটা পাথৰ লগতে প্যাটার্ন তৈয়াৰ কৰা শিকিম।
02:09 Rectangle টুল নির্বাচন কৰক আৰু এটা বৃত্তাকাৰ আয়তক্ষেত্র আঁকক। এইটোৰ ৰঙ সেউজীয়া কৰি Selector টুলত টিপক।
02:20 Tool controls বাৰত, Width540 ত আৰু Height250 ত সলাওক।
02:28 ইয়াৰ পিছত Star টুল ব্যবহাৰ কৰি এটা স্টাৰ প্যাটার্ন আঁকক।
02:32 Selector টুলত টিপক। Tool controlsৰ বাবে Width আৰু Height50 ত সলাওক।
02:40 এইটোক আয়তক্ষেত্রৰ উপৰৰ বাঁফালৰ প্রান্তত ৰাখক।
02:45 উভয় আকাৰ নির্বাচন কৰক। Extensions মেনুত যাওক।
02:48 Generate from path ইয়াত টিপক আৰু তাৰপিছত Pattern along Path.
02:55 Copies of the patterns বিকল্প Repeated ইয়াত আৰু Deformation type বিকল্প Ribbon ত সলাওক।
03:03 Apply বোতামত আৰু Close বোতামত টিপক। চাওক যে এটা সুন্দৰ প্যাটার্ন আয়তক্ষেত্রৰ সীমাৰ উছৰত গঠিত হৈছে।
03:11 Path effects ব্যবহাৰ কৰি অন্য আৰু এটা প্যাটার্ন তৈয়াৰ কৰো।
03:16 Bezier টুল নির্বাচন কৰক এটা তৰঙ্গায়িত পাথ আঁকক।
03:20 Path মেনুত যাওক। Path Effects Editor ত টিপক। এটা ডায়লগ বাক্স খোলে।
03:27 Apply new effect ড্রপ ডাউন মেনুত টিপক। লক্ষ্য কৰক যে ইয়াতে বিভিন্ন এফেক্ট তালিকাভুক্ত আছে।
03:33 Gears নির্বাচন কৰি আৰু তাৰপিছত Add ত টিপক। আকৃতিত পৰিবর্তন লক্ষ্য কৰক।
03:41 ইয়াৰ পিছত Sketch নির্বাচন কৰক আৰু Add বোতামত টিপক। এফেক্ট লক্ষ্য কৰক।
03:48 Path Effect Editor ত আপোনি বর্তমান এফেক্ট সম্পর্কিত বিভিন্ন প্যাৰামিটাৰ পাব পাৰে।
03:54 ইয়াৰে এটাক সলাও। ধৰক, Strokes. এইটোকে 10 লৈ সলাওক আৰু Enter টিপক। অবজেক্টত পৰিবর্তন লক্ষ্য কৰক।
04:03 এতিয়া Path Effect Editor ডায়ালগ বাক্স বন্ধ কৰক।
04:08 সকলো আকৃতি নির্বাচন কৰক আৰু এটা একফালে অতৰুৱাই আনক।
04:12 ইয়াৰ পিছতSpray টুল ব্যবহাৰ কৰি এটা গছৰ প্যাটার্ন তৈয়াৰ কৰা শিকিম।
04:18 Bezier টুল নির্বাচন কৰক। ইয়াতে প্রদর্শিত এটা গছৰ কান্ড আকি ইয়াৰ ৰঙ বাদামি কৰক। এতিয়া এটা গাছৰ পাত আকি ইয়াৰ ৰঙ সেউজীয়া কৰক।
04:38 Spray টুল নির্বাচন কৰক আৰু পাতৰ আকাৰত টিপক।
04:43 এতিয়া মাউস এৰি নিদিয়াকৈ গছ আঁকিবলৈ এটা কান্ডৰ উছৰেদি ড্রেগ কৰক।
04:51 এটা বৃক্ষৰ আকাৰ গঠিত হৈছে।
04:55 এতিয়া এই পর্যন্তই। সংক্ষিপ্তকৰণ কৰো।
04:58 এই টিউটোৰিয়েলত আমি প্যাটার্ন তৈয়াৰ কৰিবলৈ

ক্লোনিং,

পাথৰ সৈতে প্যাটার্ন,

স্প্রে টুল আৰু পাথ এফেক্ট এডিটৰৰ ব্যবহাৰ দেখিছো।

05:08 নির্দেশিত কাম হিসাবে এটা বৃত্তাকাৰ আৰু ৰঙিন প্যাটার্ন আঁকক।
05:12 আপোনাৰ সম্পন্ন কাম এই ৰকমে হোৱা উচিত।
05:16 এই লিঙ্কত উপলব্ধ ভিডিওটা প্রকল্পক সংক্ষেপে বোঝায়। এইটো চাওক।
05:23 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক।
05:32 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
05:41 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi